ব্যৱসায়

টেটলি গ্ৰীণ টি ইমিউন: বাৰিষাৰ বাবে এটা সতেজ সুস্থতা বুষ্ট

টেটলি গ্ৰীণ টি ইমিউন: বাৰিষাৰ বাবে এটা সতেজ সুস্থতা বুষ্ট

বাৰিষা আৰম্ভ হোৱাৰ লগে লগে ভিটামিন চিযুক্ত টেটলি গ্ৰীন টি ইমিউনে গ্ৰাহকৰ বাবে নিখুঁত সুস্থতা পানীয় হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। গ্ৰীন টিৰ সতেজ গুণ আৰু ভিটামিন চিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা উপকাৰিতাৰ এক অনন্য মিশ্ৰণ প্ৰদান কৰি টেটলীয়ে বাৰিষাৰ সময়ত শক্তিশালী আৰু সুস্থ হৈ থাকিব বিচৰা লোকসকলৰ বাবে এটা অপৰাধবোধমুক্ত, শূন্য কেলৰি বিকল্প প্ৰদান কৰিছে। এই পানীয়ই কেৱল হাইড্ৰেচন বজাই ৰখাত সহায় নকৰে, লগতে শীতল বতৰতো সোৱাদ ল'ব পৰাকৈ প্ৰস্তুত কৰা হৈছে। লগতে আৰামদায়ক ভিতৰৰ মুহূৰ্তবোৰৰ বাবে এক শান্ত সংগী হিচাপে কাম কৰিব পৰাকৈ সজাই তোলা হৈছে। এই চাহত যোগ দিয়া ভিটামিন চি-ৰ সৈতে এক অতিৰিক্ত…
Read More
ফ্লিপকাৰ্টৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা জাৱা য়েজদি মটৰ চাইকেলৰ

ফ্লিপকাৰ্টৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা জাৱা য়েজদি মটৰ চাইকেলৰ

জাৱা য়েজদি মটৰচাইকেলে ফ্লিপকাৰ্টৰ সৈতে সহযোগিতাৰ কথা ঘোষণা কৰিছে, যি ভাৰতৰ প্ৰিমিয়াম মটৰচাইকেল বজাৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। এই অংশীদাৰিত্বই জাৱা য়েজদীক ফ্লিপকাৰ্টৰ ই-কমাৰ্চ প্লেটফৰ্মত নিজৰ সামগ্ৰী আগবঢ়োৱা প্ৰথম প্ৰিমিয়াম মটৰচাইকেল নিৰ্মাতা প্ৰতিষ্ঠান হিচাপে এই সুবিধা প্ৰদান কৰিছে, ইয়াৰ জৰিয়তে সমগ্ৰ দেশত উৎসাহী-অনুৰাগীসকলে উচ্চ-স্তৰৰ মটৰচাইকেল ব্যৱহাৰ আৰু ক্ৰয় অধিক-উন্নত কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। এই সহযোগিতা জাৱা য়েজদি মটৰ চাইকেলছৰ ডিজিটেল কৌশলৰ অন্যতম প্ৰধান অংশ, ইয়াক গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে আৰু প্ৰিমিয়াম মটৰ চাইকেল ৰেঞ্জৰ সুলভতা বৃদ্ধিৰ বাবে ডিজাইন কৰা হৈছে। প্ৰায় ৫০০ মিলিয়নতকৈ অধিক ব্যৱহাৰকাৰী থকা ফ্লিপকাৰ্টৰ প্লেটফৰ্ম ব্যৱহাৰ কৰি জাৱা য়েজদি মটৰ চাইকেল অধিক দৰ্শকৰ…
Read More
ফ্লিপকাৰ্টে পুনৰ্নিৰ্মাণ কৰা সামগ্ৰীৰ বজাৰ বৃদ্ধি কৰিবলৈ ‘ফ্লিপকাৰ্ট ৰিছেট ফৰ বিজনেছ’ মুকলি কৰিছে

ফ্লিপকাৰ্টে পুনৰ্নিৰ্মাণ কৰা সামগ্ৰীৰ বজাৰ বৃদ্ধি কৰিবলৈ ‘ফ্লিপকাৰ্ট ৰিছেট ফৰ বিজনেছ’ মুকলি কৰিছে

ফ্লিপকাৰ্টে দেশৰ নৱীকৃত সামগ্ৰী বিক্ৰেতাসকলৰ বাবে পৰিৱেশ ন ৰূপত সংজ্ঞায়িত কৰি আজি মুকলি কৰিলে ফ্লিপকাৰ্ট ৰিছেট ফৰ বিজনেছ, যি এটা নিৰ্দিষ্ট বি টু বি এপ, এই এপটো সৰু আৰু বৃহৎ খুচুৰা বিক্ৰেতা উভয়কে শক্তিশালী কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। এই ব্যৱহাৰকাৰী-অনুকূল প্লেটফৰ্মে গুণগত মান নিশ্চিত নৱীকৃত স্মাৰ্টফোন আৰু আনুষংগিক সামগ্ৰীৰ এক বিস্তৃত বিকল্প আগবঢ়ায়, এই সকলোবোৰ সেৱা-সামগ্ৰী ইতিমধ্যে বিস্তৃত ৱাৰেণ্টী আৰু জটিল গুণগত পৰীক্ষাৰ দ্বাৰা সমৰ্থিত। বিশেষকৈ টায়াৰ ২ আৰু ৩ চহৰসমূহত নৱীকৰণ কৰা সামগ্ৰীসমূহৰ চাহিদা আকাশলংঘী হোৱাৰ সময়ত এই এপটো যথেষ্ট সময়োচিত পদক্ষেপ ৰূপে বিবেচিত হৈছে। এই এপৰ জৰিয়তে বিক্ৰেতাসকলে সন্মুখীন হোৱা উল্লেখযোগ্য প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব, য’ত গুণগত…
Read More
ষ্টাৰবাকছে ভাৰতীয় সোৱাদ উদযাপন কৰি নতুন ক্লাছিক কফি ৰেঞ্জ উন্মোচন কৰে

ষ্টাৰবাকছে ভাৰতীয় সোৱাদ উদযাপন কৰি নতুন ক্লাছিক কফি ৰেঞ্জ উন্মোচন কৰে

ভাৰতৰ চহকী সাংস্কৃতিক আৰু সংবেদনশীল সূক্ষ্মতাৰ পৰা অনুপ্ৰাণিত হৈ ষ্টাৰবাকছে মুকলি কৰিছে ক্লাছিকছ কফিৰ এক নতুন ৰেঞ্জ। ১২ বছৰ ধৰি ভাৰতত থকা এই ব্ৰেণ্ডটো ভাৰতীয় গ্ৰাহকৰ ৰুচিবোধক প্ৰতিফলিত কৰিবলৈ শীৰ্ষ ৩% আৰবিকা কফি বিনেৰে তৈয়াৰ কৰা হৈছে। ক্লাছিকছ কফি মেনুত ক্লাছিক হট কফি আৰু ক্লাছিক আইচড কফি অন্তৰ্ভুক্ত কৰা হৈছে, মসৃণ ফিনিচিঙৰ সৈতে। এই ৰেঞ্জত চিলি পানীৰ, কচু কৰ্ণ, পানীৰ টিক্কা, এগ এণ্ড মেয়’, আৰু চিকেন চালাড চেণ্ডউইচৰ দৰে জনপ্ৰিয় সোৱাদৰ ক্লাছিক চেণ্ডুইচো অন্তৰ্ভুক্ত কৰা হৈছে। টাটা ষ্টাৰবাকছৰ চিইঅ’ সুশান্ত ডেছে ভাৰতৰ সাংস্কৃতিক গৌৰৱ আৰু বৈচিত্ৰ্যক উদযাপনৰ বাবে ব্ৰেণ্ডটোৰ দায়বদ্ধতাক প্ৰশংসা কৰে।
Read More
বিশ্ব হৃদ দিৱসে পুনৰবাৰ মনত পেলাই দিলে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ  

বিশ্ব হৃদ দিৱসে পুনৰবাৰ মনত পেলাই দিলে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ  

২৯ ছেপ্টেম্বৰত প্ৰতিবছৰে পালন কৰা বিশ্ব হৃদযন্ত্ৰ দিৱস, হৃদযন্ত্ৰৰ স্বাস্থ্যৰ গুৰুত্বৰ স্মাৰক হিচাপে কাম কৰে। প্ৰতি বছৰে এই দিনটোত, স্বাস্থ্যসেৱা প্ৰদানকৰ্তা, চৰকাৰী সংস্থা আৰু আন্তৰ্জাতিক সংগঠনবোৰে কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগৰ (CVD) বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ আৰু এই পৰিস্থিতিবোৰ প্ৰতিৰোধ, চিনাক্ত আৰু নিয়ন্ত্ৰণ কৰাৰ বাবে পদক্ষেপবোৰ প্ৰচাৰ কৰিবলৈ একত্ৰিত হয়। শেহতীয়া বছৰবোৰত, ভাৰতে CVDৰ ক্ষেত্ৰত বৃদ্ধি অনুভৱ কৰিছে। ৪৫ বছৰ বা তাতকৈ অধিক বয়সৰ ৬৫,৫৬২ জন ভাৰতীয় প্ৰাপ্তবয়স্কৰ সৈতে জড়িত এক শেহতীয়া অধ্যয়নত ২৯.৪% স্ব-প্ৰতিবেদিত কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগৰ প্ৰচলন পোৱা গৈছে, যি জৰুৰী জনস্বাস্থ্যৰ উদ্বেগ আৰু লক্ষ্যযুক্ত সজাগতা আৰু প্ৰতিৰোধ কাৰ্যসূচীৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।  হৃদযন্ত্ৰৰ স্বাস্থ্যসমৰ্থন কৰাৰ এক কাৰ্যকৰী উপায় হৈছে আমাৰ দৈনন্দিন…
Read More
বৃদ্ধি আৰু সুৰক্ষাক অগ্ৰাধিকাৰ প্ৰদান কৰি টাটা এআইএই-এ মুকলি কৰিলে নিফটি আলফা ৫০ ইণ্ডেক্স পুঁজি

বৃদ্ধি আৰু সুৰক্ষাক অগ্ৰাধিকাৰ প্ৰদান কৰি টাটা এআইএই-এ মুকলি কৰিলে নিফটি আলফা ৫০ ইণ্ডেক্স পুঁজি

টাটা এআইএ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে ইউনিট-সংযুক্ত বীমাৰ পৰিধি বৃদ্ধি কৰি টাটা এআইএ নিফটি আলফা ৫০ সূচকাংক পুঁজি মুকলি কৰিছে। শেহতীয়াভাৱে মুকলি কৰা নতুন ফাণ্ড অফাৰ(এনএফঅ’) ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰলৈকে উপলব্ধ থাকিব, সেয়েহে এই সময়ছোৱাত বিনিয়োগকাৰীয়ে ১০ টকাকৈ এনএভিত ইউনিট লাভ অৰ্জন কৰিব পাৰিব। এই ফাণ্ডে নিফটি আলফা ৫০ সূচকাংকৰ পৰা শীৰ্ষ ৫০টা প্ৰদৰ্শনকাৰী ষ্টকক লক্ষ্য কৰি লৈছে, এই ফাণ্ডে গ্ৰাহকৰ সুবিধা হোৱাকৈ বিনিয়োগৰ সম্ভাৱনাক জীৱন বীমা কভাৰেজৰ সৈতে সংমিশ্ৰিত কৰিছে। নিফটি আলফা ৫০ সূচকাংক ইণ্ডেক্সে একাধিক বজাৰ মূলধনসমূহৰ মাজেৰে উচ্চ প্ৰদৰ্শনকাৰী ষ্টকসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে, সমান্তৰালভাৱে ইকুইটি সঁজুলিত ৮০%-১০০% বিনিয়োগ কৰে। টাটা এআইএৰ মুখ্য বিনিয়োগ বিষয়া হৰ্ষদ পাটিলৰ…
Read More
ফ্লিপকাৰ্টে বিভিন্ন পৰিসৰৰ পেট্ৰ’ল আৰু বৈদ্যুতিক বিকল্পৰ সৈতে দুচকীয়া বাহনৰ বজাৰ পুনৰ নিৰ্ধাৰণ কৰে

ফ্লিপকাৰ্টে বিভিন্ন পৰিসৰৰ পেট্ৰ’ল আৰু বৈদ্যুতিক বিকল্পৰ সৈতে দুচকীয়া বাহনৰ বজাৰ পুনৰ নিৰ্ধাৰণ কৰে

দেশৰ আগশাৰীৰ ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টে ফেষ্টিভ ছিজনৰ প্ৰাক্ ক্ষণত পেট্ৰ’ল আৰু ইলেক্ট্ৰিক বাহনৰ বৈচিত্ৰ্যপূৰ্ণ বিকল্প আগবঢ়াই দুচকীয়া বাহনৰ বজাৰ কৰাৰ পৰিৱেশক ৰূপান্তৰিত কৰি ন ৰূপ দিছে। ভাৰতৰ ১২,০০০তকৈ অধিক পিন ক'ড অঞ্চল আৰু ৭০০খন চহৰৰ গ্ৰাহকে এতিয়া হিৰো, বাজাজ, টিভিএছ আৰু অ’লাৰ দৰে শীৰ্ষ ব্ৰেণ্ডৰ বিভিন্ন বিকল্প অন্বেষণ কৰিব পাৰিব, এই সকলোবোৰ বাহনতে স্বচ্ছ অন-ৰোড মূল্য নিৰ্ধাৰণৰ লগতে নমনীয় বিত্তীয় বিকল্পৰো আকৰ্ষণীয় সুবিধা আছে। যোৱা বৰ্ষৰ তুলনাত ২০২৪ৰ আগষ্ট মাহত ফ্লিপকাৰ্টত দুচকীয়া বাহনৰ চাহিদা ছগুণ বৃদ্ধি পাইছে, যিয়ে পেট্ৰ’ল আৰু ইলেক্ট্ৰিক দুয়োটা মডেলৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আগ্ৰহক প্ৰৌজ্বল কৰি তুলিছে। গ্ৰাহকৰ ক্ৰয় অভিজ্ঞতা বৃদ্ধি কৰিবলৈ ফ্লিপকাৰ্টে নিমজ্জিত থ্ৰীডি আৰু…
Read More
ব্যতিক্রম মাছডোৰ দিনজোৰা নাৰী সুৰক্ষা আৰু সৱলী কাৰণৰ ওপৰত বিশেষ অনুষ্ঠান

ব্যতিক্রম মাছডোৰ দিনজোৰা নাৰী সুৰক্ষা আৰু সৱলী কাৰণৰ ওপৰত বিশেষ অনুষ্ঠান

ব্যতিক্রম মাছডোৰ দিনজোৰা নাৰী সুৰক্ষা আৰু সৱলী কাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। ২৬ ছেপ্টেম্বৰ দিশপুৰস্থিত নেডফি প্রেক্ষাগৃহত পুৱা ১০ বজাৰ পৰা অনুষ্ঠান আৰম্ভ হয়। যাৰ মূল বিষয় আছিল 'ইঞ্চবিং ছেফটি অফ ৱ'মেন: এ কল টু অ্যাকশন'। সমাজকর্মী প্রয়াত বন্দনা বৰুৱা-ৰ নামত এই অনুষ্ঠানটো উৎসর্গ কৰা হৈছে। এগচি বন্তি প্রজ্বলন আৰু সমাজকর্মী প্রয়াত বন্দনা বৰুৱালৈ একাজলি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে প্রয়াত বন্দনা বৰুৱা-ৰ স্মৃতিত এক মিনিট মৌনতা পালন কৰা হয়। মৌনতা পালন কৰাৰ পাছতে তেওঁৰ স্মৃতিক সুৱৰী জীয়ৰী তথা বাক্সা জিলার উপায়ুক্ত কৃষ্ণা বৰুৱায় কয় যে, "ব্যতিক্রমে এনে এটা প্রদক্ষেপ হাতত লোৱাৰ বাবে মোৰ লগতে মোৰ…
Read More
শ্ৰী জয়ন্ত চৌধুৰীয়ে বিজনৌৰ কৌশল মহোৎসৱত চাকৰি প্ৰাৰ্থীসকলক অভিনন্দন জনাইছে

শ্ৰী জয়ন্ত চৌধুৰীয়ে বিজনৌৰ কৌশল মহোৎসৱত চাকৰি প্ৰাৰ্থীসকলক অভিনন্দন জনাইছে

কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীৰ নেতৃত্বত আয়োজিত বিজনোৰ কৌশল মহোৎসৱৰ আজি সফল সামৰণি পৰে। এই অনুষ্ঠানত দক্ষতা বিকাশৰ পদক্ষেপসমূহৰ জৰিয়তে স্থানীয় যুৱক-যুৱতীসকলক সৱলীকৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতা প্ৰদৰ্শন কৰা হয়। এমাহজোৰা নিয়োগ প্ৰস্তুতি কাৰ্যসূচীৰ বাবে ১৩,৫০০ৰো অধিক যুৱকে পঞ্জীয়ন কৰিছিল, এইসকলৰ মাজৰ পৰা ৩,৫০০ প্ৰাৰ্থীয়ে অবিৰত প্ৰশিক্ষণ আৰু কেৰিয়াৰ পৰামৰ্শৰ পিছত চাকৰিৰ অফাৰ লাভ কৰে। প্ৰায় ৬,০০০ অংশগ্ৰহণকাৰীক আকৰ্ষিত কৰা এই উৎসৱৰ সময়ত প্ৰায় ৯০০ অন-দ্য-স্পট চাকৰিৰ অফাৰ প্ৰদান কৰা হৈছিল। ফ্লিপকাৰ্ট, বাৰ্গাৰ কিং আৰু জেপ্ট'কে ধৰি প্ৰধান আগশাৰীৰ কোম্পানীসমূহে এক বৈচিত্ৰ্যপূৰ্ণ প্ৰতিভা পুলৰ পৰা নিযুক্তিৰ বাবে নিৰ্বাচিত কৰিছিল, যাৰ ফলত তথ্য প্ৰযুক্তি, লজিষ্টিক আৰু…
Read More
উৎকৰ্ষ ক্ষুদ্ৰ বিত্ত বেঙ্কে ১৫ তম প্ৰতিষ্ঠা দিৱসত ১৮ টা নতুন বিপনীৰ সৈতে প্ৰসাৰ সম্প্ৰসাৰিত কৰিছে

উৎকৰ্ষ ক্ষুদ্ৰ বিত্ত বেঙ্কে ১৫ তম প্ৰতিষ্ঠা দিৱসত ১৮ টা নতুন বিপনীৰ সৈতে প্ৰসাৰ সম্প্ৰসাৰিত কৰিছে

উৎকৰ্ষ স্মল ফাইনেন্স বেংক লিমিটেডে (উৎকৰ্ষ এছএফবিএল) সমগ্ৰ ভাৰতত ১৮টা নতুন বেংক আউটলেট মুকলিৰ জৰিয়তে পঞ্চদশ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিলে, এই নতুন আউটলেট মুকলিৰ লগে লগে এই সংখ্যা বৃদ্ধি পালে ৯৬৬টালৈ। বিশেষভাৱে নতুনকৈ বিহাৰ, হিমাচল প্ৰদেশ আৰু মধ্য প্ৰদেশত কেইবাটাও শাখা মুকলি কৰা হৈছে, যাৰ ফলত বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰতি বেংকৰ প্ৰতিশ্ৰুতি অধিক বৃদ্ধি পাইছে। অধ্যক্ষ পাৰবীন কুমাৰ গুপ্তাই এই সম্প্ৰসাৰণৰ তাৎপৰ্যৰ বিষয়ত নিজৰ সৰ্বাধিক গুৰুত্ব আৰোপ কৰি কয়, “এই পদক্ষেপে সুলভ বেংক সমাধানৰ দ্বাৰা সাধাৰণ লোকসকলক সবলীকৰণৰ আমাৰ দৃষ্টিভংগীক অধিক শক্তিশালী কৰিলে।” উৎকৰ্ষ স্মল ফাইনেন্স বেংকৰ এমডি এণ্ড চিইঅ’ গোবিন্দ সিঙে বেংকটোৰ যাত্ৰাৰ ওপৰত চিন্তা-চৰ্চা কৰি বিত্তীয় পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ…
Read More