29
Oct
এণ্টিঅক্সিডেণ্ট সমৃদ্ধ গ্ৰীন টি(সেউজ চাহ)ৰ সৈতে আপোনাৰ সুস্থতা গঢ়ি তোলাৰ এক সতেজ উপায় অন্বেষণ কৰক, এতিয়া টেটলিৰ জৰিয়তে আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীক সহায় কৰিবলৈ ভিটামিন চি যোগ দিয়া হৈছে। নেমুৰ প্ৰৌজ্জ্বল সুগন্ধি সোৱাদ, মৌৰ সুমিষ্ট সোৱাদ, আমৰ অপূৰ্ব জুতি আৰু আদা তথা পুদিনাৰ মন্ত্ৰমুগ্ধকৰ সুঘ্ৰাণ-সুস্বাদ মিশ্ৰণলৈকে প্ৰতিটো মেজাজৰ প্ৰতিজন লোকৰ বাবে বিবিধ সোৱাদ প্ৰদান কৰা হৈছে। চিন্তাপ্ৰসূতঃ সংমিশ্ৰণবোৰে কেৱল ভাল সোৱাদেই নহয় লগতে প্ৰতিকাপ কাপত সুস্থতাৰ এক অতিৰিক্ত স্তৰ প্ৰদান কৰে। টেটলি গ্ৰীন ক্লাছিক চাহৰ সোৱাদৰ বিশুদ্ধতা অন্বেষণ কৰক, শেহতীয়াভাৱে চাহৰ সৈতে সন্নিৱিষ্ট কৰা ভিটামিন চিৰ শক্তিৰে সমৃদ্ধ কৰা হৈছে। এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ এই শান্ত কৰি তোলা ব্ৰু চাহে আপোনাক…
