ব্যৱসায়

গড্ৰেজ প্ৰফেচনেলেৰ দ্বাৰা আচল সংগ্ৰহ উন্মোচন কৰা হৈছে

গড্ৰেজ প্ৰফেচনেলেৰ দ্বাৰা আচল সংগ্ৰহ উন্মোচন কৰা হৈছে

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ অধীনত চুলিৰ যতন, ৰং, ষ্টাইল আৰু কেৰাটিনযুক্ত সামগ্ৰীৰে পেছাদাৰী চুলিৰ যতন লোৱা ব্ৰেণ্ড গড্ৰেজ প্ৰফেচনেলে বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় নান্দনিক ৰূপসমূহৰ পৰা অনুপ্ৰাণিত হৈ ভাৰতৰ প্ৰথমটো চুলিৰ ৰঙৰ ৰেঞ্জ চমৎকাৰ সংগ্ৰহসমূহ মুকলি কৰিছে। এই উদ্ভাৱনীমূলক ৰেঞ্জত গড্ৰেজ প্ৰফেচনেলৰ ৰাষ্ট্ৰীয় কাৰিকৰী মুৰব্বী শৈলেশ মুলিয়া আৰু গড্ৰেজ প্ৰফেচনেলৰ সৃষ্টিশীল বিভাগৰ সঞ্চালক য়ান্নি ছাপাতৰিৰ উদ্যোগত প্ৰস্তুত কৰা আকৰ্ষণীয় শ্বেডসমূহ সন্নিৱিষ্ট কৰা হৈছে, যিয়ে প্ৰকৃতিৰ পেলেটৰ সাৰমৰ্মক মূৰ্ত কৰি তুলিছে আৰু প্ৰাকৃতিক সৌন্দৰ্যই ব্যক্তিগত শৈলী কেনেকৈ উন্নীত কৰিব পাৰে তাৰ ওপৰত এক সতেজ দৃষ্টিভংগী আগবঢ়াইছে। এই ছাৰিয়েল কলেকচনৰ প্ৰতিটো ৰূপক আইকনিক দৃশ্যপটত জীৱন্ত কৰি তুলিবলৈ নিখুঁতভাৱে প্ৰস্তুত কৰা হৈছে, যাৰ ফলত…
Read More
ৱৰ্ল্ডস্কিলচ ২০২৪ত ভাৰতীয় প্ৰতিনিধি দলটোৱে শ্ৰী জয়ন্ত চৌধুৰীৰ ভ্ৰমণৰ সৈতে এক গুৰুত্বপূৰ্ণ মনোবল বৃদ্ধি কৰিছে

ৱৰ্ল্ডস্কিলচ ২০২৪ত ভাৰতীয় প্ৰতিনিধি দলটোৱে শ্ৰী জয়ন্ত চৌধুৰীৰ ভ্ৰমণৰ সৈতে এক গুৰুত্বপূৰ্ণ মনোবল বৃদ্ধি কৰিছে

দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে ফ্ৰান্সৰ লিয়'নত অনুষ্ঠিত ৱৰ্ল্ডস্কিলছ ২০২৪ৰ বিশাল-বৰ্ণিল উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে, য'ত ভাৰতৰ ৬০গৰাকী যুৱ প্ৰতিযোগীয়ে ৫২টা দক্ষতা শিতানত দেশক প্ৰতিনিধিত্ব কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে এলডিএলচি এৰেনাত এই অনুষ্ঠানটো উদ্বোধন কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা ১৩,০০০ৰো অধিক অংশগ্ৰহণকাৰীক স্বাগতম জনায়। টীম ইণ্ডিয়াই পেৰেড অৱ নেচনছৰ সময়ত এক ব্যতিক্ৰমী ৰূপত প্ৰৱেশ কৰিছিল, দেশৰ প্ৰতিযোগীসকলে পৰম্পৰাগত পোছাক পৰিৱেশন কৰি আত্মবিশ্বাস আৰু গৰ্বেৰে প্ৰকাশ কৰিছিল। ৰাজস্থানৰ জয়পুৰৰ শ্ৰেয়াংশ শৰ্মাই ভাৰতীয় দলটোৰ পতাকা বহন কৰিছিল, টীম ইণ্ডিয়াই ত্ৰিমাত্ৰিক ডিজিটেল গেম আৰ্ট, ক্লাউড কম্পিউটিং, ৱেল্ডিং আৰু ফেশ্বন টেকন'লজীৰ দৰে দক্ষতা ক্ষেত্ৰত প্ৰতিদ্বন্দিতা আগবঢ়াব। এই…
Read More
ফ্ৰান্সত ৱৰ্ল্ডস্কিলচ ২০২৪ত অসমৰ যুৱ প্ৰতিভা জিলিকি উঠিছে

ফ্ৰান্সত ৱৰ্ল্ডস্কিলচ ২০২৪ত অসমৰ যুৱ প্ৰতিভা জিলিকি উঠিছে

ফ্ৰান্সৰ লিয়নত অনুষ্ঠিত ৱৰ্ল্ডস্কিলছ ২০২৪ত বিউটি থেৰাপী শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ মান উজলাইছে প্ৰীতিশা বৰ্মনে। ইণ্ডিয়াস্কিলছ ২০২২ৰ ফাইনেলিষ্ট প্ৰীতিশা বৰ্মনে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ ৱাইল্ডকাৰ্ড এণ্ট্ৰিৰ সুবিধা লাভ কৰিছে। প্ৰীতিশাৰ অংশগ্ৰহণে দক্ষতা বিকাশৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ দিশত অসমৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু প্ৰতিভা পুনবৰবাৰ প্ৰমাণ কৰিলে। লগতে সৌন্দৰ্য চিকিৎসাৰ উচ্চ মানদণ্ডৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ দিশটো ইতিবাচক ৰূপত উদ্ভাসিত হৈছে। ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগিতালৈ বিশ্বৰ ভিতৰতে চতুৰ্থ বৃহত্তম দল প্ৰেৰণ কৰিছে, টীম ইণ্ডিয়াই মুঠ ৫২টা শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছে। বহনক্ষমতা আৰু আত্মবিশ্বাস ধৰি ৰাখি প্ৰীতিশা বৰ্মনৰ এই যাত্ৰাই স্ব-প্ৰতিভাক আগুৱাই নিয়া আৰু দক্ষতা বিকাশৰ উন্নতিৰ প্ৰতি দায়বদ্ধতাও প্ৰতিফলিত কৰিছে। দক্ষতা বিকাশ তথা উদ্যমিতা…
Read More
ৰি-ভই আৰু শ্বিলঙত বীমা সজাগতা বৃদ্ধি কৰিবলৈ এছবিআই জেনেৰেলে মাৰুতি চুজুকি বীমা ব্ৰোকিংৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰে

ৰি-ভই আৰু শ্বিলঙত বীমা সজাগতা বৃদ্ধি কৰিবলৈ এছবিআই জেনেৰেলে মাৰুতি চুজুকি বীমা ব্ৰোকিংৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰে

এছবিআই জেনেৰেল ইঞ্চুৰেন্সে মাৰুতি চুজুকি বীমা ব্ৰকিঙৰ সহযোগত মেঘালয়ৰ ৰি-ভই জিলাৰ নংপোত এক বীমা সজাগতা শিবিৰৰ আয়োজন কৰা হয়। জৰুৰীকালীন অৱস্থাত বিত্তীয় সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত বীমাৰ গুৰুত্বৰ বিষয়ে স্থানীয় লোকসকলক সজাগ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে। এই বিশেষ শিবিৰত বিনামূলীয়া বাহন আৰু চকু পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল, এই কেম্পত নংপো অঞ্চলৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসকলৰ মাজত বিশেষ উৎসাহ দেখা গৈছিল। ইয়াৰ পূৰ্বে শ্বিলঙৰ ছেইণ্ট মেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত নংপোতো এনে অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত লোৱা হৈছিল। এনে প্ৰয়াসসমূহ ৰাজ্যজুৰি বিত্তীয় সাক্ষৰতা আৰু সুৰক্ষাৰ সজাগতা বৃদ্ধিৰ এক বৃহত্তৰ অভিযানৰ অন্যতম অংশ। এছবিআইৰ এগৰাকী সাধাৰণ মুখপাত্ৰই এই বিষয়ে কয়…
Read More
বিএলএছ ই-চাৰ্ভিচেছ আৰু আদিত্য বিৰলা স্বাস্থ্য বীমা অংশীদাৰে অসমত স্বাস্থ্য আৱৰণ সম্প্ৰসাৰিত কৰিব

বিএলএছ ই-চাৰ্ভিচেছ আৰু আদিত্য বিৰলা স্বাস্থ্য বীমা অংশীদাৰে অসমত স্বাস্থ্য আৱৰণ সম্প্ৰসাৰিত কৰিব

বিএলএছ ই-চাৰ্ভিচেছে আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্স(এভিআইচিএল)ৰ সৈতে সহযোগিতা কৰি সমগ্ৰ ৰাজ্যখনতে অত্যাৱশ্যকীয় স্বাস্থ্য বীমাৰ সেৱা-সামগ্ৰী যোগান ধৰিছে। এই কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে গ্ৰুপ হাস্পতাল নগদ ধন আৰু গ্ৰুপ ব্যক্তিগত দুৰ্ঘটনা পলিচী প্ৰদান কৰিব, যাৰ জৰিয়তে গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় আৰ্থিক সুৰক্ষাৰ সুবিধাসমূহ সম্প্ৰসাৰণ কৰিব। গ্ৰুপ হাস্পতাল কেছ প্লেনত চিকিৎসালয়ত থকাৰ সময়ত প্ৰতিদিনে ১০০০ টকা আৰু আইচিইউত চিকিত্সাধীন হ'লে ২,০০০ টকালৈ দুগুণ ধন প্ৰদান কৰা হয়, এই সুবিধা পৰিয়ালৰ চাৰিজন সদস্যক সামৰি লোৱা হয়। এই সহযোগিতাৰ জৰিয়তে ৰাজ্যখনৰ সম্প্ৰসাৰিত বজাৰক লাভান্বিত কৰিবলৈ সাজু হৈছে, যাৰ ভিতৰত অন্যতম হৈছে উঃ-পূবৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী, য'ত সুলভ স্বাস্থ্য বীমাৰ সহজলভ্য হোৱাটো অতিশয় গুৰুত্বপূৰ্ণ। গুৱাহাটীৰ স্বাস্থ্য সেৱা প্ৰণালী…
Read More
এছবিআই লাইফ ইঞ্চুৰেন্স আৰু মিৰ্চিয়ে স্পেল বি ২০২৪ৰ ১৪ তম সংস্কৰণ মুকলি কৰে যি ভৱিষ্যতৰ নেতাসকলক প্ৰতিপালন কৰে

এছবিআই লাইফ ইঞ্চুৰেন্স আৰু মিৰ্চিয়ে স্পেল বি ২০২৪ৰ ১৪ তম সংস্কৰণ মুকলি কৰে যি ভৱিষ্যতৰ নেতাসকলক প্ৰতিপালন কৰে

এছবিআই লাইফ ইঞ্চুৰেন্সে মিৰ্চিৰ সহযোগত “বি স্পেলবাউণ্ড” শীৰ্ষক স্পেল বি ২০২৪ৰ ১৪ সংখ্যক সংস্কৰণ মুকলি কৰিছে। এই বৰ্ষৰ এই প্ৰতিযোগিতাখন ৩০খন চহৰৰ মাজত অনুষ্ঠিত হ'ব, য’ত ৫০০খনতকৈও অধিক বিদ্যালয়ক সামৰি লোৱা হৈছে আৰু ৩ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীক জড়িত কৰা হৈছে, এই প্ৰতিযোগিতাখনৰ এটাই মূল লক্ষ্য হৈছে বানানৰ দক্ষতাৰ সমান্তৰালভাৱে নেতৃত্ব প্ৰদান প্ৰদানক আগুৱাই নিয়া। ইয়াৰে শীৰ্ষ ৫০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, য'ত বিজয়ীয়ে "স্পেলমাষ্টাৰ অৱ ইণ্ডিয়া ২০২৪"ৰ মুকুট পৰিধান কৰিব, জয়ী হোৱাজনে ১ লাখ টকাৰ গ্ৰেণ্ড প্ৰাইজ আৰু হংকঙৰ ডিজনীলেণ্ড ভ্ৰমণৰ সুযোগ লাভ কৰিব। এছবিআই লাইফৰ ব্ৰেণ্ড, কৰ্প'ৰেট কমিউনিকেচন আৰু চিএছআৰৰ প্ৰধান ৰবীন্দ্ৰ শৰ্মাই এই মঞ্চখনে সাহস…
Read More
ষ্টাৰ হেল্থ এণ্ড পলিচীবজাৰ মুকলি ‘চুপাৰ ষ্টাৰ’

ষ্টাৰ হেল্থ এণ্ড পলিচীবজাৰ মুকলি ‘চুপাৰ ষ্টাৰ’

ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্সে পলিচীবজাৰৰ সহযোগত পলিচীধাৰকসকলৰ বিকশিত প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ লক্ষ্যৰে এক অনুকূলিত দীৰ্ঘম্যাদী স্বাস্থ্য বীমা আঁচনি 'চুপাৰ ষ্টাৰ' মুকলি কৰিছে। এই ডিজিটেল-কেৱল সুবিধাই বিভিন্ন বীমা বা জীৱনৰ পৰ্যায়ৰ সৈতে খাপ খুৱাবলৈ প্ৰস্তুত কৰা মড্যুলাৰ কভাৰেজৰ সৈতে ৫ বছৰীয়া আঁচনিৰ ম্যাদ প্ৰদান কৰিছে, যাতে স্বাস্থ্য বীমাৰ নমনীয়তা পুনৰ নিৰ্ধাৰণ হয়। এই প্লেনত ‘ফ্ৰীজ ইয়ৰ এজ’ বিকল্পৰ দৰে অভিনৱ সুবিধাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে দাবী নকৰাপৰ্যন্ত এণ্ট্ৰি-এজ প্ৰিমিয়াম লক কৰি ৰাখে, যাৰ ফলত দীৰ্ঘম্যাদী সময়ৰ বাবে সঞ্চয়ৰ সুবিধা প্ৰদান কৰে। অতিৰিক্ত সুবিধাসমূহৰ ভিতৰত আছে ন' ক্লেইম বোনাছ (১০০% পৰ্যন্ত), বীমাকৃত ধনৰ স্বয়ংক্ৰিয় পুনৰুদ্ধাৰ আৰু সুস্থতাৰ পুৰস্কাৰ ইত্যাদি। বিভিন্ন নেটৱৰ্ক…
Read More
টেলি ছল্যুচনেছে টেলিপ্ৰাইম ৫.০ ৰ বিশ্বব্যাপী মুকলিঘোষণা কৰিছে

টেলি ছল্যুচনেছে টেলিপ্ৰাইম ৫.০ ৰ বিশ্বব্যাপী মুকলিঘোষণা কৰিছে

ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা এমএছএমই খণ্ডক সহায় কৰাৰ বাবে কৰা অবিৰত প্ৰচেষ্টাৰ অংশ হিচাপে টেলি ছল্যুচনে শেহতীয়া চফ্টৱেৰ সংস্কৰণ টেলিপ্ৰাইম ৫.০ উন্মোচন কৰিছে। এপিআই-চালিত কৰ পৰিশোধ আৰু সংযুক্ত জিএছটি ক্ষমতাৰে মুকলি কৰা এই নতুন সংস্কৰণৰ লক্ষ্য হৈছে ব্যৱসায়ীসকলৰ বাবে জিএছটি দাখিল কৰাটো সৰল কৰি তোলা, জিএছটি পৰ্টেললৈ যোৱাৰ প্ৰয়োজন অবিহনে নিজৰ কাৰ্য-কলাপ বৃদ্ধি কৰা। টেলিপ্ৰাইম ৫.০-এ আৰবী আৰু বাংলাকে ধৰি উন্নত বহুভাষিক সুবিধাসমূহ একত্ৰিত কৰি মধ্য প্ৰাচ্য আৰু বাংলাদেশৰ বজাৰৰ বৰ্ধিত চাহিদা পূৰণ কৰি নিজৰ বিশ্বব্যাপী প্ৰসাৰ বৃদ্ধি কৰিছে। নতুন সুবিধাসমূহে অনলাইন জিএছটি কাৰ্য-কলাপ, ই-ইনভইচ আৰু ই-ৱে বিল জেনেৰেচনৰ বাবে এক বিস্তৃত সমাধান প্ৰদান কৰিছে, লগতে জিএছটিআৰ-১ আৰু জিএছটিআৰ-৩বি সংহতিৰ…
Read More
ৱৰ্ল্ডস্কিলচ ২০২৪ উদ্বোধনী অনুষ্ঠানত টীম ইণ্ডিয়াৰ বাবে উৎসাহিত কৰিবলৈ শ্ৰী জয়ন্ত চৌধুৰীয়ে ফ্ৰান্স ভ্ৰমণ কৰে

ৱৰ্ল্ডস্কিলচ ২০২৪ উদ্বোধনী অনুষ্ঠানত টীম ইণ্ডিয়াৰ বাবে উৎসাহিত কৰিবলৈ শ্ৰী জয়ন্ত চৌধুৰীয়ে ফ্ৰান্স ভ্ৰমণ কৰে

দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে ফ্ৰান্সৰ লিয়'নত অনুষ্ঠিত ৱৰ্ল্ডস্কিলছ ২০২৪ৰ বিশাল-বৰ্ণিল উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে, য'ত ভাৰতৰ ৬০গৰাকী যুৱ প্ৰতিযোগীয়ে ৫২টা দক্ষতা শিতানত দেশক প্ৰতিনিধিত্ব কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে এলডিএলচি এৰেনাত এই অনুষ্ঠানটো উদ্বোধন কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা ১৩,০০০ৰো অধিক অংশগ্ৰহণকাৰীক স্বাগতম জনায়। টীম ইণ্ডিয়াই পেৰেড অৱ নেচনছৰ সময়ত এক ব্যতিক্ৰমী ৰূপত প্ৰৱেশ কৰিছিল, দেশৰ প্ৰতিযোগীসকলে পৰম্পৰাগত পোছাক পৰিৱেশন কৰি আত্মবিশ্বাস আৰু গৰ্বেৰে প্ৰকাশ কৰিছিল। ৰাজস্থানৰ জয়পুৰৰ শ্ৰেয়াংশ শৰ্মাই ভাৰতীয় দলটোৰ পতাকা বহন কৰিছিল, টীম ইণ্ডিয়াই ত্ৰিমাত্ৰিক ডিজিটেল গেম আৰ্ট, ক্লাউড কম্পিউটিং, ৱেল্ডিং আৰু ফেশ্বন টেকন'লজীৰ দৰে দক্ষতা ক্ষেত্ৰত প্ৰতিদ্বন্দিতা আগবঢ়াব। এই…
Read More
টিচিএছে কৰ্ণাটক চৰকাৰৰ সৈতে অংশীদাৰীত্বত টিচিএছ গ্ৰাম্য তথ্য প্ৰযুক্তি কুইজৰ ২৫তম সংস্কৰণ মুকলি কৰে

টিচিএছে কৰ্ণাটক চৰকাৰৰ সৈতে অংশীদাৰীত্বত টিচিএছ গ্ৰাম্য তথ্য প্ৰযুক্তি কুইজৰ ২৫তম সংস্কৰণ মুকলি কৰে

টাটা কনচালটেন্সি চাৰ্ভিচেছ(টিচিএছ)-এ কৰ্ণাটক চৰকাৰৰ ইলেক্ট্ৰনিক্স, তথ্যপ্ৰযুক্তি, বিটি আৰু বিজ্ঞান তথা প্ৰযুক্তি বিভাগৰ সহযোগত টিচিএছ গ্ৰাম্য তথ্যপ্ৰযুক্তি কুইজ প্ৰতিযোগিতাৰ ২৫ সংখ্যক সংস্কৰণৰ বাবে পঞ্জীয়ন মুকলি কৰাৰ কথা সদৰি কৰিছে। গৌৰৱোজ্বল ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া প্ৰতিযোগিতাখনে ভাৰতৰ গ্ৰাম্য ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰথম আইটি কুইজ হিচাপে লিমকা বুক অৱ ৰেকৰ্ডছে স্বীকৃতি দিছে এই প্ৰতিযোগিতাখনক। বেংগালুৰু প্ৰযুক্তি সন্মিলনৰ অন্যতম মুখ্য আকৰ্ষণ হ'ব ৰূপালী জয়ন্তী সংস্কৰণ, এইবাৰ মহানগৰ অঞ্চলৰ এলেকাবোৰ বাদ দি সৰু চহৰ আৰু জিলাবোৰৰ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক প্ৰতিযোগিতাত অংশ ল'বলৈ আমন্ত্ৰণ জনোৱা হৈছে। এই কুইজ প্ৰতিযোগিতাই প্ৰাৰম্ভিক অৱস্থাত অনলাইন আৰু ভৌতিক ৰাউণ্ড সামৰি ল'ব, এআই, ক্লাউড কম্পিউটিং আৰু বেংক,…
Read More