17
Apr
হোম এপ্লাইয়েন্সৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ আৰু একেৰাহে ১৪ বছৰ ধৰি মেজৰ এপ্লাইয়েন্সৰ ক্ষেত্ৰত বিশ্বৰ ১ নম্বৰ ব্ৰেণ্ড হাইয়াৰ এপ্লাইয়েন্স ইণ্ডিয়াই (হাইয়াৰ ইণ্ডিয়া) আজি ঘোষণা কৰে যে ব্ৰেণ্ডটোৱে ২০২৪ চনৰ শেষলৈ হোম এপ্লাইয়েন্স আৰু কনজিউমাৰ ইলেক্ট্ৰনিকচৰ বাবে ৱান ষ্টপ চলিউচনত পৰিণত হবলৈ ১০,০০০ কোটি টকাৰ টাৰ্ণঅভাৰৰ লক্ষ্য লৈছে। এই কথা ২০২৩ আৰু ২০২৪ বৰ্ষত ক্ৰমান্বয়ে ৪০% আৰু ৩০% আশা কৰা ৰাজহবৃদ্ধিৰ সৈতে সামঞ্জস্যপূৰ্ণ। হাইয়াৰ ইণ্ডিয়াৰ বজাৰৰ দৃষ্টিভংগীক উদ্যোগটোত সামগ্ৰী উদ্ভাৱন আৰু নিৰ্মাণ উৎপাদনৰ উৎকৰ্ষতাৰ প্ৰতি অহৰহ দায়বদ্ধতাৰ দ্বাৰা সমৰ্থিত। গ্ৰাহককেন্দ্ৰিকতাক মূল হিচাপে ৰাখি কোম্পানীটোৱে কেইবাটাও উদ্যোগৰ প্ৰথম যেনে ৩ ডোৰ চাইড-বাই-চাইড (SBS) ৰেফ্ৰিজেৰেটৰ, বটম মাউণ্টেড ৰেফ্ৰিজেৰেটৰ (BMR), গ্লাছ ডোৰ ৰেফ্ৰিজেৰেটৰ, ৱাছিং…
