ব্যৱসায়

ভি বিজনেছে ইনফিনিটী লেবছৰ সৈতে সহযোগিতাৰে মুকলি কৰিছে মেক-ইন-ইণ্ডিয়া এছডি-ৱান চল্যুচন

ভি বিজনেছে ইনফিনিটী লেবছৰ সৈতে সহযোগিতাৰে মুকলি কৰিছে মেক-ইন-ইণ্ডিয়া এছডি-ৱান চল্যুচন

দেশৰ টেলিকম খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান ভি-ৰ উদ্যোগ বিভাগ ভি বিজনেছে মেক-ইন-ইণ্ডিয়া ছফ্টৱেৰ-ডিফাইনড ৱাইড এৰিয়া নেটৱৰ্ক (এছডি-ৱান) সমাধান প্ৰদান কৰিবলৈ ইনফিনিটী লেবছ লিমিটেডৰ সৈতে এক কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপ ভি-ৰ হাইব্ৰিড এছডি-ৱান পৰ্টফলিঅ’ৰ অংশ, যি উন্নত এআই-আধাৰিত নিৰাপত্তা সুবিধাসমূহ একত্ৰিত কৰে, ইয়াৰ জৰিয়তে বৰ্ধিত চাইবাৰ প্ৰত্যাহ্বানৰ মাজত ভাৰতীয় উদ্যোগসমূহৰ চাইবাৰ নিৰাপত্তা প্ৰতিৰক্ষা শক্তিশালী কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। নতুন এছডি-ৱান সমাধান হাইব্ৰিড নেটৱৰ্ক, সমন্বিত সুৰক্ষা, বুদ্ধিদীপ্ত ৰাউটিং, নিৰীক্ষণ আৰু এনালিটিক্সৰ দৰে সুবিধাৰ জৰিয়তে ডিজিটেল বহনক্ষমতা বৃদ্ধি কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। ভি বিজনেছৰ ইভিপি ৰুচক কাপুৰে এই সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “এই অংশীদাৰিত্বই ভাৰতীয়…
Read More
ভাৰতত গ্ৰাহকৰ অভিজ্ঞতাত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ ভি ব্যৱসায়ে জেনেচিছৰ সৈতে মিলিত হয়

ভাৰতত গ্ৰাহকৰ অভিজ্ঞতাত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ ভি ব্যৱসায়ে জেনেচিছৰ সৈতে মিলিত হয়

ভোডাফোন-আইডিয়াৰ এণ্টাৰপ্ৰাইজ বিভাগ ভি বিজনেছে সমগ্ৰ ভাৰততে এক সেৱা (চিচিএএএছ) সমাধান হিচাপে নেক্সট জেনেৰেচন যোগাযোগ কেন্দ্ৰ মুকলি কৰিবলৈ ক্লাউড-আধাৰিত এআই অভিজ্ঞতা প্ৰদান কৰা(অৰ্কেষ্ট্ৰেচন) ক্ষেত্ৰখনৰ বিশ্বৰ অগ্ৰণী প্ৰতিষ্ঠান জেনেচিছৰ সৈতে এক কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই সহযোগিতাৰ লক্ষ্য হৈছে ভাৰতীয় ব্যৱসায়সমূহক উন্নত ক্লাউড আৰু টেলিকম সমাধান প্ৰদান কৰি গ্ৰাহকৰ সংখ্যা-ব্যৱসায় বৃদ্ধি কৰা। ডিজিটেল ৰূপান্তৰে গ্ৰাহকৰ পাৰস্পৰিক ক্ৰিয়া-কলাপক ন ৰূপ প্ৰদান কৰাৰ লগে লগে এই অংশীদাৰিত্বই ভিৰ চিচিএএএছ খণ্ডত প্ৰৱেশৰ সবল খোজ প্ৰদান কৰিলে, যাৰ ফলত সংস্থাসমূহে পৰম্পৰাগত ছেটআপসমূহৰ সৈতে জড়িত অধিক মূলধনী ব্যয় অবিহনে কাৰ্য-কলাপসমূহ আগুৱাই নিব পাৰে। ভোডাফোন আইডিয়াৰ মুখ্য এণ্টাৰপ্ৰাইজ ব্যৱসায়িক বিষয়া অৰবিন্দ নেভাতিয়াই এই বিষয়ে মন্তব্য কৰি…
Read More
ট্ৰুকলাৰে দেশৰ প্ৰিমিয়াম ব্যৱহাৰকাৰীসকলৰ বাবে মুকলি কৰিছে ইউপিআই-চালিত ভেৰিফাইড বেজ

ট্ৰুকলাৰে দেশৰ প্ৰিমিয়াম ব্যৱহাৰকাৰীসকলৰ বাবে মুকলি কৰিছে ইউপিআই-চালিত ভেৰিফাইড বেজ

ট্ৰুকলাৰে ভাৰতত এণ্ড্ৰইড প্ৰিমিয়াম ব্যৱহাৰকাৰীসকলৰ বাবে এক নতুন ইউপিআই-আধাৰিত নেম ভেৰিফিকেচন(নামৰ প্ৰমাণীকৰণ)ৰ সুবিধা মুকলি কৰিছে। এই ভেৰিফাইড বেজে এতিয়া ব্যৱহাৰকাৰীসকলক চৰকাৰ-সমৰ্থিত ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (ইউপিআই) ব্যৱহাৰ কৰি গ্ৰাহকৰ পৰিচয় প্ৰমাণিত কৰিবলৈ অনুমতি প্ৰদান কৰে, যাৰ ফলক ডিজিটেল যোগাযোগত অধিক শুদ্ধতা আৰু বিশ্বাসযোগ্যতা নিশ্চিত হয়। এই আপডেট(উন্নীতকৰণ) অধিক স্বচ্ছ আৰু নিৰ্ভৰযোগ্য প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ বাবে ব্যৱহাৰকাৰীৰ চাহিদাৰ সঁহাৰিস্বৰূপে মুকলি কৰা হৈছে। নতুন সুবিধাই ব্যৱহাৰকাৰীসকলক ইউপিআই ব্যৱহাৰ কৰি নিজৰ নিজৰ নাম পৰীক্ষা কৰিবলৈ সক্ষম কৰি তোলে, যি হৈছে বিত্তীয় প্ৰতিষ্ঠানসমূহে প্ৰদান কৰা আস্থাৰ এক পদ্ধতি, যিয়ে যোগাযোগ বা সংযোগত বৰ্ধিত বিশ্বাস আৰু সুৰক্ষা প্ৰদান কৰে। ট্ৰুকলাৰ ইণ্ডিয়াৰ মুখ্য প্ৰডাক্ট বিষয়া তথা এম ডি…
Read More
মেনিনজাইটিছ প্ৰতিৰোধ বিশেষজ্ঞসকলৰ টিকাকৰণ চাবিকাঠি বিশ্ব মেনিনজাইটিছ দিৱসত পদক্ষেপ ল’বলৈ আহ্বান জনাইছে

মেনিনজাইটিছ প্ৰতিৰোধ বিশেষজ্ঞসকলৰ টিকাকৰণ চাবিকাঠি বিশ্ব মেনিনজাইটিছ দিৱসত পদক্ষেপ ল’বলৈ আহ্বান জনাইছে

মেনিনজাইটিছ ৰোগ হৈছে এক গুৰুতৰ ভেকছিন প্ৰতিৰোধযোগ্য সংক্ৰমণ, যিয়ে বিশেষকৈ শিশুসকলৰ স্বাস্থ্যজনিত উদ্বেগ বৃদ্ধি কৰে। বিশ্ব মেনিনজাইটিছ দিৱসৰ উদ্দেশ্য হৈছে এই ৰোগ হ্ৰাস কৰিবলৈ সজাগতা বৃদ্ধি কৰা আৰু বিশ্বব্যাপী প্ৰচেষ্টা অব্যাহত ৰখা যাতে আগতীয়াকৈ চিনাক্তকৰণৰ জীৱন ৰক্ষাকাৰী সম্ভাৱনা আৰু টীকাকৰণৰ জৰিয়তে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা। প্ৰতি বছৰে সমগ্ৰ বিশ্বৰ ২.৫ মিলিয়নৰো অধিক ৰোগীৰ জীৱনত মেনিনজাইটিছে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিছে, এই ৰোগত আক্ৰান্ত হোৱা লোকসকলৰ প্ৰায় ৭০%ই হৈছে পাঁচ বছৰৰ তলৰ শিশু। গুৱাহাটীৰ পিএ চাংমা আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয় আৰু শিশু ৰোগ বিশেষজ্ঞ তথা চিকিৎসা অধীক্ষক ডাঃ ৰস্না দাস হাজৰিকাই এই বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে “মেনিনজাইটিছ ৰোগত আক্ৰান্ত হ’লে দ্ৰুত…
Read More
১৫ অক্টোবৰত হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে মুকলি কৰিব আইপিঅ’

১৫ অক্টোবৰত হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে মুকলি কৰিব আইপিঅ’

হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে ২০২৪ৰ ১৫ অক্টোবৰত ইকুইটি শ্বেয়াৰৰ প্ৰাৰম্ভিক পাব্লিক অফাৰ (আই পি অ’) মুকলি কৰাৰ পৰিকল্পনা কৰিছে, এংকৰ ইনভেষ্টৰ(বিনিয়োগকাৰী)ৰ বাবে নিবিদা এদিন পূৰ্বে আৰম্ভ হ’ব। শ্বেয়াৰৰ মূল্যৰ পৰিসৰ ১৮৬৫ টকাৰ পৰা ১৯৬০ টকাৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে আৰু ৭টা শ্বেয়াৰৰ বহুগুণত নিবিদা দিব পাৰিব। এই আইপিঅ’ত প্ৰমোটাৰ হুণ্ডাই মটৰ কোম্পানীয়ে ১৪২,১৯৪,৭০০টা পৰ্যন্ত শ্বেয়াৰ বিক্ৰীৰ অফাৰ আগবঢ়াব। প্ৰতিষ্ঠানটোৱে এই অফাৰৰ পৰা কোনো লাভালাভ অৰ্জনৰ কথা ভবা নাই। এই আৱণ্টন যোগ্য প্ৰতিষ্ঠানৰ ক্ৰেতা, মিউচুৱেল ফাণ্ড, অনা-প্ৰতিষ্ঠানিক বিনিয়োগকাৰী আৰু খুচুৰা ব্যক্তিগত বিনিয়োগকাৰীসকলৰ মাজত বিভক্ত কৰা হ’ব, প্ৰতিটো শ্ৰেণীৰ বাবে নিৰ্দিষ্ট শতাংশ নিৰ্ধাৰণ কৰা হৈছে। এই শ্বেয়াৰসমূহ বিএছই আৰু এনএছইত তালিকাভুক্ত কৰা…
Read More
স্কিলইম্পেক্ট বণ্ডে ২৯,০০০ৰো অধিক প্ৰথম বাৰৰ চাকৰি প্ৰাৰ্থীক সফলতাৰে প্ৰশিক্ষণ দিয়ে কৰ্মশক্তিত মহিলাসকলক শক্তিশালী কৰে

স্কিলইম্পেক্ট বণ্ডে ২৯,০০০ৰো অধিক প্ৰথম বাৰৰ চাকৰি প্ৰাৰ্থীক সফলতাৰে প্ৰশিক্ষণ দিয়ে কৰ্মশক্তিত মহিলাসকলক শক্তিশালী কৰে

ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএছডিচি)-এ  ২০২১ চনত আৰম্ভ কৰা স্কিল ইম্পেক্ট বণ্ডে দেশৰ ২৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৮টা খণ্ডৰ নিম্ন আয়ৰ পৰিয়ালৰ ২৯,০০০তকৈও অধিক চাকৰি প্ৰাৰ্থীক প্ৰথমবাৰলৈ সফলতাৰে প্ৰশিক্ষণ প্ৰদান কৰিছে, ইয়াৰে ৭৩% লোকে প্ৰশিক্ষণৰ অন্তত কৰ্মসংস্থাপন লাভ কৰি চাকৰিত যোগদান কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে দক্ষতা আৰু নিয়োগৰ মাজৰ ব্যৱধান দূৰ কৰি ৫০,০০০ ভাৰতীয় যুৱক-যুৱতীক সাজু কৰি তোলা, এই পৰিসংখ্যাত মহিলাৰ মাজত ৬০% প্ৰসাৰ লাভ কৰিছে। স্কিল ইমপেক্ট বণ্ডৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে শক্তিশালী লিংগ-প্ৰতিক্ৰিয়াশীল পদ্ধতি। এই পৰিসংখ্যাৰ প্ৰায় ৭৪% প্ৰশিক্ষাৰ্থীয়েই হৈছে দৰিদ্ৰ সীমাৰেখাৰ বাবে কম আয়ৰ পটভূমিৰ মহিলা, বহুতৰে শিক্ষাগত অৰ্হতাও কম আৰু অধিকাংশ লোকৰ পূৰ্বৰ কৰ্ম…
Read More
এছবিআই জেনেৰেল ইঞ্চিউৰেন্সে ‘এছবিআইজি হেল্থ চুপাৰ টপ-আপ’ আঁচনি আৰম্ভ কৰিছে

এছবিআই জেনেৰেল ইঞ্চিউৰেন্সে ‘এছবিআইজি হেল্থ চুপাৰ টপ-আপ’ আঁচনি আৰম্ভ কৰিছে

সমগ্ৰ ভাৰতবৰ্ষৰ পৰিয়ালৰ স্বাস্থ্য আৰু সুস্থতাক অগ্ৰাধিকাৰ দিয়া পদক্ষেপৰূপে এছবিআই জেনেৰেল ইঞ্চুৰেন্সে ‘এছবিআইজি হেল্থ ছুপাৰ টপ-আপ’ পলিচী আৰম্ভ কৰিছে। এই অভিনৱ স্বাস্থ্য বীমা সমাধান ক্ৰমান্বয়ে বৃদ্ধি পোৱা চিকিৎসা খৰচৰ মাজত নিজৰ বৰ্তমানৰ কভাৰেজ বৃদ্ধি কৰিব বিচৰা ব্যক্তিসকলক অতিৰিক্ত সহায় আগবঢ়াবলৈ প্ৰস্তুত কৰা হৈছে, যি শেহতীয়া বছৰবোৰত প্ৰায় ১৪% হাৰত বৃদ্ধি পাইছে। ‘এছবিআইজি হেল্থ ছুপাৰ টপ-আপ’ পলিচীয়ে এক আকৰ্ষণীয় পৰিসৰৰ কভাৰেজ প্ৰদান কৰে, য’ত ৫ লাখ টকাৰ পৰা ৪ কোটি টকালৈকে ৰাশিৰ বীমা বিকল্প আছে। এই পলিচী কেৱল আৰ্থিক সুৰক্ষাৰ জাল সৃষ্টি কৰাই নহয় বৰঞ্চ অপ্ৰত্যাশিত চিকিৎসা ব্যয়ৰ সৈতে যুঁজি থকা পৰিয়ালসমূহৰ বাবে এক আশীৰ্বাদ অথবা জীৱনৰেখা। কভাৰেজৰ সীমাহীন পুনৰুদ্ধাৰ আৰু…
Read More
ভি-এ আগবঢ়াইছে ভি মুভিজ আৰু টিভি চুপাৰ পেক

ভি-এ আগবঢ়াইছে ভি মুভিজ আৰু টিভি চুপাৰ পেক

২০২৪ বৰ্ষৰ আৰম্ভণিতে মাৰ্চ মাহত মুকলি কৰা ভি মুভিজ আৰু টিভিৰ সম্পূৰ্ণ নতুন অৱতাৰ হৈছে সকলো ভিৰ গ্ৰাহকৰ বাবে ৱান ষ্টপ মনোৰঞ্জনৰ গন্তব্যস্থলী। ভি মুভিজ এণ্ড টিভিয়ে নিজৰ ব্যৱহাৰকাৰীসকলক এক বিশাল পৰিসৰৰ মনোৰঞ্জন প্ৰদান কৰে, য'ত ১৭টা অ'টিটি এপ, ৩৫০টা লাইভ টিভি চেনেল। পোষ্টপেইড আৰু প্ৰিপেইড গ্ৰাহকসকলৰ সুবিধা হোৱাকৈ চিন্তাশীলভাৱে ডিজাইন কৰা নিৰ্দিষ্ট পেকৰ জৰিয়তে এটা এপৰ অধীনতে কেইবাটাও কণ্টেণ্ট লাইব্ৰেৰীলৈ বিনামূলীয়া প্ৰৱেশ বা ব্যৱহাৰ আৰু দৰ্শনৰ ব্যৱস্থা আছে। ‘ছুপাৰ’ পেকৰ শেহতীয়া সংযোজনেৰে ভিৰ প্ৰিপেইড ব্যৱহাৰকাৰীয়ে ১০ জিবি ডাটাৰ সৈতে ছনিলিভ, জি৫, মনোৰমামেক্স, ফেনকোড, প্লেফ্লিক্স আৰু অন্যান্য১৫+ অ’টিটি প্লেটফৰ্মত প্ৰৱেশ-উপভোগ কৰিব পাৰিব। শেহতীয়াকৈ অৰ্মেক্স মিডিয়াৰ শেহতীয়া প্ৰতিবেদনে প্ৰকাশ কৰিছে যে…
Read More
আইচিআইচিআই বেঙ্কে উৎসৱৰ বতৰৰ আগতে ইউপিআই-ত তাৎক্ষণিক ক্ৰেডিট আৰম্ভ কৰিবলৈ ফোনপেৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰে

আইচিআইচিআই বেঙ্কে উৎসৱৰ বতৰৰ আগতে ইউপিআই-ত তাৎক্ষণিক ক্ৰেডিট আৰম্ভ কৰিবলৈ ফোনপেৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰে

আইচিআইচিআই বেংকে ডিজিটেল পেমেণ্ট কোম্পানীসমূহৰ এপত নিজৰ পূৰ্ব-অনুমোদিত গ্ৰাহকসকলক ইউপিআইত তাৎক্ষণিক ক্ৰেডিট(ধাৰ) আগবঢ়োৱাৰ বাবে ই ফোনপেৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই সহযোগিতাই আইচিআইচিআই বেংকৰ লাখ লাখ পূৰ্ব-অনুমোদিত গ্ৰাহকক ফোনপে এপত তাৎক্ষণিকভাৱে হ্ৰস্বম্যাদী ক্ৰেডিট লাইন সক্ৰিয় কৰিবলৈ আৰু ইয়াক ইউপিআই লেনদেনৰ বাবে এক নিৰৱচ্ছিন্ন আৰু সুৰক্ষিতভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম কৰি তোলে। বেংকে ৪৫ দিনৰ ৰিপেমেণ্টৰ সময়সীমাৰ সৈতে ২ লাখ টকাপৰ্যন্ত ইউপিআইত ক্ৰেডিট লাইন প্ৰদান কৰে। এই ফেষ্টিভ ছিজনত এই বিশেষ সুবিধা এইবাবেই আগবঢ়োৱা হৈছে যাতে গ্ৰাহকে ইলেক্ট্ৰনিকছ, ভ্ৰমণ আৰু হোটেলৰ বুকিং, বিল পৰিশোধ আৰু অন্যান্য বহুতো অধিক দামৰ টিকটৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে। আইচিআইচিআই বেংকৰ পৰিশোধ সমাধান বিভাগৰ সামগ্ৰী মুৰব্বী…
Read More
চেমচাং ইণ্ডিয়াই ‘ছলভ ফৰ টুমৰু ২০২৪’ ৰ বিজয়ী ঘোষণা কৰিছে

চেমচাং ইণ্ডিয়াই ‘ছলভ ফৰ টুমৰু ২০২৪’ ৰ বিজয়ী ঘোষণা কৰিছে

চেমচাং ইণ্ডিয়াই নিজৰ ধ্বজাবাহী ৰাষ্ট্ৰীয় শিক্ষা আৰু উদ্ভাৱন প্ৰতিযোগিতা 'ছলভ ফৰ টুমৰু ২০২৪' প্ৰতিযোগিতাত বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। গোলাঘাটৰ দল ইক' টেক ইন'ভেটৰে খোৱাপানীৰ ন্যায়সংগত প্ৰৱেশাধিকাৰ নিশ্চিত কৰাৰ সমাধান প্ৰদান কৰি স্কুল ট্ৰেকত কমিউনিটী চেম্পিয়ন বঁটা দখল কৰে, বিজয়ী হোৱাৰ সুবাদত দলটোৱে লাভ কৰিলে ২৫ লাখ টকাৰ অনুদান। ইফালে, কৰ্ণাটকৰ উড়ুপিৰ টীম মেটেলে যুৱ ট্ৰেকত পৰিৱেশ চেম্পিয়নৰ খিতাপ দখল কৰে, ভূগৰ্ভস্থ পানীৰ পৰা আৰ্চেনিক আঁতৰ কৰাৰ প্ৰযুক্তি বিকাশৰ বাবে এই সন্মানেৰে বিভূষিত হয় টীম মেটেল, বিজয়ী দলটোক আইআইটি-দিল্লীত ইনকিউবেচনৰ বাবে ৫০ লাখ টকাৰ ধনৰাশি প্ৰদান কৰা হয়। প্ৰতিযোগিতাখনত জয়লাভ কৰা দুয়োটা ট্ৰেকৰ দুয়োটা দলক সদিচ্ছা বঁটাও প্ৰদান কৰা হয়, লগতে…
Read More