ব্যৱসায়

সম্প্ৰসাৰিত পথ: এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে জম্মু আৰু প’ৰ্ট ব্লেয়াৰক শীতকালীন নেটৱৰ্কত যোগ কৰিলে

সম্প্ৰসাৰিত পথ: এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে জম্মু আৰু প’ৰ্ট ব্লেয়াৰক শীতকালীন নেটৱৰ্কত যোগ কৰিলে

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে গুৱাহাটীৰ পৰা বিমান যাত্ৰাৰ সংখ্যা বৃদ্ধি কৰি শীতকালীন বিমানসূচী প্ৰকাশ কৰিছে। এতিয়া সাপ্তাহিকভাৱে ১০৫খনতকৈও অধিক বিমান সেৱা আগবঢ়াইছে এয়াৰ ইণ্ডিয়াই, যোৱা বছৰৰ শীতকালত চলাচল কৰা ৬৩খন বিমানৰ তুলনাত এইবেলি যথেষ্ট বৃদ্ধি পাইছে। এই পৰিসংখ্যাই বিমান সংস্থাটোৱে এই অঞ্চলটোৰ প্ৰতি শক্তিশালী মনোনিৱেশক প্ৰতিফলিত কৰিছে। গুৱাহাটীৰ পৰা বিমান সংস্থাটোৰ সম্প্ৰসাৰিত নেটৱৰ্কৰ জৰিয়তে বেংগালুৰু, চেন্নাই, দিল্লী, ইম্ফল, জয়পুৰ আৰু কলকাতাৰ দৰে গুৰুত্বপূৰ্ণ স্বদেশী চহৰসমূহৰ সৈতে প্ৰত্যক্ষ সংযোগৰ লগতে আৰু ১৮টা গন্তব্যস্থানলৈ ৱান ষ্টপ বিকল্পও অন্তৰ্ভুক্ত কৰিছে। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ মুখ্য বাণিজ্যিক বিষয়া ড০ অংকুৰ গাৰ্গে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “এই সম্প্ৰসাৰণ উত্তৰ-পূৰ্বাঞ্চলৰ মানুহক সংযোগ আৰু অৰ্থনীতি উন্নীতকৰণৰ প্ৰতি…
Read More
এনইএছএফবি-এ শ্লাইচৰ সৈতে একত্ৰিকৰণৰ পিছত লাভ কৰিছে শক্তিশালী আৰ্থিক উন্নতি, উত্তৰ-পূবত সম্প্ৰসাৰিত কৰিছে নিজৰ পদচিহ্ন

এনইএছএফবি-এ শ্লাইচৰ সৈতে একত্ৰিকৰণৰ পিছত লাভ কৰিছে শক্তিশালী আৰ্থিক উন্নতি, উত্তৰ-পূবত সম্প্ৰসাৰিত কৰিছে নিজৰ পদচিহ্ন

নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)-এ ২০২৪ চনৰ ২৭ অক্টোবৰত শ্লাইচৰ সৈতে সফল একত্ৰিকৰণৰ পিছত গুৰুত্বপূৰ্ণ আৰ্থিক বৃদ্ধিৰ তথ্য প্ৰকাশ কৰিছে। এই সহযোগিতাই এনইএছএফবিৰ বলিষ্ঠ বেংক ভেটিক শ্লাইচৰ প্ৰযুক্তিগত উদ্ভাৱনৰ সৈতে একত্ৰিত কৰি বেংকটোৰ বিত্তীয় শক্তি আৰু কাৰ্যকৰী দক্ষতা বৃদ্ধি কৰিব। এনইএছএফবি বেংকে এতিয়া ২৩.৫% শক্তিশালী কেপিটেল টু ৰিস্ক-ৱেইট এচেটছ ৰেচিঅ’(চি আৰ এ আৰ) লাভ কৰিবলৈ সক্ষম হৈছে, যিয়ে ভৱিষ্যতৰ বৃদ্ধিৰ ক্ষেত্ৰত বিপদাশংকা গ্ৰহণ কৰিব পৰা সামৰ্থ্য নিশ্চিত কৰিছে। মুঠ সম্পদৰ পৰিমাণ ৯২০ কোটি টকালৈ বৃদ্ধিয়ে প্ৰমাণ কৰে যে, এনইএছএফবিয়ে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত অধিক কৌশলগত সম্প্ৰসাৰণৰ বাবে সুস্থিৰ অৱস্থাত আছে। বেংকটোৰ ৪.৬% পৰিমাণৰ মুঠ অ-কাৰ্যকৰী সম্পদ(এনএনপিএ)-এ উন্নত সম্পদৰ মানদণ্ডক উজ্জ্বল…
Read More
ছুপাৰ.মানি-এ আগবঢ়াইছে ইউপিআই প্ৰডাক্ট সম্বন্ধীয় অভিনৱ এফডি

ছুপাৰ.মানি-এ আগবঢ়াইছে ইউপিআই প্ৰডাক্ট সম্বন্ধীয় অভিনৱ এফডি

ছুপাৰ.মানিয়ে আজি ছুপাৰএফডি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই ছুপাৰএফডি হৈছে সম্পূৰ্ণ ডিজিটেল চেভিংছ প্ৰডাক্ট, যিয়ে ফিক্সড ডিপ’জিটলৈ ইউপিআইৰ সহজতা আৰু সুলভতা লৈ আহিছে। কোম্পানীটোৱে সমগ্ৰ প্ৰক্ৰিয়াটোক সম্পূৰ্ণ ডিজিটেল (২মিনিটতকৈ কম), নমনীয় আৰু অতি ৰিৱাৰ্ডজনক কৰি এফডিসমূহক ন ৰূপত সংজ্ঞায়িত কৰাৰ লক্ষ্য লৈছে। ছুপাৰ.মানিৰ ব্যৱহাৰকাৰীসকলে বৰ্তমান আৰবিআইৰ অনুমোদিত ৫টা বেংকৰ জৰিয়তে সুবিধা নিৰ্বাচন কৰিব পাৰে। ছুপাৰ.মানিৰ সকলো এফডি ডিআইচিজিচিৰ দ্বাৰা ৫,০০,০০০ টকা পৰ্যন্ত বীমা কৰিব পাৰিব। এটা উদ্যোগ প্ৰথম ছুপাৰএফডি হৈছে এনে এক সামগ্ৰী, যিয়ে ভাৰতীয় যুৱক-যুৱতীসকলৰ মাজত সঞ্চয়ক প্ৰসাৰিত কৰাৰ লক্ষ্য ৰাখে। ছুপাৰএফডিৰ সহায়ত ব্যৱহাৰকাৰীয়ে ১০০০ টকাৰ কম টকাও এফডি কৰিব পাৰে আৰু ৯.৫% পৰ্যন্ত সুত লাভ কৰিব পাৰে।…
Read More
কাঠবাদামে (আলমণ্ড) ব্যায়ামৰ পিছত পুনৰুদ্ধাৰ উন্নত কৰিব পাৰে নতুন অধ্যয়নত পোৱা গৈছে

কাঠবাদামে (আলমণ্ড) ব্যায়ামৰ পিছত পুনৰুদ্ধাৰ উন্নত কৰিব পাৰে নতুন অধ্যয়নত পোৱা গৈছে

শেহতীয়াকৈ কাৰেণ্ট ডেভেলপমেণ্টছ ইন নিউট্ৰিচনত প্ৰকাশিত এক অধ্যয়নত আলমণ্ডক ফিটনেছ ৰিকাভাৰীৰ প্ৰধান খাদ্য হিচাপে স্থান দিয়া হৈছে, এই তথ্য প্ৰকাশৰ লগে লগে ৱেলনেছ(সুস্থতা) খণ্ডত কৰ্পৰেট আৰু খুচুৰা ব্যৱসায়ত ব্যাপক সুযোগৰ পথ মুকলি হৈছে। কেলিফৰ্ণিয়াৰ আলমণ্ড ব’ৰ্ডৰ পৃষ্ঠপোষকতাত এই গৱেষণাই প্ৰমাণ কৰিছে যে দৈনিক দুই আউন্স(প্ৰায় ৫৭ গ্ৰাম) আলমণ্ড সেৱন কৰিলে পেশীৰ বিষ হ্ৰাস পায়, ক্ষতিৰ পৰিমাণ নোহোৱা হয় আৰু আৰোগ্য লাভৰ ক্ষমতা বৃদ্ধি পায়। ভিন্ন স্থানৰ ২৬ জন লোকৰ মাজত কৰা এই ৰেণ্ডম ক্ৰছ অভাৰ অধ্যয়নত দেখা গৈছে যে আলমণ্ডত গ্ৰাহকে ক্ৰিয়েটিন কাইনেজৰ মাত্ৰা কম অনুভৱ কৰে—চিহ্নিত পেশীৰ ক্ষতিৰ উদ্ধাৰকাৰী—আৰু ব্যায়ামৰ পিছত আৰোগ্যৰ হাৰ দ্ৰুত হয়। এই অধ্যয়নত ব্যায়ামৰ পিছত…
Read More
জিন্দালে অসমৰ আৱৰণযুক্ত তীখাৰ বজাৰৰ ৩০% সুৰক্ষিত

জিন্দালে অসমৰ আৱৰণযুক্ত তীখাৰ বজাৰৰ ৩০% সুৰক্ষিত

জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণ যুক্ত ষ্টীল শাখাত প্ৰায় ৩০ শতাংশ অংশ দখল কৰি সৰ্বভাৰতীয় বজাৰত উপস্থিতি অধিক শক্তিশালী কৰিছে। একাধিক ষ্টীল প্ৰডাক্টৰ শিতানত দেশজোৰা শক্তিশালী নেতৃত্ব বজাই ৰখা কোম্পানীটোৱে অসমৰ ৰঙীন আৱৰণযুক্ত ষ্টীল খণ্ডতো ২২ শতাংশ বজাৰ অংশীদাৰিত্ব লাভ কৰি সমগ্ৰ ভাৰতত নিজৰ প্ৰভাৱশালী স্থিতি সুদৃঢ় কৰি তুলিছে। ৭০ বছৰজোৰা সমৃদ্ধ ইতিহাসেৰে পৰিপূৰ্ণ জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমত ব্যৱসায়িক উত্থানৰ বাবে ধ্বজাবাহী ব্ৰেণ্ড জিন্দাল ছাব্ৰাং আৰু জিন্দাল নিউকালাৰ+ৰ দৰে প্ৰিমিয়াম অফাৰৰ দ্বাৰা ইন্ধন যোগোৱা হৈছে। ইতিমধ্যে অভিনৱ “জিণ্ডালুম” নামৰ এলুমিনিয়াম-জিংক বেয়াৰ গেলভেলুম কইলটোৱে বিশেষকৈ অসমত বিশেষ চাহিদা লাভ কৰিছে, য’ত অঞ্চলটোৰ প্ৰত্যাহ্বানমূলক পাহাৰীয়া ভূখণ্ডত ছাদৰ বাবে এই সামগ্ৰীৰ স্থায়িত্ব অতি…
Read More
যুৱ-নেতৃত্বাধীন পৰিৱেশ পৰিষদ আৰম্ভ কৰিবলৈ ড০ জেন গুডলৰ সৈতে অংশীদাৰিত্ব গ’ড্ৰেজে

যুৱ-নেতৃত্বাধীন পৰিৱেশ পৰিষদ আৰম্ভ কৰিবলৈ ড০ জেন গুডলৰ সৈতে অংশীদাৰিত্ব গ’ড্ৰেজে

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে জেন গুডঅল ইনষ্টিটিউট (জেজিআই) ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব কৰি যুৱ ৰূপান্তৰকাৰীসকলক সবলীকৰণৰ মঞ্চ য়ুথ কাউঞ্চিল প্ৰগ্ৰাম আৰম্ভ কৰিছে। জেজিআইৰ বিশ্বব্যাপী ৰুটছ এণ্ড শ্বুটছ আন্দোলনৰ অংশস্বৰূপ এই যুৱ পৰিষদৰ লক্ষ্য হৈছে পৰিৱেশ সুৰক্ষা, পশু কল্যাণ আৰু সামাজিক কাৰণসমূহক প্ৰসাৰিত কৰা সম্প্ৰদায়কেন্দ্ৰিক প্ৰকল্পসমূহক আগুৱাই নিবলৈ সহায় কৰা। এই উদ্বোধনী অনুষ্ঠানত গড্ৰেজ এগ্ৰ'ভেট লিমিটেডৰ কাৰ্যবাহী সঞ্চালক বুৰ্জিছ গড্ৰেজ আৰু বিশ্ববিখ্যাত প্ৰাইমেট'লজিষ্ট তথা নৃতত্ত্ববিদ ড০ জেন গুডঅল উপস্থিত থাকে। পৰিষদৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বুৰ্জিছ গড্ৰেজে এই পদক্ষেপৰ বিষয়ে নিজৰ উচ্ছাস প্ৰকাশ কৰি কয় যে, "এই যুৱ পৰিষদে পৰিৱেশ সুৰক্ষা, পশু কল্যাণক আগুৱাই নিয়া অথাবা ইতিবাচক পৰিৱৰ্তন অনা কাৰণবোৰক সমৰ্থন কৰা…
Read More
ভাৰতপুৰ কৌশল মহোৎসৱে অগ্ৰণী নিয়োগকৰ্তাৰ পৰা চাকৰিৰ প্ৰস্তাৱেৰে ২৪০০ যুৱকক সবলীকৰণ কৰে

ভাৰতপুৰ কৌশল মহোৎসৱে অগ্ৰণী নিয়োগকৰ্তাৰ পৰা চাকৰিৰ প্ৰস্তাৱেৰে ২৪০০ যুৱকক সবলীকৰণ কৰে

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএচডিচি)ৰ দ্বাৰা আয়োজিত ভৰতপুৰ কৌশল মহোৎসৱ দেশৰ বিভিন্ন খণ্ডৰ শীৰ্ষ নিয়োগকৰ্তাৰ পৰা ২৪০০ৰো অধিক যুৱক-যুৱতীয়ে চাকৰিৰ প্ৰস্তাৱ লাভেৰে সমাপ্ত হৈছে। ভৰতপুৰ কৌশল মহোৎসৱৰ সামৰণি অনুষ্ঠানত অধ্যক্ষতা কৰি কেন্দ্ৰীয় দক্ষতা বিকাশ তথা উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে ব্যক্তিগতভাৱে সফল প্ৰাৰ্থীসকলক চাকৰিৰ অফাৰ পত্ৰ প্ৰদান কৰে। ফ্লিপকাৰ্ট, জেপ্টো, বাৰ্গাৰ কিং আৰু বাৰ্বিকিউ নেচনকে ধৰি ৭০তকৈ অধিক উদ্যোগৰ অগ্ৰদূতসকলে অংশগ্ৰহণ কৰি ২০,০০০ৰো অধিক নিয়োগৰ সুযোগ আগবঢ়ায় আৰু প্ৰতিমাহে ১৯,০০০ৰ পৰা ৩৫,০০০ লৈকে দৰমহা লাভ কৰিব এইসকল সফল প্ৰাৰ্থীয়ে। মন্ত্ৰী চৌধুৰীয়ে স্কিল ইণ্ডিয়া ডিজিটেল হাব (এছআইডিএইচ) আৰু জবএক্সৰ দৰে প্লেটফৰ্মৰ জৰিয়তে আপস্কিলিঙৰ প্ৰতি…
Read More
চাৰা আলী খানে গোৱাত এক বিশেষ সুস্থতা আৰু যোগ আশ্ৰয় ৰক্ষা কৰে আৰু আয়োজন কৰে

চাৰা আলী খানে গোৱাত এক বিশেষ সুস্থতা আৰু যোগ আশ্ৰয় ৰক্ষা কৰে আৰু আয়োজন কৰে

বলীউডৰ মোহময়ী অভিনেত্ৰী, ফিটনেছ আৰু ভ্ৰমণ উৎসাহী চাৰা আলী খানে প্ৰথমবাৰৰ বাবে গোৱাৰ শান্ত-সৌম্য এয়াৰবিএনবিত চাৰিজনকৈ অতিথিৰ এটা বিশেষ গোটৰ বাবে এক বিশেষ ৱেলনেছ আৰু যোগ ৰিট্ৰিটৰ আয়োজন কৰিছে। সুকোমল ৰ'দৰ আমেজ লৈ নান্দনিক দৃশ্যৰাজিৰ মাজত ভ্ৰমণকাৰীক অনন্য আৰু যুগজয়ী স্মৃতি প্ৰদান কৰিবলৈ সাজু হৈছে, যি এজন পৰ্যটকৰ সামগ্ৰিক সুস্থতা, আৰাম আৰু নিজৰ যত্নৰ বাবে এক সঠিক পৃষ্ঠভূমি প্ৰদান কৰে। নিজ ব্যস্ততাৰে ভৰা চলচ্চিত্ৰ কেৰিয়াৰৰ সমানে ফিটনেছৰ প্ৰতি থকা চাৰা আলী খানৰ সমৰ্পণ আৰু ভাৰসাম্যৰ বাবে সকলোৰে মাজত জনাজাত, চাৰাই এতিয়া গোৱাৰ এই ৰিট্ৰিটৰ বাবে এয়াৰবিএনবিলৈ নিজৰ সুস্থতা আৰু যোগাসনৰ প্ৰতি থকা আকৰ্ষণক তুলি ধৰিছে। "কেৱল এয়াৰবিএনবিত গোৱাৰ এই বিশেষ…
Read More
নিছানে নতুন নিছান মেগনাইট এছইউভিৰ ৰপ্তানি আৰম্ভ কৰিছে

নিছানে নতুন নিছান মেগনাইট এছইউভিৰ ৰপ্তানি আৰম্ভ কৰিছে

নিছান মটৰ ইণ্ডিয়াই নতুনকৈ মুকলি কৰা নতুন নিছান মেগনাইট এছইউভিৰ বিদেশলৈ ৰপ্তানি আৰম্ভ কৰিছে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰাৰ এমাহৰ ভিতৰতে ২৭০০ৰো অধিক বাহন দক্ষিণ আফ্ৰিকালৈ প্ৰেৰণ কৰা হৈছে।  চেন্নাইৰ নিছানৰ এলায়েন্স জেভি প্লাণ্টত নিৰ্মিত এই সংপৃক্ত এছইউভিখন এতিয়া নিছানৰ ‘ৱান কাৰ, ৱান ৱৰ্ল্ড’ কৌশলৰ অংশ হিচাপে বাঁওহতীয়া আসন থকা দেশবোৰকে ধৰি ৬৫খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি কৰা হ’ব। বিশ্বব্যাপী ১,৫০,০০০খন বাহন বিক্ৰী অতিক্ৰম কৰি মেগনাইটৰ সফলতাৰ জয়যাত্ৰা অব্যাহত আছে। এই গতিধাৰাৰ ওপৰত আধাৰিত কৰি নতুন মেগনাইটে বলিষ্ঠ নান্দনিকতা, ন ৰূপত ডিজাইন কৰা প্ৰিমিয়াম বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপ আৰু ২০+ খণ্ড-প্ৰথম বৈশিষ্ট্যবোৰ প্ৰদান কৰি গ্ৰাহকক সকলো সুবিধা দিয়াৰ প্ৰয়াস কৰিছে। বৰ্ধিত…
Read More
প্ৰভিভিয়ে চাউল আৰু মাকৈ খেতিয়কসকলৰ বাবে বহনক্ষম কীট নিয়ন্ত্ৰণ সমাধান প্ৰদান কৰাৰ বাবে এক সহযোগিতা ঘোষণা কৰে

প্ৰভিভিয়ে চাউল আৰু মাকৈ খেতিয়কসকলৰ বাবে বহনক্ষম কীট নিয়ন্ত্ৰণ সমাধান প্ৰদান কৰাৰ বাবে এক সহযোগিতা ঘোষণা কৰে

ফেৰ’মন-ভিত্তিক শস্য সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান প্ৰভিভিয়ে ভাৰতৰ গুৰুত্বপূৰ্ণ ধান আৰু গোমধান খণ্ডৰ সৈতে খাপ খোৱাকৈ বহনক্ষম কীট নিয়ন্ত্ৰণ সমাধান আগবঢ়াবলৈ গড্ৰেজ এগ্ৰ’ভেট লিমিটেডৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই সহযোগিতাৰ লক্ষ্য হৈছে ভাৰতীয় কৃষকসকলক উন্নত, পৰিৱেশ অনুকূল কীট-পতংগ নিয়ন্ত্ৰণ সঁজুলিৰে সজ্জিত কৰা যাতে ধানগছৰ মাজত পোৱা হালধীয়া ষ্টেম ব’ৰাৰ (ৱাইএছবি) আৰু গোমধানত পোৱা ফল আৰ্মিৱৰ্ম (এফএডব্লিউ)ৰ দৰে ডাঙৰ ভাবুকিৰ বিৰুদ্ধে যুঁজিব পাৰে এই চুক্তিৰ অংশ হিচাপে জিএভিএলে ধান খেতিত ৱাইএছবি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰভিভিৰ ৱাইএছবি ইক’-ডিচপেন্সাৰ বিতৰণ কৰিব, একে সময়তে গোমধানত কীট-পতংগৰ সমস্যা সমাধানৰ বাবে এফএডব্লিউ ইক'-ডিচপেন্সাৰৰ একচেটিয়া বাণিজ্যিকীকৰণৰ অধিকাৰ লাভ কৰিব। এই ফেৰ’মন ভিত্তিক সমাধানসমূহে কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে এক গুৰুত্বপূৰ্ণ,…
Read More