ব্যৱসায়

গুৱাহাটীৰ পৰা-নতুন স্বাস্থ্য স্বাভাৱিক প্ৰতিবেদন

গুৱাহাটীৰ পৰা-নতুন স্বাস্থ্য স্বাভাৱিক প্ৰতিবেদন

ক’ভিড-১৯ মহামাৰীৰ বাবে স্বাস্থ্যকেন্দ্ৰিক জীৱনশৈলীৰ গুৰুত্বৰ ওপৰত সৰ্বাধিক আলোকপাত কৰি উন্নত স্বাস্থ্য বীমা কভাৰেজৰ বাবে গুৱাহাটীবাসীয়ে বিলাসীতা ত্যাগ কৰিবলৈও ইচ্ছুক। আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে (এবিএইচআইচিএল) প্ৰকাশ কৰা অনুসৰি ক’ভিড মহামাৰীয়ে প্ৰযুক্তিৰ ব্যৱহাৰ, খাদ্য নিৰীক্ষণ, ব্যায়ামৰ ৰুটিন আদি আচৰণত প্ৰভাৱ পেলাইছে। গুৱাহাটীকে ধৰি ১৯খন চহৰৰ ৬,৬০০জন লোকৰ ওপৰত এভিআইচিএলৰ সমীক্ষা কৰিছিল। ক’ভিড-১৯ৰ পাছত স্বাস্থ্য আৰু সুস্থতাৰ সজাগতা বৃদ্ধি পোৱাৰ কথা পোহৰলৈ আহিছে এই সমীক্ষাত৷ সমীক্ষাৰ সময়ত ৭৯% লোকে বিত্তীয় পৰিকল্পনা আৰু স্বাস্থ্য বীমাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে, কিয়নো স্বাস্থ্যসেৱাৰ খৰচ দিনকদিনে বৃদ্ধি পাইছে। প্ৰতিক্ৰিয়াশীল যত্নৰ পৰা সক্ৰিয় যত্নলৈ এই পৰিৱৰ্তন বা পাৰ্থক্যই পৰ্যাপ্ত স্বাস্থ্য বীমা কভাৰেজৰ প্ৰয়োজনীয়তা আৰু…
Read More
ভাৰত চৰকাৰে আৰম্ভ কৰিলে নেচনেল মিছন অন এডিবল অইলছ-তেলপামৰ অধীনত মেগা অইল প্লাণ্টেচন ড্ৰাইভ

ভাৰত চৰকাৰে আৰম্ভ কৰিলে নেচনেল মিছন অন এডিবল অইলছ-তেলপামৰ অধীনত মেগা অইল প্লাণ্টেচন ড্ৰাইভ

ভাৰত চৰকাৰে নেচনেল মিছন অন এডিবল অইল-তেল পাম (এনএমইঅ’-অ’পি)ৰ অধীনত ২৫ জুলাইৰ পৰা ৫ আগষ্টলৈ মেগা অইল প্লাণ্টেচন ড্ৰাইভ আৰম্ভ কৰিছে। এই পদক্ষেপক সফল ৰূপ দিবলৈ গুৱাহাটীত এখন ঘূৰণীয়া মেজমেলৰ আয়োজন কৰা হয়। এই মেজমেলত গডৰেজ এগ্ৰ’ভেট লিমিটেডৰ, ইণ্ডিয়ান ইনষ্টিটিউট অৱ অইল পাম ৰিচাৰ্ছ, দ্য ছলভেণ্ট এক্সট্ৰেক্টৰ্ছ এছ’চিয়েচন অৱ ইণ্ডিয়া আৰু ছলিদাৰদাদাদ নেটৱৰ্কে অংশগ্ৰহণ কৰে। উত্তৰ-পূর্বাঞ্চলত তেলপাম খেতিৰ গুৰুত্ব আৰু ইয়াৰ দ্বাৰা কৃষকসকলক উন্নীত কৰাৰ সম্ভাৱনা সন্দর্ভত বিশেষভাৱে আলোচনা কৰা হয়৷২০২১ চনৰ আগষ্ট মাহত ভাৰত চৰকাৰে এক ভোজ্য তেল – তেলপাম (এনএমইঅ’-অ’পি)ৰ ওপৰত ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰিছিল, য’ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ৬০:৪০ অনুপাতত খৰচ ভাগ কৰা হৈছিল। তেলপামৰ…
Read More
ভুৱনেশ্বৰত আৰভিএছএফ উদ্বোধন টাটা মটৰ্ছৰ

ভুৱনেশ্বৰত আৰভিএছএফ উদ্বোধন টাটা মটৰ্ছৰ

ভাৰতৰ অগ্ৰণী অটোমোবাইল নিৰ্মাতা টাটা মটৰ্ছে ওড়িশাৰ ভুৱনেশ্বৰত দ্বিতীয়খন পঞ্জীয়নভুক্ত বাহন স্ক্ৰেপিং ফেচিলিটি (আৰ ভি এছ এফ) মুকলি কৰি বহনক্ষম গতিশীলতাৰ প্ৰতি দায়বদ্ধতা অব্যাহত ৰাখিছে। 'ৰি.উই.ৰি - ৰিচাইকল উইথ ৰেছপেক্ট' নামেৰে নামকৰণ কৰা এই উন্নত সুবিধা মুকলি কৰে ওড়িশা চৰকাৰৰ জলসম্পদ, বাণিজ্য আৰু পৰিবহণ বিভাগৰ মন্ত্ৰী টুকুনি সাহুৱে। বছৰি ১০,০০০ খন জীৱনৰ শেষৰ বাহন(এণ্ড-অফ-লাইফ) নিৰাপদে আৰু বহনক্ষমভাৱে বিভাজিত কৰিব পৰা এম্প্ৰিঅ’ প্ৰিমিয়ামে বিকশিত কৰা আৰভিএছএফ সুবিধা উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ওড়িশা চৰকাৰ আৰু টাটা মটৰ্ছৰ প্ৰতিনিধিয়ে। ৰি.উই.ৰি হৈছে পৰিৱেশ অনুকূল পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি জীৱনৰ শেষৰ যাত্ৰী আৰু বাণিজ্যিক বাহনসমূহ ভাঙি পেলোৱা বা ধ্বংস কৰাৰ বাবে এক ডিজিটেল সুবিধা।…
Read More
কিউ১ত ১০২% বিক্ৰী বৃদ্ধি কৰিবলৈ সক্ষম হৈছে জেএলআৰ ইণ্ডিয়াই

কিউ১ত ১০২% বিক্ৰী বৃদ্ধি কৰিবলৈ সক্ষম হৈছে জেএলআৰ ইণ্ডিয়াই

জেএলআৰ ইণ্ডিয়াই যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ১০২% বৃদ্ধিৰে মুঠ ১,০৪৮ ইউনিট খুচুৰা বিক্ৰী কৰি প্ৰথম ত্ৰৈমাসিকত এতিয়ালৈকে সৰ্বোত্তম বিক্ৰী প্ৰদৰ্শন কৰিছে। ৰেঞ্জ ৰভাৰ, ৰেঞ্জ ৰভাৰ স্প'ৰ্ট, আৰু ডিফেণ্ডাৰৰ বিক্ৰী ২০৯% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে প্ৰতিষ্ঠানটোৱে, যিয়ে বৰ্তমানৰ অৰ্ডাৰ বুকত ৭৮% অৰিহণা যোগাইছে আৰু নিৰন্তৰ চাহিদা নিশ্চিত কৰিছে। নিউ ৰেঞ্জ ৰভাৰ আৰু নিউ ৰেঞ্জ ৰভাৰ স্পোৰ্ট মুকলি হোৱাৰ লগে লগে ডিফেণ্ডাৰৰ প্ৰতি অভূতপূৰ্ব সঁহাৰিত এফৱাই২৪-ৰ কিউ১ত ৮৮% অৰ্ডাৰ বৃদ্ধি পাইছে। বৰ্তমানৰ অৰ্ডাৰ বুকখনে ছমাহতকৈ অধিক সময়ৰ বিক্ৰী সামৰি লৈছে, মাহৰ পিছত মাহে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। প্ৰি-অওনড ব্যৱসায়েও ২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ১৩৭% বৃদ্ধি প্ৰত্যক্ষ…
Read More
অষ্ট্ৰেলিয়াৰ দক্ষতা আৰু প্ৰশিক্ষণ মন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে নতুন দিল্লীৰ আইটিআই পুছা

অষ্ট্ৰেলিয়াৰ দক্ষতা আৰু প্ৰশিক্ষণ মন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে নতুন দিল্লীৰ আইটিআই পুছা

অষ্ট্ৰেলিয়াৰ দক্ষতা আৰু প্ৰশিক্ষণ মন্ত্ৰী ব্ৰেণ্ডন অ'কনৰৰ নেতৃত্বত এটা প্ৰতিনিধি দলে নতুন দিল্লীৰ চৰকাৰী আইটিআই পুচা পৰিদৰ্শন কৰে, য'ত তেখেতে দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰণালয়, ডাইৰেক্টৰ জেনেৰেল (প্ৰশিক্ষণ) আৰু কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ জ্যেষ্ঠ বিষয়াসকলক সাক্ষাৎ কৰে। এই প্ৰতিনিধি দলটোৱে শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে উৎকৃষ্ট প্ৰশিক্ষণ আন্তঃগাঁথনি আৰু উচ্চ-স্তৰৰ সঁজুলিসঁজুলিসমূহ পৰ্যবেক্ষণ কৰে। মন্ত্ৰীজনৰ এই ভ্ৰমণ এনে এক সময়ত হৈছে যি সময়ত ভাৰত আৰু অষ্ট্ৰেলিয়াই এক দক্ষ আৰু আত্মনিৰ্ভৰশীল কৰ্মশক্তি গঢ়ি তুলিবলৈ এক শক্তিশালী শিক্ষা আৰু দক্ষতা বিকাশৰ অংশীদাৰীত্ব গঢ়ি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বাস কৰে যে এই ব্যাপক কৌশলগত অংশীদাৰীত্বই দুয়ো দেশৰ লগতে সমগ্ৰ বিশ্বকে লাভান্বিত কৰে। আইটিআই পুছাই চাৰ্ভিছ…
Read More
টাটা মটৰ্ছে এলট্ৰ’জৰ নতুন ভেৰিয়েণ্ট মুকলিৰ কথা ঘোষণা কৰিছে

টাটা মটৰ্ছে এলট্ৰ’জৰ নতুন ভেৰিয়েণ্ট মুকলিৰ কথা ঘোষণা কৰিছে

আজি টাটা মটৰ্ছে এলট্ৰ’জ লাইন আপত দুটা নতুন ভেৰিয়েন্ট এক্সএম আৰু এক্সএম(এছ) মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যাৰ আকৰ্ষণীয় মূল্য হৈছে ক্ৰমে ৬.৯০ লাখ আৰু ৭.৩৫ লাখ টকা (এক্স শ্ব’ৰুম, দিল্লী)। এক্সএম(এছ)ত ইলেক্ট্ৰিক ছানৰুফকে ধৰি এই ভেৰিয়েণ্টসমূহত হাই-এণ্ড বৈশিষ্ট্যৰ সুবিধাই আলট্ৰ’জক ছানৰুফৰ সৈতে আগবঢ়োৱা আটাইতকৈ সুলভ প্ৰিমিয়াম হেচবেক কৰি তুলিছে। এক্সএম আৰু এক্সএম(এছ) ভেৰিয়েণ্ট অলট্ৰ’জ এক্সই আৰু এক্সএম+ৰ মাজত স্থাপন কৰা হ'ব, যাৰ ফলত এই বেষ্ট-চেলিং প্ৰিমিয়াম হেচবেকৰ আকৰ্ষণ আৰু বৃদ্ধি হ'ব। এই ভেৰিয়েণ্টসমূহ মেনুৱেল ট্ৰেন্সমিছনৰ সৈতে কেৱল ১.২ এল ৰেভট্ৰন পেট্ৰ’ল ইঞ্জিনতহে উপলব্ধ হ’ব।
Read More
সৰ্ববৃহৎ অন-গ্ৰাউণ্ড হিপ-হপ ডান্স এক্টিভিটিৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম লিপিবদ্ধ কৰিলে আমাজন মিনিটিভিয়ে

সৰ্ববৃহৎ অন-গ্ৰাউণ্ড হিপ-হপ ডান্স এক্টিভিটিৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম লিপিবদ্ধ কৰিলে আমাজন মিনিটিভিয়ে

আমাজন মিনিটিভিয়ে নৃত্য ৰিয়েলিটি শ্ব’ ‘হিপ হপ ইণ্ডিয়া’ৰ প্ৰিমিয়াৰৰ সময়ত সৰ্ববৃহৎ অন গ্ৰাউণ্ড হিপ-হপ ডান্স এক্টিভিটিৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে। অভিলেখ সৃষ্টিকাৰী অনুষ্ঠানত একেলগে মুঠ ১,৮৭০গৰাকী নৃত্যশিল্পীয়ে ৫ মিনিটতকৈ অধিক সময় ধৰি অনুষ্ঠান পৰিৱেশন কৰিছিল মুম্বাইৰ ফিল্মচিটিত । বিশেষ অংশীদাৰ দ্য কালচাৰ আৰু সুৰেশ মুকুণ্ডৰ পৰিচালনাত নৃত্যৰ দল কিংছ ইউনাইটেডৰ শিল্পীসকলে এই নৃত্যানুষ্ঠান পৰিৱেশন কৰিছিল। এই অনুষ্ঠানত বিচাৰক ৰেমো ডিচুজা আৰু নুৰা ফাতেহী, আমাজনৰ এডভাৰ্টাইজিং হেড গিৰীশ প্ৰভু আৰু নিছান মটৰ্ছ ইণ্ডিয়াৰ মাৰ্কেটিং হেড ৰাজেশ শ্ৰীবাস্তৱো উপস্থিত থাকে। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ অফিচিয়েল বিচাৰকসকলে এই অভিলেখ ভংগকাৰী মুহূৰ্তটো ঘোষণাৰ লগে লগে ষ্টেডিয়ামত হাতচাপৰিৰ জোৱাৰ উঠিছিল।উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৪…
Read More
কোটাক মহিন্দ্ৰা বেংকৰ ব’ৰ্ডে অনুমোদন জনাইছে অডিটেড কিউ৩ৰ ফলাফলত

কোটাক মহিন্দ্ৰা বেংকৰ ব’ৰ্ডে অনুমোদন জনাইছে অডিটেড কিউ৩ৰ ফলাফলত

আজি কোটাক মহিন্দ্ৰা বেংকৰ পৰিচালক মণ্ডলীয়ে মুম্বাইত অনুষ্ঠিত ব'ৰ্ডৰ বৈঠকত ৩০ জুনত সমাপ্ত হোৱা তিনিমাহৰ বাবে নিৰীক্ষণ নকৰা একক আৰু একত্ৰিত ফলাফলৰ অনুমোদন জনাইছে। কোটাক মহিন্দ্ৰা বেংকৰ কিউ১এফৱাই২৪ পিএটি আছিল ৩,৪৫২ কোটি, যি কিউ১এফৱাই২৩ৰ তলত ৬৭% বৃদ্ধি পাইছে। মুঠ সুতৰ উপাৰ্জন ৬,২৩৪ কোটিলৈ বৃদ্ধি হৈছে, মুঠ সুতৰ হাৰ ৫.৫৭%। মাচুল আৰু সেৱা ১,৮২৭ কোটিলৈ বৃদ্ধি পাইছে আৰু অপাৰেটিং প্ৰফিট আছিল ৪,৯৫০ কোটি টকা। গ্ৰাহকৰ সম্পত্তি বছৰৰ পিছত বছৰ ধৰি ১৯% বৃদ্ধি পাইছে আৰু অসুৰক্ষিত খুচুৰা অগ্ৰিম ধন ১০.৭% হৈ আছে। ২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ বাবে একত্ৰিত পিএটি আছিল ৪,১৫০ কোটি টকা, যি ২০২৩ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ২,৭৫৫ কোটি…
Read More
টয়োটাই প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনালৈ আগবঢ়ালে হাইলাক্সৰ ফ্লীট

টয়োটাই প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনালৈ আগবঢ়ালে হাইলাক্সৰ ফ্লীট

টয়োটা কিৰ্লোস্কাৰ মটৰে (টিকেএম) টয়োটা হিলাক্সৰ এটা ফ্লীট ভাৰতীয় সেনাক হস্তান্তৰ কৰিছে, যি কোম্পানীটোৰ প্ৰথমটো ডেলিভাৰী চিহ্নিত কৰিছে। ভাৰতীয় সেনাৰ নৰ্ডাৰ্ণ কমাণ্ডে বাহনখন বিশেষভাৱে মূল্যায়ন কৰিছিল, যিয়ে প্ৰতিকূল বতৰ আৰু ৰুক্ষ অঞ্চলতো সুন্দৰ প্ৰদৰ্শন কৰিছিল। এই আইকনিক ইউটিলিটি বাহনখন নিজৰ স্থায়িত্ব, বলিষ্ঠতা, নিৰ্ভৰযোগ্যতা আৰু অফ-ৰোডিং কেপাচিটীৰ বাবে বিশ্বব্যাপী স্বীকৃত হৈছে। বিশ্বজুৰি এক নিৰ্ভৰযোগ্য অফ-ৰোডাৰ হিচাপে হাইলাক্স মূল্যহীন বুলি প্ৰমাণিত হৈছে আৰু ভাৰতীয় সেনাই ক্ৰয় কৰাৰ পিছত ইয়াৰ বিভিন্ন পৰীক্ষা(পষ্ট ৰিজৰাৰ্ছ)ই নিজৰ সুনাম আৰু অধিক শক্তিশালী কৰিছে। টয়োটা হাইলাক্সে বিশ্বজুৰি ২ কোটিৰো অধিক ইউনিট বাহন বিক্ৰী কৰি পৃথিৱীৰ প্ৰায় ১৮০খন দেশৰ গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। একেৰাহে পাঁচ দশক আৰু আঠ…
Read More
শ্বপছিয়ে বিভিন্ন প্লেটফৰ্মত ৰিডেম্পচনৰ বাবে আগবঢ়াইছে ছুপাৰকইন

শ্বপছিয়ে বিভিন্ন প্লেটফৰ্মত ৰিডেম্পচনৰ বাবে আগবঢ়াইছে ছুপাৰকইন

দেশত দ্ৰুতগতিত বিকশিত হোৱা হাইপাৰ-ভেল্যু ই-কমাৰ্চ প্লেটফৰ্ম শ্বপচিয়ে নিজৰ প্লেটফৰ্মত চুপাৰকইন ৰিৱাৰ্ড কাৰ্যসূচী আৰম্ভ কৰিছে। গ্ৰাহকসকলে এতিয়া শ্বপচি, ফ্লিপকাৰ্ট, মিণ্ট্ৰা আৰু ক্লিয়াৰট্ৰিপত ছুপাৰকইন উপাৰ্জন আৰু ৰিডিম কৰিব পাৰে। ফ্লিপকাৰ্টৰ এই অনন্য ৰিৱাৰ্ড ইক'চিষ্টেমে ব্যৱহাৰকাৰী বা গ্ৰাহকসকলক প্ৰতি ১০০ টকা খৰচ কৰাৰ বিনিময়ত ১ টকা ছুপাৰকইনেৰে পুৰস্কৃত কৰে। প্ৰতিটো ছুপাৰকইনৰ মূল্য ১ টকা আৰু ইয়াক পৰৱৰ্তী অৰ্ডাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰি, যাৰ ফলত মূল্য বিচৰা গ্ৰাহকসকলে প্ৰতিটো ক্ৰয়তে অধিক সঞ্চয় কৰিব পাৰে। চুপাৰকইনবোৰ শ্বপচি, ফ্লিপকাৰ্ট, মিণ্ট্ৰা আৰু ক্লিয়াৰট্ৰিপত নিজৰ পঞ্জীভুক্ত ফ্লিপকাৰ্ট নম্বৰৰ সৈতে ছাইন ইন কৰি একাউণ্ট লিংক কৰাৰ লগে লগে প্ৰৱেশ কৰিব পাৰে। শ্বপচিত ছুপাৰকইন মুকলি কৰা সন্দৰ্ভত উল্লেখ কৰি…
Read More