28
Aug
সকলো ব্যৱসায়িক গ্ৰাহকক বিশেষ লেনদেন আৰু অফাৰ প্ৰদানৰ বাবে ২০২৩ চনৰ ২৫ আগষ্টৰ পৰা ৩১ আগষ্টলৈ ব্যৱসায়িক মূল্য দিন আৰম্ভ কৰিছে আমাজন বিজনেছে। গ্ৰাহকসকলে লেপটপ, স্মাৰ্টৱাচ, পাকঘৰ আৰু ঘৰৰ সঁজুলি, গৃহ উন্নয়ন সামগ্ৰী, ইলেক্ট্ৰনিক সামগ্ৰী, এচি, আনুষংগিক সামগ্ৰী, কাৰ্যালয়ৰ সামগ্ৰীত অধিক পৰিমাণে ৰেহাই লাভ কৰিব পাৰে। ২৫০০ টকা বা তাতকৈ অধিক প্ৰিপেইড অৰ্ডাৰ কৰিলে ৫০০ টকা পৰ্যন্ত ১০% কেছবেক লাভ কৰিব পাৰে। ইয়াৰ লগতে গ্ৰাহকসকলে ঘৰুৱা আৰু পাকঘৰৰ সঁজুলিত ৭০% পৰ্যন্ত ৰেহাই লাভ কৰিব পাৰে। একেদৰে, কাৰ্যালয়ৰ আচবাবত ৬০% ৰেহাই আৰু লেপটপত ৬০% ৰেহাই লাভ কৰিব পাৰে গ্ৰাহকসকলে।এণ্টাৰপ্ৰাইজৰ গ্ৰাহকসকলে মাল্টি-ইউজাৰ একাউণ্ট, পে লেটাৰ(পিছতপৰিশোধ), বিল টু শ্বিপ টু আৰু ব্যৱসায়িক ক্ৰয়…
