ব্যৱসায়

বিশ্ব ডায়েবেটিচ দিৱসে ডায়েবেটিচৰ বিষয়ে বিশ্বব্যাপী সজাগতা বৃদ্ধি কৰে

বিশ্ব ডায়েবেটিচ দিৱসে ডায়েবেটিচৰ বিষয়ে বিশ্বব্যাপী সজাগতা বৃদ্ধি কৰে

১৪ নৱেম্বৰত প্ৰতিবছৰে পালন কৰা বিশ্ব ডায়েবেটিচ দিৱস, ডায়েবেটিচৰ বিষয়ে বিশ্বব্যাপী সজাগতা বৃদ্ধি কৰে আৰু সুলভ যত্নৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "বিশ্বৰ ডায়েবেটিচ ৰাজধানী" বুলি জনাজাত ভাৰতে এক বৰ্ধিত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (ICMR) শেহতীয়া অধ্যয়নত প্ৰকাশ পাইছে যে ১০১ নিযুত ভাৰতীয়ৰ ডায়েবেটিচ আছে, আনহাতে ১৩৬ নিযুত প্ৰি-ডায়েবেটিচ। ই কাৰ্যকৰী ডায়েবেটিচ ব্যৱস্থাপনা ৰণনীতি গ্ৰহণ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে, বিশেষকৈ আহাৰৰ পৰিৱৰ্তন আৰু আমি খোৱা খাদ্যৰ জৰিয়তে। এনে এক পদ্ধতি হৈছে কাঠবাদামৰ দৰে পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰা, য'ত ১৫ টা অত্যাৱশ্যকীয় পুষ্টি থাকে, যাৰ ভিতৰত আছে প্ৰ'টিন, অসংপৃক্ত চৰ্বি, আৰু আহাৰৰ আঁহ, পুষ্টি যি ৰক্ত শৰ্কৰাৰ…
Read More
গড্ৰেজ ইণ্ডাষ্ট্ৰীজে এফ এণ্ড বি খণ্ডত সম্প্ৰসাৰণৰ বাবে ছাভান্না ছাৰফেক্টেণ্টছৰ ফুড এষ্টাৰ আৰু ইমালচিফায়াৰ ব্যৱসায় অধিগ্ৰহণ কৰিছে

গড্ৰেজ ইণ্ডাষ্ট্ৰীজে এফ এণ্ড বি খণ্ডত সম্প্ৰসাৰণৰ বাবে ছাভান্না ছাৰফেক্টেণ্টছৰ ফুড এষ্টাৰ আৰু ইমালচিফায়াৰ ব্যৱসায় অধিগ্ৰহণ কৰিছে

গড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ কেমিকেল বিজনেছ শাখাই ছাভান্না ছাৰফেক্টেণ্টছ লিমিটেডৰ ফুড এষ্টাৰ আৰু ইমালচিফায়াৰ বিজনেছ অধিগ্ৰহণৰ বাবে কৌশলগত চুক্তিত স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰিছে। এই অধিগ্ৰহণত অন্তৰ্ভুক্ত আছে সম্পূৰ্ণ হোৱা সামগ্ৰীৰ ৫২০০ এমটিপিএ ক্ষমতাৰ গোৱাত অৱস্থিত এক নিৰ্মাণ কেন্দ্ৰ, এই অধিগ্ৰহণ খাদ্য আৰু পানীয় খণ্ডত সামগ্ৰীৰ অফাৰ সম্প্ৰসাৰণৰ বাবে গড্ৰেজৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে। গড্ৰেজ ইণ্ডাষ্ট্ৰিজ (কেমিকেলছ)ৰ কাৰ্যবাহী সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বিশাল শৰ্মাই এই বিষয়ে কয় যে, “এই অধিগ্ৰহণ আৰু বিনিয়োগে আমাৰ বিশেষ ৰাসায়নিক ব্যৱসায় বৃদ্ধিৰ আমাৰ ৰণনীতিক সমৰ্থন কৰে আৰু বহনক্ষম বিকাশ তথা উদ্ভাৱনৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ সৈতে সামঞ্জস্যপূৰ্ণ।” অলিঅ’কেমিকেল, ছাৰফেক্টেণ্ট আৰু জৈৱপ্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অন্যতম আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে…
Read More
এপোলো কৰ্কট সন্মিলন ২০২৪ মুম্বাইৰ বিকেচিৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হয়

এপোলো কৰ্কট সন্মিলন ২০২৪ মুম্বাইৰ বিকেচিৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হয়

মুম্বাইৰ বিকেচি জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত এপ’ল’ কেন্সাৰ চেণ্টাৰৰ উদ্যোগত এপ’ল’ কেন্সাৰ কনক্লেভ ২০২৪ৰ সপ্তম সংস্কৰণ সুকলমে অনুষ্ঠিত হয়। এই অনুষ্ঠানত ভাৰতৰ ২০০০ৰো অধিক অংক’লজিষ্ট আৰু ৪৫০ জনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় বক্তাক একত্ৰিত কৰা হৈছিল, য’ত অংশ ল’লে বিশ্বৰ বিখ্যাত অংক’লজী বিশেষজ্ঞ, স্বাস্থ্যসেৱাৰ অগ্ৰদূতসকল আৰু ক্লিনিকেল গৱেষকসকল। ২০২২ চনত ভাৰতৰ কৰ্কট ৰোগৰ বোজা ১.৪১ মিলিয়ন নতুন ৰোগীৰ পৰা ২০৫০ চনৰ ভিতৰত ২.৬৯ লাখলৈ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে, এই পৰিসংখ্যালৈ লক্ষ্য কৰিলে ক্ৰমাৎ বৃদ্ধি পোৱা কৰ্কট মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰতিৰোধৰ উচিত প্ৰয়োজনীয়তাৰ ওপৰত এই কনক্লেভে আলোকপাত কৰে। কেন্সাৰ কনক্লেভ ২০২৪ত প্ৰায় ১০০তকৈ অধিক অধিবেশন আৰু যথেষ্ট অন্তৰংগ আলাপ অনুষ্ঠানৰ…
Read More
অনুশীলনৰ সংহিতাৰ ওপৰত চেমিনাৰ আৰু ৰাষ্ট্ৰীয় কৰ্মশালা

অনুশীলনৰ সংহিতাৰ ওপৰত চেমিনাৰ আৰু ৰাষ্ট্ৰীয় কৰ্মশালা

ইণ্ডিয়ান ট্ৰেন্সফৰ্মাৰ মেনুফেকচাৰ্ছ এছ’চিয়েচন (আইটিএমএ)ৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় কপাৰ এছ’চিয়েচন ইণ্ডিয়াই ২০২৪ চনৰ ০৮ নৱেম্বৰত গুৱাহাটীৰ হোটেল ভিভাণ্টাত এখন আলোচনা চক্ৰ-সহ-কৰ্মশালা সফলতাৰে আয়োজন কৰে। চেণ্ট্ৰেল ইলেক্ট্ৰিচিটী অথৰিটী (চিইএ) আৰু ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ)ৰ দৰে শক্তি খণ্ডৰ গুৰুত্বপূৰ্ণ সংস্থাসমূহৰ দ্বাৰা সমৰ্থিত এই অনুষ্ঠানৰ জৰিয়তে বিতৰণ কোম্পানী আৰু বিতৰণ ট্ৰেন্সফৰ্মাৰ(ডিটি)ৰ মেৰামতি গোটৰে জড়িত বিষয়া-কৰ্মীসকলক মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছিল। এই কৰ্মশালা আইটিএমএৰ জ্যেষ্ঠ উপাধ্যক্ষ (পূব মণ্ডল) আশিস দাস আৰু ভাৰতীয় মানক ব্যুৰো (বি আই এছ)ৰ  গুৱাহাটী শাখা কাৰ্যালয়(জিএইচবিঅ’)ৰ বিজ্ঞানী-ই এণ্ড হেড শৌৱিক চন্দা, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)ৰ অধ্যক্ষ তথা আইএএছ চৈয়দাইন আব্বাছি, আইচিএ ইণ্ডিয়াৰ…
Read More
এপ’ল’ কেন্সাৰ সন্মিলনৰ সপ্তম সংস্কৰণ

এপ’ল’ কেন্সাৰ সন্মিলনৰ সপ্তম সংস্কৰণ

৮ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ আয়োজিত এপ’ল’ কেন্সাৰ কনক্লেভৰ সপ্তম সংস্কৰণত সমগ্ৰ বিশ্বৰ ২০০০ৰো অধিক অংক’লজিষ্ট আৰু ৪০০ কৰ্কট ৰোগ বিশেষজ্ঞক একত্ৰিত কৰি কেন্সাৰ কেয়াৰৰ ক্ষেত্ৰত যুগান্তকাৰী অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হয়। মুম্বাইৰ এপ’ল’ কেন্সাৰ চেণ্টাৰৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত চিকিৎসা, নিখুঁত অংক’লজী আৰু কেন্সাৰ ব্যৱস্থাপনাৰ অত্যাধুনিক প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। এই সমাৰোহত স্তন, স্ত্ৰীৰোগ, গেষ্ট্ৰাইটিছ আৰু ৰক্তজনিত কেন্সাৰ ৰোগৰ বিষয়ে অন্তৰ্দৃষ্টিকে ধৰি সাতটা অংগ-নিৰ্দিষ্ট বৈজ্ঞানিক ট্ৰেকত ১০০ৰো অধিক আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ ডাঃ এলিজাবেট ৱেইডাৰপাছৰ দৰে বিশেষজ্ঞই বিশ্বজুৰি কৰ্কট ৰোগৰ বোজা বৃদ্ধিত উদ্বেগ প্ৰকাশ কৰি বিশেষকৈ কম আৰু মধ্যম আয়ৰ দেশসমূহত ৰোগীৰ সংখ্যা তীব্ৰভাৱে…
Read More
যুৱ নিয়োগযোগ্যতা বৃদ্ধিৰ বাবে এনএছডিচি আৰু টিচিএছ আইঅ’এনে ৰাষ্ট্ৰীয় দক্ষতা পৰীক্ষা আৰম্ভ কৰে

যুৱ নিয়োগযোগ্যতা বৃদ্ধিৰ বাবে এনএছডিচি আৰু টিচিএছ আইঅ’এনে ৰাষ্ট্ৰীয় দক্ষতা পৰীক্ষা আৰম্ভ কৰে

নেচনেল স্কিল ভেভেলপমেণ্ট কৰ্পৰেচন (এনএছডিচি) আৰু টিচিএছ আইঅ’নে ৰাষ্ট্ৰীয় দক্ষতা পৰীক্ষা(নেচনেল প্ৰফিচিয়েঞ্চি টেষ্ট) চমুকৈ এনপিটি আৰম্ভ কৰাৰ লগতে সমগ্ৰ ভাৰততে দক্ষতা বৃদ্ধি আৰু যুৱক-যুৱতীসকলৰ নিয়োগযোগ্যতা বৃদ্ধিৰ বাবে উদ্যোগৰ স্বীকৃতিপ্ৰাপ্ত প্ৰমাণপত্ৰ প্ৰদানৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এনপিটি হৈছে এক দেশজোৰা মূল্যায়ন, যিয়ে ছাত্ৰ-ছাত্ৰী, চাকৰি প্ৰত্যাশী আৰু পেছাদাৰীসকলক নিজৰ দক্ষতাক বৈধতা প্ৰদান কৰিবলৈ আৰু স্কিল ইণ্ডিয়া ডিজিটেল হাবৰ জৰিয়তে নিৰ্দিষ্ট ক্ষেত্ৰত স্বীকৃতি লাভ কৰিবলৈ সক্ষম কৰি তোলে। এই সহযোগিতাই ভাৰতৰ দুটা বিশ্বাসযোগ্য সংস্থাৰ শক্তিৰ সংমিশ্ৰণ ঘটায় আৰু প্ৰথমাৱস্থাত তথ্যপ্ৰযুক্তি, বিএফএছআই, উৎপাদন আৰু স্বাস্থ্যসেৱাৰ দৰে খণ্ডসমূহৰ লগতে এইচআৰ, বিত্ত, বিক্ৰী তথা বিপণন আৰু অনুসৰণ কৰিবলগীয়া অন্যান্য বহুতো ডমেইনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।…
Read More
ভাৰতৰ উত্তৰ-পূব অঞ্চলত আইচিআইচিআই ফাউণ্ডেচনে 9,100 ৰো অধিক ৰোগীক লাভান্বিত কৰে

ভাৰতৰ উত্তৰ-পূব অঞ্চলত আইচিআইচিআই ফাউণ্ডেচনে 9,100 ৰো অধিক ৰোগীক লাভান্বিত কৰে

আইচিআইচিআই বেংকৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) শাখা আইচিআইচিআই ফাউণ্ডেচনে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ স্বাস্থ্যসেৱা উন্নতি আৰু  সুলভতাৰ বাবে প্ৰয়াস কৰি আহিছে আৰু এই ইতিবাচক পদক্ষেপসমূহৰ জৰিয়তে ২০২৩ চনৰ পৰা সমগ্ৰ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, আৰু ত্ৰিপুৰাৰ ৯,১০০ৰো অধিক ৰোগীক উপকৃত কৰিছে। যক্ষ্মা (টি বি) ৰোগৰ চিকিৎসা, কৰ্কট ৰোগীৰ যত্ন আৰু ডায়েলাইচিছ সেৱাৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি আইচিআইচিআই ফাউণ্ডেচনে ইতিমধ্যে ৬০তকৈও অধিক চিকিৎসা সঁজুলি যোগান ধৰিছে, যাৰ ভিতৰত আছে ভিডিঅ' ব্ৰঙ্ক'স্ক'প, আল্ট্ৰাচাউণ্ড মেচিন, ডায়েলাইচিছ ইউনিট আৰু এণ্ডোস্কোপ মেচিন ইত্যাদি। আইচিআইচিআই ফাউণ্ডেচনে দূৰৱৰ্তী অঞ্চলত স্বাস্থ্যসেৱাৰ প্ৰসাৰ বৃদ্ধি কৰাৰ বাবে ৰক্ত সংগ্ৰহ বাহন, ভ্ৰাম্যমাণ চিকিৎসা গোট আৰু…
Read More
এনএছডিচিয়ে ৰাজস্থানৰ ভৰতপুৰত এখন বৃহৎ চাকৰি মেলাৰ আয়োজন কৰে

এনএছডিচিয়ে ৰাজস্থানৰ ভৰতপুৰত এখন বৃহৎ চাকৰি মেলাৰ আয়োজন কৰে

দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়ৰ তত্বাৱধানত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএছডিচি)-এ ১৯ নৱেম্বৰত ভৰতপুৰত মেগা নিয়োগ মেলা কৌশল মহোৎসৱৰ আয়োজনৰ কথা সদৰি কৰিছে ভৰতপুৰৰ বিধায়ক সুভাষ গাৰ্গে। চাকৰি মেলাৰ জৰিয়তে যুৱক-যুৱতীসকলক নিজ নিজ ডমেইনত কেৰিয়াৰ অন্বেষণৰ সুযোগ প্ৰদান কৰা হ’ব। সংবাদমেলৰ সময়ত এই কথা ঘোষণা কৰি বিধায়ক সুভাষ গাৰ্গে কয় যে, “দক্ষতা আৰু উদ্যমিতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সদায়ে কেন্দ্ৰবিন্দু হৈ আহিছে, কাৰণ ভাৰতৰ দৰে এখন সুবিশাল দেশত দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়েই একমাত্ৰ মন্ত্ৰালয়, যিয়ে ভাৰতৰ বৰ্ধিত প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰে।” অনুষ্ঠানটোত উপস্থিত থাকি ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগম(এনএছডিচি)ৰ মুখ্য কাৰ্যবাহী বিষয়া তথা এনএছডিচি ইণ্টাৰনেচনেলৰ পৰিচালনা সঞ্চালক বেদমণি তিৱাৰীয়ে কয় যে, “আমাৰ…
Read More
বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব ব্যাপী ১৪ নৱেম্বৰত বিশ্ব ডায়েবেটিচ দিৱস পালন কৰে

বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব ব্যাপী ১৪ নৱেম্বৰত বিশ্ব ডায়েবেটিচ দিৱস পালন কৰে

১৪ নৱেম্বৰত বিশ্ব ডায়েবেটিচ দিৱসৰ দিন চমু চাপি অহাৰ লগে লগে কিউনেট ইণ্ডিয়াই আগশাৰীৰ স্বাস্থ্য পৰিপূৰক(হেল্থ ছাপলমেণ্ট) নিউট্ৰিপ্লাছ দিয়াবাহেল্থ আৰু নিউট্ৰিপ্লাছ ইমিউনহেল্থ মুকলি কৰি ব্যাপক ৰূপত ডায়েবেটিচ ৰোগ ব্যৱস্থাপনাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি শক্তিশালী কৰি তুলিছে। বিশ্বজুৰি "মধুমেহ আৰু সুস্থতা" থিম সৈতে সংগতি ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই কেৱল শৰীৰৰ তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাই নহয়, লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু সামগ্ৰিক সুস্থতা শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে। নিউট্ৰিপ্লাছ ডায়েবাহেল্থ ১০০% প্ৰাকৃতিক ছাপলমেণ্ট(পৰিপূৰক), মালাবাৰ কিনো আৰু অন্যান্য ভেষজ উপাদানসমূহক একত্ৰিত কৰে, যিয়ে তেজত শৰ্কৰাৰ স্তৰ সঠিকভাৱে বজাই ৰখাৰ বাবে এক নিৰাপদ, কাৰ্যকৰী সমাধান প্ৰদান কৰে। যাৰ বাবে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা ব্যক্তিসকলৰ…
Read More
বাজাজ ফিনচাৰ্ভ এএমচিয়ে ভাৰতৰ উপভোক্তা বিকাশৰ মেগাট্ৰেণ্ডলক্ষ্য কৰি নতুন ‘কনজাম্পচন ফাণ্ড’ মুকলি কৰিছে

বাজাজ ফিনচাৰ্ভ এএমচিয়ে ভাৰতৰ উপভোক্তা বিকাশৰ মেগাট্ৰেণ্ডলক্ষ্য কৰি নতুন ‘কনজাম্পচন ফাণ্ড’ মুকলি কৰিছে

বাজাজ ফিনচাৰ্ভ এএমচিয়ে গ্ৰাহকৰ সুবিধাৰ বাবে শেহতীয়া অফাৰ বাজাজ ফিনছাৰ্ভ কনজাম্পচন ফাণ্ড মুকলি কৰাৰ কথা সগৌৰৱে ঘোষণা কৰিছে, যি পুঁজি হৈছে ভাৰতৰ বিকশিত উপভোক্তা বজাৰত পুঁজি সংগ্ৰহৰ বাবে প্ৰস্তুত কৰা এক মুক্ত-সমাপ্ত ইকুইটি আঁচনি। 8 নৱেম্বৰত গ্ৰাহকৰ বাবে মুকলি কৰা এই পুঁজি অহা ২২ নৱেম্বৰত সমাপ্ত হ'ব। এই আঁচনিখনে এফএমচিজি, গ্ৰাহক বহনক্ষম সামগ্ৰী, স্বাস্থ্যসেৱা, ৰিয়েলটি আৰু টেলিকমকে ধৰি উপভোগ বা ব্যৱহাৰৰ মেগাট্ৰেণ্ডৰ দ্বাৰা পৰিচালিত খণ্ডসমূহৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব, যাৰ এক মানদণ্ড নিফটি ইণ্ডিয়া কনজাম্পচন টোটেল ৰিটাৰ্ন ইণ্ডেক্স(টিআৰআই)ৰ সৈতে জড়িত। বাজাজ ফিনচাৰ্ভ এএমচিৰ চিইঅ’ গণেশ মোহনে ভাৰতৰ বৰ্ধিত আয়ৰ মাত্ৰা আৰু দ্ৰুত নগৰায়নক এই পৰিৱৰ্তনৰ মূল কাৰক হিচাপে আলোকপাত…
Read More