উত্তৰ-পূৱ

নলবাৰীত ৰে’লৰ পৰা পৰি এগৰাকী শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়

নলবাৰীত ৰে'লৰ পৰা পৰি এগৰাকী শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়।আঘাতপ্রাপ্ত শ্ৰমিক গৰাকী চিৰাং জিলাৰ মোহিতচান্দ আলী বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে ৰে'ল লাইনৰ কাম কৰিবলৈ প্ৰায় ২০ জনীয়া এটা শ্ৰমিকৰ দল পাতিলাদহৰ পৰা আগ্যাথৰীলৈ চিফুং যাত্ৰীবাহী ৰে'লত গৈ আছিল। নলবাৰী ৰে'ল ষ্টেচন পোৱাৰ কিছু আগ মুহুর্তত শ্ৰমিক জন ৰে'লৰ পৰা পৰি দুৰ্ঘটনাতত পতিত হয়। দুৰ্ঘটনাতত পতিত হোৱাৰ পিছতেই তেওঁক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও গুৰুতৰভাৱে আঘাতপ্রাপ্ত শ্ৰমিক জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।
Read More

স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক

বটদ্ৰৱাৰ লালুংগাওঁত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।স্বামীয়ে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।জানিব পৰা মতে শনিবাৰে পাৰিবাৰিক কাজিয়াৰ ফলত স্বামী এমৰাদুল হুছেইনে পত্নী ৰূপচানা খাতুনক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ কৰিছে ৰূপচানাৰ পৰিয়ালৰ লোকে। এমৰাদুল ইছলামে মৃত ৰূপচানাক প্ৰায়ে মাৰপিট কৰিছিল আৰু এমৰাদুলৰ প্ৰথমা পত্নীকো অত্যাচাৰ কৰি খেদাই দিছিল বুলি মন্তব্য কৰিছে ৰূপচানাৰ ভগ্নীয়ে।উলেখ্য যে,বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত লালুংগাঁওৰ এমৰাদুল আৰু ধনীয়াভেটিৰ ৰূপচানাৰ তিনিমাহ পূৰ্বে বিয়া হৈছিল।ভুক্তভোগী পৰিয়ালৰ লোকে বটদ্ৰৱা আৰক্ষী চকীত এমৰাদুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ৰুজু কৰিছে এটা গোচৰ।আনহাতে স্বামী এমৰাদুল হুছেইনে হত্যাৰ কথা অস্বীকাৰ কৰি কৈছে যে পত্নীয়ে আইৰন ছাৰ্ফ খোৱাৰ ফলত তেওঁৰ মৃত্যু হৈছে।এতিয়া আৰক্ষীৰ তদন্তৰ…
Read More

মানাস ৰাষ্ট্ৰীয় উদ্যানত ৰোপন কৰা হ’ব বন্যহস্তীৰ উপযোগী প্ৰচুৰ পৰিমাণৰ ফলমুলৰ গছ। এই পদক্ষেপ বিটিআৰ প্ৰশাসনৰ

মানাস ৰাষ্ট্ৰীয় উদ্যানত ৰোপন কৰা হ'ব বন্যহস্তীৰ উপযোগী প্ৰচুৰ পৰিমাণৰ ফলমুলৰ গছ। এই পদক্ষেপ বিটিআৰ প্ৰশাসনৰ। বিজনীত এই ঘোষণা কৰিলে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ।মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকা সমূহত বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে হস্তি মানুহৰ সংঘাটত বহুতো লোকৰ প্ৰাণহানী হৈছিল। এনে পৰিপ্ৰেক্ষিতত বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই বিজনীৰ বিষ্ণুপুৰত বিজেপিৰ মানাস ছেৰফাং মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত আৰ্থিক অনুদান অনুষ্ঠানৰ জৰিয়তে হস্তী মানুহৰ সংঘাটত ক্ষয় ক্ষতি হোৱা পঞ্চাশটা পৰিয়ালক ব্যক্তিগত ভাবে পাঁচ হেজাৰকৈ অনুদান আগবঢ়ায়।বন্যহস্তীয়ে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰবেশ কৰাৰ বাবেহে ৰাইজ ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰতি লক্ষ্য…
Read More
শ্ৰীলংকাৰ পৰিবৰ্তে বাংলাদেশত আয়োজন হ’ব এছিয়ান ক্ৰিকেট

শ্ৰীলংকাৰ পৰিবৰ্তে বাংলাদেশত আয়োজন হ’ব এছিয়ান ক্ৰিকেট

এছিয়ান ক্ৰিকেট পৰিষদে আগন্তুক প্ৰতিযোগিতাখনৰ ওপৰত এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ ওপৰত চৰ্চা চলি আছে। যিহেতু এই মুহূৰ্তত আয়োজক শ্ৰীলংকাৰ পৰিস্থিতি ঠিক নহয়, সেয়ে এচিচিয়ে বাংলাদেশত এছিয়া কাপ আয়োজন কৰাৰ কথা ভাবি আছে। শ্ৰীলংকাত যোৱা সপ্তাহত প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতিমহল অধিগ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী বিক্ৰমসিংহেৰ ব্যক্তিগত বাসভৱনত জুই লগোৱা হৈছিল। অষ্ট্ৰেলিয়া বনাম শ্ৰীলংকা টেষ্ট খেলৰ সময়ত, গ'ল ষ্টেডিয়ামৰ বাহিৰত বহু সংখ্যক লোকে প্ৰদৰ্শন কৰা দেখা গৈছিল। সম্ভাৱ্য তাৰিখ- আগষ্ট ২৭: শ্ৰীলংকা বনাম বাংলাদেশ। আগষ্ট ২৮: ভাৰত বনাম পাকিস্তান। আগষ্ট ২৯: বাংলাদেশ বনাম আফগানিস্তান। আগষ্ট ৩০: পাকিস্তান বনাম কোৱালিফায়াৰ। আগষ্ট ৩১: শ্ৰীলংকা বনাম আফগানিস্তান। ছেপ্টেম্বৰ ১: ভাৰত বনাম কোৱালিফায়াৰ। ইয়াৰ পিছত, দলবোৰে ছুপাৰ-৪ৰ বাবে…
Read More
আইচিচি এদিনীয়া ৰেংকিঙত এটাকৈ স্থান উন্নত হৰমনপ্ৰীত কৌৰ- স্মৃতি মান্ধানাৰ

আইচিচি এদিনীয়া ৰেংকিঙত এটাকৈ স্থান উন্নত হৰমনপ্ৰীত কৌৰ- স্মৃতি মান্ধানাৰ

ভাৰতীয় মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু উপ-অধিনায়ক স্মৃতি মান্ধানাই মঙলবাৰে প্ৰকাশিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) শেহতীয়া এদিনীয়া ৰেংকিঙত এটাকৈ স্থান উন্নত কৰিছে। হৰমনপ্ৰীত বেটছমেনৰ ৰেংকিঙত ১৩ তম স্থানত আছে, আনহাতে মান্ধানা নৱম স্থানৰ সৈতে শীৰ্ষ ভাৰতীয় হৈছে। তিনিখন এদিনীয়া শৃংখলাত হৰমনপ্ৰীতে ৫৯.৫০ গড়ে ১১৯ ৰান সংগ্ৰহ কৰে আৰু লগতে তিনিটা উইকেট দখল কৰি ভাৰতীয় দলটোক শৃংখলাটোত ৩-০ ৰ অগ্ৰগতি প্ৰদান কৰে। তেওঁক শৃংখলাটোৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত কৰা হৈছিল। মান্ধানাই এই শৃংখলাটোত ৫২ ৰ গড়ত ৰান কৰিছিল। তেওঁ এই সময়ছোৱাত এটা শতকও অৰ্জন কৰিছিল। ৰেংকিং তালিকাত অগ্ৰসৰ হোৱা আন ভাৰতীয় বেটছমেনসকলৰ ভিতৰত আছে শফালী বাৰ্মা (তিনিটা স্থান আগুৱাই ৩৩…
Read More
১০ আৰু ১১ ছেপ্টেম্বত চলচিচত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেল, প্ৰতীকপট উন্মোচন

১০ আৰু ১১ ছেপ্টেম্বত চলচিচত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেল, প্ৰতীকপট উন্মোচন

 বিগত বৰ্ষ সমুহৰ দৰে চলচিচত্ৰম্ নামৰ সংস্হাটোৱে আয়োজন কৰি অহা চলচিচত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেল এই বেলি অহা  ১০ আৰু ১১ ছেপ্টেম্বত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব৷ আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সভাত এই কথা ঘোষণা কৰে চলচ্ছিত্ৰমৰ সভাপতি উৎপল দত্তই৷ অসমৰ চিত্ৰজগতৰ ভালেমান বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এইবাৰৰ মহোৎসৱৰ প্ৰতীকপট নেফটাৰ সভাপতি ৰাজেন ৰাজখোৱা আৰু সাংস্কৃতিক সাংবাদিক সন্হাৰ সম্পাদক শিবানু বৰাই উন্মোচন কৰি  মহোৎসৱৰ দিন ঘোষণা কৰে৷ উল্লেখ্য, ২০১৭ চনৰ পৰা প্ৰতিবছৰে চলচ্ছিত্ৰমে্  মহোৎসৱ মাৰ্চ মাহত অনুষ্ঠিত কৰি আহিছিল যদিও যোৱা বছৰ ক’ভিদ পৰিস্থিতিৰ বাবে মহোৎসৱ আগষ্ট মাহত অনলাইন যোগে অনুষ্ঠিত কৰা হৈছিল৷ ভাৰতৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈ থকা চলচ্ছিত্ৰ মহোৎসৱৰ সময়ৰ…
Read More

সৰভোগত ড্ৰাগছ বিৰোধী সংবাদমেল

অসম চৰকাৰ তথা অসম আৰক্ষী কঠোৰ হোৱাৰ পিছতো বন্ধ হোৱা নাই ড্ৰাগছৰ ৰমৰমীয়া বেহা । আজানপীৰ ৰুৰেল ডেভেলপমেণ্ট অৰ্গ্ৰানাইজেশ্বন সদস্য সকলে ড্ৰাগছ নিচাযুক্ত সামগ্ৰী সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে আৰু অসমখন ড্ৰাগছ মুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় । অসমৰ মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ড্ৰাগছৰ প্ৰদক্ষেপক অৰ্গ্ৰানাইজেশ্বনৰ সন্থাটোৱে আদৰণি জনায় । প্ৰতিখন সমাজ ড্ৰাগছ মুক্ত হৱ লাগিব । ই সমাজ বিৰোধী ধৰ্ম বিৰোধী । এনেকুৱা ব্যক্তিক সমাজৰ পৰা বহিস্কাৰ কৰিব লাগে । ইপিনে সমাজত বাল্য বিবাহ মদ ভাং জু্ৱা ইন্ডিং আদি প্ৰশাসন ৰাইজৰ সহযোগত বন্ধ কৰিব লাগে । অসম চৰকাৰে সমাজ বিৰোধী কাৰ্যকলাপক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
Read More

গাঞ্জা ব্যৱসায়ত নামি পৰিল মহিলা!

অব্যাহত আছে নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান।আৰু এইবাৰ গাঞ্জা ব্যৱসায়ত নামি পৰিল মহিলাSOG,CRIME BRANCH,আৰু হাতীগাঁও আৰক্ষীয়ে সিজুবাৰী প্ৰগতি পথত অভিযান চলাই।উল্লেখযোগ্য যে অভিযানত আৰক্ষীয়ে জব্দ কৰে ৭:৫ কেজি গাঞ্জা,নগদ ৪ লাখ ৩৩ হাজাৰ ৮০০ টকা আৰু ম'বাইল ফোন।জানিব পৰা মতে ভাড়াৰুমত বাহৰ পাতি ব্যৱসায় চলোৱা ময়ুৰী বেগমক গ্ৰেপ্তাৰ কৰে হাতীগাঁও আৰক্ষীয়ে।আৰু অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Read More

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নগৰবেৰা আঞ্চলিক সমিতিৰ প্ৰতিবাদী সমদল

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নগৰবেৰা আঞ্চলিক সমিতিৰ প্ৰতিবাদী সমদলনিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নগৰবেৰাৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ । ৯টা দাবী সম্বলিত এখনি স্মাৰক পত্ৰ নগৰবেৰাৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।দাবী সমুহ ক্ৰমে বানত ক্ষতিগ্ৰস্তসকলক পৰ্যাপ্ত পৰিমাণে সহায্য প্ৰদান কৰা,বানত ক্ষতি হোৱা ৰাস্তা ঘাট,মাথাউৰি আৰু দলংসমূহ শীঘ্ৰে মেৰামতি কৰা, মূল্য বৃদ্ধি ৰোধ কৰা, ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰা,নাৰী নিৰ্যাতন বন্ধ কৰা আদি দাবী লৈ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰা স্মাৰক পত্ৰৰ জৰিয়তে অতি শীঘ্ৰে সমাধান বিচাৰিছে প্ৰতিবাদ কাৰীয়ে।
Read More
আইচিচি এদিনীয়া ৰেংকিঙত এটাকৈ স্থান উন্নত হৰমনপ্ৰীত কৌৰ- স্মৃতি মান্ধানাৰ

আইচিচি এদিনীয়া ৰেংকিঙত এটাকৈ স্থান উন্নত হৰমনপ্ৰীত কৌৰ- স্মৃতি মান্ধানাৰ

ভাৰতীয় মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু উপ-অধিনায়ক স্মৃতি মান্ধানাই মঙলবাৰে প্ৰকাশিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) শেহতীয়া এদিনীয়া ৰেংকিঙত এটাকৈ স্থান উন্নত কৰিছে। হৰমনপ্ৰীত বেটছমেনৰ ৰেংকিঙত ১৩ তম স্থানত আছে, আনহাতে মান্ধানা নৱম স্থানৰ সৈতে শীৰ্ষ ভাৰতীয় হৈছে। তিনিখন এদিনীয়া শৃংখলাত হৰমনপ্ৰীতে ৫৯.৫০ গড়ে ১১৯ ৰান সংগ্ৰহ কৰে আৰু লগতে তিনিটা উইকেট দখল কৰি ভাৰতীয় দলটোক শৃংখলাটোত ৩-০ ৰ অগ্ৰগতি প্ৰদান কৰে। তেওঁক শৃংখলাটোৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত কৰা হৈছিল। মান্ধানাই এই শৃংখলাটোত ৫২ ৰ গড়ত ৰান কৰিছিল। তেওঁ এই সময়ছোৱাত এটা শতকও অৰ্জন কৰিছিল। ৰেংকিং তালিকাত অগ্ৰসৰ হোৱা আন ভাৰতীয় বেটছমেনসকলৰ ভিতৰত আছে শফালী বাৰ্মা (তিনিটা স্থান আগুৱাই ৩৩…
Read More