উত্তৰ-পূৱ

অসম চাহ নিগমৰ বাগিছা লীজত দিয়াৰ প্ৰতিবাদ উদ্যোগ বচাওক শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতি, অসমৰ

অসম চাহ নিগমৰ বাগিছা লীজত দিয়াৰ প্ৰতিবাদ উদ্যোগ বচাওক শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতি, অসমৰ

উদ্যোগ বচাওক শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতি, অসমৰ মুখ্য আহ্বায়ক ৰমেন দাস আৰু পংকজ কুমাৰ দাসে এক প্ৰেছ বিজ্ঞপ্তি যোগে অসম চাহ নিগমৰ ১২ খন চাহ বাগিচা যথাক্ৰমে চৈকতা,নাগিনীজান, ৰজাবাৰী, চৰাইদেউ, দীপলিং, নেঘেৰিটিং, ৰঙামাটি, দিজুভেলী, লুংচুং, আমলখি, ইচাবিল, লংগাই চাহ বাগিছা অসম চৰকাৰে লীজত দিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু বাগিছা কেইখন ৰাজহুৱা খণ্ডতে পুনৰুজ্জীৱিত কৰাৰ দাবী কৰিছে।  প্ৰেছ বিজ্ঞপ্তিটোত যৌথ সংগ্ৰাম সমিতিয়ে কয় যে, বিজেপি চৰকাৰে চাহ নিগমৰ সমস্যা সমূহ সমাধানৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু বাগিছা সমূহ পুনৰুজ্জীৱিতকৰণৰ কোনো পদক্ষেপেই নললে, আনকি নিগমৰ বাগিছাৰ শ্ৰমিকে শ্ৰম আইন মতে পাব লগা প্ৰাপ্যসমূহো পোৱা নাই, পি এফৰ ধনৰ বাবে উচ্চতম ন্যায়ালয়ে…
Read More
ছিংগাপুৰ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত সিন্ধু-প্ৰণয়

ছিংগাপুৰ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত সিন্ধু-প্ৰণয়

দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু আৰু ইন-ফৰ্ম এইচ এছ প্ৰণয়ে ছিংগাপুৰ অ'পেন ছুপাৰ ৫০০ বেডমিণ্টন টুৰ্ণামেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।তৃতীয় স্থান প্ৰাপ্ত সিন্ধুৱে বিশ্বৰ ৫৯ নম্বৰৰ ভিয়েটনামৰ হুই লিন আগুয়েনক  ১৯-২১, ২১-১৯,২১-১৮ পৰাস্ত কৰে। এতিয়া তেওঁ চীনৰ হান য়িৰ মুখামুখি হ'ব। বিশ্বৰ ১৯ তম স্থানত থকা প্ৰণয়ে বিশ্বৰ চাৰি নম্বৰ চীনা টাইপেইৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে তিনি সপ্তাহৰ ভিতৰত দ্বিতীয়টো জয় পঞ্জীয়ন কৰে। তেওঁক প্ৰণয়ে  ১৪-২১, ২২-২০,২১-১৮ ত পৰাস্ত কৰে। খেলখন  এক ঘণ্টা ন মিনিট চলিছিল।  তেওঁ এতিয়া জাপানৰ কোডাই নাৰাওকাৰ মুখামুখি হ'ব। কিদাম্বি শ্ৰীকান্তক পৰাস্ত কৰা মিথুন মঞ্জুনাথে আয়াৰলেণ্ডৰ এন. আনগুয়েনৰ বিৰুদ্ধে ১০-২১, ২১-১৮, ১৬-২১ত নক আউট…
Read More

বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ লখিমপুৰৰ নাওবৈচাত ৰাইজে পাতিলে ভেকুলীৰ বিয়া

বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ লখিমপুৰৰ নাওবৈচাত ৰাইজে পাতিলে ভেকুলীৰ বিয়াআয়তিৰ উৰুলিৰে উদুলি মুদুলি বিয়া ঘৰৰ পদুলি ৷ দৰা ঘৰীয়া সাজু হৈছে ন কইনাক আদৰিবলৈ ৷ ইফালে কইনা ঘৰীয়াৰ গাত নাই তত ৷ আইহঁতৰ মুখত বিয়া নাম ৷ কোনোৱে যদি পানী তুলিবলৈ গৈছে, আনফালে আকৌ পৰম্পৰাগত ৰীতি-নীতিৰে দৰা-কইনাক গা ধুৱাবলৈ সাজু হৈছে আনসকল মহিলা ৷বৰষুণৰ অভাৱত এতিয়া কৃষক ৰাইজে পথাৰত পানী বিচাৰি হাহাকাৰ কৰিব লগা হৈছে । বৰষুণ নোহোৱাৰ ফলতে আহাৰৰ বতৰতো পথাৰত মেলিছে ছিৰাল ফাঁট । বৰষুণৰ অভাৱত পথাৰত চন পৰি ৰৈছে বহু হাজাৰ কৃষিভূমি । যাৰ ফলত এই ভৰ আহাৰৰ সময়ত কৃষকসকলে পথাৰত ব্যস্ত হোৱাৰ পৰিৱৰ্তে ছিৰাল ফাঁট মেলা…
Read More

চকুমুদা কুলিৰ ভাও ৰূপত গোৰেশ্বৰ বন বিভাগ

বাইহাটা চাৰিআলি-ৰামগাঁও- নাগ্ৰিজুলি গড়কাপ্টানী পথত বৃদ্ধি পাইছে ডাম্পাৰৰ দৌৰাত্ম। নিশা হ'লে গোৰেশ্বৰ নাগ্ৰিজুলি পথত চলে অবৈধ ডাম্পাৰৰ দৌৰাত্মক ।এই দূৰ্নীতিৰ বিৰুদ্ধে কোনো কানসাৰ নাই বিভাগীয় পক্ষৰ। উল্লেখযোগ্য যে অতিষ্ঠ হৈ স্থানীয় ৰাইজ তথা দল সংগঠন, বাতৰি সংগ্রহ কৰিবলৈ যোৱা সাংবাদিককো বাধা প্ৰদান স্বহীদ আলী নামৰ দালালজনে।অন কেমেৰাত ভাবুকি প্রদান কৰিলে ডাম্পাৰৰ দালালে। এজন মহাপুৰুষ নাম স্বহীদ আলী। পেচাত পিছে এজন বন বিভাগৰ ব্যক্তিগত ড্ৰাইভাৰ। পিছে এতিয়া স্বহীদ আলীৰ নেতৃত্বে চলিছে বন বিভাগৰ সন্মুখেৰে চালান বিহিন শ-শ ডাম্পাৰ। সাংবাদিকক ভাবুকি প্ৰদান কৰি AS25F1045 নম্বৰৰ এল্ট গাড়ীৰে পলায়ন কৰে স্বহীদ আলীয়ে ।। ইপিনে চকুমুদা কুলিৰ ভাও ৰূপত গোৰেশ্বৰ বন বিভাগৰ বিষয়া অনুপ…
Read More

অসমত বাসকৰা সকলো সম্প্ৰদায়ে প্ৰকৃত অসমীয়া : এবিএমছু

অসমত গৰীয়া, মৰীয়া আদি সম্প্ৰদায়ৰ ব্যক্তি সকলক নতুনকৈ খিলঞ্জীয়া বুলি পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই । অসমত বাসকৰা সকলো সম্প্ৰদায়ে প্ৰকৃত অসমীয়া : এবিএমছু । অসমত বাসকৰা সকলো মুছলমানে প্ৰকৃত অসমীয়া । নতুনকৈ গৰীয়া, মৰীয়া আদিকৰি মুছলমান সম্প্ৰদায়ৰ ব্যক্তি সকলক খিলঞ্জীয়া বুলি পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই । বাক্সা জিলাৰ শিমলাবাৰীত অনুষ্ঠিত হোৱা এবিএমছুৰ সাধাৰণ সভাৰ অন্তত সাংবাদিকৰ আগত এনেদৰে গুৰুত্বপূৰ্ণ মন্ত্যব্য প্ৰকাশ কৰে এবিএমছুৰ সভাপতি মফিদুল ইছলামে । সভাপতি গৰাকীয়ে কয় যে এই সকল সম্প্ৰদায়ৰ লোক পুৰ্বৰ পৰা অসমীয়া তথা খিলঞ্জীয়া ব্যক্তি । এই ক্ষেত্ৰত চৰকাৰে কোনো সাংবিধানিক ভাবে কাম কৰা নাই । অকল ৰাজ্য চৰকাৰে নিজাববীয়াকৈ এটা নটিফিকেচন…
Read More

পকীঘৰ, চাকৰিয়াল, চাৰি চকীয়া গাড়ী থকাৰ পিছতো পালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ

পকী ঘৰ, চাকৰিয়াল, চাৰি চকীয়া গাড়ী থকাৰ পিছতো পালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ।এই অভিযোগ কাঠ মিষ্ট্ৰী কাম কৰি বহু কষ্টৰে পকী ঘৰ নিৰ্মাণ কৰি তালিকাত নাম থাকিও চৰকাৰী গৃহৰ পৰা বঞ্চিত হিতাধিকাৰীৰ। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত থুৰিবাৰী ভিচিডিচিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।এই অভিযোগ উত্থাপন কৰিছে শ্ৰমিকৰ কাম কৰি বহু কষ্টৰে পকী ঘৰ নিৰ্মাণ কৰি তালিকাত নাম থাকিও চৰকাৰী গৃহৰ পৰা বঞ্চিত ব্যক্তি তথা ভিচিডিচিটোৰ অন্তৰ্গত ফুলকুমাৰী নিবাসী চতালু সূত্ৰধৰে। ভিচিডিচিটোৰ অন্তৰ্গত কেবাজনো হিতাধিকাৰীয়ে পকী ঘৰ, পৰিয়ালত চৰকাৰী চাকৰি, চাৰি চকীয়া গাড়ী থকাৰ পিছতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰা বুলি অভিযোগ…
Read More

জটিল ৰোগত আক্ৰান্ত দুই বছৰীয়া ফুল কুমলীয়া শিশু।

জটিল ৰোগত আক্ৰান্ত দুই বছৰীয়া ফুল কুমলীয়া শিশু।মাতৃয়ে কান্দি কান্দি সহায়ৰ আহ্বান জনালে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যবাসীক ।উল্লেখযোগ্য যে বঙাইগাঁও জিলাৰ মানিকপুৰৰ আৰক্ষী চকীৰ অন্তৰ্গত বাশবাৰীৰ নিত্তা চান্দ্ৰা দাসৰ পুত্ৰ সৌৰভ দাস(৩)জটিল ৰোগত আক্ৰান্ত দুই বছৰীয়া ফুল কুমলীয়া শিশু। আৰ্থিক ভাবে দুৰ্বল পৰিয়ালৰ লোক যাৰ ভাবে উন্নত চিকিৎসা কৰিব পৰা নাই শিশুটোৰ।বানপানীয়ে যথেষ্ট ক্ষতি কৰিছে পৰিয়ালটোৰ। আপোনাৰ অলপ সহায়ত হাঁহি বিৰিঙিব পাৰে এটা ফুলকুমলীয়া শিশুৰ ।অসমৰ মূখ্যমন্ত্ৰীৰ লগতে ৰাজ্যবাসীক লৈ মাকে কান্দি কান্দি সহায়ৰ আহ্বান কৰিছে। কোনো সদাশয় ব্যক্তিয়ে যদি সহায় কৰিব বিচাৰে তেতিয়া হ'লেA/C No=30712417853IFSC=SBIN0009145A/C Holder name nitta chandra dasPHONE PE NO 9957417276 আৰু যদি পৰিয়ালৰ লোকৰ লগত যোগাযোগ…
Read More

নলবাৰীত ৰে’লৰ পৰা পৰি এগৰাকী শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়

নলবাৰীত ৰে'লৰ পৰা পৰি এগৰাকী শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়।আঘাতপ্রাপ্ত শ্ৰমিক গৰাকী চিৰাং জিলাৰ মোহিতচান্দ আলী বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে ৰে'ল লাইনৰ কাম কৰিবলৈ প্ৰায় ২০ জনীয়া এটা শ্ৰমিকৰ দল পাতিলাদহৰ পৰা আগ্যাথৰীলৈ চিফুং যাত্ৰীবাহী ৰে'লত গৈ আছিল। নলবাৰী ৰে'ল ষ্টেচন পোৱাৰ কিছু আগ মুহুর্তত শ্ৰমিক জন ৰে'লৰ পৰা পৰি দুৰ্ঘটনাতত পতিত হয়। দুৰ্ঘটনাতত পতিত হোৱাৰ পিছতেই তেওঁক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও গুৰুতৰভাৱে আঘাতপ্রাপ্ত শ্ৰমিক জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।
Read More

স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক

বটদ্ৰৱাৰ লালুংগাওঁত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।স্বামীয়ে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।জানিব পৰা মতে শনিবাৰে পাৰিবাৰিক কাজিয়াৰ ফলত স্বামী এমৰাদুল হুছেইনে পত্নী ৰূপচানা খাতুনক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ কৰিছে ৰূপচানাৰ পৰিয়ালৰ লোকে। এমৰাদুল ইছলামে মৃত ৰূপচানাক প্ৰায়ে মাৰপিট কৰিছিল আৰু এমৰাদুলৰ প্ৰথমা পত্নীকো অত্যাচাৰ কৰি খেদাই দিছিল বুলি মন্তব্য কৰিছে ৰূপচানাৰ ভগ্নীয়ে।উলেখ্য যে,বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত লালুংগাঁওৰ এমৰাদুল আৰু ধনীয়াভেটিৰ ৰূপচানাৰ তিনিমাহ পূৰ্বে বিয়া হৈছিল।ভুক্তভোগী পৰিয়ালৰ লোকে বটদ্ৰৱা আৰক্ষী চকীত এমৰাদুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ৰুজু কৰিছে এটা গোচৰ।আনহাতে স্বামী এমৰাদুল হুছেইনে হত্যাৰ কথা অস্বীকাৰ কৰি কৈছে যে পত্নীয়ে আইৰন ছাৰ্ফ খোৱাৰ ফলত তেওঁৰ মৃত্যু হৈছে।এতিয়া আৰক্ষীৰ তদন্তৰ…
Read More

মানাস ৰাষ্ট্ৰীয় উদ্যানত ৰোপন কৰা হ’ব বন্যহস্তীৰ উপযোগী প্ৰচুৰ পৰিমাণৰ ফলমুলৰ গছ। এই পদক্ষেপ বিটিআৰ প্ৰশাসনৰ

মানাস ৰাষ্ট্ৰীয় উদ্যানত ৰোপন কৰা হ'ব বন্যহস্তীৰ উপযোগী প্ৰচুৰ পৰিমাণৰ ফলমুলৰ গছ। এই পদক্ষেপ বিটিআৰ প্ৰশাসনৰ। বিজনীত এই ঘোষণা কৰিলে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ।মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকা সমূহত বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে হস্তি মানুহৰ সংঘাটত বহুতো লোকৰ প্ৰাণহানী হৈছিল। এনে পৰিপ্ৰেক্ষিতত বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই বিজনীৰ বিষ্ণুপুৰত বিজেপিৰ মানাস ছেৰফাং মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত আৰ্থিক অনুদান অনুষ্ঠানৰ জৰিয়তে হস্তী মানুহৰ সংঘাটত ক্ষয় ক্ষতি হোৱা পঞ্চাশটা পৰিয়ালক ব্যক্তিগত ভাবে পাঁচ হেজাৰকৈ অনুদান আগবঢ়ায়।বন্যহস্তীয়ে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰবেশ কৰাৰ বাবেহে ৰাইজ ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰতি লক্ষ্য…
Read More