উত্তৰ-পূৱ

আলমগঞ্জ ৰঙামাটি মহাবিদ্যালয়ত বিদ্যালয়খনৰ কৰ্মচাৰী সকলৰ দিনজোৰা কৰ্মবিৰতি

আলমগঞ্জ ৰঙামাটি মহাবিদ্যালয়ত বিদ্যালয়খনৰ কৰ্মচাৰী সকলৰ দিনজোৰা কৰ্মবিৰতি ৷ ৰাজ্যৰ আন আন ঠাইৰ দৰে গৌৰীপুৰৰ আলমগঞ্জ ৰঙামাটি মহাবিদ্যালয়ত সদৌ অসম চৰকাৰী এন, পি, এচ কৰ্মচাৰী সন্থাৰ আহ্বানত পুৰনি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰবৰ্তনৰ দাবীত আজি এনেদৰে দিনজোৰা অনসন কাৰ্য্যসূচী পালন কৰে। অসম চৰকাৰে যি এন পি এচ প্ৰবৰ্তন কৰিছে সেই প্ৰবৰ্তন বাতিলৰ দাবীত আজি অসমৰ প্ৰতিটো প্ৰান্তে - প্ৰান্তে কৰ্ম বিৰতি অনসন কাৰ্যসূচী পালন কৰা দেখা গৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে মহাবিদ্যালয়খনৰ অধক্ষ্য , অধ্যাপক , অধ্যাপিকা সকল , তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকল।
Read More

ভনীয়েকৰ ঘৰত ভাগিনীয়েকৰ দাৰ ঘাপত দুচেও হ’ল মোমায়েক

নুমলীগড়ত নিশা চাঞ্চল্যকৰ ঘটনা ভনীয়েকৰ ঘৰত ভাগিনীয়েকৰ দাৰ ঘাপত দুচেও হ'ল মোমায়েকৰ হাত। এক ঘণ্টা চোতালতে তেজেৰে লুতুৰি পুতুৰি হৈ পৰি থাকিল মোমায়েক।নিশা নুমলীগড়ত চাঞ্চল্যকৰ ঘটনা। ভাগিনীয়েকৰ ডাৰ ঘাপত মোমায়েক হ'ল ধৰাশায়ী। ভগ্নীৰ ঘৰলৈ অহাই যেন কাল হ'ল মোমায়েক ৰাজীৱ হাজৰিকাৰ। পাৰিবাৰিক কন্দলৰ পৰিণতিত এইয়া। নিশা ফলঙনি 1নংৰ নিবাসী ৰাজীৱ হাজৰিকা ফলঙনী ডাকঘৰ চাৰিআলিৰ সমীপৱৰ্তী বাসিন্দা ভনীয়েকৰ ঘৰলৈ যাওঁতে ভাগিনীয়েকৰ সৈতে সংঘাত হয়। আৰু তাৰ পৰিণতিত ভাগিনৰ দাৰ ঘাপত মোমায়েকৰ এখন হাত দুছেও হল। প্ৰায় এক ঘণ্টাৰ পাছত ঘটনা সন্দৰ্ভত বগীজান আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ ৰাজীৱ হাজৰিকাক সংকট জনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও…
Read More

বাক্সাত যোগেন ব্ৰহ্মৰ সংবাদমেল

বাক্সা জিলাৰ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ ধমধমাৰ উন্নয় খণ্ডৰ অন্তভূক্ত আংগাৰধোৱা ভিচিডিচিৰ চেয়াৰমেন যোগেন ব্ৰহ্ম সংবামেল ৷কিছুদিন আগতে হোৱাটচ’প জৰিয়তে তাৰপিছত সংবাদ মাধ্যম বাতৰি প্ৰচাৰৰ কৰা হৈছিল ৷শান্তিপুৰ গাঁৱৰ এগৰাকী হিতাধিকাৰী মহিলাৰ পৰা প্ৰধানমন্ত্ৰী আবাস যোজনা নামত দ্বিতীয় কিষ্টি টকা সমূৱাই দিয়াৰ নামত ধন দাবী কৰা অভিযোগ এক কৰি সংবাদত বাতৰি প্ৰচাৰৰ কৰা হৈছিল ৷মহিলা গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে চাৰিগৰাকী ব্যক্তি নাম উল্লেখ কৰিছে ডেকা আৰু বড়ো উপাধিৰ নাম৷ সংবাদ মেল সম্বধোন কৰি ভিচিডিচিৰ চেয়াৰনেম গৰাকীয়ে কয় মিছা নে সঁচা আৰু কনো সত্য সত্যতা নাই বুলি সংবাদ মাধ্যমৰ আগত মত্তব্য কৰে ইউ পি পি এল দলীয় কৰ্মী…
Read More

দিনক দিনে বৃদ্ধি পাইছে ‘গ্ৰীণ ট্ৰি’ৰ চাহিদা

'গ্ৰীণ ট্ৰি' ৰ আছে অনেক ঔষধি গুনদিনক দিনে বৃদ্ধি পাইছে 'গ্ৰীণ ট্ৰি'ৰ চাহিদাসমগ্ৰ বিশ্বতেই সৰ্বাধিক প্ৰচলিত এই 'গ্ৰীণ ট্ৰি'গ্ৰীণ ট্ৰিৰ আছে অনেক উপকাৰীতাশৰীৰৰ ওজন হ্ৰাসৰ বাবে অতি উপকাৰী গ্ৰীণ ট্ৰিস্বাস্থ্য সচেতন ব্যক্তিসকলৰ বাবে অধিক গুৰুত্বপূৰ্ণ গ্ৰীণ ট্ৰিগ্ৰীণ ট্ৰিত কলেষ্টৰলৰ পৰিমাণ কম থকাৰ বাবেহৃদৰোগ আৰু ৰক্তবাহী শিৰাৰ বিভিন্ন বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিনিয়মিতভাৱে গ্ৰীণ ট্ৰি সেৱন কৰা লোকৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কম'গ্ৰীণ টি'য়ে উজন কমোৱাৰ লগতে শকত হোৱাৰ প্ৰৱণতা নাইকীয়া কৰেএদিনত ৭০ কেলৰি পৰ্যন্ত মেদ কমোৱাত সহায় কৰিব পাৰে'গ্ৰীন ট্ৰি' য়ে পেট বা উৰু অংশৰ অতিৰিক্ত চৰ্বি কমোৱাত সহায় কৰে'গ্ৰীন ট্ৰি' য়ে শৰীৰত বিষ হৰণ কৰাৰ লগতে শৰীৰত…
Read More

বিশ্বৰ ১০ যোৰ ধুনীয়া চকু

বিশ্বৰ ১০ যোৰ ধুনীয়া চকুযাৰ সৌন্দৰ্যৰ তুলনা নাইচকুৱে যদি কথা কয় শব্দ কিয়নো লাগে…চকুৱে প্ৰকাশ কৰে মনৰ ভাষাচকুৱে বহু কথাই কয়এযোৰ ধুনীয়া চকুৰ গৰাকী হ'বলৈ সকলোৱে আশা কৰেমানুহৰ শুৰুত্বপূৰ্ণ অংগৰ ভিতৰত চকু অন্যতমবিশ্বৰ ১০ যোৰ ধুনীয়া চকুৰ গৰাকীজন্মগতভাৱেই এনে চকুৰ গৰাকীতেওঁলোক কোনো চেলিব্ৰেটি নহয়এই বিষয়ে জানিবলৈ শেষলৈকে চাওক এই প্ৰতিবেদনএজনী সৰু ছোৱালীতাইৰ চকুত যেন ধৰা দিয়েহি আকাশতাইৰ চকুত আছে গভীৰতা আৰু নীলাতাইৰ চকুত কোনো কৃত্ৰিম লেন্স লগোৱা নাইপ্ৰাকৃতিক ভাৱেই এনে চকুৰ অধিকাৰী তাইএই চকুকেইটালৈ চাই অনুভৱ কৰককিমান ধুনীয়া হ'ব পাৰে তাইৰ দুচকো🔹 ভাৰতৰ এগৰাকী কনমানীবিশ্বৰ অন্যতম চকুৰ গৰাকী তেওঁচাৱক কি অপূৰ্ব চকুআপুনি চালে হয়তো ভাবিব যে তাইৰ চকুত কিবাযেন লগাই…
Read More
এছিয়া কাপ আৰু টি-২০ বিশ্বকাপৰ বাবে শ্ৰীধৰণ শ্ৰীৰামক ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি

এছিয়া কাপ আৰু টি-২০ বিশ্বকাপৰ বাবে শ্ৰীধৰণ শ্ৰীৰামক ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি

বাংলাদেশ ক্ৰিকেট ব'ৰ্ডে আগন্তুক এছিয়া কাপ আৰু টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ শ্ৰীধৰণ শ্ৰীৰামক ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে। শ্ৰীৰামৰ নিযুক্তি এজন বিচিবি পৰিচালকৰ উদ্ধৃতিৰে ডেইলী ষ্টাৰৰ প্ৰতিবেদনৰ দ্বাৰা নিশ্চিত কৰা হৈছে। তেওঁ কয়- আমি শ্ৰীৰামক বিশ্বকাপলৈকে প্ৰশিক্ষক হিচাপে নিযুক্তি দিছো। আমি এক নতুন চিন্তাধাৰাৰে আগবাঢ়ি আছো আৰু এছিয়া কাপৰ পৰা এজন নতুন প্ৰশিক্ষক নিযুক্ত কৰা হৈছে। টি-২০ বিশ্বকাপ আমাৰ মুখ্য লক্ষ্য আৰু তাৰ বাবে, এছিয়া কাপৰ আগতে নিযুক্তি প্ৰয়োজন যাতে তেওঁলোকে সম্পূৰ্ণ সময় পায়। উল্লেখ্য যে শ্ৰীৰামে ২০০০ ৰ পৰা ২০০৪ চনৰ ভিতৰত ভাৰতৰ হৈ আঠখন এদিনীয়া খেলিছিল আৰু অষ্ট্ৰেলিয়াৰ সহকাৰী আৰু স্পিন বলিং প্ৰশিক্ষকো আছিল। শ্ৰীৰামক…
Read More
ইউএছ অ’পেনৰ চেম্পিয়নে লাভ কৰিব ২.৬ নিযুত ডলাৰ

ইউএছ অ’পেনৰ চেম্পিয়নে লাভ কৰিব ২.৬ নিযুত ডলাৰ

ইউএছ অ'পেন একক চেম্পিয়নে এই বছৰ ২.৬ নিযুত ডলাৰ পুৰস্কাৰ লাভ কৰিব, আনহাতে ২৯ আগষ্টৰ পৰা আৰম্ভ হোৱা গ্ৰেণ্ড শ্লেমে প্ৰথমবাৰৰ বাবে মুঠ পুৰস্কাৰৰ ধন ৬০ নিযুত ডলাৰলৈ বৃদ্ধি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেনিছ সংস্থাই বৃহস্পতিবাৰে কয় যে এজন খেলুৱৈয়ে মূল ড্ৰ'ত প্ৰৱেশ কৰিলে ৮০,০০০ ডলাৰ আৰু দ্বিতীয় ৰাউণ্ডত উপনীত হোৱাৰ বাবে ১,২১,০০০ ডলাৰ লাভ কৰিব। কোৰোনা মহামাৰীৰ পূৰ্বে ২০১৯ চনত, চেম্পিয়নে ৩.৯ নিযুত ডলাৰ লাভ কৰিছিল আৰু প্ৰথম ৰাউণ্ডত পৰাজিত সকলক ৫৮,০০০ ডলাৰ দিয়া হৈছিল। যিসকলে কোৱাৰ্টাৰ ফাইনেলত উপনীত হ'ব তেওঁলোকে ৪,৪৫,০০০ ডলাৰ লাভ কৰিব আৰু ছেমি ফাইনেলত ৭,০৫,০০০ ডলাৰ লাভ কৰিব। ৰানাৰ্ছ-আপে ১.৩ নিযুত ডলাৰ লাভ কৰিব। যোৱাবাৰ, মুঠ…
Read More
২০২৩ৰ ২২ অক্টোবৰৰ পৰা হাংঝৌ পেৰা এছিয়ান গেমছ

২০২৩ৰ ২২ অক্টোবৰৰ পৰা হাংঝৌ পেৰা এছিয়ান গেমছ

চীনত ক'ভিড-১৯ মহামাৰীক লৈ উদ্বেগৰ বাবে পিছুৱাই দিয়া পেৰা এছিয়ান গেমছ অহা বছৰৰ ২২-২৮ অক্টোবৰৰ ভিতৰত হাংঝৌত অনুষ্ঠিত হ'ব। আয়োজকসকলে বুধবাৰে ইয়াৰ ঘোষণা কৰে। এই প্ৰতিষ্ঠিত অনুষ্ঠানটো এই বছৰৰ ৯-১৫ অক্টোবৰলৈ হাংঝৌত অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু চীনত বৰ্ধিত ক'ভিড-১৯ সংক্ৰমণৰ বাবে মে' মাহত স্থগিত ৰখা হৈছিল। এছিয়ান পেৰালিম্পিক কমিটি (এপিচি) আৰু হাংঝৌ এছিয়ান পেৰা গেমছ আয়োজক সমিতিয়ে (এইচএপিজিঅ'চি) এক বিবৃতিত কয়, 'এই বছৰ মূলতঃ অনুষ্ঠিত হ'বলগীয়া হাংঝৌত অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ এছিয়ান পেৰা গেমছ এতিয়া ২২ ৰ পৰা ২৮ অক্টোবৰ, ২০২৩ লৈ অনুষ্ঠিত হ'ব।" এইচএপিজিঅ'চি, চীনৰ ৰাষ্ট্ৰীয় পেৰালিম্পিক সমিতি, এপিচি আৰু অন্যান্য অংশীদাৰসকলৰ মাজত আলোচনাৰ পিছত নতুন তাৰিখৰ সিদ্ধান্ত লোৱা…
Read More

আজিৰে পৰা ৰাজ্যত আৰম্ভ অৰুণোদয় মাহ

আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে অৰুণোদয় মাহ। অৰুণোদয় আঁচনিৰ জৰিয়তে আৰ্থিক ভাৱে পিছপৰা মহিলাসকলক লাভাম্বিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আজিৰে পৰা এমাহ ধৰি হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ সমীক্ষা চলাব। সমীক্ষাকাৰী দলে নিকাভাৱে হিতাধিকাৰীৰ নাম, ঠিকনা আৰু আনুসংগিক তথ্যসমূহ অন্তৰ্ভুক্ত হৈছে নে নাই তাৰ পৰীক্ষা কৰিব।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ পৰা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আনহাতে ১৫ জন মন্ত্ৰীৰ উপস্থিতিত ১৫ খন জিলাতো এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে। সেই অনুসৰি হাইলাকান্দিত পৰিমল শুক্লবৈদ্য, কৰিমগঞ্জত বিমল বৰা, কাছাৰত জয়ন্ত মল্ল বৰুৱা, হোজাইত কেশৱ মহন্তৰ উপস্থিতিত এই কাৰ্যসূচীৰ আৰম্ভ হৈছে।একেদৰে নগাওঁ জিলাত অতুল বৰা, ওদালগুৰি জিলাত উৰ্খাও গৌৰা ব্ৰহ্ম, কামৰূপত চন্দ্ৰ…
Read More

একাধিক যৌনসংগী ৰখাৰ তালিকাত অসমৰ নাম

একাধিক যৌনসংগী ৰখাৰ তালিকাত অসমৰ নামদেশৰ ১১ খন ৰাজ্যৰ মহিলাই ৰাখে অধিক যৌনসংগীNational Family Health Survey' ৰ সমীক্ষাত ভয়ংকৰ তথ্যকেন্দ্ৰীয় শাসিত অঞ্চলত চলোৱা হৈছিল এই সমীক্ষাসমীক্ষাত পুৰুষতকৈ মহিলাৰ অধিক যৌনসংগী দেখা হৈছিলসমীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰিপুৰুষে তেওঁৰ পত্নী বা লিভ ইন সম্পৰ্কত থকা নাৰীৰ সৈতেহে যৌন সম্পৰ্ক কৰেকিন্তু মহিলাই স্বামী বা লিভ ইন সম্পৰ্কত থকা পুৰুষৰ উপৰিও বাচি লয় অন্য যৌনসংগীNational family health survey য়ে ১.১ লাখ মহিলা আৰু ১ লাখ পুৰুষৰ তথ্যৰ ভিত্তিত চলাইছিল এই সমীক্ষাএকাধিক যৌনসংগী ৰখা ৰাজ্যৰ তালিকাত থকা ৰাজ্যকেইখন হ'লৰাজস্থান…হাৰিয়ানা…চণ্ডীগড়……জন্মু-কাশ্মীৰ…লাডাখ…মধ্যপ্ৰদেশ…অসম…কেৰেলা…লাক্ষাদ্বীপ…পুডুচেৰী…আৰু তামিলনাডুতথ্য অনুসৰি একাধিক যৌনসংগী ৰাখে ৰাজস্থানৰ মহিলাইৰাজ্যখনত এনে পুৰুষ আছে ১.১ শতাংশপ্ৰতিবেদন অনুসৰি নগৰ অঞ্চলৰ…
Read More