21
May
উত্তৰ-পূবৰ ৰে’ল যাত্ৰীৰ বাবে ভাল খবৰ৷ শীঘ্ৰে গুৱাহাটীৰ পৰা চলিব ‘বন্দে ভাৰত এক্সপ্ৰেছ’৷ গুৱাহাটী-নিউ জলপাইগুৰিৰ মাজত চলিব ৰে’লখন৷ সপ্তাহত ৬ দিন চলিব এই অত্যাধুনিক ৰে’লখন৷ মাত্ৰ ৬ ঘণ্টাতে ৪১০ কিঃমিঃৰ যাত্ৰা সম্পূৰ্ণ কৰিব ৰে’লখনে৷
