Uncategorized

বিদেশী পৰ্যটকক ধৰ্ষণ আৰু হত্যাৰ চাঞ্চল্যকৰ গোচৰঃ তিনি অভিযুক্তক মৃত্যুদণ্ডৰ নিৰ্দেশ কৰ্ণাটকৰ আদালতৰ

বিদেশী পৰ্যটকক ধৰ্ষণ আৰু হত্যাৰ চাঞ্চল্যকৰ গোচৰঃ তিনি অভিযুক্তক মৃত্যুদণ্ডৰ নিৰ্দেশ কৰ্ণাটকৰ আদালতৰ

২০২৫ চনৰ ৬ ফেব্ৰুৱাৰীত কৰ্ণাটকৰ আদালতে হাম্পিৰ সমীপত সংঘটিত এক জঘন্য ঘটনার চূড়ান্ত ৰায় প্রদান কৰিছে, য'ত বিদেশী পৰ্যটক আৰু স্থানীয় হোমষ্টে' স্বত্বাধিকাৰীক ধৰ্ষণ আৰু এজন পৰ্যটকক হত্যা কৰা হৈছিল। আদালত অভিযুক্ত তিনিজন—মাল্লেশ (হাণ্ডিমাল), সাই আৰু চৰণাপ্পাক মৃত্যুদণ্ডৰ শাস্তি দিয়েছে। এই ঘটনাটো সংঘটিত হৈছিল ২০২২ চনৰ ৬ মাৰ্চৰ ৰাতি, য'ত তিনিজন দুৰ্বৃত্তে পৰ্যটকসকলক আক্ৰমণ কৰি মহিলাৰ সৈতে যৌন নিৰ্যাতন কৰে আৰু এক জনক হত্যা কৰে। সমগ্ৰ দেশত এই ঘটনাই বিদেশী পৰ্যটকসকলৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। আৰক্ষীয়ে ঘটনাৰ কয়দিনৰ ভিতৰত অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰে। ১১ মাহ পাছত আদালতি ৰায়ে ভুক্তভোগী পৰিয়ালৰ বাবে ন্যায় প্ৰদানৰ আশা জোগায়।
Read More
অসমত নিৰ্বাচনী যুঁজৰ প্ৰস্তুতি তুংগতঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল

অসমত নিৰ্বাচনী যুঁজৰ প্ৰস্তুতি তুংগতঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল

সম্ভৱত অসম বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগৰ এজন উচ্চস্তৰীয় দল সোমবাৰে গুৱাহাটীত উপস্থিত হয়। मुख्यमণ্ডলীয়া নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত, এই দলটোৱে তিনিদিনীয়া ভ্ৰমণ সূচীৰ অধীনত ৰাজ্যৰ নিৰ্বাচনী প্ৰস্থিতি মূল্যায়ন কৰিব। দলটোৰ অন্য সদস্যসকলৰ ভিতৰত নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশী অন্তর্ভুক্ত। মঙলবাৰে, দলটোৱে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলের সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। ইয়াৰ উপৰি, কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰ্বাচনী নিয়ন্ত্ৰণ কৰ্তৃপক্ষ, জিলাৰ নিৰ্বাচনী বিষয়া আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে পৃথকে পৃথকে আলোচনা কৰি নিৰাপত্তা আৰু প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব। ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ ওপৰতো আয়োগে নজৰ দিব। ভ্ৰমণৰ অংশ হিচাপে, মুখ্য নিৰ্বাচন আয়ুক্তে মুখ্য সচিব,…
Read More
অগ্নি-৩ মিছাইলৰ সফল পৰীক্ষণেৰে ভাৰতৰ শক্তি প্ৰদৰ্শনঃ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন মাত্ৰা

অগ্নি-৩ মিছাইলৰ সফল পৰীক্ষণেৰে ভাৰতৰ শক্তি প্ৰদৰ্শনঃ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন মাত্ৰা

দেশৰ পাৰমাণৱিক প্ৰতিৰোধ ক্ষমতাক অধিক সুৰক্ষিত কৰিবলৈ ভাৰতে শুকুৰবাৰে সম্পন্ন কৰে শক্তিশালী বেলিষ্টিক মিছাইল অগ্নি-৩ৰ সফল পৰীক্ষণ। ওড়িশাৰ চাণ্ডীপুৰস্থিত ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা হোৱা এই পৰীক্ষণে দেশৰ সামৰিক শক্তিৰ উচ্চ প্ৰযুক্তি আৰু যুদ্ধংদেহী স্থিতিক পুনৰ এবাৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিছে। ষ্ট্ৰ্যাটেজিক ফৰ্চেছ কমাণ্ডৰ তত্ত্বাৱধানত হোৱা এই পৰীক্ষণত মিছাইলটোৱে সকলো ধৰণৰ অপাৰেচনেল আৰু কাৰিকৰী মানদণ্ডত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। ৩০০০ ৰ পৰা ৩৫০০ কিলোমিটাৰ দূৰত্বত থকা শত্ৰুৰ লক্ষ্যবস্তুক নিখুঁতভাৱে আঘাত হানিব পৰা এই মিছাইলটোৱে ভাৰতৰ সামৰিক ভঁৰালত এক বিশেষ স্থান দখল কৰিছে। পৃষ্ঠৰ পৰা পৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা এই বেলিষ্টিক মিছাইলটো পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিবলৈ সক্ষম হোৱাৰ লগতে আধুনিক নেভিগেচন…
Read More
আমেৰিকাৰ মানচিত্ৰত ভাৰতৰ অবিচ্ছেদ্য অংগ পিঅ’কেঃ বাণিজ্যিক চুক্তিৰ মাজতে পাকিস্তানৰ নিদ্ৰাহৰণ

আমেৰিকাৰ মানচিত্ৰত ভাৰতৰ অবিচ্ছেদ্য অংগ পিঅ’কেঃ বাণিজ্যিক চুক্তিৰ মাজতে পাকিস্তানৰ নিদ্ৰাহৰণ

কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত তীব্ৰ সংঘাত অব্যাহত থকাৰ মাজতে আমেৰিকাই আজি দিলে এক অভূতপূৰ্ব মোৰ। আমেৰিকা আৰু ভাৰতৰ মাজত সম্পন্ন হোৱা নতুন বাণিজ্যিক চুক্তিৰ এক আনুষ্ঠানিক মানচিত্ৰত পাকিস্তান অধিকৃত কাশ্মীৰক ভাৰতৰ অংশ হিচাপে প্ৰদৰ্শন কৰাৰ পাছতে এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৃষ্টি হৈছে তীব্ৰ জোকাৰণিৰ। আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিৰ কাৰ্যালয়ে জাৰি কৰা এই বিশেষ নক্সাত কোনো ধৰণৰ নিয়ন্ত্ৰণ ৰেখা অথবা বিবাদিত অঞ্চলৰ অস্তিত্ব ৰখা হোৱা নাই। এই পদক্ষেপৰ জৰিয়তে ৱাশ্বিংটনে এতিয়া পাকিস্তানৰ অবৈধ দখলক পোনপটীয়াভাৱে অস্বীকাৰ কৰি ভাৰতৰ অখণ্ডতাৰ প্ৰতিহে সমৰ্থন আগবঢ়াইছে। আমেৰিকাৰ দৰে শক্তিশালী ৰাষ্ট্ৰই নিজৰ চৰকাৰী মানচিত্ৰত পিঅ'কে আৰু গিলগিট-বাল্টিস্তানক ভাৰতৰ অখণ্ড অংগ হিচাপে দেখুওৱাটোৱে পাকিস্তানৰ বাবে এক ডাঙৰ…
Read More
মেঘালয়ৰ অবৈধ কয়লা খনিৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ২৫ লৈ বৃদ্ধি! ২ অভিযুক্তক গ্ৰেপ্তাৰ

মেঘালয়ৰ অবৈধ কয়লা খনিৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ২৫ লৈ বৃদ্ধি! ২ অভিযুক্তক গ্ৰেপ্তাৰ

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংস্কু অঞ্চলৰ অবৈধ কয়লা খনিৰ বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা এতিয়া ২৫ গৰাকীলৈ বৃদ্ধি পাইছে। কালি খনিৰ ভিতৰৰ পৰা উদ্ধাৰকাৰী দলে আন ৪টা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আন তিনিগৰাকী গুৰুতৰভাৱে আহত শ্ৰমিকৰ মৃত্যু হোৱাৰ পাছতে এই মৰ্মান্তিক ঘটনাই অধিক ভয়াৱহ ৰূপ লৈছে। আৰক্ষীৰ তথ্য অনুসৰি, শ্বিলঙৰ নেগ্ৰিমছত এজন আৰু খলেহ্ৰীয়াট তথা জোঁৱাইৰ অসামৰিক চিকিৎসালয়ত দুগৰাকীকৈ শ্ৰমিকে শেষ নিশ্বাস ত্যাগ কৰে। মৃতদেহসমূহৰ ভিতৰত ইতিমধ্যে ১৭ গৰাকীক চিনাক্ত কৰি আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত পৰিয়ালক গতাই দিয়া হৈছে। ইফালে, এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ফৰ্মে চিৰমাং আৰু চামেহী ৱাৰ নামৰ দুগৰাকী…
Read More
মহানগৰীত সংগীতা-ৱালিউল কাণ্ডৰ পুনৰাবৃত্তি! বক্স পালেঙৰ ভিতৰৰ পৰা উদ্ধাৰ বন কৰা কিশোৰী

মহানগৰীত সংগীতা-ৱালিউল কাণ্ডৰ পুনৰাবৃত্তি! বক্স পালেঙৰ ভিতৰৰ পৰা উদ্ধাৰ বন কৰা কিশোৰী

পুনৰ এবাৰ পোহৰলৈ আহিল মহানগৰীৰ আভিজাত্যৰ আঁৰত লুকাই থকা এক অমানৱীয় আৰু নিষ্ঠুৰ নিৰ্যাতনৰ কৰুণ ছবি। সংগীতা-ৱালিউল কাণ্ডৰ দৰেই অনুৰূপ শিশু নিৰ্যাতনৰ কাণ্ড পুনৰ সংঘটিত মহানগৰীত। এইবাৰৰ স্থান পাঞ্জাবাৰীৰ জুৰিপাৰ। এগৰাকী কিশোৰীক বক্স পালেঙৰ ভিতৰত আৱদ্ধ কৰি ৰাখি চলোৱা পাশৱিক অত্যাচাৰে এতিয়া সভ্য সমাজৰ বিবেকক জোকাৰি গৈছে। চুবুৰীয়াৰ ধাৰাবাহিক অভিযোগৰ পাছত দিছপুৰ আৰক্ষীয়ে চলোৱা এক অতি গোপনীয় অভিযানে পোহৰলৈ আনিছে এগৰাকী শিক্ষিত মহিলাৰ ঘৰত চলি থকা শৈশৱৰ এক যন্ত্ৰণাদায়ক অধ্যায়। ঘটনাৰ বিৱৰণ অনুসৰি, পাঞ্জাবাৰীৰ জুৰিপাৰৰ এটা বাসগৃহত এগৰাকী কিশোৰীক দীৰ্ঘদিন ধৰি আৱদ্ধ কৰি ৰখা হৈছিল। অৰিনা লস্কৰ খাতুন নামৰ এগৰাকী অভিযন্তাৰ ঘৰত ঘৰুৱা বনকৰা হিচাপে থকা এই কিশোৰীগৰাকীক বিচনাৰ বক্সৰ…
Read More
বাংগালুৰুত ৰহস্যজনক মৃত্যু অসমৰ ৪ মিচিং যুৱকৰ

বাংগালুৰুত ৰহস্যজনক মৃত্যু অসমৰ ৪ মিচিং যুৱকৰ

কৰ্মসংস্থাপনৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ ৰহস্যজনকভাৱে মৃত্যুৰ বলি হ’ল অসমৰ চাৰিজনীয়া এটা শ্ৰমিকৰ দল। কৰ্ণাটকৰ বেংগালুৰুত সংঘটিত এই শোকাৱহ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজৰ থকা কোঠাতেই মৃত অৱস্থাত উদ্ধাৰ হোৱা এই চাৰিওগৰাকী যুৱক মিচিং জনগোষ্ঠীৰ বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, মৃত যুৱককেইজনৰ ঘৰ লক্ষীমপুৰ জিলাত। ইয়াৰে তিনিজন ক্ৰমে নৰেন্দ্ৰ টাইড, ধনঞ্জয় টাইড আৰু ডক্টৰ টাইড নামনি বৰচামুখৰ বাসিন্দা হোৱাৰ বিপৰীতে আনজন যুৱকৰ ঘৰ শালমাৰাত বুলি জানিব পৰা গৈছে। চতুৰ্থগৰাকী যুৱকৰ পৰিচয় এতিয়ালৈকে নিশ্চিত হোৱা নাই যদিও তেওঁলোকৰ এনে আকস্মিক মৃত্যুৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। এই স্পৰ্শকাতৰ বিষয়টোক লৈ ইতিমধ্যে অসম চৰকাৰে তীব্ৰ তৎপৰতা প্ৰদৰ্শন কৰিছে। মুখ্যমন্ত্ৰী ড০…
Read More
কৃষ্ণাইত নাহৰফুটুকীৰ ছাল আৰু হাড় জব্দ! তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

কৃষ্ণাইত নাহৰফুটুকীৰ ছাল আৰু হাড় জব্দ! তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তত বনপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ (ডব্লিউ চি চি বি) অভিযানে এক বৃহৎ সফলতা লাভ কৰে। অভিযানকাৰী দলে নাহৰফুটুকী বাঘৰ ছাল আৰু কিছুমান হাড় জব্দ কৰাৰ লগতে এই অপৰাধৰ সৈতে জড়িত তিনিজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, কালি সন্ধিয়া প্ৰায় ৫ বজাত বনপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ আৰু কৃষ্ণাই কেন্দ্ৰীয় বনাঞ্চল কাৰ্যালয়ে এক গোপন সূত্ৰৰ আধাৰত কৃষ্ণাইৰ পাইকানৰ মাদাপাৰাত ২১১ নং ৰাষ্ট্ৰীয় পথৰ কাষত খাপ পিটি আছিল। কিছু সময়ৰ পাছতে তিনিজন যুৱকে বস্তাৰ টোপোলা লৈ ৰাষ্ট্ৰীয় পথেৰে আহি থকা অৱস্থাত বনৰক্ষী বাহিনীয়ে তেওঁলোকক ঘেৰাও কৰি টোপোলাটোত তালাচী চলায়। তালাচীত এটা নাহৰফুটুকী বাঘৰ ছাল আৰু কেতবোৰ হাড়…
Read More
অৰুণাচল প্ৰদেশত ন’ আই এল পি, ন’ এন্ট্ৰি অভিযান

অৰুণাচল প্ৰদেশত ন’ আই এল পি, ন’ এন্ট্ৰি অভিযান

অৰুণাচল প্ৰদেশত প্ৰদেশ প্ৰশাসনৰ লগতে স্থানীয় খিলঞ্জীয়া দল-সংগঠনৰ নেতৃত্বৰ আহ্বানত বৈধ আই এল পিক লৈ সমগ্ৰ ৰাজ্যখনতে এক সজাগতা অভিযান আৰম্ভ হৈছে। অৰুণাচল প্ৰদেশৰ বিশিষ্ট সমাজকৰ্মী টানা তামাৰ তাৰাই আজি এই অভিযানৰ বিষয়ে অৱগত কৰি এটা ষ্টিকাৰ মুকলি কৰে। এই সজাগতা অভিযানৰ অংশ হিচাপে সকলো অৰুণাচলী লোক আৰু শুভাকাঙ্ক্ষীক ‘ন’ আই এল পি, ন’ এন্ট্ৰি’ বাৰ্তাসম্বলিত ষ্টিকাৰ ঘৰে ঘৰে লগাবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ লগতে খিলঞ্জীয়া দল-সংগঠনৰ নেতা-কৰ্মীসকলে ঘৰে ঘৰে অবৈধ অনুপ্ৰৱেশকাৰী বিচাৰি অভিযান চলাইছে আৰু শ শ অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰশাসনক চমজাই দি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। অৰুণাচল প্ৰদেশত আই এল পি লৈহে প্ৰৱেশ কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰি টানা…
Read More