Business

ছানফিষ্ট ডাৰ্ক ফেণ্টাচিৰ শেহতীয়া ব্ৰেণ্ড পদক্ষেপ ‘ফেণ্টাচি জৰুৰী হ্যে’ মুকলি

ছানফিষ্ট ডাৰ্ক ফেণ্টাচিৰ শেহতীয়া ব্ৰেণ্ড পদক্ষেপ ‘ফেণ্টাচি জৰুৰী হ্যে’ মুকলি

ছানফিষ্ট ডাৰ্ক ফেণ্টাচিয়ে মুকলি কৰিলে নিজৰ শেহতীয়া ব্ৰেণ্ড অভিযান ‘ফেণ্টাচি জৰুৰী হ্যে’, যাৰ মূলতে আছে এক আলোড়নকাৰী হিন্দী কবিতা, যি কবিতাক ছবিৰ ৰূপত উপস্থাপন কৰা হৈছে, যিয়ে ফেণ্টাচিৰ বহু মাত্ৰাক সুন্দৰভাৱে অন্বেষণ কৰিছে — ই কি, ক’ত থাকিব পাৰে, কেনেদৰে প্ৰকাশ পায় আৰু আমাৰ জীৱনত কিয় অপৰিহাৰ্য? ৰাষ্ট্ৰীয় বঁটা বিজয়ী গীতিকাৰ আৰু নেপথ্য কণ্ঠশিল্পী স্বানন্দ কিৰকিৰেই ৰচনা কৰা আৰু বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ আবৃত্তিৰ এই কবিতাটোৱে শ্ৰোতা-দৰ্শককক দৈনন্দিন জীৱনৰ ৰুটিনৰ পৰা কল্পনাৰ সীমাহীন সম্ভাৱনালৈকে এক ৰূপহী আৰু ৰূপান্তৰিত যাত্ৰালৈ লৈ যায়। ব্ৰেণ্ড প্ৰস্তাৱ “হৰ দিল কি ফেণ্টাচি”ৰ প্ৰতি সততাৰে নিপুণ ৰূপত ছানফিষ্ট ডাৰ্ক ফেণ্টাচিয়ে মানুহে কল্পনা কৰা, পলায়ন কৰিব বিচৰা…
Read More
ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পেহলগাম হোৱা নিষ্ঠুৰ সন্ত্রাসবাদী আক্ৰমণৰ বিৰুদ্ধে অভিযান সিন্দূৰ আৰম্ভ কৰিছে

ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পেহলগাম হোৱা নিষ্ঠুৰ সন্ত্রাসবাদী আক্ৰমণৰ বিৰুদ্ধে অভিযান সিন্দূৰ আৰম্ভ কৰিছে

শেহতীয়া পেহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সবল প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে মঙলবাৰে পুৱাৰ ভাগত পাকিস্তানৰ ভূমিত থকা ৯টা সন্ত্ৰাসবাদী শিবিৰত ২৪টা নিখুঁত আক্ৰমণ সংঘটিত কৰি সূচনা কৰিলে অপাৰেচন সিন্দূৰৰ। প্ৰতিৰক্ষা মন্ত্ৰালয়ে দৃঢ়তাৰে কয় যে, “আক্ৰমণৰ বাবে দায়ীসকলক জবাবদিহি কৰা হ’ব,” এই কঠোৰ পদক্ষেপে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ শূন্য সহনশীলতাৰ স্থিতিৰ সংকেত দিলে। আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়েও দ্ৰুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু মাৰ্কিন বিদেশ সচিব মাৰ্কো ৰুবিঅ'ই শান্ত হ'বলৈ আহ্বান জনাইছে, আনহাতে ৰাছিয়া আৰু ফ্ৰান্সে অসামৰিক লোকৰ সুৰক্ষা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। জাপান আৰু ইউএই-এ একে ধৰণৰ অনুভূতি প্ৰকাশ কৰিছে। অৱশ্যে প্ৰতিক্ৰিয়াবোৰ মাজতে ইজৰাইলে আত্মৰক্ষাৰ অধিকাৰ অক্ষুণ্ণ ৰাখি ভাৰতৰ সৈতে…
Read More
ভি গাল্ফ অঞ্চলৰ বাবে উদ্যোগ-প্ৰথম আন্তঃৰাষ্ট্ৰীয় ৰোমিং (আই আৰ) পেকৰ প্ৰস্তাৱ কৰে

ভি গাল্ফ অঞ্চলৰ বাবে উদ্যোগ-প্ৰথম আন্তঃৰাষ্ট্ৰীয় ৰোমিং (আই আৰ) পেকৰ প্ৰস্তাৱ কৰে

ভাৰতৰ পৰা ১,৭৫,০০০ৰো অধিক হজযাত্ৰীয়ে চলিত বৰ্ষত ছৌদি আৰৱত হজযাত্ৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে ভাৰতৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভি(ভোডাফোন আইডিয়াই)-এ উদ্যোগৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ৰোমিং(আইআৰ) পেক মুকলি কৰিছে, এই বিশেষ পেকসমূহে ভ্ৰমণকাৰীসকলক নিজৰ নিজৰ আধ্যাত্মিক যাত্ৰাৰ সময়ত নিৰৱচ্ছিন্নভাৱে সংযোগ কৰি ৰাখিবলৈ ডিজাইন কৰা হৈছে। মাত্ৰ ১,১৯৯ টকাৰ পৰা আৰম্ভ হোৱা এই বিশেষ পেকসমূহে সীমাহীন ইনকামিং কল, ইণ্টাৰনেট ডাটা কোটা, বিনামূলীয়া আউটগয়িং মিনিট আৰু এছএমএছৰ সুবিধা প্ৰদান কৰিছে, যাৰ ফলত তীৰ্থযাত্ৰীসকলে ব্যয়বহুল ৰোমিং চাৰ্জৰ চিন্তা নকৰাকৈ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে যোগাযোগত থাকিব পাৰিব। গাল্ফ(উপসাগৰীয়) অঞ্চলৰ বাবে ভি-ৰ আইআৰ পেকসমূহত ২০ আৰু ৪০ দিনৰ নমনীয় বৈধতা বিকল্প আছে, বিভিন্ন ভ্ৰমণৰ সময়সীমাৰ বাবে আগবঢ়োৱা…
Read More
গড্ৰেজ ফাউণ্ডেচন আৰু অন্যান্যসকলে ভাৰতৰ দক্ষ কৰ্মশক্তিক শক্তিশালী কৰিবলৈ জিএটিআই আৰম্ভ কৰে

গড্ৰেজ ফাউণ্ডেচন আৰু অন্যান্যসকলে ভাৰতৰ দক্ষ কৰ্মশক্তিক শক্তিশালী কৰিবলৈ জিএটিআই আৰম্ভ কৰে

ভাৰতক দক্ষ প্ৰতিভাৰ বিশ্বব্যাপী হাব হিচাপে গঢ়ি তোলাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গড্ৰেজ ফাউণ্ডেচনে দ্য কনভাৰ্জেন্স ফাউণ্ডেচন আৰু উদ্যোগৰ নেতা মনীষ সভাৰৱালৰ সহযোগত গ্লবেল এক্সেছ টু টেলেণ্ট ফ্ৰম ইণ্ডিয়া (গটি) ফাউণ্ডেচন আৰম্ভ কৰিছে। নতুন দিল্লীত আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু কেন্দ্ৰীয় স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে। ভাৰতীয় শ্ৰমিকসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় কৰ্মসংস্থাপন বজাৰত প্ৰৱেশৰ বাবে নৈতিক, গাঁথনিগত আৰু বৃত্তাকাৰ পথ সৃষ্টিৰ লক্ষ্যৰে গটি হৈছে এক অ-লাভজনক পদক্ষেপ। ২০৩০ৰ ভিতৰত উচ্চ আয়ৰ দেশসমূহত ৪৫–৫০ মিলিয়ন দক্ষ আৰু অৰ্ধ-দক্ষ শ্ৰমিকৰ অভাৱৰ প্ৰকল্পেৰে ফাউণ্ডেচনে চৰকাৰ, ব্যৱসায় আৰু অ-লাভজনক সংস্থাসমূহৰ মাজত সহযোগিতাৰ জৰিয়তে বিশ্বব্যাপী নিয়োগৰ…
Read More
২০২৫ বিত্তীয় বৰ্ষ ২৫ত ৯৯,০০০+ বাহন বিক্ৰী নিছান ইণ্ডিয়াৰ, ঘৰুৱা আৰু বিশ্বব্যাপী প্ৰয়াসৰ দ্বাৰা চালিত নতুন মেগনাইট

২০২৫ বিত্তীয় বৰ্ষ ২৫ত ৯৯,০০০+ বাহন বিক্ৰী নিছান ইণ্ডিয়াৰ, ঘৰুৱা আৰু বিশ্বব্যাপী প্ৰয়াসৰ দ্বাৰা চালিত নতুন মেগনাইট

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে সাত বছৰৰ ভিতৰত সৰ্বাধিক একত্ৰিত বিক্ৰীৰ তথ্য প্ৰকাশ কৰিছে, ২০২৪-২৫ বিত্তীয় বৰ্ষত ৯৯,০০০+ ইউনিট বিক্ৰী কৰিবলৈ সক্ষম হৈছে—ঘৰুৱা আৰু ৰপ্তানি বজাৰ উভয়তে নতুন নিছান মেগনাইটৰ শক্তিশালী প্ৰদৰ্শনেৰে বছৰি ৩৫% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। নিছানে ২৮,০০০+ ইউনিটৰ ঘৰুৱা পাইকাৰী বিক্ৰী আৰু ৭১,০০০+ ইউনিটৰ ৰপ্তানি বিক্ৰীৰ তথ্য প্ৰকাশ কৰিছে, “এক বাহন, এক বিশ্ব” পৰিকল্পনাৰ অধীনত ২০ খনৰ পৰা ৬৫+ আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ সম্প্ৰসাৰিত হৈছে ব্যৱসায়। ২০২৪নৰ অক্টোবৰ মাহত মুকলি কৰা নতুন মেগনাইটে ১,৫০,০০০ ক্ৰমবৰ্ধমান বিক্ৰী অতিক্ৰম কৰি ৫০,০০০ ৰপ্তানি ইউনিট লাভ কৰি চৌদি আৰৱকে ধৰি লেফ্ট-হেণ্ড ড্ৰাইভ বজাৰত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। গোলকীয় ৰূপান্তৰ ষ্ট্ৰেটেজীৰ অংশ হিচাপে নিছানে…
Read More
আভিভা লাইফ ইঞ্চুৰেন্স সপ্তম বছৰৰ বাবে ‘ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য ব্যক্তিগত জীৱন বীমাপ্ৰতিষ্ঠান’ হিচাপে স্বীকৃত

আভিভা লাইফ ইঞ্চুৰেন্স সপ্তম বছৰৰ বাবে ‘ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য ব্যক্তিগত জীৱন বীমাপ্ৰতিষ্ঠান’ হিচাপে স্বীকৃত

টিআৰএ ব্ৰেণ্ড ট্ৰাষ্ট ৰিপ’ৰ্ট ২০২৫ অনুসৰি একেৰাহে সপ্তম বছৰৰ বাবে আভিভা লাইফ ইঞ্চুৰেন্সক ভাৰতৰ সৰ্বাধিক বিশ্বাসযোগ্য ব্যক্তিগত জীৱন বীমা ব্ৰেণ্ড হিচাপে স্থান দিয়া হৈছে। এই স্বীকৃতিয়ে গ্ৰাহককেন্দ্ৰিক সেৱা আৰু শক্তিশালী দাবীৰ ট্ৰেক অভিলেখৰ দ্বাৰা পৰিচালিত নিৰ্ভৰযোগ্যতাৰ বাবে আভিভাৰ সামঞ্জস্যপূৰ্ণ সুনামৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।২০২৩-২৪ বিত্তীয় বৰ্ষত প্ৰতিষ্ঠানটোৱে ৩০ দিনৰ ভিতৰত ১০০% ক্লেইম নিষ্পত্তিৰ হাৰ লাভ কৰিছিল, যি উদ্যোগটোৰ অন্যতম শ্ৰেষ্ঠ টাৰ্ণআউট সময়। আভিভাৰ পৰ্টফলিঅ’ত টাৰ্ম প্লেন, নিশ্চিত সঞ্চয়, বিনিয়োগৰ সমাধান আৰু অৱসৰৰ পৰিকল্পনা অন্তৰ্ভুক্ত কৰা হৈছে। শেহতীয়াকৈ প্ৰতিষ্ঠানটোৱে আভিভা চিগনেশ্বাৰ ৩ডি টাৰ্ম প্লেন – প্লেটিনাম মুকলি কৰিছে, যি এক বিশুদ্ধ বিপদাশংকা আৱৰণ সামগ্ৰী য’ত প্ৰিভেণ্টিভ ৱেলনেছ পেকেজো অন্তৰ্ভুক্ত কৰা হৈছে,…
Read More
এইচডিএফচি ফ্লেক্সি কেপ ফাণ্ডে বজাৰ চক্ৰত অতিক্ৰম কৰে

এইচডিএফচি ফ্লেক্সি কেপ ফাণ্ডে বজাৰ চক্ৰত অতিক্ৰম কৰে

এইচডিএফচি ফ্লেক্সি কেপ ফাণ্ডে ব্যতিক্ৰমী দীৰ্ঘম্যাদী লাভ প্ৰদান কৰিছে, আৰম্ভণিতে ১ লাখ টকা বিনিয়োগ কৰা ধনৰাশি ২০২৫ চনৰ ৩১ মাৰ্চলৈকে প্ৰায় ১.৮৪ কোটি টকালৈ ৰূপান্তৰিত কৰিছে। ১৯৯৫ চনৰ ১ জানুৱাৰীত আৰম্ভ হোৱা এই পুঁজিয়ে ১৮.৮২% শক্তিশালী চিএজিআৰ লাভ কৰিছে, যিয়ে এই সময়ছোৱাত নিজৰ বেঞ্চমাৰ্ক নিফটি ৫০০ টিআৰআই উন্নীত কৰিবলৈ সক্ষম হৈছে। আৰম্ভণিৰ পৰাই মাহেকীয়া ১০,০০০ টকাৰ এছআইপিৰ ধন মুঠ ৩৬.২০ লাখৰ পুঁজি এতিয়া আকৰ্ষণীয় ২০.২৪ কোটি টকা মূল্যৰ হ’ব। বিভিন্ন বজাৰ চক্ৰৰ জৰিয়তে পুঁজিৰ সামঞ্জস্যপূৰ্ণ প্ৰদৰ্শনক গুণগত কোম্পানী, মূল্যায়ন বিচক্ষণতা আৰু খণ্ডগত অৱস্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰি অনুশাসিত বিনিয়োগ দৰ্শনৰ দ্বাৰা পৰিচালিত হৈ আহিছে। তলৰ পৰা ওপৰলৈ(বটম-আপ) শ্বেয়াৰ বাছনিৰ কৌশল…
Read More
টিকেএমে জেডএক্স(অ) গ্ৰেডত উপলব্ধ ইনোভা হাইক্ৰছৰ এক্সক্লুছিভ সংস্কৰণ মুকলি

টিকেএমে জেডএক্স(অ) গ্ৰেডত উপলব্ধ ইনোভা হাইক্ৰছৰ এক্সক্লুছিভ সংস্কৰণ মুকলি

টয়োটা কিৰ্লস্কাৰ মটৰ (টিকেএম)-এ গ্ৰাহক-প্ৰথম দৰ্শনৰ প্ৰতি সততা অব্যাহত ৰাখি জেডএক্স(অ’) গ্ৰেডত উপলব্ধ ইনোভা হাইক্ৰছৰ এক্সক্লুছিভ এডিচন মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ইনোভা হাইক্ৰছৰ উল্লেখযোগ্য সফলতাৰ ওপৰত ভিত্তি কৰি এই নতুন ৰেণ্ডিচনে অনন্য অফাৰসমূহ: ডুৱেল টোন এক্সটেৰিয়ৰ: ব্লেক এলিমেণ্ট, ফ্ৰণ্ট আণ্ডাৰ ৰান, ফ্ৰণ্ট গ্ৰীল গাৰ্নিছ, হুইল আৰ্ক মল্ডিং, আউটছাইড ৰিয়েৰ ভিউ মিৰ'ৰ (অ'ভিআৰএম) গাৰ্নিছ, এক্সক্লুছিভ বেজ, ৰিয়েৰ আণ্ডাৰ ৰান, ৰিয়েৰ ড'ৰ ক্ৰ'ম লিড গাৰ্নিছ আৰু ডুৱেল টোন ইণ্টেৰিয়ৰ: এয়াৰ পিউৰিফায়াৰ, লেগ ৰুম লেম্প, ৱায়াৰলেছ চাৰ্জাৰ আদিৰ জৰিয়তে আকৰ্ষণীয় ষ্টাইল আৰু বৰ্ধিত কেবিন অভিজ্ঞতা প্ৰদান কৰিছে। প্ৰতিটো যাত্ৰাক চকাৰ আঁৰৰ ব্যক্তিজনৰ দৰেই স্বতন্ত্ৰ কৰি তুলিবলৈ প্ৰস্তুতত জেডএক্স(অ’)ৰ ইনোভা হাইক্ৰছ এক্সক্লুছিভ এডিচন…
Read More
চিএমএফে চিএমএফ ফোন ২ প্ৰ’ৰ বাবে মুকলি বিক্ৰী ঘোষণা কৰিছে

চিএমএফে চিএমএফ ফোন ২ প্ৰ’ৰ বাবে মুকলি বিক্ৰী ঘোষণা কৰিছে

লণ্ডনস্থিত আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান নথিঙৰ উপ ব্ৰেণ্ড চিএমএফ-এ ২০২৫ৰ ৫ মে’ৰ পৰা দুপৰীয়া ১২ বজাৰ পৰা বহু প্ৰত্যাশিত চিএমএফ ফোন ২ প্ৰ’ৰ আনুষ্ঠানিক বিক্ৰীৰ কথা ঘোষণা কৰিছে। এই ফোনটো ফ্লিপকাৰ্ট, ফ্লিপকাৰ্ট মিনিটছ, বিজয় চেলছ, ক্ৰ’মা আৰু সমগ্ৰ দেশৰ আগশাৰীৰ খুচুৰা বিপণীৰ দৰে বৃহৎ বৃহৎ প্লেটফৰ্মত উপলব্ধ হ’ব। বিশেষ শুভাৰম্ভণি অফাৰ হিচাপে গ্ৰাহকে ১৬,৯৯৯ টকাতকৈ কম মূল্যত চিএমএফ ফোন ২ প্ৰ’  লাভ কৰিব পাৰিব, লগতে থাকিব আকৰ্ষণীয় বেংক আৰু এক্সচেঞ্জ অফাৰ। ২০২৫ৰ ২৮ এপ্ৰিলত বিশ্বজুৰি মুকলি কৰা চিএমএফ ফোন ২-এ ছেগমেণ্টৰ শ্ৰেষ্ঠ থ্ৰী-কেমেৰা চিষ্টেমৰ সৈতে যুগান্তকাৰী হোৱাৰ প্ৰতিশ্ৰুতি দিছে, য’ত আছে উন্নত লাইট-কেপচাৰিং সামৰ্থ্যৰ সৈতে ৫০ মেগাপিক্সেলৰ মূল কেমেৰা, ২০গুণপৰ্যন্ত আল্ট্ৰা…
Read More
ভাৰতৰ পৰা ভগৱান বুদ্ধৰ স্মৃতিবিজড়িত পবিত্ৰ সম্পদসমূহ লৈ যোৱাৰ লগে লগে  ভিয়েটনামত সমবেত অজস্ৰ ভক্ত

ভাৰতৰ পৰা ভগৱান বুদ্ধৰ স্মৃতিবিজড়িত পবিত্ৰ সম্পদসমূহ লৈ যোৱাৰ লগে লগে  ভিয়েটনামত সমবেত অজস্ৰ ভক্ত

ৰাষ্ট্ৰসংঘৰ ভেছাক দিৱস উদযাপনৰ এক উল্লেখযোগ্য আধ্যাত্মিক অনুষ্ঠানৰ আৰম্ভণিতে ভগৱান বুদ্ধৰ পবিত্ৰ স্মৃতি বিজড়িত সামগ্ৰী-অৱশিষ্টসমূহ ভিয়েটনামলৈ লৈ যোৱা হৈছে। উত্তৰ প্ৰদেশৰ সাৰনাথৰ এখন বৌদ্ধ বিহাৰৰ পৰা এই সামগ্ৰীসমূহ ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে পৰিবহণ কৰা হৈছিল আৰু ২০২৫ৰ ২ মে’ৰ পৰা ২১ মে’লৈ ৰাজহুৱাভাৱে প্ৰদৰ্শিত হ’ব এই সামগ্ৰীসমূহ। এই দলটোক উষ্ম উষ্ম আদৰণি জনোৱা হৈছিল, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা তথা সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়ে। মন্ত্ৰী ৰিজিজুক সংগ দিয়ে অন্ধ্ৰ প্ৰদেশৰ পৰ্যটন, সংস্কৃতি আৰু চিনেমাট’গ্ৰাফী বিভাগৰ মন্ত্ৰী কাণ্ডুলা দুৰ্গেশ আৰু আন কেইবাজনো বিষয়াই। মন্ত্ৰী ৰিজিজুৱে সামাজিক মাধ্যমত অনুষ্ঠানটোৰ গাম্ভীৰ্যৰ বিষয়ে প্ৰতিফলিত কৰি কয় যে, "ভগৱান বুদ্ধৰ পবিত্ৰ…
Read More