Business

টেলি ছল্যুনে মুকলি কৰিলে টেলিপ্ৰাইম ৬.০, এছএমই-ক নিৰৱচ্ছিন্ন সংযুক্ত বেংকিঙৰ সৈতে কৰিছে শক্তিশালী

টেলি ছল্যুনে মুকলি কৰিলে টেলিপ্ৰাইম ৬.০, এছএমই-ক নিৰৱচ্ছিন্ন সংযুক্ত বেংকিঙৰ সৈতে কৰিছে শক্তিশালী

ব্যৱসায়িক স্বয়ংক্ৰিয়কৰণ চফট্ৱেৰৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠান টেলি ছল্যুচনে প্ৰাইভেট লিমিটেডে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এছএমই)ৰ বাবে সংযুক্ত বেংকিং একত্ৰিত কৰা এক অভিনৱ উন্নীত টেলিপ্ৰাইম ৬.০ মুকলি কৰিছে। এই নতুন শুভাৰম্ভণিয়ে বেংকিং সেৱাসমূহক ব্যৱসায়িক ব্যৱস্থাপনা সঁজুলিৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংযোগ কৰি, বাস্তৱ সময়ৰ বেংক সংযোগ আৰু বৰ্ধিত সিদ্ধান্ত গ্ৰহণ নিশ্চিত কৰি বিত্তীয় কাৰ্য-কলাপ সৰল-সুলভ কৰি তুলিব। টেলিপ্ৰাইম ৬.০-এ এক্সিছ বেংক আৰু কোটাক মহিন্দ্ৰা বেংকৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে লাইভ বেংক বেলেঞ্চ আৰু লেনদেন আপডেটসমূহ পোনপটীয়াকৈ প্লেটফৰ্মত একত্ৰিত কৰিছে, যাৰ ফলত ব্যৱসায়ীসকলে নিজৰ নিজৰ একাউণ্টসমূহ দক্ষতাৰে পৰিচালনা কৰিব পাৰে। টেলি ছল্যুচনৰ পৰিচালন সঞ্চালক তেজাছ গোয়েংকাই এই বিষয়ে কয় যে, আমাৰ মিছন সদায় হৈছে কাৰ্যকৰী…
Read More
কানাৰা ৰোবেকো মিউচুৱেল ফাণ্ডে কানাৰা ৰোবেকো মাল্টি এছেট এলকেচন ফাণ্ড আৰম্ভ কৰিছে

কানাৰা ৰোবেকো মিউচুৱেল ফাণ্ডে কানাৰা ৰোবেকো মাল্টি এছেট এলকেচন ফাণ্ড আৰম্ভ কৰিছে

কানাৰা ৰোবেকো মিউচুৱেল ফাণ্ডে ইকুইটি, ঋণ আৰু বহুমূলীয়া ধাতুৰ ইটিএফৰ মাজেৰে কৌশলগত বিনিয়োগৰ জৰিয়তে বিপদাশংকা আৰু পুৰস্কাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ লক্ষ্যৰে মুকলি কৰিলে এক মুক্ত-সমাপ্ত আঁচনি কানাৰা ৰোবেকো মাল্টি এছেট এলকেচন ফাণ্ড । নতুন পুঁজি অফাৰ (এনএফঅ’) ২০২৫ চনৰ ৯ মে’ত মুকলি হৈছে আৰু অহা ২৩ মে’ত সমাপ্ত হ'ব, পুনৰ ২০২৫ চনৰ ৬ জুন বা তাৰ পূৰ্বেও আঁচনিখন মুকলি কৰা হ’ব। বৈচিত্ৰ্য বিচৰা দীৰ্ঘম্যাদী বিনিয়োগকাৰীৰ বাবে ডিজাইন কৰা এই পুঁজিয়ে ৬৫–৮০% ইকুইটিলৈ, সোণ আৰু ৰূপৰ বাবে ১০–২৫%  আৰু ঋণ আৰু মুদ্ৰা বজাৰৰ সঁজুলিৰ বাবে  ১০–২৫% আবণ্টন দিব, ইয়াত আৰইআইটি আৰু ইনভিআইটিত বিনিয়োগৰ সুযোগো থাকিব। এই কৌশলত বজাৰ আৰু অৰ্থনৈতিক…
Read More
গোদৰেজ কনজিউমাৰ প্ৰডাক্টছ ভবিষ্যতৰ বৃদ্ধিৰ বাবে উদীয়মান শ্ৰেণীসমূহৰ দিশে লক্ষ্য ৰাখিছে

গোদৰেজ কনজিউমাৰ প্ৰডাক্টছ ভবিষ্যতৰ বৃদ্ধিৰ বাবে উদীয়মান শ্ৰেণীসমূহৰ দিশে লক্ষ্য ৰাখিছে

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ পেট কেয়াৰ(জন্তুৰ যতন), বডী ৱাশ্ব, লিকুইড ডিটাৰজেণ্ট, ডিঅ’ডৰেণ্ট, এয়াৰ ফ্ৰেছনাৰ আৰু যৌন সুস্থতাকে ধৰি চাহিদা বৃদ্ধি পোৱা শেহতীয়া শিতানসমূহৰ দিশে নিজৰ দৃষ্টি নিবদ্ধ কৰিছে।  খাদ্যৰ মুদ্ৰাস্ফীতি লাঘৱ, সম্ভাৱ্য আয়কৰ সকাহ আৰু আগন্তুক দৰমহা আয়োগৰ ঘোষণা আদিয়ে  অহা ১২–১৮ মাহত চাহিদা পুনৰুজ্জীৱিত হোৱাত গ্ৰাহকৰ ব্যয়ত ইন্ধন যোগাব বুলি জিচিপিএলে আশা ৰাখিছে। জিচিপিএলৰ এমডি তথা চিইঅ' সুধীৰ সীতাপতিয়ে এই বিষয়ে সদৰি কৰি কয় যে, "সামগ্ৰিক অৰ্থনৈতিক সূচক উন্নত হ'লে সুদিন ঘূৰি আহিব বুলি আমি গভীৰভাৱে আশাবাদী।" তৈলপামৰ ব্যয় বৃদ্ধি হোৱা স্বত্বেও এবিটডাৰ ব্যৱধানত বিশেষ পৰিৱৰ্তন হোৱা নাছিল, প্ৰতিষ্ঠানটোৰ ব্যয় বৃদ্ধিৰ বোজা কেৱল ১৫-১৬%হে হৈছিল, এয়াও এক হ্ৰস্বম্যাদী প্ৰভাৱ…
Read More
গুৱাহাটীত গড্ৰেছ প্ৰফেচনেলৰ চমকপ্ৰদ নতুন সংকলন

গুৱাহাটীত গড্ৰেছ প্ৰফেচনেলৰ চমকপ্ৰদ নতুন সংকলন

অসমৰ পেছাদাৰী চুলিৰ যতন খণ্ডলৈ এক যুগান্তকাৰী পদক্ষেপৰ সূচনা কৰি গড্ৰেজ প্ৰফেচনলে নিজৰ নতুন ছাৰিল কলেকচন আৰু ষ্ট্ৰেইট স্মুথ পৰিসৰসমূহ প্ৰদৰ্শন কৰি গুৱাহাটীত ২০০ৰো অধিক হেয়াৰ ষ্টাইলিষ্টক প্ৰশিক্ষণ প্ৰদান কৰিলে। এই অনুষ্ঠানৰ শেষত আয়োজনত অনুষ্ঠানত সকলোকে মুগ্ধ কৰিলে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই, গ্লেমাৰাছ হেয়াৰ শ্ব’ৰ ৰেম্পত খোজ থৈ নিজৰ আৱেদনময়ী চেহেৰাৰে সকলোকে আপ্লুত কৰিলে। এই ছাৰিল কলেকচন হৈছে প্ৰাকৃতিক আশ্চৰ্যসমূহৰ পৰা অনুপ্ৰাণিত ভাৰতৰ প্ৰথম চুলিৰ ৰঙৰ ৰেঞ্জ—যি কালাৰ প্লে আৰু ডাইমেনচন প্ৰযুক্তিৰ দ্বাৰা চালিত আৰু ৪টা প্ৰাঞ্জল ৰূপত তুলি ধৰা হৈছে। বিশ্বৰ আগশাৰীৰ ষ্টাইলিষ্টসকলৰ সহযোগত প্ৰস্তুত কৰা এই হেয়াৰ কালাৰসমূহ কেৰাটিন আৰু হাইয়ালুৰনিক এচিডৰ দ্বাৰা সমৃদ্ধ স্পন্দনশীল, এমোনিয়া-ফ্ৰী শ্বেডৰ…
Read More
এই মাতৃ দিৱসৰ সৈতে সংগতি ৰাখি টাইটান ৱৰ্ল্ডে দেশজুৰি নিজৰ ষ্ট’ৰসমূহত আগবঢ়াইছে সুগন্ধি সৃষ্টিৰ অভিজ্ঞতা

এই মাতৃ দিৱসৰ সৈতে সংগতি ৰাখি টাইটান ৱৰ্ল্ডে দেশজুৰি নিজৰ ষ্ট’ৰসমূহত আগবঢ়াইছে সুগন্ধি সৃষ্টিৰ অভিজ্ঞতা

সুগন্ধিৰ স্মৃতি জাগ্ৰত কৰাৰ এক শক্তিশালী ক্ষমতা আছে আৰু বহুতোৰ বাবে এগৰাকী মাতৃৰ সুবাস আটাইতকৈ প্ৰিয়-আৰামদায়ক আৰু চিৰস্থায়ী হৈ থাকে। এই মাতৃ দিৱসত টাইটান ৱৰ্ল্ডে আপোনাক সেই আদৰৰ বন্ধনক সন্মান জনাবলৈ আৰু উদযাপনৰ বাবে আমন্ত্ৰণ জনাইছে, যি উপহাৰ মৰমৰ মাতৃয়ে সদায় মনত ৰাখিব, মমতাময়ী মাতৃৰ প্ৰেমৰ দৰেই কালজয়ী সুগন্ধি বিয়পাই তুলিব। চিন্তাশীলভাৱে প্ৰস্তুত কৰা ইন-ষ্ট’ৰ অভিজ্ঞতাৰ জৰিয়তে সেই চিৰস্থায়ী বন্ধনক উদযাপন কৰক।  ১০ আৰু ১১ মে’ত সমগ্ৰ ভাৰতৰ ১৬৩তকৈও অধিক টাইটান ৱৰ্ল্ড ষ্ট’ৰত বেচপ’ক পাৰফিউম মেকিং কাৰ্যসূচীৰ আয়োজন কৰা হৈছে, যিগৰাকী গ্ৰাহকসকলৰ জীৱনৰ আটাইতকৈ আদৰৰ মহিলা –সেইগৰাকী মাতৃৰ সৈতে স্মৰণীয় মুহূৰ্ত সৃষ্টি কৰাত সহায় কৰিবলৈ বিশেষভাৱে সজাই তোলা হৈছে। এই…
Read More
ডব্লিউঅ’এল৩ডি ভাৰতৰ পাঁচখন মুখ্য চহৰত নতুন অভিজ্ঞতা কেন্দ্ৰ খোলাৰ ঘোষণা কৰিছে

ডব্লিউঅ’এল৩ডি ভাৰতৰ পাঁচখন মুখ্য চহৰত নতুন অভিজ্ঞতা কেন্দ্ৰ খোলাৰ ঘোষণা কৰিছে

ভাৰতত ৩ডি প্ৰিণ্টিঙক গণতান্ত্ৰিক কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে ৩ডি প্ৰিণ্টিং খণ্ডৰ আগশাৰীৰ ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান ডব্লিউঅ'এল৩ডি-এ ভাৰতৰ ৫খন চহৰত নতুন অভিজ্ঞতা কেন্দ্ৰ মুকলি কৰিছে — পুনে, আহমেদাবাদ, ইন্দোৰ, বিজয়াৱাদা, আৰু গুৱাহাটীত উপলব্ধ এই এক্সপেৰিয়েঞ্চ চেণ্টাৰ। এই পদক্ষেপে ৩ডি প্ৰিণ্টিঙক ঘৰুৱা প্ৰিণ্টাৰ আৰু লেপটপৰ দৰেই সুলভ কৰি তোলাৰ বাবে ডব্লিউঅ'এল৩ডিৰ সমৰ্পণৰ ওপৰত জোৰ দিছে। এই কেন্দ্ৰসমূহৰ লক্ষ্য হৈছে ৩ডি প্ৰিণ্টাৰ, কলম(পেন), ফিলামেণ্ট আৰু প্ৰ'ট'টাইপিং সেৱাসমূহত বিভিন্ন অনন্য সুবিধা প্ৰদান কৰি ধাৰণা আৰু নিষ্পাদনৰ মাজৰ ব্যৱধান দূৰ কৰা। গ্ৰাহকে পোনপটীয়াকৈ প্ৰদৰ্শনৰ অভিজ্ঞতা লাভ কৰিব পাৰে আৰু বিক্ৰীৰ পিছৰ শক্তিশালী সমৰ্থন লাভ কৰিব পাৰে। ডব্লিউঅ'এল৩ডিৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া…
Read More
গুজৰাট ট্ৰেইলব্লেজাৰ্ছে ২য় ছিজনৰ বাবে প্রস্তুতি: ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ বাবে ডাঙৰ বাণিজ্যিক চুক্তি ঘোষণা

গুজৰাট ট্ৰেইলব্লেজাৰ্ছে ২য় ছিজনৰ বাবে প্রস্তুতি: ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ বাবে ডাঙৰ বাণিজ্যিক চুক্তি ঘোষণা

ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)-এ বহু প্ৰত্যাশিত ছিজন ২ৰ বাবে সাজু হোৱাৰ সময়তে লীগৰ অন্যতম প্ৰতিষ্ঠাপক ফ্ৰেঞ্চাইজি গুজৰাট ট্ৰেইলব্লেজাৰ্ছে কেইবাটাও ব্ৰেণ্ড সংস্থাক অন্তৰ্ভুক্তিৰ কথা ঘোষণা কৰিছে, যিয়ে লীগৰ সম্প্ৰসাৰিত সাংস্কৃতিক আৰু বাণিজ্যিক স্থানৰ ওপৰত কৰ্পৰেট আস্থাৰ বৃদ্ধিৰ সংকেত দিছে। লা-পিনো’জ পিজ্জা আৰু ফেনট’পাৰ্ককে ধৰি কেইবাটাও আগশাৰীৰ ব্ৰেণ্ডে আগন্তুক ছিজনত ট্ৰেইলব্লেজাৰ্ছৰ বাবে অফিচিয়েল টীম স্পনছৰ হিচাপে সহযোগিতা কৰিছে। এই মাল্টি-ব্ৰেণ্ড অন্তৰ্ভুক্তিয়ে গ্ৰাহক আৰু প্ৰযুক্তি অগ্ৰগামী ব্ৰেণ্ডসমূহৰ মাজত অভিজ্ঞতা অৰ্জনৰ দিশত এক বিস্তৃত ৰূপান্তৰ প্ৰতিফলিত কৰে, য'ত পোনপটীয়া ক্ৰীড়া, মনোৰঞ্জন আৰু সম্প্ৰদায়ৰ সংযোগে অনন্য মাত্ৰা প্ৰদান কৰে।আইএছআৰএলৰ ছিজন ১ত বলিষ্ঠভাৱে অভিষেক ঘটাই গুজৰাট ট্ৰেইলব্লেজাৰ্ছে দ্ৰুতগতিত নিজৰ প্ৰতিযোগিতামূলক প্ৰান্ত, গতিশীল ৰাইডাৰ ৰষ্টাৰ, ধাৰাবাহিকভাৱে শীৰ্ষস্থান…
Read More
নতুন ৫২.৯কেডব্লিএইছ বেটাৰী পেকৰ সৈতে জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই আগবঢ়াইছে উইণ্ডচৰ প্ৰ’

নতুন ৫২.৯কেডব্লিএইছ বেটাৰী পেকৰ সৈতে জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই আগবঢ়াইছে উইণ্ডচৰ প্ৰ’

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই মুকলি কৰিছে এমজি উইণ্ডচৰ প্ৰ’, যিয়ে নতুন প্ৰযুক্তি আৰু সুৰক্ষা সুবিধাসমূহ অন্তৰ্ভুক্ত কৰি বিজনেছ ক্লাছৰ ভ্ৰমণ অভিজ্ঞতাক উন্নীত কৰিছে, লগত প্ৰদান কৰা হৈছে নতুন ৫২.৯ কিলোৱাট ঘণ্টাৰ বেটাৰী পেক। এমজি উইণ্ডচৰ মুকলিৰ পিছৰে পৰা গ্ৰাহকৰ অসাধাৰণ সঁহাৰি প্ৰত্যক্ষ কৰিছে আৰু প্ৰ’ ছিৰিজৰ সংযোজনে এমজিৰ বজাৰৰ প্ৰদৰ্শন আৰু অধিক শক্তিশালী কৰিব। ১২.৪৯এল+ আইএনআৰ ৪.৫/কে.এমৰ আকৰ্ষণীয় প্ৰাৰম্ভিক বিএএএছ মূল্য আৰু ১৭,৪৯,৮০০ টকা (প্ৰথম বুকিঙৰ বাবে ৮০০০ টকা) এক্স-শ্ব’ৰুম মূল্যত মুকলি কৰা এম জি উইণ্ডচৰ প্ৰ'-ই ইভিলৈ দ্ৰুত ৰূপান্তৰ ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি দিছে। জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই নিজৰ বেটাৰী-এজ-এ-চাৰ্ভিছ(বা এছ)ৰ প্ৰসাৰতা বৃদ্ধিৰ বাবে আইডিএফচি ফাৰ্ষ্ট বেংক আৰু কোটাক মহিন্দ্ৰা…
Read More
বাজাজ এলিয়াঞ্জ লাইফে অংশগ্ৰহণকাৰী পলিচীধাৰকসকলৰ বাবে এইবাৰ আগবঢ়াইছে সৰ্বকালৰ সৰ্বাধিক  ১,৮৩৩ কোটি টকাৰ ব’নচ

বাজাজ এলিয়াঞ্জ লাইফে অংশগ্ৰহণকাৰী পলিচীধাৰকসকলৰ বাবে এইবাৰ আগবঢ়াইছে সৰ্বকালৰ সৰ্বাধিক  ১,৮৩৩ কোটি টকাৰ ব’নচ

ভাৰতৰ অন্যতম আগশাৰীৰ ব্যক্তিগত জীৱন বীমা প্ৰতিষ্ঠান বাজাজ এলিয়ানজ লাইফ ইঞ্চুৰেন্সে ২০২৪–২৫ বিত্তীয় বৰ্ষৰ বাবে ১,৮৩৩ কোটি টকাৰ অভিলেখসংখ্যক ব'নচ ঘোষণা কৰিছে, যি আজিলৈকে সৰ্বাধিক বানচ। বিত্তীয় বৰ্ষ ২০২৪ চনত ঘোষণা কৰা ১,৩৮৩ কোটি টকাৰ বানচৰ তুলনাত এই পৰিমাণ ৩২% যথেষ্ট বেছি। এই বানচে কোম্পানীটোৰ অংশগ্ৰহণকাৰী (লাভজনক) সামগ্ৰীত বিনিয়োগ কৰা ১১.৭১ লাখৰো অধিক পলিচীধাৰকক লাভৱান কৰিব। এই ঘোষণাৰ জৰিয়তে বাজাজ এলিয়াঞ্জ লাইফে গ্ৰাহকক মূল্য প্ৰদানৰ শক্তিশালী উত্তৰাধিকাৰ অব্যাহত ৰাখিছে, একেৰাহে ২৪ বছৰ ধৰি ধাৰাবাহিকভাৱে বাৰ্ষিক বানচ ঘোষণা কৰি আহিছে। ২০২৫ৰ ৩১ মাৰ্চৰ পৰা বলবৎ হোৱা পৰম্পৰাগত অংশগ্ৰহণকাৰী পলিচী থকা পলিচিধাৰীসকলে এই বোনাচ লাভ কৰাৰ যোগ্য, যি  অংশগ্ৰহণকাৰী পুঁজিৰ অধীনত সৃষ্টি…
Read More
কেলিফোৰ্নিয়া আলমণ্ড ভাৰতত এই মাতৃ দিবসত ৱিকাশ লাভ কৰিছে

কেলিফোৰ্নিয়া আলমণ্ড ভাৰতত এই মাতৃ দিবসত ৱিকাশ লাভ কৰিছে

মাতৃসকলে প্ৰতিদিনে দিয়া অন্তহীন মৰম, যত্ন আৰু অপৰিসীম শক্তিক কেৱল এটা দিনেই সঁচা অৰ্থত প্ৰতিফলিত কৰিব নোৱাৰে। আমি খাইছো নে নাই বুলি সোধাৰ পৰা আৰম্ভ কৰি সকলোৱে ঠিকেই আছে নে নাই সেয়া নিশ্চিত কৰালৈকে, মায়ে সদায় আনক প্ৰথম স্থান দি আহিছে। কিন্তু আমি কিমান সঘনাই বা কেতিয়াবা কেনে আছে বুলি সোধোনে—অথবা মাতৃৰ স্বাস্থ্য আৰু কল্যাণৰ বিষয়ে পৰ্যালোচনা কৰোঁনে? মাতৃ দিৱস সমাগত। আহক আমি বিনিময়েৰে মাতৃৰ যত্ন লৈ আমাৰ যত্ন লোৱাগৰাকীক উদযাপন কৰোঁ৷ আপোনাৰ যত্ন বা ভালপোৱা প্ৰদৰ্শন কৰিবলৈ এটা সহজ-চিন্তাশীল উপায়—যেনে কেলিফৰ্ণিয়াৰ আলমণ্ডক মাতৃৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলা। যিহেতু মাতৃয়ে অগণন কামৰ সৈতে ব্যস্ত থাকে আৰু গোটেই দিনটো…
Read More