12
May
সুগন্ধিৰ স্মৃতি জাগ্ৰত কৰাৰ এক শক্তিশালী ক্ষমতা আছে আৰু বহুতোৰ বাবে এগৰাকী মাতৃৰ সুবাস আটাইতকৈ প্ৰিয়-আৰামদায়ক আৰু চিৰস্থায়ী হৈ থাকে। এই মাতৃ দিৱসত টাইটান ৱৰ্ল্ডে আপোনাক সেই আদৰৰ বন্ধনক সন্মান জনাবলৈ আৰু উদযাপনৰ বাবে আমন্ত্ৰণ জনাইছে, যি উপহাৰ মৰমৰ মাতৃয়ে সদায় মনত ৰাখিব, মমতাময়ী মাতৃৰ প্ৰেমৰ দৰেই কালজয়ী সুগন্ধি বিয়পাই তুলিব। চিন্তাশীলভাৱে প্ৰস্তুত কৰা ইন-ষ্ট’ৰ অভিজ্ঞতাৰ জৰিয়তে সেই চিৰস্থায়ী বন্ধনক উদযাপন কৰক। ১০ আৰু ১১ মে’ত সমগ্ৰ ভাৰতৰ ১৬৩তকৈও অধিক টাইটান ৱৰ্ল্ড ষ্ট’ৰত বেচপ’ক পাৰফিউম মেকিং কাৰ্যসূচীৰ আয়োজন কৰা হৈছে, যিগৰাকী গ্ৰাহকসকলৰ জীৱনৰ আটাইতকৈ আদৰৰ মহিলা –সেইগৰাকী মাতৃৰ সৈতে স্মৰণীয় মুহূৰ্ত সৃষ্টি কৰাত সহায় কৰিবলৈ বিশেষভাৱে সজাই তোলা হৈছে। এই…
