Business

আইএছআৰএল ছিজন ২ উৱাৰে উঠিছে: ছুপাৰক্ৰছ ষ্টাৰক পৰা ৰেকৰ্ড-ব্ৰেকিং পুনৰ-পঞ্জীয়ন

আইএছআৰএল ছিজন ২ উৱাৰে উঠিছে: ছুপাৰক্ৰছ ষ্টাৰক পৰা ৰেকৰ্ড-ব্ৰেকিং পুনৰ-পঞ্জীয়ন

বিশ্বৰ প্ৰথমটো ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ চেম্পিয়নশ্বিপ ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)-এ মাত্ৰ তিনি সপ্তাহৰ ভিতৰতে অভিলেখ সংখ্যক ৮৯জন ৰাইডাৰে পঞ্জীয়ন কৰিছে—যোৱা ছিজনৰ তিনিমাহৰ সংখ্যা  ছিজন ২ৰ ৩ সপ্তাহতে অতিক্ৰম কৰিলে। এই প্ৰাৰম্ভিক উত্থানে সফল আত্মপ্ৰকাশ সংস্কৰণৰ পিছত লীগৰ ক্ৰমবৰ্ধমান বিশ্বব্যাপী জনপ্ৰিয়তা আৰু খেলুৱৈৰ আত্মবিশ্বাসক উজ্জ্বল কৰি তুলিছে। ২০২৪ চনৰ চেম্পিয়ন মেট মছ (অষ্ট্ৰেলিয়া) আৰু ফ্ৰান্সৰ আইকন জৰ্ডি টিক্সিয়াৰকে ধৰি ছিজন ১ৰ শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় ৰাইডাৰসকলৰ লগতে আলেকজেণ্ডাৰ ফেডৰ্টছভ (আমেৰিকা), এড্ৰিয়েন এস্কোফিয়াৰ (ফ্ৰান্স) আৰু লুক ক্লাউট (অষ্ট্ৰেলিয়া)ৰ দৰে নতুন খেলুৱৈয়ে পুনৰ পঞ্জীয়ন কৰিছে। ভাৰতৰ তাৰকা খেলুৱৈ ৰুগবেদ বৰগুজে, ইশান শনভাগ আৰু সৰ্থক চাভনকো পুনৰ দেখা যাব মেগা প্ৰতিযোগিতাখনত। এই লীগে সমগ্ৰ মহাদেশত আগ্ৰহ…
Read More
গড্ৰেজ ডিইআই ৱিকলাপ আৰু ৱেষ্টলেণ্ড পুথি ‘কুইয়াৰ ডাইৰেকচনছ’ প্ৰকাশ কৰিছে এলজিবিটিকিউআইএ+ সুৰসমূহক বৃদ্ধি কৰিবৰ বাবে

গড্ৰেজ ডিইআই ৱিকলাপ আৰু ৱেষ্টলেণ্ড পুথি ‘কুইয়াৰ ডাইৰেকচনছ’ প্ৰকাশ কৰিছে এলজিবিটিকিউআইএ+ সুৰসমূহক বৃদ্ধি কৰিবৰ বাবে

গড্ৰেজ ডিইআই লেব আৰু ৱেষ্টলেণ্ড বুকছে  “কুইৰ ডাইৰেকচনছ” (কিউডি) মুকলি কৰাৰ কথা ঘোষণা কৰিছে –যি হৈছে প্ৰবন্ধ, কবিতা, আৰু শেষত কল্পকাহিনীক সামৰি লোৱা ট্ৰেণ্ডসমূহৰ মাজেৰে এলজিবিটিকিউআইএ+ কণ্ঠক বৃদ্ধিৰ বাবে উৎসৰ্গিত এক নতুন প্ৰকাশিত ৰূপ। ২০২৫ত ছটা আকৰ্ষণীয় শীৰ্ষক সংস্কৰণ মুকলিৰ পৰিকল্পনাৰে এই সহযোগিতাই প্ৰকৃত অভিজ্ঞতা আৰু প্ৰতিনিধিত্বৰ ওপৰত আলোকপাত কৰিছে। গড্ৰেজ ডিইআই লেবৰ মুৰব্বী তথা কুইৰিষ্টানৰ লেখক পৰমেশ শ্বাহানীয়ে সংকলন সম্পাদক হিচাপে কাম কৰিব। শ্বাহানীয়ে এই বিষয়ে সদৰি কৰি কয় যে, ''ধাৰণাটো হৈছে এখন দলং নিৰ্মাণ কৰা, সীমা নহয়।'' শ্বাহানীয়ে লগতে কয় যে, ''এই সম্পাদকীয় হৈছে একাত্মতাৰ এক কাৰ্য আৰু বিভিন্ন কণ্ঠস্বৰক বিচিত্ৰ কৰি তোলাৰ এখন প্লেটফৰ্ম।” ইতিমধ্যে প্ৰকাশিত সামগ্ৰিক…
Read More
স্বাস্থ্য বিশেষজ্ঞে ওজন নিয়ন্ত্ৰণৰ বাবে পুষ্টিকৰ স্ন্যাকিংৰ পৰামৰ্শ

স্বাস্থ্য বিশেষজ্ঞে ওজন নিয়ন্ত্ৰণৰ বাবে পুষ্টিকৰ স্ন্যাকিংৰ পৰামৰ্শ

গুৱাহাটীকে ধৰি চহৰীয়া অঞ্চলসমূহত শৰীৰৰ ওজন ব্যৱস্থাপনা ক্ৰমাৎ উদ্বেগৰ বিষয় হৈ পৰাৰ লগে লগে স্বাস্থ্য বিশেষজ্ঞসকলে মানুহক স্মাৰ্ট খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিবলৈ উৎসাহিত কৰিছে। এমবিবিএছ তথা পুষ্টিবিদ ডাঃ ৰোহিনী পাটিলে দৃঢ়তাৰে কয় যে, জলপান সঠিকভাৱে গ্ৰহণ কৰিলে ওজন কমাবলৈ বাধা দিয়াৰ পৰিৱৰ্তে সহায়ক হ’ব পাৰে। ডাঃ পাটিলে পুষ্টিকৰ উপাদান সমৃদ্ধ খাদ্য যেনে কেলিফৰ্ণিয়া আলমণ্ড, মগু দাইল, বুট-মগু-ভেলৰ মিশ্ৰণ, তিয়ঁহৰ সৈতে পনীৰ আৰু ভজা চানা আদি পুষ্টিকৰ খাদ্য আপোচ নকৰাকৈ খোৱাৰ জৰিয়তে ভোক নিবাৰণ কৰাত ফলপ্ৰসূ বুলি পৰামৰ্শ দিয়ে। বিশেষকৈ আলমণ্ড হৈছে প্ৰ'টিন, স্বাস্থ্যকৰ চৰ্বি, মেগনেছিয়াম আৰু ভিটামিন ই সমৃদ্ধ, যিয়ে শক্তিৰ স্তৰ স্থিৰ কৰি ৰখাত আৰু ইচ্ছা নিয়ন্ত্ৰণ কৰাতো সহায়…
Read More
ইউটিআই ফ্লেক্সি কেপ ফাণ্ড: টেকসই ব্যৱসায়ৰ অভ্যাসৰ ওপৰত কেন্দ্ৰিত

ইউটিআই ফ্লেক্সি কেপ ফাণ্ড: টেকসই ব্যৱসায়ৰ অভ্যাসৰ ওপৰত কেন্দ্ৰিত

বিনিয়োগকাৰীসকলে দীৰ্ঘম্যাদী সম্পদ গঢ়ি তুলিবলৈ বিচৰাৰ লগে লগে বাস্তৱসন্মত বিত্তীয় লক্ষ্য নিৰ্ধাৰণ কৰাটো সময়ৰ আহ্বান। যিসকলে নিজৰ পৰ্টফলিঅ’ত সামঞ্জস্য আৰু অধিক বৃদ্ধি হোৱাটো বিচাৰিছে, সেইসকলৰ বাবে ইউটিআই ফ্লেক্সি কেপ ফাণ্ডে এক শক্তিশালী বিনিয়োগৰ বিকল্প আগবঢ়াইছে। ১৯৯২ চনত আৰম্ভ হোৱা এই পুঁজিৰ স্থিৰ প্ৰদৰ্শনৰ দীঘলীয়া অভিলেখ আছে আৰু দীৰ্ঘম্যাদী বিত্তীয় লক্ষ্য পূৰণৰ লক্ষ্যৰে মধ্যমীয়া ৰিস্ক প্ৰফাইল থকা বিনিয়োগকাৰীৰ বাবে ই যথেষ্ট উপযোগী। ইউটিআই ফ্লেক্সি কেপ ফাণ্ডে নিজৰ পুঁজিৰ এটা উল্লেখযোগ্য অংশ (কমেও ৬৫%) লাৰ্জ-কেপ, মিড-কেপ, আৰু স্মল-কেপ ষ্টককে ধৰি বিভিন্ন বজাৰ মূলধনসমূহৰ ইকুইটিত বিনিয়োগ কৰিছে। এই ফাণ্ডৰ দৰ্শন তিনিটা মূল স্তম্ভৰ আশে-পাশে থাকে: গুণগত মান, বৃদ্ধি আৰু মূল্যায়ন। নিয়োজিত মূলধন (আৰঅ'চিই)…
Read More
শ্ৰদ্ধা কপূৰ ইউৰোকা ফ’ৰ্বছৰ  সৈতে যোগদান কৰিছে

শ্ৰদ্ধা কপূৰ ইউৰোকা ফ’ৰ্বছৰ  সৈতে যোগদান কৰিছে

স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত দেশৰ অগ্ৰণী প্ৰতিষ্ঠান ইউৰেকা ফ'ৰ্বছ লিমিটেডে নিজৰ আইকনিক ভেকুৱাম ক্লিনাৰ ৰেঞ্জৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰক চুক্তিবদ্ধ কৰিছে। এই কৌশলগত সহযোগিতাই ভাৰতীয় পৰিয়াল-ঘৰসমূহত স্মাৰ্ট, স্বচ্ছ আৰু সুস্থ জীৱন যাপনৰ প্ৰসাৰৰ বাবে কোম্পানীটোৰ অভিযানক আলোকপাত কৰিছে। ঘৰ পৰিচ্ছন্নতা সমাধানৰ ক্ষেত্ৰত ৪০ বছৰতকৈও অধিক সময়ৰ নেতৃত্বৰে ইউৰেকা ফ'ৰ্বছে ঘৰুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিছে। শেহতীয়া ফ'ৰ্বছ স্মাৰ্টক্লিন ৰবটিক ভেকুৱাম ক্লিনাৰ, এআই আৰু উন্নত লিডাৰ প্ৰযুক্তিৰ দ্বাৰা চালিত, শক্তিশালী চাকচন আৰু ৱেট মপিঙৰ এক কাৰ্যক্ষম মিশ্ৰণ প্ৰদান কৰে, যাৰ ফলত ঘৰ পৰিষ্কাৰ কৰাটো সমানে স্মাৰ্ট আৰু নিৰৱচ্ছিন্ন হৈ পৰে। ইউৰেকা ফ'ৰ্বছৰ সৈতে শেহতীয়া সহযোগিতাৰ বিষয়ে সদৰি কৰি…
Read More
স্মাৰ্টাৰ মেছেজ এ আইৰ দ্বাৰা আপডেট: ট্ৰুকলাৰ মেচেজিং পৰিবৰ্তন কৰে

স্মাৰ্টাৰ মেছেজ এ আইৰ দ্বাৰা আপডেট: ট্ৰুকলাৰ মেচেজিং পৰিবৰ্তন কৰে

ট্ৰুকলাৰে এআই-চালিত মেছেজ আইডি মুকলি কৰি ডিজিটেল যোগাযোগৰ ক্ষেত্ৰত এক বৃহৎ আপডেট মুকলি কৰিছে, যি এতিয়া ভাৰতৰ লগতে বিশ্বৰ আন ৩০খন দেশত উপলব্ধ। এই নতুন বৈশিষ্ট্যই উন্নত কৃত্ৰিম বুদ্ধিমত্তা আৰু বৃহৎ ভাষা মডেল (এলএলএম) ব্যৱহাৰ কৰি জটিল এছএমএছ বাৰ্তাসমূহ চিনাক্ত আৰু চমু কৰি তুলিছে—যেনে অ'টিপি, বেংক এলাৰ্ট, ডেলিভাৰী আপডেট আৰু বিমানৰ ভ্ৰমণসূচী—পৰিস্থিতি অনুসৰি ব্যৱহাৰকাৰীসকলৰ তথ্য নিজৰ নিজৰ ডিভাইচত থকাটো নিশ্চিত কৰে। বাস্তৱ সময়ৰ ন'টিফিকেচন আৰু ইনষ্টেণ্ট মেচেজিং শ্ৰেণীবিভাজনৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে আৰু স্পেম ফিল্টাৰ কৰা বা গুৰুত্বপূৰ্ণ বাৰ্তা হেৰুওৱাৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই। এই সঁজুলি ভাষা-অন্তৰ্ভুক্ত, হিন্দীৰ দৰে আঞ্চলিক ভাষাৰ লগতে স্বাহিলি আৰু স্পেনিছৰ দৰে গ্লবেল ভাষাৰ সৈতে কোনো সমস্যা…
Read More
টেলি ছল্যুনে মুকলি কৰিলে টেলিপ্ৰাইম ৬.০, এছএমই-ক নিৰৱচ্ছিন্ন সংযুক্ত বেংকিঙৰ সৈতে কৰিছে শক্তিশালী

টেলি ছল্যুনে মুকলি কৰিলে টেলিপ্ৰাইম ৬.০, এছএমই-ক নিৰৱচ্ছিন্ন সংযুক্ত বেংকিঙৰ সৈতে কৰিছে শক্তিশালী

ব্যৱসায়িক স্বয়ংক্ৰিয়কৰণ চফট্ৱেৰৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠান টেলি ছল্যুচনে প্ৰাইভেট লিমিটেডে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এছএমই)ৰ বাবে সংযুক্ত বেংকিং একত্ৰিত কৰা এক অভিনৱ উন্নীত টেলিপ্ৰাইম ৬.০ মুকলি কৰিছে। এই নতুন শুভাৰম্ভণিয়ে বেংকিং সেৱাসমূহক ব্যৱসায়িক ব্যৱস্থাপনা সঁজুলিৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংযোগ কৰি, বাস্তৱ সময়ৰ বেংক সংযোগ আৰু বৰ্ধিত সিদ্ধান্ত গ্ৰহণ নিশ্চিত কৰি বিত্তীয় কাৰ্য-কলাপ সৰল-সুলভ কৰি তুলিব। টেলিপ্ৰাইম ৬.০-এ এক্সিছ বেংক আৰু কোটাক মহিন্দ্ৰা বেংকৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে লাইভ বেংক বেলেঞ্চ আৰু লেনদেন আপডেটসমূহ পোনপটীয়াকৈ প্লেটফৰ্মত একত্ৰিত কৰিছে, যাৰ ফলত ব্যৱসায়ীসকলে নিজৰ নিজৰ একাউণ্টসমূহ দক্ষতাৰে পৰিচালনা কৰিব পাৰে। টেলি ছল্যুচনৰ পৰিচালন সঞ্চালক তেজাছ গোয়েংকাই এই বিষয়ে কয় যে, আমাৰ মিছন সদায় হৈছে কাৰ্যকৰী…
Read More
কানাৰা ৰোবেকো মিউচুৱেল ফাণ্ডে কানাৰা ৰোবেকো মাল্টি এছেট এলকেচন ফাণ্ড আৰম্ভ কৰিছে

কানাৰা ৰোবেকো মিউচুৱেল ফাণ্ডে কানাৰা ৰোবেকো মাল্টি এছেট এলকেচন ফাণ্ড আৰম্ভ কৰিছে

কানাৰা ৰোবেকো মিউচুৱেল ফাণ্ডে ইকুইটি, ঋণ আৰু বহুমূলীয়া ধাতুৰ ইটিএফৰ মাজেৰে কৌশলগত বিনিয়োগৰ জৰিয়তে বিপদাশংকা আৰু পুৰস্কাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ লক্ষ্যৰে মুকলি কৰিলে এক মুক্ত-সমাপ্ত আঁচনি কানাৰা ৰোবেকো মাল্টি এছেট এলকেচন ফাণ্ড । নতুন পুঁজি অফাৰ (এনএফঅ’) ২০২৫ চনৰ ৯ মে’ত মুকলি হৈছে আৰু অহা ২৩ মে’ত সমাপ্ত হ'ব, পুনৰ ২০২৫ চনৰ ৬ জুন বা তাৰ পূৰ্বেও আঁচনিখন মুকলি কৰা হ’ব। বৈচিত্ৰ্য বিচৰা দীৰ্ঘম্যাদী বিনিয়োগকাৰীৰ বাবে ডিজাইন কৰা এই পুঁজিয়ে ৬৫–৮০% ইকুইটিলৈ, সোণ আৰু ৰূপৰ বাবে ১০–২৫%  আৰু ঋণ আৰু মুদ্ৰা বজাৰৰ সঁজুলিৰ বাবে  ১০–২৫% আবণ্টন দিব, ইয়াত আৰইআইটি আৰু ইনভিআইটিত বিনিয়োগৰ সুযোগো থাকিব। এই কৌশলত বজাৰ আৰু অৰ্থনৈতিক…
Read More
গোদৰেজ কনজিউমাৰ প্ৰডাক্টছ ভবিষ্যতৰ বৃদ্ধিৰ বাবে উদীয়মান শ্ৰেণীসমূহৰ দিশে লক্ষ্য ৰাখিছে

গোদৰেজ কনজিউমাৰ প্ৰডাক্টছ ভবিষ্যতৰ বৃদ্ধিৰ বাবে উদীয়মান শ্ৰেণীসমূহৰ দিশে লক্ষ্য ৰাখিছে

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ পেট কেয়াৰ(জন্তুৰ যতন), বডী ৱাশ্ব, লিকুইড ডিটাৰজেণ্ট, ডিঅ’ডৰেণ্ট, এয়াৰ ফ্ৰেছনাৰ আৰু যৌন সুস্থতাকে ধৰি চাহিদা বৃদ্ধি পোৱা শেহতীয়া শিতানসমূহৰ দিশে নিজৰ দৃষ্টি নিবদ্ধ কৰিছে।  খাদ্যৰ মুদ্ৰাস্ফীতি লাঘৱ, সম্ভাৱ্য আয়কৰ সকাহ আৰু আগন্তুক দৰমহা আয়োগৰ ঘোষণা আদিয়ে  অহা ১২–১৮ মাহত চাহিদা পুনৰুজ্জীৱিত হোৱাত গ্ৰাহকৰ ব্যয়ত ইন্ধন যোগাব বুলি জিচিপিএলে আশা ৰাখিছে। জিচিপিএলৰ এমডি তথা চিইঅ' সুধীৰ সীতাপতিয়ে এই বিষয়ে সদৰি কৰি কয় যে, "সামগ্ৰিক অৰ্থনৈতিক সূচক উন্নত হ'লে সুদিন ঘূৰি আহিব বুলি আমি গভীৰভাৱে আশাবাদী।" তৈলপামৰ ব্যয় বৃদ্ধি হোৱা স্বত্বেও এবিটডাৰ ব্যৱধানত বিশেষ পৰিৱৰ্তন হোৱা নাছিল, প্ৰতিষ্ঠানটোৰ ব্যয় বৃদ্ধিৰ বোজা কেৱল ১৫-১৬%হে হৈছিল, এয়াও এক হ্ৰস্বম্যাদী প্ৰভাৱ…
Read More
গুৱাহাটীত গড্ৰেছ প্ৰফেচনেলৰ চমকপ্ৰদ নতুন সংকলন

গুৱাহাটীত গড্ৰেছ প্ৰফেচনেলৰ চমকপ্ৰদ নতুন সংকলন

অসমৰ পেছাদাৰী চুলিৰ যতন খণ্ডলৈ এক যুগান্তকাৰী পদক্ষেপৰ সূচনা কৰি গড্ৰেজ প্ৰফেচনলে নিজৰ নতুন ছাৰিল কলেকচন আৰু ষ্ট্ৰেইট স্মুথ পৰিসৰসমূহ প্ৰদৰ্শন কৰি গুৱাহাটীত ২০০ৰো অধিক হেয়াৰ ষ্টাইলিষ্টক প্ৰশিক্ষণ প্ৰদান কৰিলে। এই অনুষ্ঠানৰ শেষত আয়োজনত অনুষ্ঠানত সকলোকে মুগ্ধ কৰিলে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই, গ্লেমাৰাছ হেয়াৰ শ্ব’ৰ ৰেম্পত খোজ থৈ নিজৰ আৱেদনময়ী চেহেৰাৰে সকলোকে আপ্লুত কৰিলে। এই ছাৰিল কলেকচন হৈছে প্ৰাকৃতিক আশ্চৰ্যসমূহৰ পৰা অনুপ্ৰাণিত ভাৰতৰ প্ৰথম চুলিৰ ৰঙৰ ৰেঞ্জ—যি কালাৰ প্লে আৰু ডাইমেনচন প্ৰযুক্তিৰ দ্বাৰা চালিত আৰু ৪টা প্ৰাঞ্জল ৰূপত তুলি ধৰা হৈছে। বিশ্বৰ আগশাৰীৰ ষ্টাইলিষ্টসকলৰ সহযোগত প্ৰস্তুত কৰা এই হেয়াৰ কালাৰসমূহ কেৰাটিন আৰু হাইয়ালুৰনিক এচিডৰ দ্বাৰা সমৃদ্ধ স্পন্দনশীল, এমোনিয়া-ফ্ৰী শ্বেডৰ…
Read More