Business

এআইৰ সহায়ত কলাৰ আইডিৰ ৰূপান্তৰ ট্ৰুকলাৰৰ: ফোন কলৰ আঁৰৰ কাৰণ জানি লওক

প্ৰায় ৪৫০ মিলিয়নতকৈ অধিক সক্ৰিয় ব্যৱহাৰকাৰীৰ এক বিশ্বব্যাপী সম্প্ৰদায়ৰ সৈতে ট্ৰুকলাৰ এটা ফোন কলৰ আইডি সেৱাতে সীমাৱদ্ধ হৈ থকা নাই; ই মানুহক কেৱল কোনে যোগাযোগ কৰিছে সেইটোৱেই নহয়, প্ৰতিটো কলৰ আঁৰৰ উদ্দেশ্যটো বুজি পোৱাত সহায় কৰাৰ ক্ষেত্ৰত এক বিশ্বস্ত পথ প্ৰদৰ্শক। ট্ৰুকলাৰে এতিয়া নিজৰ ব্যৱহাৰকাৰীসকলে লাভ কৰা ফোনকলসমূহৰ ওপৰত এআই ব্যৱহাৰ কৰি গভীৰ প্ৰসংগভিত্তিক অন্তৰ্দৃষ্টি প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে, এতিয়া কেৱল কলাৰৰ নাম প্ৰদৰ্শনতে সীমাৱদ্ধ নহয়। ইয়াত ব্যৱহাৰকাৰীৰ মন্তব্যৰ এআই সাৰাংশও অন্তৰ্ভুক্ত কৰা হৈছে। সম্ভাৱ্য জালিয়াতি আৰু সম্ভাৱ্য স্পেম চিনাক্তকৰণৰ পৰা আৰম্ভ কৰি প্ৰাসংগিক ব্যৱসায়িক শ্ৰেণীসমূহৰ পৰামৰ্শ দিয়ালৈকে এই তথ্যসমূহ তৎক্ষণাত প্ৰদান কৰা হয়, যি উন্নত এআই শ্ৰেণীবিভাজন মডেলৰ দ্বাৰা…
Read More
এই পুষ্টি সপ্তাহত গড্ৰেজ জাৰ্চিৰ সৈতে মুকলি কৰক পনীৰৰ সম্ভাৱনা

এই পুষ্টি সপ্তাহত গড্ৰেজ জাৰ্চিৰ সৈতে মুকলি কৰক পনীৰৰ সম্ভাৱনা

সমগ্ৰ ভাৰতৰ নিৰামিষভোজী পৰিয়ালৰ বাবে প্ৰটিনৰ অপৰিহাৰ্য উৎস হিচাপে স্থান প্ৰদান কৰি অহা পনীৰৰ পুষ্টি আৰু ৰান্ধনীৰ সম্ভাৱনাক অনন্য ৰূপত তুলি ধৰিবলৈ এই পুষ্টি সপ্তাহত গড্ৰেজ জাৰ্চীয়ে এক বিশেষ অভিযান আৰম্ভ কৰিছে। দীৰ্ঘদিন ধৰি নিৰামিষ ছুপাৰফুড হিচাপে গণ্য কৰা পনীৰে প্ৰাকৃতিক আৰু স্বাস্থ্যকৰ প্ৰটিনৰ বিকল্প প্ৰদান কৰি আহিছে। উত্তৰ ভাৰতৰ খাদ্যসম্ভাৰৰ ক্ষেত্ৰত ই এটা প্ৰধান খাদ্য হৈ আহিছে যদিও পনীৰৰ বহুমুখীতাই ইয়াক সমগ্ৰ ভাৰতৰ আঞ্চলিক খাদ্যৰ সৈতে খাপ খুৱাবলৈ সুযোগ দিয়ে। তামিলনাডুৰ পনীৰ চেটিনাড়ৰ পৰা আৰম্ভ কৰি পঞ্জাৱৰ পনীৰ টিক্কা আৰু গুজৰাটৰ পনীৰেৰে ভৰাই প্ৰস্তুত কৰা ঢোকলালৈকে, এই উপাদানসমূহে দেশজুৰি খাদ্যৰ প্লেটত উদ্ভাৱনীমূলক সোপান বিচাৰি পাইছে। পনীৰৰ গুৰুত্ব সম্পৰ্কে সদৰি…
Read More
টাটা এ আই এ লাইফ ইঞ্চুৰেন্সে সগৌৰৱে মুকলি কৰিছে “টাটা এআইএ হেল্থ বাডী”

টাটা এ আই এ লাইফ ইঞ্চুৰেন্সে সগৌৰৱে মুকলি কৰিছে “টাটা এআইএ হেল্থ বাডী”

স্বাস্থ্যজনিত প্ৰত্যাহ্বানসমূহে কোনো নিৰ্দিষ্ট সময়লৈ অপেক্ষা নকৰে। অপ্ৰত্যাশিতভাৱে যিকোনো সময়তে উদ্ভৱ হ'ব পাৰে, যাৰ ফলত পৰিয়ালবোৰে সমৰ্থন, নিৰ্দেশনা বা সময়মতে যত্নৰ বাবে দৌৰাদৌৰি কৰিব লগা হয়।  ভাৰতত যথেষ্ট সংখ্যক লোকে আটাইতকৈ প্ৰয়োজনীয় সময়ত সঠিক সহায় পাবলৈ সংগ্ৰাম কৰিব লগীয়া হয়, যাৰ ফলত চিকিৎসাৰ ক্ষেত্ৰত পলম হয়, ব্যয় বেছি হয় আৰু উদ্বেগ বৃদ্ধি পায়। টাটা এআইএ লাইফ ইঞ্চুৰেন্সত আমি বিশ্বাস কৰোঁ যে জীৱন সুৰক্ষিত কৰাটো বিত্তীয় সমৰ্থনতে সীমাৱদ্ধ নহয়-ই হৈছে আমাৰ গ্ৰাহকসকলৰ বাবে প্ৰতিটো মুহূৰ্ততে থকাটো গুৰুত্বপূৰ্ণ।  সেয়েহে আমি "টাটা এআইএ হেল্থ বডী"-জীৱন বীমাকৰ্তাৰ পৰা ভাৰতৰ প্ৰথমটো ২৪x৭ স্বাস্থ্য আৰু সুস্থতা সহযোগী, স্বাস্থ্য, সুস্থতা আৰু জীৱন বীমাৰ মিশ্ৰণ মুকলি কৰিবলৈ পাই…
Read More
ৰাষ্ট্ৰীয় পুষ্টি মাহ: আলমণ্ডে কেনেকৈ বৃদ্ধি কৰিব পাৰে আপোনাৰ দৈনন্দিন পুষ্টি

ৰাষ্ট্ৰীয় পুষ্টি মাহ: আলমণ্ডে কেনেকৈ বৃদ্ধি কৰিব পাৰে আপোনাৰ দৈনন্দিন পুষ্টি

সুস্বাস্থ্যৰ মূল চাবিকাঠি হৈছে সুষম খাদ্য আৰু এইবাৰৰ পুষ্টি মাহৰ “খাদ্যই আমাক একেলগে সংযোগ কৰে” বিষয়বস্তুৱে সংযোগ গঢ়ি তোলাত খাদ্যৰ ভূমিকাৰ ওপৰত আলোকপাত কৰিছে। আলমণ্ড, ফল-মূল, গোটা শস্যৰ দৰে পুষ্টিকৰ ডাঠ খাদ্যৰে দিনটো আৰম্ভ কৰিলে শক্তি আৰু কল্যাণ দুয়োটাৰে মোকাবিলা হয়। জিংক, মেগনেছিয়াম, আইৰণ, ভিটামিন ই-কে ধৰি ১৫টা প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কেলিফৰ্নিয়া আলমণ্ড হৈছে ৰাতিপুৱাৰ ইন্ধন যোগোৱাৰ আৰু সামগ্ৰিক স্বাস্থ্যক সমৰ্থন কৰাৰ এক সহজ উপায়। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ-নেচনেল ইনষ্টিটিউট অৱ নিউট্ৰিচন (আইচিএমআৰ-এনআইএন)-এ ভাৰতীয়সকলৰ বাবে খাদ্য নিৰ্দেশনা প্ৰকাশ কৰে, য’ত আলমণ্ডক সুস্বাস্থ্যৰ বাবে দৈনিক আলমণ্ড খোৱাৰ উপদেশ দিয়ে। প্ৰতিদিনে আলমণ্ড খালে ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে, হৃদযন্ত্ৰৰ স্বাস্থ্য…
Read More
কোন কোন ৰোগীয়ে প্ৰথম আইভিএফ চক্ৰৰ বিষয়ে আগতীয়াকৈ নুসুধিলে অনুশোচনা কৰে?

কোন কোন ৰোগীয়ে প্ৰথম আইভিএফ চক্ৰৰ বিষয়ে আগতীয়াকৈ নুসুধিলে অনুশোচনা কৰে?

ডাঃ কল্পনা জৈন, প্ৰজনন বিশেষজ্ঞ, বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফ, গুৱাহাটী আইভিএফৰ প্ৰথম পদক্ষেপটো প্ৰায়ে মিশ্ৰিত আৱেগৰ সৈতে জড়িত হৈ থাকে – প্ৰত্যাশা, অস্থিৰতা আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ এক শান্ত হৈ ধৈৰ্য ধৰা। কিন্তু পূৰ্বৰ বহু মহিলালৈ লক্ষ্য কৰিলে নিজেই স্বীকাৰ কৰে যে আৰম্ভণিতে কেতিয়াও প্ৰশ্নবোৰ সুধিব লাগে বুলি ভবা নাছিল। উত্তৰবোৰ লাভ কৰিলে হয়তো তেওঁলোকৰ সিদ্ধান্ত সলনি নকৰিলেহেঁতেন, কিন্তু তেওঁলোকে এই যাত্ৰাক কম অনিশ্চিত কৰি তুলিলব পাৰিলেহেঁতেন। সফলতাৰ হাৰৰ ক্ষেত্ৰত স্পষ্টতা সংখ্যাবোৰ হৈছে দম্পতীয়ে শুনা প্ৰথম কথা। তথাপিও গড় হিচাপত গোটেই কাহিনীটো কোৱা নহয়৷ যিটো প্ৰায়ে বাদ পৰে সেইটো হ 'ল সেই সংখ্যাবোৰ এজন ব্যক্তিৰ ক্ষেত্ৰত কেনেদৰে প্ৰযোজ্য হয়। বয়স,…
Read More
জেএছডব্লিউ গ্ৰুপ আৰু অসম চৰকাৰে বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শনৰ বাবে গুৱাহাটীত নিৰ্মাণ কৰিব বিশ্বমানৰ সংগ্ৰহালয়

জেএছডব্লিউ গ্ৰুপ আৰু অসম চৰকাৰে বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শনৰ বাবে গুৱাহাটীত নিৰ্মাণ কৰিব বিশ্বমানৰ সংগ্ৰহালয়

দেশৰ কলা, সংস্কৃতি আৰু ঐতিহ্যৰ অন্যতম বৃহৎ কৰ্পৰেট প্ৰচাৰক জেএছডব্লিউ গ্ৰুপে অসম চৰকাৰৰ সৈতে অংশীদাৰিত্বৰে গুৱাহাটীত এটা অত্যাধুনিক সংগ্ৰহালয় স্থাপন কৰিব।  বিশ্ব মানদণ্ডৰ সংগ্ৰহালয়টোত সপ্তদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নিৰ্দেশনাত সৃষ্টি কৰা আৰু বৰ্তমান লণ্ডনৰ ব্ৰিটিছ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকা বৃন্দাবন বস্ত্র প্ৰদৰ্শন কৰা হ'ব। ব্ৰিটিছ মিউজিয়ামে ২০২৬–২৭ চনত অসমত ৰাজহুৱা প্ৰদৰ্শনীৰ বাবে বৃন্দাবনী বস্ত্ৰখন ঋণৰ ৰূপত দিবলৈ সন্মতি দিছে, যিখন অসমত প্ৰায় ১৮ মাহ থাকিব। অসম চৰকাৰে সংগ্ৰহালয় নিৰ্মাণৰ বাবে গুৱাহাটীৰ খানাপাৰাৰ চেৰিকালচাৰ ফাৰ্ম(ৰেচম নগৰ)ত ভূমি আবণ্টন কৰিছে, ইয়াৰ বাবে সম্পূৰ্ণৰূপে জেএছডব্লিউ গ্ৰুপে পুঁজি যোগান ধৰিব। জেএছডব্লিউ ফাউণ্ডেচনৰ অধ্যক্ষা সংগীতা জিন্দালে এই বিষয়ে সদৰি কৰি কয় যে, "জেএছডব্লিউ গ্ৰুপে…
Read More
পূব ভাৰতৰ আচবাব আৰু মেট্ৰেছ উদ্যোগক অনন্য মাত্ৰা প্ৰদানৰ বাবে কলকাতাউড ২০২৫

পূব ভাৰতৰ আচবাব আৰু মেট্ৰেছ উদ্যোগক অনন্য মাত্ৰা প্ৰদানৰ বাবে কলকাতাউড ২০২৫

পূব ভাৰতৰ কাঠৰ সামগ্ৰী, আচবাব আৰু মেট্ৰেছ নিৰ্মাণ সম্বন্ধীয় প্ৰথমখন বৃহৎ পৰিসৰৰ প্ৰদৰ্শনী কলকাতাউড ২০২৫ অহা ১২–১৪ ছেপ্টেম্বৰলৈ কলকাতাৰ বিশ্ব বাংলা মেলাপ্ৰংগনত অনুষ্ঠিত হ’ব। নুৱেৰ্নবাৰ্গ মেছে ইণ্ডিয়াৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানে ইণ্ডিয়াউডৰ উত্তৰাধিকাৰৰ সম্প্ৰসাৰণ কৰিছে, যাৰ লক্ষ্য হৈছে বিশ্বব্যাপী উদ্ভাৱনক পূব ভাৰতৰ উদীয়মান কেন্দ্ৰসমূহৰ কাষ চপাই অনা। এই প্ৰদৰ্শনীত ১৫০+ আগশাৰীৰ ব্ৰেণ্ডে শেহতীয়া সঁজুলি, সামগ্ৰী আৰু সমাধান প্ৰদৰ্শন কৰিব। ইয়াৰ লগতে ইয়াত পোনপটীয়া পৰিৱেশন, বিটুবি মেচমেকিং আৰু দক্ষতাকেন্দ্ৰিক আলোচনা অন্তৰ্ভুক্ত কৰা হ’ব, যিবোৰ উদ্যোগৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহক সংযোগ কৰিবলৈ আৰু খণ্ডগত বৃদ্ধিত ইন্ধন যোগাবলৈ ডিজাইন কৰা হৈছে। নুৱেৰ্নবাৰ্গ মেছে ইণ্ডিয়াৰ এমডি আৰু অধ্যক্ষ ছোনিয়া প্ৰশাৰে সদৰি কৰা অনুসৰি, “পূব ভাৰত এতিয়া…
Read More

সামগ্ৰিক উন্নয়নত উৎকৃষ্টতাৰ বঁটা লাভ দ্য গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেলৰ

২০১৮ চনত প্ৰতিষ্ঠিত আৰু গুৱাহাটীৰ সেউজ পাহাৰৰ নিৰ্মল পৰিৱেশত অৱস্থিত দ্য গ্ৰীণ স্কুল ইণ্টাৰন্যেশনেলে শেহতীয়াকৈ ২৯ আগষ্ট, ২০২৫ত ভিভান্তাত অনুষ্ঠিত হৈ যোৱা ইকনমিক টাইমছ ইণ্ডাষ্ট্ৰী লিডাৰ্ছ নৰ্থ ইষ্ট ২০২৫ত লাভ কৰিবলৈ সক্ষম হয় ''এক্সিলেন্স ইন হোলিষ্টিক ডেভেলপমেণ্ট’’ বঁটা।  উল্লেখ্য যে, এই সন্মানীয় স্বীকৃতিয়ে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰাৰ অটল প্ৰতিশ্ৰুতিক সন্মান জনায়, য’ত শৈক্ষিক উৎকৃষ্টতা, শাৰীৰিক ফিটনেছ, সৃষ্টিশীলতা, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে প্ৰতিজন শিশুৰ সুখ আৰু আনন্দৰ ওপৰত গুৰুত্ব দিয়া হয়। দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট নেতা, শিক্ষাবিদ আৰু পৰিৱৰ্তনকাৰীসকলৰ উপস্থিতিত এই বঁটা গ্ৰহণ কৰে দ্য গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেলৰ মেনেজিং ট্ৰাষ্টী সঞ্জয় ঝা আৰু ট্ৰাষ্টী অপাৰেচন জগজিৎ সিনহাই। শিক্ষাক বহনক্ষম আৰু…
Read More

উত্তৰ-পূবত ব্যৱসায়িক সম্প্ৰসাৰণৰ বাবে আৰবিআইৰ প্ৰাক্তন কাৰ্যবাহী ইউগেনে কাৰ্তকক অধ্যক্ষ ৰূপে নিযুক্তি এছএফবিৰ

শ্লাইচ স্মল ফাইনেঞ্চ বেংক(এছএফবি)-এ উত্তৰ-পূবৰ নেতৃত্বক অধিক শক্তিশালী কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন কাৰ্যবাহী সঞ্চালক ইউগেনে ইমানুৱেল কাৰ্তকক অংশকালীন অধ্যক্ষ আৰু স্বতন্ত্ৰ সঞ্চালক হিচাপে নিযুক্তি দিছে। আৰবিআইত তিনিটা দশকৰো অধিক সময় কাৰ্যনিৰ্বাহ কৰা কাৰ্তকে তথ্য প্ৰযুক্তি আৰু কৰ্পৰেট সেৱাকে ধৰি গুৰুত্বপূৰ্ণ বিভাগসমূহৰ নেতৃত্ব দিয়াৰ লগতে দিল্লী আৰু বেংগালুৰুত আঞ্চলিক সঞ্চালক হিচাপেও কাম কৰিছিল। নিয়ন্ত্ৰণ অনুসৰণ, নীতি ৰূপায়ণ আৰু প্ৰতিষ্ঠানিক উৎপাদনশীলতা ক্ষেত্ৰখনতো কাৰ্তকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বৰ্তমান তেওঁ গুৱাহাটীস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ বেংক মেনেজমেণ্টৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু মুম্বাইৰ চিএএফআৰএএলৰ প্ৰশাসনিক পৰিষদতো কাৰ্যনিৰ্বাহ কৰি আছে। অসমত মুখ্য কাৰ্যালয় থকা শ্লাইচ এছএফবি-এ অঞ্চলটোত ক্ৰমাগতভাৱে সম্প্ৰসাৰণ কৰি নাগালেণ্ড আৰু মিজোৰামত…
Read More
শ্বপচীয়ে মুকলি কৰিলে দ্য গ্ৰেণ্ড শ্বপচী মেলা : ফেষ্টিভ ছিজনৰ পূৰ্বে বছৰৰ আটাইতকৈ বিশাল বিক্ৰী 

শ্বপচীয়ে মুকলি কৰিলে দ্য গ্ৰেণ্ড শ্বপচী মেলা : ফেষ্টিভ ছিজনৰ পূৰ্বে বছৰৰ আটাইতকৈ বিশাল বিক্ৰী 

শ্বপচি বাই ফ্লিপকাৰ্টে আগন্তুক ফেষ্টিভ ছিজনৰ বাবে সমগ্ৰ দেশখনে সাজু হোৱাৰ এই সময়ছোৱাত প্ৰতিজন মূ্ল্যবান গ্ৰাহকৰ বাবে পুনৰ লৈ আহিছে আটাইতকৈ প্ৰত্যাশিত বজাৰ উদযাপন আৰু বছৰৰ আটাইতকৈ ডাঙৰ বিক্ৰী অনুষ্ঠান গ্ৰেণ্ড শ্বপচি মেলা (জিএছএম)। ২৯ আগষ্টৰ পৰা ৭ ছেপ্টেম্বৰলৈ ‘এইছে গিৰেংগে দাম, শ্বপিং হোগী সুবহ ছাম’ শীৰ্ষক বিষয়বস্তুৰে অতুলনীয় লেনদেনৰ প্ৰতিশ্ৰুতি দিছে। বজাৰ কৰাৰ উৎসাহ সকলোৰে মাজত বেছি আৰু ফেষ্টিভ ছিজনত গ্ৰাহকে নিজৰ আপোনজনক উপহাৰ দিব বিচাৰে বাবে শ্বপচিয়ে সমগ্ৰ ভাৰতৰ পৰিয়ালসমূহক নিজৰ বাজেটৰ ভিতৰত বজাৰ কৰাত সহায় কৰিছে। এই বছৰ জিএছএম-এ ১ কোটিৰো অধিক সামগ্ৰী ১৪৯/- টকাৰ অধীনত লৈ আহিছে, ইয়াত ফেশ্বন, জীৱনশৈলী, ঘৰ আৰু সৌন্দৰ্য শিতানৰ মূল্য সচেতন…
Read More