Business

নতুন নিছান মেগনাইট গ্ৰাহকৰ বাবে নিছান মটৰ ইণ্ডিয়াই নিশ্চিত কৰিছে ই-২০-সংগতিপূৰ্ণ বাহন আৰু অবিৰত ৱাৰেণ্টী সুৰক্ষা

নিছান মটৰ ইণ্ডিয়াই এক বিকল্প ইন্ধন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে উদ্ভাৱনীমূলক সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা চৰকাৰৰ পদক্ষেপসমূহৰ সৈতে সম্পূৰ্ণৰূপে সংগতি ৰাখে আৰু সমৰ্থন কৰি আহিছে। আমি নিৰন্তৰ পণ্য উদ্ভাৱন আৰু বহনক্ষম গতিশীলতা সমাধানৰ জৰিয়তে এই লক্ষ্যসমূহ আগুৱাই নিবলৈ প্ৰতিনিয়ত প্ৰতিশ্ৰুতিবদ্ধ। নতুন নিছান মেগনাইটে গুণগত মান আৰু সুৰক্ষাৰ প্ৰতীক হিচাপে নিজৰ সুনাম সুদৃঢ় কৰি তুলিছে, যিয়ে সন্মানীয় ৫ ষ্টাৰ জিএনচিএপি সুৰক্ষা ৰেটিং লাভ কৰিছে। নিছান মটৰ ইণ্ডিয়াই শেহতীয়াকৈ নতুন মেগনাইটৰ বাবে এটা ছেগমেণ্ট প্ৰথম ১০ বছৰীয়া ৱাৰেণ্টী প্ৰগ্ৰেম মুকলি কৰিছে যিয়ে ব্ৰেণ্ডটোৰ গ্ৰাহকৰ প্ৰতি দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰিছে। নতুন নিছান মেগনাইটৰ বাবে দুয়োটা পাৱাৰট্ৰেইন ই২০ কমপ্লায়েণ্ট উপলব্ধ : ২০২৪…
Read More

চনী ইণ্ডিয়াই মুকলি কৰিলে নতুন প্ৰচাৰ অভিযান ‘অবকুচ চিনেমেটিক কৰতে হ্যে’

চনী ইণ্ডিয়াই সোমবাৰে মুকলি কৰিলে নতুন প্ৰচাৰ অভিযান 'অবকুচ চিনেমেটিক কৰতে হ্যে', যাৰ লক্ষ্য হৈছে স্থানীয় বিবাহৰ ফটো আৰু ভিডিঅ'সমূহক নিজৰ নিজৰ কলাৰে চিনেমাৰ মানদণ্ড প্ৰদানৰ বাবে শক্তিশালী কৰা। ভাৰতীয় বিয়াসমূহক বাস্তৱিক ৰূপ দিয়া এই প্ৰকৃত নায়কসকলক উদযাপন কৰি এই অভিযানে লিগেচি কেমেৰাৰ পৰা চনীৰ এফএক্স৩০লৈ ৰূপান্তৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যি চলচ্চিত্ৰধাৰাৰ এণ্ট্ৰি লেভেল মডেল, যাক সুলভ মূল্যত পেছাদাৰী বৈশিষ্ট্য প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে। চনী ইণ্ডিয়াৰ ইমেজিং বিজনেছৰ মুৰব্বী মুকেশ শ্ৰীবাস্তৱে এই বিষয়ে সদৰি কৰি কয় যে, “ভাৰতীয় বিয়াবোৰ কেৱল এখন বিয়াই নহয়— এই বিবাহবোৰ জীৱনত এবাৰে হোৱা ঘটনা, যিয়ে চিনেমাৰ দৰে প্ৰকাশৰ যোগ্য। এই অভিযানে পৰম্পৰাক সন্মান…
Read More
পাপুয়া নিউগিনিৰ ৫০ সংখ্যক স্বাধীনতা দিৱসত ভাৰতৰ উপস্থিতিঃ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ভ্ৰমণ

পাপুয়া নিউগিনিৰ ৫০ সংখ্যক স্বাধীনতা দিৱসত ভাৰতৰ উপস্থিতিঃ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ভ্ৰমণ

আজি প’ৰ্ট ম’ৰেছবিৰ ইণ্ডিপেণ্ডেন্স হিলত পাপুৱা নিউগিনিৰ ৫০ সংখ্যক স্বাধীনতা দিৱসৰ বিশাল অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ভাৰতক প্ৰতিনিধিত্ব কৰে। এই অনুষ্ঠানৰ পূৰ্বে মন্ত্ৰী মাৰ্ঘেৰিটাই প্ৰধানমন্ত্ৰী জেমছ মাৰাপেক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতবাসীৰ হৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। ভাৰত আৰু পাপুৱা নিউগিনিৰ মাজত ক্ৰমবৰ্ধমান অংশীদাৰিত্বক প্ৰতিফলিত কৰি নেতা দুয়োজনে দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ কৌশল সন্দৰ্ভত আলোচনা কৰে। এই ভ্ৰমণৰ সময়ত মন্ত্ৰী মাৰ্ঘেৰিটাই বস্ত্ৰ খণ্ডৰ সৈতে জড়িত মূল ভাৰতীয় উদ্যোগীসকলকে ধৰি আগশাৰীৰ ব্যৱসায়িক ব্যক্তিসকলৰ সৈতে যোগাযোগ কৰি বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ পথ অন্বেষণ কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত নিজৰ অভিজ্ঞতাৰ কথা সদৰি কৰি…
Read More
আমেৰিকান টুৰিষ্টাৰে নতুন প্ৰচাৰ অভিযান “এভ্ৰিৱান’ছ ইন” আৰম্ভ কৰিছে

আমেৰিকান টুৰিষ্টাৰে নতুন প্ৰচাৰ অভিযান “এভ্ৰিৱান’ছ ইন” আৰম্ভ কৰিছে

দেশৰ আগশাৰীৰ ট্ৰেভেল গিয়েৰ ব্ৰেণ্ড আমেৰিকান টুৰিষ্টাৰে যুৱ শক্তি, অন্তৰ্ভুক্তি আৰু ভাগ-বতৰা কৰা অভিজ্ঞতাৰ আনন্দ উদযাপন কৰি নিজৰ স্পন্দনশীল নতুন প্ৰচাৰ অভিযান "এভ্ৰিৱান'ছ ইন" আৰম্ভ কৰিছে। জনিতা গান্ধী আৰু সিদ্ধান্ত চতুৰ্বেদীয়ে কণ্ঠ নিগৰোৱা ২ মিনিটৰ গীতটোত অনন্য পাণ্ডে আৰু সিদ্ধান্ত চতুৰ্বেদীক ৰোড ট্ৰিপ, স্বতঃস্ফূৰ্ত দুঃসাহসিক অভিযান আৰু নতুন বন্ধুত্বক প্ৰতিফলিত কৰা এক সজীৱ মিউজিক ভিডিঅ’ত অভিনয় কৰিছে। এই প্ৰচাৰ অভিযানত ২০ আৰু ৩০ ছেকেণ্ডৰ ডিজিটেল সম্পাদনাও অন্তৰ্ভুক্ত কৰা হৈছে যাতে যুৱ, সামাজিকভাৱে সংযুক্ত ভ্ৰমণকাৰীসকলক জড়িত কৰিব পৰা যায়। চেমচনাইট দক্ষিণ এছিয়াৰ বিপণন বিভাগৰ কাৰ্যবাহী অধ্যক্ষ অনুশ্ৰী টাইনৱালাই এই বিষয়ে সদৰি কৰি কয় যে, “আমাৰ অভিযানে ভ্ৰমণক এক অভিজ্ঞতা হিচাপে উদযাপন…
Read More
“পাৰ্কিনছনৰ সজাগতা: ডিবিএছ থেৰাপীৰ অগ্ৰগতি আৰু কেতিয়া এজন লোকে গতিশীলতা বিকাৰগ্ৰস্ততা হ’লে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে”

“পাৰ্কিনছনৰ সজাগতা: ডিবিএছ থেৰাপীৰ অগ্ৰগতি আৰু কেতিয়া এজন লোকে গতিশীলতা বিকাৰগ্ৰস্ততা হ’লে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে”

হায়দৰাবাদ(হাইটেক চিটী)স্থিত যশোদা হাস্পতালৰ জ্যেষ্ঠ পৰামৰ্শদাতা, স্নায়ু বিশেষজ্ঞ আৰু পিডিএমডিআৰচিৰ প্ৰগ্ৰেম ডাইৰেক্টৰ প্ৰফেচাৰ ডাঃ ৰূপম বৰগোহাঁই এই বিষয়ে সহজ ভাষত কয় যে, গতিবিধিক প্ৰভাৱিত কৰা এটা দীৰ্ঘদিনীয়া স্নায়ুজনিত অৱস্থা, পাৰ্কিনছন ৰোগে কঁপনি, জঠৰতা, লেহেমীয়া, আৰু ভাৰসাম্যতা হ্ৰাস কৰে। এনে গুৰুতৰ লক্ষণসমূহ পৰিচালনাৰ বাবে ঔষধসমূহ অতি গুৰুত্বপূৰ্ণ হ’লেও বহু ৰোগীয়ে অৱশেষত দীৰ্ঘদিনীয়া ঔষধ ব্যৱহাৰৰ ফলত কাৰ্যকাৰিতা হ্ৰাস বা অবাঞ্চিত পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হয়। ডিপ ব্ৰেইন ষ্টিমুলেচন (ডিবিএছ)-এ শেহতীয়া বছৰবোৰত এক বৈপ্লৱিক চিকিৎসাত পৰিণত হৈছে, যিয়ে ৰোগীসকলক নিয়ন্ত্ৰণ বৃদ্ধি আৰু উচ্চ জীৱন ধাৰণৰ বাবে নতুন আশা প্ৰদান কৰিছে। গভীৰ মগজুৰ উদ্দীপনা(ডিপ ব্ৰেইন ষ্টিমুলেচন) : পাৰ্কিনছন ৰোগৰ চিকিৎসাত এক বিপ্লৱ প্ৰফেছৰ ডাঃ ৰূপম বৰগোহেইনে কয়…
Read More
এক শক্তিদায়ক নৱৰাত্ৰি উপবাসৰ বাবে পুষ্টিকৰ ব্ৰত-অনুকূল উপাদানসমূহ

এক শক্তিদায়ক নৱৰাত্ৰি উপবাসৰ বাবে পুষ্টিকৰ ব্ৰত-অনুকূল উপাদানসমূহ

নৱৰাত্ৰি উৎসৱ কাষ চাপি অহাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষৰ পৰিয়ালসমূহে ভক্তি আৰু অনুশাসনেৰ প্ৰোথিত বহুপ্ৰতীক্ষিত উপবাসৰ বাবে প্ৰস্তুতি চলাইছে। বিশেষজ্ঞসকলে জোৰ দি কয় যে, পুষ্টিকৰ উপাদানৰ সৈতে যোগ কৰিলে উপবাসে সুস্থতা অটুট ৰাখিব পাৰে। মেক্স হেল্থকেয়াৰৰ ডায়েটেটিক্স বিভাগৰ আঞ্চলিক মুৰব্বী ঋত্বিকা ছমাদ্দাৰে ন দিনীয়া উৎসৱৰ সময়ছোৱাত শক্তি আৰু সামগ্ৰিক স্বাস্থ্য বজাই ৰাখিবলৈ কেলিফৰ্নিয়া আলমণ্ড, চাবুদানা, কুট্টু (বাকহুইট) আৰু চমক চাউলৰ দৰে গোটা খাদ্যৰ ওপৰত গুৰুত্ব দিয়াৰ পৰামৰ্শ দিছে, সমান্তৰালভাৱে ৰিফাইন চেনি আৰু ভজা(ফ্ৰাইড) খাদ্যসমূহ পৰিহাৰ কৰিব লাগে। আলমণ্ডক প্ৰটিন, স্বাস্থ্যকৰ চৰ্বি, ভিটামিন ই আৰু মেগনেছিয়াম প্ৰদানকাৰী ৰাতিপুৱাৰ সঠিক জলপান হিচাপে পৰামৰ্শ দিয়া হয়। সাধাৰণতে খিচিড়ি আৰু বড়া(পকৰি)ত ব্যৱহাৰ কৰা চাবুদানা…
Read More
ৰাশি পেৰিফেৰেলছ লিমিটেড(এনএছই: আৰপিটিইচিএইচ)-এ গুৱাহাটীত ফ্লেগশ্বিপ চেনেল বিজনেছ ফৰাম (চিবিএফ) ২০২৫ সফলতাৰে আয়োজন কৰে

ৰাশি পেৰিফেৰেলছ লিমিটেড(এনএছই: আৰপিটিইচিএইচ)-এ গুৱাহাটীত ফ্লেগশ্বিপ চেনেল বিজনেছ ফৰাম (চিবিএফ) ২০২৫ সফলতাৰে আয়োজন কৰে

ৰাশি পেৰিফেৰেলছ লিমিটেড(এনএছই: আৰপিটিইচিএইচ)-এ গুৱাহাটীত ফ্লেগশ্বিপ চেনেল বিজনেছ ফৰাম (চিবিএফ) ২০২৫ সফলতাৰে আয়োজন কৰে, য’ত ১১০জনতকৈ অধিক স্থানীয় পুনৰ বিক্ৰেতা(ৰিচেলাৰ) আৰু খুচুৰা বিক্ৰেতা(ৰিটেইলাৰ)ক একত্ৰিত কৰা হয়। দেশৰ টায়াৰ চি আৰু ডি চহৰসমূহত প্ৰযুক্তি বিতৰণ সম্প্ৰসাৰণৰ বাবে আৰ পি টেকৰ দেশজোৰা পদক্ষেপৰ অংশস্বৰূপে আয়োজন কৰা এই অনুষ্ঠানৰ লক্ষ্য আছিল চেনেল অংশীদাৰসকলক আগশাৰীৰ বিশ্বজনীন প্ৰযুক্তি ব্ৰেণ্ডসমূহৰ সৈতে সংযোগ আৰু সহযোগিতাৰ জৰিয়তে ব্যৱসায়িক বৃদ্ধিৰ পোষকতা কৰা। এই চিবিএফত পোনপটীয়া সামগ্ৰী প্ৰদৰ্শন, হাতে-কামে অভিজ্ঞতা ক্ষেত্ৰ আৰু নিমজ্জিত প্ৰশিক্ষণ অনুষ্ঠানৰো আয়োজন কৰা হৈছিল, য'ত এআই-চালিত লেপটপ, গ্ৰাহক পেৰিফেৰেল, গেমিং হাৰ্ডৱেৰ, স্মাৰ্ট সহযোগিতা সঁজুলি আৰু ষ্টৰেজ সমাধান আদি সামৰি লোৱা হৈছিল। ৰাশি পেৰিফেৰেলছৰ গ্ৰুপ বিজনেছ মেনেজাৰ…
Read More

আমাজন পে আৰু আইচিআইচিআই বেংকে এমাজন পে আইচিআইচিআই বেংক ক্ৰেডিট কাৰ্ডৰ বাবে দীৰ্ঘম্যাদী অংশীদাৰিত্ব নবীকৰণ কৰিছে

আমাজন পে আৰু আইচিআইচিআই বেংকে আজি ৫ মিলিয়নৰো অধিক গ্ৰাহকৰ সৈতে ভাৰতৰ সৰ্বাধিক ব্যৱহৃত কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ডৰ বাবে আমাজন পে আইচিআইচিআই বেংক ক্ৰেডিট কাৰ্ডৰ বাবে দীৰ্ঘম্যাদী অংশীদাৰিত্ব নবীকৰণ কৰাৰ কথা ঘোষণা কৰিছে। ২০১৮ চনত মুকলি কৰাৰ পিছৰে পৰা এই কাৰ্ডখনে সৰল, স্বচ্ছ পুৰস্কাৰ আৰু নিৰৱচ্ছিন্ন সুবিধাৰ জৰিয়তে ডিজিটেল পেমেণ্টক ন ৰূপত সংজ্ঞায়িত কৰিছে। ২০২৫ চনৰ ১১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ আমাজন পে আইচিআইচিআই বেংক ক্ৰেডিট কাৰ্ডে আন্তঃৰাষ্ট্ৰীয় লেনদেনত ফৰেক্স মাৰ্কআপ হ্ৰাস কৰিব। এই কাৰ্ডখনে প্ৰাইম সদস্যসকলৰ বাবে আমাজন পে’ৰ জৰিয়তে বজাৰ কৰা আৰু ভ্ৰমণ বুকিঙৰ ক্ষেত্ৰত ৫% সীমাহীন কেছবেকৰ আকৰ্ষণীয় সুবিধা প্ৰদান অব্যাহত ৰাখিব, আনহাতে নন-প্ৰাইম সদস্যসকলে ৩% সীমাহীন পুৰস্কাৰ…
Read More
গড্ৰেজ এৰে মুকলি কৰিলে এৰ প্লাগ: ২.৫ টকা/দিনত ভাৰতৰ আটাইতকৈ সুলভ মূল্যৰ ইলেক্ট্ৰিক ৰুম ফ্ৰেছনাৰ

গড্ৰেজ এৰে মুকলি কৰিলে এৰ প্লাগ: ২.৫ টকা/দিনত ভাৰতৰ আটাইতকৈ সুলভ মূল্যৰ ইলেক্ট্ৰিক ৰুম ফ্ৰেছনাৰ

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড (জিচিপিএল)ৰ অধীনত দেশৰ আগশাৰীৰ সুগন্ধি ব্ৰেণ্ড গড্ৰেজ এৰে মঙলবাৰে শেহতীয়া উদ্ভাৱন-এৰ প্লাগ উন্মোচন কৰিছে, যাক ভাৰতৰ আটাইতকৈ সুলভ বৈদ্যুতিক ৰুম ফ্ৰেছনাৰ বুলি অভিহিত কৰা হৈছে। মাত্ৰ ১৪৯ টকা মূল্যৰ এই ডিভাইচটোৱে ৬০ দিনলৈকে অবিৰত সুগন্ধি প্ৰদান কৰে, প্ৰতিদিনে মাত্ৰ ২.৫ টকা মূল্যত সুগন্ধি প্ৰদান কৰিছে। দুটা প্ৰিমিয়াম ভেৰিয়েণ্টত বৰ্তমান উপলব্ধ: ভায়লেট ব্লুম আৰু ৰোজ ব্লজম। জিচিপিএল-ৰ ঘৰুৱা ষ্টুডিঅ' ডিস্কোই ডিজাইন কৰা এৰ প্লাগে স্মাৰ্ট হিটাৰ প্ৰযুক্তিৰ সৈতে মসৃণ, আধুনিক নান্দনিকতাৰ সংমিশ্ৰণ কৰিছে, যাৰ ফলত বৈদ্যুতিক কোঠাৰ ফ্ৰেছনাৰবোৰ বিস্তৃত ভাৰতীয় জনসাধাৰণৰ বাবে সংপৃক্ত হৈ পৰিছে। এই শুভাৰম্ভণিয়ে ভাৰতৰ ৩,০০০ কোটি টকাৰ এয়াৰ ফ্ৰেছনাৰ বজাৰৰ এক গুৰুত্বপূৰ্ণ ব্যৱধান…
Read More
টিভিএছ মটৰ কোম্পানীয়ে মুকলি কৰিছে টিভিএছ এনটৰ্ক  ১৫০ ভাৰতৰ আটাইতকৈ দ্ৰুততম হাইপাৰ স্প’ৰ্ট স্কুটাৰ

টিভিএছ মটৰ কোম্পানীয়ে মুকলি কৰিছে টিভিএছ এনটৰ্ক  ১৫০ ভাৰতৰ আটাইতকৈ দ্ৰুততম হাইপাৰ স্প’ৰ্ট স্কুটাৰ

দুচকীয়া আৰু তিনিচকীয়া বাহনৰ ছেগমেণ্টত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান টিভিএছ মটৰ কোম্পানী(টিভিএছএম)-এ ভাৰতৰ আটাইতকৈ দ্ৰুততম হাইপাৰ স্প’ৰ্ট স্কুটাৰ টিভিএছ এনটৰ্ক ১৫০ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ১৪৯.৭চিচি ৰেচ-টিউনড ইঞ্জিনৰ দ্বাৰা চালিত আৰু ষ্টেল্থ বিমানৰ ডিজাইনৰ দ্বাৰা অনুপ্ৰাণিত এই স্কুটাৰখন হৈছে নতুন প্ৰজন্মৰ ৰাইডাৰসকলক পূৰণ কৰিবলৈ উচ্চ প্ৰদৰ্শন, ক্ৰীড়াৰ নান্দনিকতা আৰু অত্যাধুনিক প্ৰযুক্তিৰ এক চিম্ফনি, যিখনৰ বিশেষ আৰম্ভণি মূল্য ১১৯,০০০ টকা (এক্স-শ্ব'ৰুম, সমগ্ৰ দেশ)। সদায় জাগ্ৰত কৰি তোলা টিভিএছ এনটৰ্কৰ কাহিনীৰ ওপৰত নিৰ্মাণ কৰি নতুন স্কুটাৰখন ভৱিষ্যতৰ দিনবোৰৰ আন এক আইকন হ’ব। ইয়াৰ মাল্টিপইণ্ট® প্ৰজেক্টৰ হেডলেম্প, এৰ'ডাইনেমিক উইংলেট, ৰঙীন এলয় হুইল আৰু চিগনেশ্বৰ মাফলাৰ ৰূপে ৰেচিং ডিএনএক উজ্জ্বল কৰি তোলে, আনহাতে এলেক্সা…
Read More