Business

মেদাণ্ট ৪০০খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলী হাস্পতালৰ বাবে ভূমি পূজন অনুষ্ঠান অনুষ্ঠিত কৰিব

মেদাণ্ট ৪০০খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলী হাস্পতালৰ বাবে ভূমি পূজন অনুষ্ঠান অনুষ্ঠিত কৰিব

মেদাণ্ট নামেৰে জনপ্ৰিয় গ্লবেল হেল্থ লিমিটেড সদৰি কৰিছে যে ২০২৫ চনৰ ৩১ অক্টোবৰত গুৱাহাটীৰ সৰুসজাইৰ ঔদ্যোগিক ক্ষেত্ৰত আগন্তুক ৪০০খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলী হাস্পতালৰ বাবে ভূমি পূজন অনুষ্ঠান অনুষ্ঠিত কৰিব। এই শুভ অনুষ্ঠানত ৪০০খন বিচনাযুক্ত এখন অত্যাধুনিক ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ৰ নিৰ্মাণকাৰ্যৰ আৰম্ভণি হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মেদাণ্টৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড° নৰেশ ত্ৰেহান, মেদাণ্টৰ গ্ৰুপ চিইঅ' পংকজ সাহনি, অসম চৰকাৰৰ জ্যেষ্ঠ প্ৰতিনিধি আৰু স্থানীয় জনগোষ্ঠীৰ সদস্য সকলে উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। গুৱাহাটীৰ হাস্পতালখন বিশ্বমানৰ তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ চিকিত্সা যত্ন প্ৰদানৰ বাবে ডিজাইন কৰা হ’ব, যিয়ে সকলো প্ৰধান ছুপাৰ-স্পেচিয়েলিটী আৰু ট্ৰান্সপ্লাণ্ট সুবিধাসমূহৰ এক বিস্তৃত পৰিসৰ সামৰি…
Read More
গ্লবেল পপ সংগীতৰ জ্বৰত আক্ৰান্ত শ্বিলং – আন্তঃৰাষ্ট্ৰীয় পপ চাঞ্চল্য মহম্বিৰ সংগীতৰ মায়াজাল

গ্লবেল পপ সংগীতৰ জ্বৰত আক্ৰান্ত শ্বিলং – আন্তঃৰাষ্ট্ৰীয় পপ চাঞ্চল্য মহম্বিৰ সংগীতৰ মায়াজাল

মেঘালয়ৰ পাহাৰবোৰত ছন্দ, শক্তি আৰু সাংস্কৃতিক সম্প্ৰীতিৰ এটা মায়াময় নিশালৈ উদ্ভৱ হৈছিল যেতিয়া আন্তঃৰাষ্ট্ৰীয় পপ চাঞ্চল্য মহম্বিয়ে ২৫ অক্টোবৰত ম'কাছিয়াঙৰ লাৰিতিত এক শ্বাসৰুদ্ধকাৰী লাইভ কনচাৰ্টৰ জৰিয়তে ভাৰতত আত্মপ্ৰকাশ কৰিছিল, যিয়ে চহৰখনৰ আকাশ-বতাহ মুখৰিত কৰি তুলিছিল। মেঘালয় পৰ্যটন আৰু মেঘালয় এজৰ সহযোগত ক’ৰ্টয়াৰ্ড বাই মেৰিয়েট শ্বিলঙৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত প্ৰায় ৩,৫০০ লোকৰ উৎসাহী দৰ্শকক আকৰ্ষণ কৰি শ্বিলঙক সংগীত আৰু উদযাপনৰ এক বিশ্বব্যাপী মঞ্চলৈ ৰূপান্তৰিত হৈ পৰে। “বাম্পি ৰাইড” আৰু “ককনাট ট্ৰি”ৰ দৰে তালিকাৰ শীৰ্ষস্থান দখল কৰা হিট গীতৰ বাবে বিশ্বজুৰি পৰিচিত ছুইডিছ-কংগোৰ শিল্পী মহম্বি জাছি মৌপণ্ডোৱে প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত আফ্ৰিকান-পপ, নৃত্য, আৰু বিশ্বব্যাপী ছন্দৰ স্বাক্ষৰযুক্ত মিশ্ৰণ প্ৰদৰ্শন কৰিছিল। দেশে…
Read More
উত্তৰ-পূব ভাৰতত অপ্ৰাভ এনাৰ্জীৰ সৌৰশক্তিচালিত সামগ্ৰী-সেৱাই ২১,০০০ৰো অধিক লোকৰ জীৱন প্ৰভাৱিত কৰিব

উত্তৰ-পূব ভাৰতত অপ্ৰাভ এনাৰ্জীৰ সৌৰশক্তিচালিত সামগ্ৰী-সেৱাই ২১,০০০ৰো অধিক লোকৰ জীৱন প্ৰভাৱিত কৰিব

উত্তৰ-পূৰ্বাঞ্চলৰ জীৱনক বহনক্ষমভাৱে সবলীকৰণৰ দিশত এক ইতিবাচক পদক্ষেপ হিচাপে ভাৰতৰ আগশাৰীৰ সংহত শক্তি সমাধান প্ৰদানকাৰী প্ৰতিষ্ঠান অপ্ৰাভ এনাৰ্জীয়ে চলাৰ ইনষ্টলেচনৰ জৰিয়তে অসম আৰু নাগালেণ্ডৰ সম্প্ৰদায়, স্বাস্থ্য আৰু শৈক্ষিক স্থলসমূহক শক্তি প্ৰদান কৰিবলৈ চেলকো ফাউণ্ডেচনৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে গাঁওসমূহত বহনক্ষম আৰু নিৰ্ভৰযোগ্য শক্তি প্ৰদান কৰা, যিয়ে ২১,০০০ৰো অধিক লোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলায়। এই সৌৰ প্ৰকল্প স্থাপনে বছৰি ~৫৭ টন কাৰ্বন ডাই অক্সাইড ৰাহি কৰিব বুলি আশা কৰা হৈছে, যি বছৰি প্ৰায় ২,৫৮০টা গছ ৰোপণৰ সমতুল্য। অসমৰ চিৰাং জিলাত ২৭.৫ কিলোৱাট সৌৰশক্তি চালিত সামূহিক প্ৰকল্পই স্বাস্থ্য, জীৱিকা, শিক্ষা আৰু যুৱক-যুৱতীসকলৰ সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি একাধিক উন্নয়নমূলক…
Read More
“মেন’পজ(ৰজোনিবৃত্তি) কেৱল মহিলাই সহ্য কৰিব নোৱাৰে, পৰিয়ালেও বুজিব লাগিব”

“মেন’পজ(ৰজোনিবৃত্তি) কেৱল মহিলাই সহ্য কৰিব নোৱাৰে, পৰিয়ালেও বুজিব লাগিব”

মেন’পজ কোনো ডাঙৰ ঘোষণা কৰি নাহে। ই শান্তভাৱে প্ৰতিফলিত হয় – ৰাতি গৰম অনুভৱ কৰে, কোনো স্পষ্ট কাৰণ নোহোৱাকৈ মেজাজ সলনি হয়, আৰু শক্তিৰ স্তৰ হ্ৰাস পায়। যি কথা বেছিভাগ পৰিয়ালে বুজি নাপায় যে এগৰাকী মহিলাৰ মেন’পজ পৃথকভাৱে নহয়, আৰু সমগ্ৰ পৰিয়ালে এই ঢৌ অনুভৱ কৰে। ৰাতিৰ টোপনিত ব্যাঘাত জন্মা, অস্পষ্ট বিৰক্তিৰ আস্ফালন বা অভাৱনীয় উদ্বেগৰ উত্থান – ই দৈনন্দিন জীৱনৰ ধৰণ সলনি কৰে, এই কথা সহজ ভাষাত বুজাইছে গুৱাহাটীৰ বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফৰ প্ৰজনন বিশেষজ্ঞা ডাঃ কল্পনা জৈনে। বেছিভাগ ঘৰতে মেন’পজক ব্যক্তিগত ধুমুহা বা সংকট বুলি গণ্য কৰা হয় – যি মহিলাগৰাকীয়ে নিজেই সহ্য কৰিবলগীয়া হয়। যৌৱন, ঋতুচক্র, গৰ্ভাৱস্থা,…
Read More
টাইডে এনচিএমচি সক্ষম এক্সপেন্স কাৰ্ডৰ জৰিয়তে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে সৰল কৰি তুলিছে দৈনন্দিন যাতায়ত

টাইডে এনচিএমচি সক্ষম এক্সপেন্স কাৰ্ডৰ জৰিয়তে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে সৰল কৰি তুলিছে দৈনন্দিন যাতায়ত

ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায় আৰু ফ্ৰিলান্সাৰ ৰূপে কৰ্মৰতসকলৰ বাবে এক ডাঙৰ সকাহ প্ৰদান কৰি এছএমই-ৰ বাবে দেশৰ আগশাৰীৰ বিত্তীয় ব্যৱস্থাপনা প্লেটফৰ্ম টাইডে ৰুপে-চালিত এক্সপেঞ্চ কাৰ্ডত নেচনেল কমন মবিলিটী কাৰ্ড(এনচিএমচি)ৰ সমৰ্থন বা সহযোগিতা আগবঢ়াইছে। এই একত্ৰিকৰণে ব্যৱহাৰকাৰীসকলক এখন কাৰ্ড ব্যৱহাৰ কৰিয়েই নিৰবিচ্ছিন্নভাৱে ভ্ৰমণ কৰিবলৈ আৰু ব্যৱসায়িক লেনদেন কৰিবলৈ সক্ষম কৰিছে-এতিয়া ভাৰতৰ প্ৰধান চহৰসমূহৰ মেট্ৰ', বাছ, টোল আৰু পাৰ্কিং সকলোতে পেমেণ্ট সম্ভৱ কৰি তুলিছে। ভাৰত চৰকাৰৰ সমৰ্থনত এনচিএমচিৰ সুবিধাসমূহে টাইডৰ সদস্যসকলক টাইড এপৰ জৰিয়তে বাস্তৱ সময়ত টপ আপ আৰু বেলেঞ্চ পৰিচালনা কৰিবলৈ সুযোগ আগবঢ়াইছে।  উদ্যোগী আৰু ব্যৱসায়িক গোটসমূহে এতিয়া এটা প্লেটফৰ্মৰ ভিতৰত নিজৰ ভ্ৰমণ, চালান আৰু ব্যয়ৰ পৰিশোধ আদি সকলোবোৰ পৰিচালনা কৰিব পাৰে,…
Read More
আইএফএটি ইণ্ডিয়া ২০২৫ৰ সামৰণি; সমগ্ৰ বিশ্বৰ অভিলেখ অংশগ্ৰহণৰ লগে লগে বহনক্ষমতাৰ দিশত গতি ত্বৰান্বিত হয়

আইএফএটি ইণ্ডিয়া ২০২৫ৰ সামৰণি; সমগ্ৰ বিশ্বৰ অভিলেখ অংশগ্ৰহণৰ লগে লগে বহনক্ষমতাৰ দিশত গতি ত্বৰান্বিত হয়

জল, নলা-নৰ্দমা, গোটা আৱৰ্জনা আৰু পুনঃব্যৱহাৰৰ ক্ষেত্ৰত সেৱা-সমাধান প্ৰদানকাৰী দেশৰ সৰ্ববৃহৎ বাণিজ্য মেলা আইএফএটি ইণ্ডিয়াৰ দ্বাদশ সংস্কৰণ ৩টা গতিশীল দিনৰ ব্যৱসায়, জ্ঞান বিনিময় আৰু বিশ্বব্যাপী সহযোগিতাৰে মুম্বাইত সামৰণি পৰিছে। ২০২৫ চনৰ ১৪–১৬ অক্টোবৰলৈকে মেছে মুয়েনচেন ইণ্ডিয়াৰ দ্বাৰা বম্বে প্ৰদৰ্শনী কেন্দ্ৰৰ ৪৫,০০০+ বৰ্গমিটাৰ প্ৰদৰ্শনী স্থানত আয়োজিত এই অনুষ্ঠানত ১৮,০০০+দৰ্শক, ৩০+ দেশৰ ৫৬০+ প্ৰদৰ্শকৰ সৰ্বকালৰ সৰ্বোচ্চ অংশগ্ৰহণেৰে নতুন অভিলেখৰ সৃষ্টি হয়। মেছে মুনচেনৰ আইএমইএৰ অধ্যক্ষ তথা মেছে মুনচেন ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ভূপিন্দৰ সিঙে এই বিষয়ে কয় যে, “আইএফএটি ইণ্ডিয়া ২০২৫-এ প্ৰকৃতাৰ্থত বিশ্বৰ সহযোগিতাৰ মনোভাৱক প্ৰতিফলিত কৰিছিল। ২০২৫ চনৰ সংস্কৰণত ৬টা আন্তঃৰাষ্ট্ৰীয় পেভিলিয়ন ক্ৰমে জাৰ্মানী, কানাডা, নেদাৰলেণ্ড, দক্ষিণ কোৰিয়া, হাংগেৰী আৰু অষ্ট্ৰেলিয়াই…
Read More
গ্ৰাম্য মহিলাৰ সবলীকৰণ : আধাৰ হাউছিং ফাইনেন্স লিমিটেডৰ দক্ষতা বিকাশৰ প্ৰচেষ্টাই আনিছে বৃহৎ পৰিৱৰ্তন

গ্ৰাম্য মহিলাৰ সবলীকৰণ : আধাৰ হাউছিং ফাইনেন্স লিমিটেডৰ দক্ষতা বিকাশৰ প্ৰচেষ্টাই আনিছে বৃহৎ পৰিৱৰ্তন

আধাৰ হাউছিং ফাইনেন্স লিমিটেডে অসমৰ অভাৱগ্ৰস্ত বা পিছপৰা মহিলাসকলক অৰ্থনৈতিকভাৱে সবলীকৰণৰ লক্ষ্যৰে দক্ষতা বিকাশৰ পদক্ষেপ গ্ৰহণ কৰিছে। কামৰূপ(ম) জিলাৰ ৰাণী উন্নয়ন খণ্ডৰ চয়নী ৰাণী ব্লকৰ দক্ষিণ ভোলাগাঁও আৰু ৰাণীগাঁও গাঁও পঞ্চায়তৰ ৭খন গাঁৱৰ ৩০০ গৰাকী মহিলাক উদ্দেশ্যি এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই পদক্ষেপে বস্ত্ৰ বা হস্ততাঁতজাত সামগ্ৰী, হালধি আৰু জালুকৰ সংসাধন, উদ্যমিতা আৰু বিত্তীয় সাক্ষৰতাৰ প্ৰশিক্ষণৰ জৰিয়তে জীৱিকা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই প্ৰকল্পটো অসম আৰু মেঘালয়স্থিত বেচৰকাৰী সংস্থা গ্ৰামীণ চাহাৰাৰ সহযোগিতাত ৰূপায়ণ কৰা হৈছে আৰু ই মহিলাসকলক বজাৰ, বিত্তীয় প্ৰতিষ্ঠান আৰু কাৰিকৰী অংশীদাৰসকললৈ প্ৰৱেশাধিকাৰ প্ৰদান কৰিব বিচাৰে।  এএইচএফএল-ৰ এমডি আৰু চিইঅ' ঋষি আনন্দে আলোকপাত কৰি কয় যে…
Read More
ঋতুভিত্তিক ৰোগৰ পৰা সুৰক্ষিত হৈ থাকক: আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক ছুপাৰচাৰ্জ কৰাৰ পৰামৰ্শ

ঋতুভিত্তিক ৰোগৰ পৰা সুৰক্ষিত হৈ থাকক: আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক ছুপাৰচাৰ্জ কৰাৰ পৰামৰ্শ

চহৰখন লাহে লাহে শীতৰ ঋতুলৈ পৰিৱৰ্তিত হোৱাৰ লগে লগে স্বাস্থ্য বিশেষজ্ঞসকলে ঋতুভিত্তিক ৰোগ প্ৰতিৰোধৰ বাবে ৰোগ প্ৰতিৰোধ সামৰ্থ্য বৃদ্ধিৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছে। উষ্ণতাৰ উঠা-নমা, এলাৰ্জেন বৃদ্ধি আৰু জীৱনশৈলীৰ পৰিৱৰ্তনে শৰীৰৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আপোচ কৰিব পাৰে, যাৰ ফলত মানুহ চৰ্দি, ফ্লু আৰু ভাগৰুৱা হোৱাৰ সম্ভাৱনা বেছি।নতুন দিল্লীৰ মেক্স হেলথকেয়াৰৰ ডায়েটেটিক্সৰ আঞ্চলিক মুৰব্বী পুষ্টিবিদ ঋত্বিকা সমাদ্দাৰে পৰামৰ্শ দি কয় যে, "এই পৰিৱৰ্তনশীল সময়ছোৱাত আপোনাৰ ৰোগ প্ৰতিৰোধ সামৰ্থ্য শক্তিশালী কৰাটো স্বাস্থ্যৱান আৰু শক্তিশালী হৈ থকাৰ মূল চাবিকাঠি। এক সন্তুলিত আহাৰ, সচেতন অভ্যাস আৰু নিয়মীয়া শাৰীৰিক কাৰ্য-কলাপে এক শক্তিশালী ৰোগ প্ৰতিৰোধ প্ৰণালীৰ ভেটি গঠন কৰে। সমাদ্দাৰে পুষ্টি সমৃদ্ধ খাদ্য যেনে সেউজীয়া শাক-পাচলি,…
Read More
টাটা এআইএৰ শুভ ফেমিলী প্ৰটেক্ট : এককালীন ধন + নিয়মীয়া আয়ৰ সুবিধা লাভেৰে সুৰক্ষিত কৰক আপোনাৰ পৰিয়ালৰ ভৱিষ্যত

টাটা এআইএৰ শুভ ফেমিলী প্ৰটেক্ট : এককালীন ধন + নিয়মীয়া আয়ৰ সুবিধা লাভেৰে সুৰক্ষিত কৰক আপোনাৰ পৰিয়ালৰ ভৱিষ্যত

ভাৰতৰ অন্যতম আগশাৰীৰ জীৱন বীমা প্ৰতিষ্ঠান টাটা এআইএ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড(টাটা এআইএ)-এ টাটা এআইএ শুভ ফেমিলী প্ৰটেক্ট—এক যুগান্তকাৰী টাৰ্ম প্লেন মুকলি কৰিছে যিয়ে তাৎক্ষণিক এককালীন ধন পৰিশোধ আৰু ৩০ বছৰলৈকে নমনীয় মাহিলী আয় দুয়োটা প্ৰদান কৰে। এই প্লেন ব্যাপক আৰ্থিক সুৰক্ষা প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে, যিয়ে পৰিয়ালসমূহক হ্ৰস্বম্যাদী জৰুৰীকালীন আৰু দীৰ্ঘম্যাদী প্ৰয়োজনীয়তা দুয়োটাই পৰিচালনা বা সুবিধা আদায় কৰাত সহায় কৰিব। টাটা এআইএ লাইফ ইন্সুৰেঞ্চৰ স্বত্বাধিকাৰী ব্যৱসায় আৰু সহযোগী চেনেলৰ মুখ্য বিতৰণ বিষয়া অমিত ডেভে এই বিষয়ে সদৰি কৰি কয় যে, "টাটা এআইএত আমি কেৱল বিত্তীয় সুৰক্ষাতকৈ অধিক প্ৰদান কৰাত বিশ্বাস কৰোঁ-আমি জীৱনৰ প্ৰতিটো পৰ্যায়তে পৰিয়ালসমূহক সমৰ্থন কৰাটো নিশ্চিত…
Read More
ভাৰতে আয়োজন কৰে চিচিএছচিএইচৰ ৮ম অধিবেশন, চূড়ান্ত কৰে বৃহৎ আকাৰৰ ভেনিলা, ধনিয়া আৰু ইলাচিৰ বাবে কোডেক্স মানদণ্ড

ভাৰতে আয়োজন কৰে চিচিএছচিএইচৰ ৮ম অধিবেশন, চূড়ান্ত কৰে বৃহৎ আকাৰৰ ভেনিলা, ধনিয়া আৰু ইলাচিৰ বাবে কোডেক্স মানদণ্ড

বিশ্বৰ মচলাৰ মানদণ্ড নিৰ্ধাৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰি গুৱাহাটীৰ মছলা আৰু ৰন্ধন উদ্ভিদ সম্পৰ্কীয় কোডেক্স কমিটীৰ (চিচিএছচিএইচ৮) অষ্টম অধিৱেশনৰ সফলতাৰে সমাপ্তি ঘটিছে। এই অধিৱেশনৰ এটা মুখ্য বিশেষত্ব আছিল বৃহৎ ইলাচী, ভেনিলা আৰু ধনিয়াৰ বাবে তিনিটা নতুন মানদণ্ড চূড়ান্ত কৰা, যিবোৰ এতিয়া কোডেক্স এলিমেণ্টেৰিয়াছ কমিছনে গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ দিছে। ভাৰতৰ আহ্বানত ২০১৩ চনত স্থাপিত মছলা আৰু ৰন্ধন গছ সম্পৰ্কীয় কোডেক্স কমিটীয়ে এফএঅ' আৰু ডব্লিউএইচঅ'ৰ যুটীয়া সংস্থা কোডেক্স এলিমেণ্টাৰিয়াছ কমিছনৰ অধীনত কাম কৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত মছলা ব’ৰ্ডৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা ভাৰতে কমিটীৰ সচিবালয় হিচাপে কাম কৰি মছলা আৰু ৰান্ধনী বনৌষধিৰ বিশ্বব্যাপী মানদণ্ড গঢ় দিয়াত…
Read More