Business

ট্ৰু-কলাৰে সমগ্ৰ বিশ্বৰ আইফোন ব্যৱহাৰকাৰীসকলৰ বাবে আগবঢ়ায় ৰিয়েল-টাইম কলাৰ আইডি 

ট্ৰু-কলাৰে সমগ্ৰ বিশ্বৰ আইফোন ব্যৱহাৰকাৰীসকলৰ বাবে আগবঢ়ায় ৰিয়েল-টাইম কলাৰ আইডি 

আইফোন ব্যৱহাৰকাৰীসকলৰ বাবে আইঅ’এছ ১৮.২ আৰু নতুন সংস্কৰণলৈ ৰিয়েল টাইম কলাৰ আইডি আৰু স্পেম ব্লকিং সুবিধা প্ৰৱৰ্তন কৰি ট্ৰুকলাৰে নিজৰ আটাইতকৈ উল্লেখযোগ্য আপডেট মুকলি কৰিছে। এই অগ্ৰগতিয়ে এপলৰ লাইভ কলাৰ আইডি লুকআপ ফ্ৰেমৱৰ্কৰ সহায় লৈ ট্ৰুকলাৰ’এছআইঅ'এছ অভিজ্ঞতাক নিজৰ এণ্ড্ৰইড সমকক্ষৰ সৈতে একাকাৰ কৰি নতুন মাত্ৰা প্ৰদান কৰিলে। হোমোমৰ্ফিক এনক্ৰিপশ্বনৰ দ্বাৰা চালিত এই সফলতাই ট্ৰুকলাৰক ব্যৱহাৰকাৰীৰ গোপনীয়তা বজাই ৰাখি লাইভ কলাৰ চিনাক্তকৰণ প্ৰদান কৰিবলৈ অনুমতি দিয়ে। ট্ৰুকলাৰৰ মুখ্য কাৰ্যবাহী বিষয়া ঋষিত ঝুনঝুনৱালাই এই কথা সদৰি কৰি কয় যে, "ট্ৰুকলাৰৰ সম্পূৰ্ণ শক্তি আইফোনলৈ আনিবলৈ পাই অতিশয় আনন্দিত। এই আপডেটে গোপনীয়তা ৰক্ষাৰ সময়ত এণ্ড্ৰইডৰ সৈতে সমতাৰ বাবে আমাৰ আইফোন ব্যৱহাৰকাৰীসকলৰ দীৰ্ঘদিনীয়া অনুৰোধ পূৰণ…
Read More
সেউজ দক্ষতাৰে যুৱক-যুৱতীক সজ্জিত কৰি নিয়োগত গুৰুত্ব

সেউজ দক্ষতাৰে যুৱক-যুৱতীক সজ্জিত কৰি নিয়োগত গুৰুত্ব

অসমৰ নিয়োগ আৰু প্ৰশিক্ষণ সঞ্চালকালয়ৰ সহযোগত ফিউচাৰ ৰাইট স্কিলছ নেটৱৰ্ক(এফআৰএছএন)ৰ উদ্যোগত উদ্যোগ জগতৰ নেতা, নীতি নিৰ্ধাৰক, শিক্ষাৰ্থীসকলক একত্ৰিত কৰি দক্ষতা বিকাশৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰি গুৱাহাটীত আইটিআই পৰিৱেশ তন্ত্ৰ সন্মিলন সফলতাৰে আয়োজন কৰে। গুৱাহাটীৰ নেডফি হাউচত অনুষ্ঠিত এই অনুষ্ঠানত অসমৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান(আইটিআই)ক ভৱিষ্যতৰ বাবে সাজু আৰু সেউজ দক্ষতাৰে সজ্জিত কৰি যুৱক-যুৱতীসকলক দ্ৰুতগতিত বিকশিত হোৱা নিয়োগৰ বজাৰৰ বাবে প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই সন্মিলনৰ উদ্দেশ্য হৈছে নৱীকৰণযোগ্য শক্তি, ডিজিটেল প্ৰযুক্তি আৰু সেউজ নিৰ্মাণৰ দৰে ক্ষেত্ৰত দক্ষ শ্ৰমিকৰ বৰ্ধিত চাহিদা দূৰ কৰা। বহনক্ষম আৰু এআই-এ ঔদ্যোগিক পৰিৱৰ্তনৰ সমান্তৰালভাৱে এই সন্মিলনে আপস্কিলিং(উন্নীতকৰণ) প্ৰশিক্ষকসকলৰ গুৰুত্ব আৰু আইটিআই পাঠ্যক্ৰমক এই…
Read More
উত্তৰ পূৰ্বাঞ্চলে পালে প্ৰথমগৰাকী ইউনিকৰ্ণ: NESFBৰ অসাধাৰণ পৰিবৰ্তন

উত্তৰ পূৰ্বাঞ্চলে পালে প্ৰথমগৰাকী ইউনিকৰ্ণ: NESFBৰ অসাধাৰণ পৰিবৰ্তন

মউত্তৰ পূৰ্ব ক্ষুদ্ৰ বিত্তীয় বেংক (NESFB) এক নাটকীয় পৰিবৰ্তনৰ মাজেৰে গৈছে, যি কেৱল ১.৫ বছৰ আগতে অপাৰেশ্বনেল অকাৰ্যক্ষমতা আৰু বিত্তীয় অৱস্থাৰ অস্থিতিশীলতাৰ লগত সংগ্ৰাম কৰি পতনৰ কাষত উপস্থিত হৈছিল। আজি, NESFB ভাৰতৰ বেংকিং খণ্ডত এটা অসাধাৰণ সফলতাৰ কাহিনী হিচাপে আত্মপ্রকাশ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)ৰ হস্তক্ষেপ আৰু কৌশলগত সহযোগিতাৰ ফলত, বেংকখনে কেৱল স্থিৰতা পুনৰুদ্ধাৰ নকৰে, বরঞ্চ ফিনটেক নেতা sliceৰ সৈতে একত্ৰিকৰণৰ পিছত ইউনিকৰ্ণৰ স্থিতি অৰ্জন কৰিছে। এই গুৰুত্বপূৰ্ণ সফলতাই NESFBৰ বাবে নতুন অধ্যায়ৰ সূচনা কৰিছে—য’ত দীঘলীয়া বৃদ্ধি আৰু ৰাষ্ট্ৰীয় প্ৰসাৰণৰ আশা দৰ্শোৱা হৈছে।এই বিকাশত জড়িত সূত্ৰ অনুসৰি, একত্ৰিকৰণ সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। নিয়ন্ত্ৰণ আৰু নিয়মাৱলী সম্পন্ন…
Read More
কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৮ দিনত ভ্ৰমণ কৰিলে ৩খন দেশ

কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৮ দিনত ভ্ৰমণ কৰিলে ৩খন দেশ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মঙলবাৰে তিনিখন দেশৰ ৮ দিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীৰ সামৰণি মাৰে। ১৪ জানুৱাৰীত দক্ষিণ-পূব এছিয়াৰ দেশ ফিলিপাইনছৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা পশ্চিম প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বীপৰাষ্ট্ৰ ৰিপাব্লিক অৱ পালাউ আৰু ফেডাৰেটেড ষ্টেটছ অৱ মাইক্ৰ’নেছিয়া(এফএছএম)ত অন্ত পৰে। এই সময়ছোৱাত মন্ত্ৰীজনে তিনিওখন দেশৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰি ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে গঠনমূলক আলোচনাত মিলিত হয়। এই ভ্ৰমণ আছিল ঐতিহাসিক, কিয়নো প্ৰথমবাৰলৈ মাইক্ৰ’নেছিয়ালৈ ভাৰতৰ কোনো এজন মন্ত্ৰীয়ে ভ্ৰমণ কৰিছিল। ইয়াৰ পূৰ্বে মন্ত্ৰী মাৰ্ঘেৰিটাই বৃহস্পতিবাৰে ৰিপাব্লিক অৱ পালাউৰ ৰাষ্ট্ৰপতি ছুৰাঞ্জেল হুইপছ জুনিয়ৰৰ দ্বিতীয়টো কাৰ্যকালৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। মন্ত্ৰী মন্ত্ৰী মাৰ্ঘেৰিটাৰ বিস্তৃত বিদেশ ভ্ৰমণ…
Read More
এনইএছএফবি আৰু শ্লাইচৰ একত্ৰিকৰণে বৃদ্ধি আৰু উদ্ভাৱনৰ বাবে গঢ়ি তুলিছে এখন মঞ্চ

এনইএছএফবি আৰু শ্লাইচৰ একত্ৰিকৰণে বৃদ্ধি আৰু উদ্ভাৱনৰ বাবে গঢ়ি তুলিছে এখন মঞ্চ

নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি) আৰু ফিনটেক প্ৰতিষ্ঠান শ্লাইচৰ একত্ৰিকৰণে উত্তৰ-পূব ভাৰতৰ লগতে আন প্ৰান্ততো বিত্তীয় সেৱা বৃদ্ধিৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। এই অংশীদাৰিত্বই বিত্তীয় অন্তৰ্ভুক্তি শক্তিশালী কৰাৰ লগতে অঞ্চলটোলৈ নতুন সুযোগ-সম্ভাৱনা কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। এনইএছএফবি-এ প্ৰায় ১৮ মাহ ধৰি কেইবাটাও প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, যাৰ ভিতৰত কাৰ্যকৰী অদক্ষতা আৰু বিত্তীয় অস্থিৰতা অন্যতম। আৰম্ভণিতে নিম্ন আয়ৰ লোকসকল আৰু ক্ষুদ্ৰ উদ্যোগসমূহক সেৱা আগবঢ়োৱাত গুৰুত্ব দিয়া বেংকটোৱে অ-ব্যৱস্থা আৰু দুৰ্নীতি-অনিয়মৰ বাবে সংগ্ৰাম কৰিব লগা হৈছিল। ভাৰতীয় ৰিজাৰ্ভ বেংক(আৰবিআই)-এ এই সমস্যাবোৰ সমাধান কৰিবলৈ পদক্ষেপ লৈছিল, যাৰ ফলত শ্লাইচৰ সৈতে একত্ৰিকৰণ সম্ভৱ হৈছিল। নতুন পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া হিচাপে…
Read More
কিষ্ণা ডায়মণ্ড আৰু গ’ল্ড জুৱেলাৰীৰ অবকি_বাৰ_আপকে_লিয়ে অভিযানৰ সমাপ্তি

কিষ্ণা ডায়মণ্ড আৰু গ’ল্ড জুৱেলাৰীৰ অবকি_বাৰ_আপকে_লিয়ে অভিযানৰ সমাপ্তি

ভাৰতৰ অন্যতম আগশাৰীৰ গহণা ক্ষেত্ৰখনৰ খুচুৰা শৃংখল কিষ্ণা ডাইমণ্ড এণ্ড গ'ল্ড জুৱেলাৰীয়ে সমগ্ৰ দেশৰ ১০০জন সৌভাগ্যৱান গ্ৰাহকক মাৰুতি চেলেৰিঅ’ গাড়ী প্ৰদান কৰিছে। #অবকি_বাৰ_আপকে_লিয়ে অভিযানৰ ভব্য সামৰণিৰ অংশ হিচাপে ১১খন চহৰত একেলগে বিজয়ীসকলৰ হাতত গাড়ীসমূহ গতাই দিয়া হয়। এই আকৰ্ষণীয় পদক্ষেপত ৫১,২১৯ জনতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছিল, এই পৰিসংখ্যাই প্ৰমাণ কৰে যে কিষ্ণাৰ ইতিহাসত এয়া আছিল উদ্যোগটোৰ অন্যতম উল্লেখযোগ্য অভিযান। ২০২৪ চনৰ ১ ছেপ্টেম্বৰ শুভাৰম্ভণি হৈ ২০২৫ চনৰ ১৮ জানুৱাৰীত সমাপ্ত হোৱা এই অভিযানত অংশগ্ৰহণকাৰীসকলে ২০,০০০ টকা বা তাতকৈ অধিক মূল্যৰ হীৰা, প্লেটিনাম বা আন গহণা আৰু ৫০,০০০ টকা বা তাতকৈ অধিক মূল্যৰ সোণৰ গহণা ক্ৰয়ৰ জৰিয়তে এখন গাড়ী জিকাৰ সুযোগ…
Read More
আলমণ্ড: উন্নত স্বাস্থ্যৰ বাবে পুষ্টিৰ শক্তিক্ষেত্ৰ, ৰাষ্ট্ৰীয় আলমণ্ড দিৱস উদযাপন

আলমণ্ড: উন্নত স্বাস্থ্যৰ বাবে পুষ্টিৰ শক্তিক্ষেত্ৰ, ৰাষ্ট্ৰীয় আলমণ্ড দিৱস উদযাপন

২৩ জানুৱাৰীৰ ৰাষ্ট্ৰীয় আলমণ্ড দিৱসৰ প্ৰাকক্ষণত আলমণ্ডৰ অজস্ৰ স্বাস্থ্য উপকাৰিতাৰ ওপৰত আলোকপাত কৰা হৈছে, আলমণ্ড হৈছে বিজ্ঞান আৰু পৰম্পৰাৰে সমৃদ্ধ এক চুপাৰ ফুড। আইচিএমআৰ-এনআইএনৰ খাদ্য নিৰ্দেশনাৰ পৰামৰ্শৰ লগতে ২০০ৰো অধিক বৈজ্ঞানিক অধ্যয়নে মেগনেছিয়াম, প্ৰটিন, ভিটামিন ই-কে ধৰি ১৫টা প্ৰয়োজনীয় পুষ্টিকৰ পদাৰ্থৰে ভৰপূৰ শক্তিশালী কেলিফৰ্ণিয়া আলমণ্ডৰ পুষ্টিৰ দক্ষতা-শক্তিক উজ্বল কৰি তুলিছে। নতুন দিল্লীৰ মেক্স হেল্থকেয়াৰৰ ডায়েটেটিক্স বিভাগৰ আঞ্চলিক মুৰব্বী ঋত্বিকা সমাদ্দাৰে আলমণ্ডৰ কম লোকে জনা বা স্বল্পখ্যাত সুবিধাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ভিতৰত পেশীৰ ৰক্ষণাবেক্ষণত আলমণ্ডৰ ভূমিকা, উচ্চ প্ৰটিন আৰু ভিটামিন বি২ আৰু মেগনেছিয়ামৰ দৰে পুষ্টিকৰ পদাৰ্থৰ জৰিয়তে খাদ্যক ইন্ধনলৈ ৰূপান্তৰিত কৰি শক্তিৰ মাত্ৰা বৃদ্ধি কৰাৰ সামৰ্থ্যও আছে। আলমণ্ডে এলডিএল…
Read More
ডব্লিউইএফ ২০২৫-ত ভাৰতৰ চেম্পিয়নদক্ষতা উদ্ভাৱন আৰু বহনক্ষম বিকাশ

ডব্লিউইএফ ২০২৫-ত ভাৰতৰ চেম্পিয়নদক্ষতা উদ্ভাৱন আৰু বহনক্ষম বিকাশ

ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফ'ৰাম(ডব্লিউইএফ)ৰ বাৰ্ষিক অধিৱেশন ২০২৫ত ভাৰতক প্ৰতিনিধিত্ব কৰে দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব), জয়ন্ত চৌধুৰীয়ে। ২০ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ অনুষ্ঠিত এই বৈঠকত বিশ্বৰ আগশাৰীৰ নেতাসকলক একত্ৰিত কৰি দক্ষতা, উদ্ভাৱন আৰু বহনক্ষম বৃদ্ধিৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰা হয়। মন্ত্ৰী জয়ন্ত চৌধুৰীৰ অংশগ্ৰহণৰ জৰিয়তে দক্ষ কৰ্মচাৰী আৰু উদ্ভাৱন ৰক্ষাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে দ্ৰুতগতিত বিকশিত প্ৰযুক্তিগত দৃশ্যপট, এআই গ্ৰহণৰ প্ৰভাৱ আৰু ৰূপান্তৰশীল পৰিৱৰ্তন ৰক্ষাত দক্ষতাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পেনেল আলোচনা আৰু চৰকাৰৰ পৰা ব্যৱসায়(জি২বি) জড়িতকৰণৰ বিষয়ে আলোকপাত কৰে। "আমাৰ ওচৰত বিকাশ আৰু সামাজিক সমতাক ন ৰূপত…
Read More
প্ৰধানমন্ত্ৰী মোদীয়ে জেএছডব্লিউ এমজি মটৰ পেভিলিয়ন পৰিদৰ্শন কৰি ভাৰতৰ বহনক্ষম গতিশীলতাৰ লক্ষ্যৰ ওপৰত আলোকপাত কৰে

প্ৰধানমন্ত্ৰী মোদীয়ে জেএছডব্লিউ এমজি মটৰ পেভিলিয়ন পৰিদৰ্শন কৰি ভাৰতৰ বহনক্ষম গতিশীলতাৰ লক্ষ্যৰ ওপৰত আলোকপাত কৰে

ভাৰত মবিলিটী গ্লবেল এক্সপ’ ২০২৫ত জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই বহনক্ষম গতিশীলতাৰ ক্ষেত্ৰত নিজৰ শেহতীয়া উদ্ভাৱনসমূহ উন্মোচন কৰে, এই সমাৰোহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ‘ড্ৰাইভ.ফিউচাৰ’ থিমৰ পেভিলিয়ন পৰিদৰ্শন কৰে। জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই গতিশীলতাৰ ভৱিষ্যৎ গঢ় দিয়া পৰিৱেশ-অনুকূল, প্ৰযুক্তি-চালিত সমাধানৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে। জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ সঞ্চালক পাৰ্থ জিন্দাল আৰু মুখ্য কাৰ্যবাহী বিষয়া এমেৰিটাছ ৰাজীৱ চাবাই প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই অটনমাছ ড্ৰাইভিং, কৃত্ৰিম বুদ্ধিমত্তা আৰু সংযুক্ত পৰিৱেশ তন্ত্ৰৰ দৰে শেহতীয়া প্ৰযুক্তিৰে সজ্জিত অত্যাধুনিক বৈদ্যুতিক আৰু হাইব্ৰিড বাহন উপস্থাপন কৰে। অনুষ্ঠানত নিজৰ অভিমত প্ৰকাশ কৰি পাৰ্থ জিন্দালে কয় যে, “আমাৰ উদ্ভাৱনীমূলক গতিশীলতা সমাধানৰ জৰিয়তে ভাৰতৰ…
Read More
নিজৰ নতুন যুগৰ প্ৰযুক্তি আৰু ভৱিষ্যদৰ্শী চিন্তাধাৰাৰ পদক্ষেপসমূহ প্ৰদৰ্শন জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ

নিজৰ নতুন যুগৰ প্ৰযুক্তি আৰু ভৱিষ্যদৰ্শী চিন্তাধাৰাৰ পদক্ষেপসমূহ প্ৰদৰ্শন জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ড্ৰাইভ.ফিউচাৰৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাৰত মবিলিটী গ্ল’বেল এক্সপ’ ২০২৫ৰ দ্বিতীয় দিনটোত নিজৰ নতুন যুগৰ প্ৰযুক্তি আৰু আগন্তুক চিন্তাধাৰাৰ পদক্ষেপসমূহ প্ৰদৰ্শন কৰিছে। নিজৰ প্ৰযুক্তিগত নেতৃত্বক সুদৃঢ় কৰি জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই নিজৰ কেছ (সংযুক্ত, স্বায়ত্তশাসিত, অংশীদাৰী, আৰু বৈদ্যুতিক) প্ৰযুক্তিৰ দক্ষতা প্ৰদৰ্শন কৰিছে। উদ্ভাৱন, বহনক্ষমতা আৰু গ্ৰাহককেন্দ্ৰিক পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্ৰেণ্ডটোৱে আধুনিক যুগৰ বাবে গতিশীলতাক উন্নীত কৰা যুগান্তকাৰী সমাধান উপস্থাপন কৰিছিল। জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ড্ৰাইভ.ফিউচাৰৰ দৃষ্টিভংগীক পৰৱৰ্তী পৰ্যায়লৈ উন্নীত কৰি হাইব্ৰিড ইলেক্ট্ৰিক বাহন (এইচইভি), প্লাগ-ইন হাইব্ৰিড ইলেক্ট্ৰিক বাহন (পিএইচইভি), বেটাৰী ইলেক্ট্ৰিক বাহন (বিইভি) আৰু আভ্যন্তৰীণ দহন ইঞ্জিন (আইচিই) মডেলসমূহ অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ ভিতৰত আছে…
Read More