06
Mar
ওজন কমোৱাৰ পৰা আৰম্ভ কৰি হজম শক্তি উন্নত কৰা আৰু ছাল সমস্যামুক্ত কৰি ৰখালৈকে বিভিন্ন দিশত তিয়ঁহ আমাৰ দেহৰ বাবে অতি উপকাৰী বিবেচিত হয়। তিয়ঁহে মানুহক শাৰীৰিক-মানসিকভাৱে সতেজ কৰি ৰাখে। সাধাৰণতে বহু লোকে দিনটোৰ যিকোনো সময়তে তিয়ঁহ খোৱা দেখা যায়। কিন্তু তিয়ঁহ খোৱাৰ সঠিক সময় সম্পৰ্কে বহু লোক অজ্ঞাত।তিয়হে কেৱল শৰীৰক হাইড্ৰেট কৰাই নহয়, পুষ্টিকৰ উপাদানৰে ভৰপূৰ হোৱাৰ বাবে দেহৰ বহু উপকাৰো সাধন কৰে। ওজন কমোৱাৰ পৰা আৰম্ভ কৰি হজম শক্তি উন্নত কৰে।সাধাৰণতে বহু লোকে দিনটোৰ যিকোনো সময়তে তিয়ঁহ খোৱা দেখা যায়। কিন্তু তিয়ঁহ খোৱাৰ সঠিক সময় সম্পৰ্কে বহু লোক অজ্ঞাত।যদি আপুনি ডিটক্স হিচাপে তিয়ঁহ ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া পুৱা…