ভ্ৰমণ

২০২৩-২৪ বৰ্ষত ভাৰতলৈ আহে ৯২.৪ লাখ বিদেশী পৰ্যটক

২০২৩-২৪ বৰ্ষত ভাৰতলৈ আহে ৯২.৪ লাখ বিদেশী পৰ্যটক

অৰ্থনৈতিক বিকাশ আৰু সাংস্কৃতিক বিনিময়ৰ প্ৰচাৰত পৰ্যটনৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰিবলৈ প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে সকলোৰে বাবে দায়িত্বশীল, বহনক্ষম আৰু সুলভ পৰ্যটনক উৎসাহিত কৰা। ১৯৮০ চনত ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাই (ইউএনডব্লিউটিঅ') আৰম্ভ কৰিছিল এই অভিযান। অৰ্থনৈতিক বিকাশত ইয়াৰ ভূমিকাৰ বাবে পৰ্যটনক প্ৰায়ে স্বীকৃতি দিয়া হয়। সমগ্ৰ বিশ্বতে য'ত ৰাষ্ট্ৰসমূহ আন্তঃসংযোগযুক্ত আৰু ইজনে সিজনৰ ওপৰত নিৰ্ভৰশীল, পৰ্যটন হৈছে মানুহৰ দ্বাৰা আৰু মানুহৰ বাবে সৃষ্টি কৰা এক উদ্যোগ।পৰ্যটনক আনৰ সংস্কৃতি জনা আৰু বুজাৰ প্ৰতীক বুলি গণ্য কৰা হয়। পৰ্যটনে বিদেশী ভাষা শুনিবলৈ, বিদেশী ফ্লেভাৰৰ সোৱাদ লোৱাত, আন লোকৰ সৈতে সম্পৰ্ক গঢ়ি…
Read More
নেপালৰ ১০ পেছাদাৰী পৰ্বতাৰোহীয়ে আৰোহণ কৰিলে মাউণ্ট এভাৰেষ্ট

নেপালৰ ১০ পেছাদাৰী পৰ্বতাৰোহীয়ে আৰোহণ কৰিলে মাউণ্ট এভাৰেষ্ট

নেপালৰ দহজন পেছাদাৰী পৰ্বতাৰোহীয়ে অলপতে নিশা মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাত সফল হয়। এইটো প্ৰথম অভিযান দল যিয়ে এই ঋতুত পৃথিৱীৰ সৰ্বোচ্চ শৃংগ আৰোহণ কৰিছে। অভিযানটো আয়োজন কৰা ছেভেন ছামিট ট্ৰেকৰ কৰ্মচাৰী থানি গুৰগাইনে কয় যে ডাণ্ডি শ্বেৰ্পাৰ নেতৃত্বত দলটোৱে শুকুৰবাৰে নিশা ৮.১৫ বজাত ৮,৮৪৮.৮৬ মিটাৰত উপস্থিত হয়।পৰ্বতাৰোহীসকলে ৰছী লৈ পৰ্বত শৃংগত উপনীত হৈছিল। পৰ্যটন বিভাগৰ পৰ্বতাৰোহণ শাখাৰ এজন বিষয়া চুন বাহাদুৰ তামাঙে শুকুৰবাৰে নিশা এক বিবৃতি জাৰি কৰি কয় যে ৰছী লগোৱা সম্পূৰ্ণ হোৱাৰ পিছত মাউণ্ট এভাৰেষ্ট এতিয়া নেপাল আৰু বিদেশী পৰ্বতাৰোহীৰ দ্বাৰা আৰোহণৰ বাবে মুকলি হৈ আছে। ৰছী স্থাপনৰ কাম শুকুৰবাৰে ৰাতিপুৱা আৰম্ভ হৈছিল আৰু নিশা শেষ হৈছিল। বিভাগটোৱে…
Read More
বকোত ” কল্যাণী হস্পিটেল ” ৰ শুভ উদ্বোধন

বকোত ” কল্যাণী হস্পিটেল ” ৰ শুভ উদ্বোধন

অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ বকোত " কল্যাণী হস্পিটেল " নামৰ এখন চিকিৎসালয়ৰ কালি শুভ উদ্বোধন কৰা হয়। কল্যাণী হস্পিটেল খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ত শাসুত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই। উদ্বোধনী অনুস্থানৰ লগত সংগতি ৰাখি উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভা যাত্ৰা। শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস আৰু হস্পিটেল খনৰ মুখ্য সঞ্চালক ডা: অমিয়া ৰাভাই। বকোৰ এক মাত্ৰ উন্নত চিকিৎসা অনুস্থান ''কল্যাণী' হস্পিটেলখনত আই চি ইউ কে সামৰি প্ৰায় ১৫০ খন বিচনাযুক্ত হস্পিটেলখনত সকলো ধৰণেৰে চিকিৎসাৰ উপযোগী কৰি তোলাৰ মতপ্ৰকাশ কৰে স্বত্বাধিকাৰিণী ডা: অমিয়া ৰাভাই। কালি…
Read More