ব্যৱসায়

ফ্লিপকাৰ্টে সংগীত অনুৰাগী, গেমাৰ আৰু দৈনন্দিন য়েৰবাড ব্যৱহাৰকাৰীসকলৰ বাবে আগবঢ়াইছে আকৰ্ষণীয় অডিঅ’ প্ৰডাক্ট

ফ্লিপকাৰ্টে সংগীত অনুৰাগী, গেমাৰ আৰু দৈনন্দিন য়েৰবাড ব্যৱহাৰকাৰীসকলৰ বাবে আগবঢ়াইছে আকৰ্ষণীয় অডিঅ’ প্ৰডাক্ট

ফ্লিপকাৰ্টে সংগীতপ্ৰেমী, গেমাৰ, আৰু দৈনন্দিন য়েৰবাড ব্যৱহাৰকাৰীসকলক আকৰ্ষণীয় অত্যাধুনিক সুবিধাযুক্ত বিকল্পৰে অডিঅ' প্ৰডাক্টৰ এক বৈচিত্ৰ্যময় সামগ্ৰী আগবঢ়াইছে। ফ্লিপকাৰ্টে আগশাৰীৰ ব্ৰেণ্ড, অতুলনীয় মূল্য, অবিশ্বাস্য লেনদেন আৰু বিনামূলীয়া ইএমআই বিকল্পৰ ব্যৱস্থা কৰিছে। আপোনাৰ বাজেট অনুসৰি প্লেটফৰ্মে অডিঅ’ সংগীৰ এটা কিউৰেটেড বিকল্প প্ৰদান কৰিছে, যাৰ ফলত প্ৰাণৱন্ত অডিঅ’ অভিজ্ঞতা সকলোৰে বাবে সুলভ হৈ পৰিছে। ফ্লিপকাৰ্ট অডিঅ' হৈছে প্ৰতিটো অডিঅ' ষ্টাইল আৰু বাজেট অনুসৰি সকলোৰে বাবে ৱান ষ্টপ শ্বপ। ৰিয়েলমি এয়াৰ ৫, ৱানপ্লাছ নৰ্ড বাডচ ২ আৰু চিএমএফ বাই নথিং বাডচ হৈছে শক্তিশালী নইজ কেনচেলেচন প্ৰযুক্তিৰ সৈতে ডিষ্ট্ৰেকচন(বিভ্ৰান্তি) নোহোৱা কৰিবলৈ উৎকৃষ্ট বিকল্প। ৰিয়েলমি এয়াৰ ৫ত ৩৮ ঘণ্টা, চিএমএফ বাই নাথিং বাডছত ৩৫.৫ ঘণ্টা আৰু…
Read More
ভাৰতত প্ৰথমগৰাকী মহিলাক মুৰব্বীৰ সৈতে নতুন যুগৰ সূচনা কৰিছে অৰিফ্লেমে

ভাৰতত প্ৰথমগৰাকী মহিলাক মুৰব্বীৰ সৈতে নতুন যুগৰ সূচনা কৰিছে অৰিফ্লেমে

নিৰাপদ, পৰিৱেশনকামী আৰু দায়িত্বশীল সামগ্ৰীৰ প্ৰতি দায়বদ্ধতাৰ বাবে খ্যাতিসম্পন্ন ছুইডেনৰ অগ্ৰণী কল্যাণকামী ব্ৰেণ্ড অৰিফ্লেমে ভাৰতত এডিটা কুৰেকক প্ৰথমগৰাকী মহিলা মুৰব্বীৰূপে দায়িত্ব প্ৰদান কৰি এক নতুন যুগৰ সূচনা কৰিছে। প্ৰতিষ্ঠাটোৱে আৰ্থিক স্বতন্ত্ৰতা আৰু কল্য়াণ সাধনৰ লক্ষ্যৰে পৰৱৰ্তী প্ৰজন্মক শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছে।  অৰিফ্লেম হৈছে জলবায়ুৰ দ্বাৰা প্ৰভাৱিত অঞ্চলৰ মহিলাসকলক সহায় কৰিবলৈ নবীকৰণযোগ্য শক্তিত বিনিয়োগ কৰি বিশ্বজুৰি পি-আৰইচি ক্ৰয় কৰা প্ৰথমটো বিউটী ব্ৰেণ্ড। বিশ্বৰ কৰ্মশক্তিৰ ৬০%ই হৈছে মহিলা আৰু সমগ্ৰ বিশ্বকে নেতৃত্ব দিবলৈ সক্ষম হৈছে আজিৰ মহিলাই। লাখ লাখ লোকক আৰ্থিকভাৱে স্বতন্ত্ৰ কৰি সবলীকৰণ আৰু দক্ষতা বিকাশ তথা ব্যৱসায়িক সুযোগৰ জৰিয়তে উদ্যোগীকৰণক প্ৰতিপালন কৰি আহিছে অৰিফ্লেমে। বহনক্ষমতা আৰু নৈতিক পদ্ধতিৰ ওপৰত গুৰুত্ব…
Read More
ফ্লিপকাৰ্ট গ্ৰচাৰীৰ ১.৬গুণ বৃদ্ধি, ৫০%তকৈ অধিক ইভি বাহনেৰে ডেলিভাৰীৰ সৈতে ত্বৰান্বিত কৰিছে বহনক্ষমতাক

ফ্লিপকাৰ্ট গ্ৰচাৰীৰ ১.৬গুণ বৃদ্ধি, ৫০%তকৈ অধিক ইভি বাহনেৰে ডেলিভাৰীৰ সৈতে ত্বৰান্বিত কৰিছে বহনক্ষমতাক

ভাৰতৰ ঘৰুৱা ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে গ্ৰচাৰীৰ ব্যৱসায়ত প্ৰতি বছৰৰ লাভেৰে ১.৬গুণ বৃদ্ধি অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই উল্লেখযোগ্য মাইলৰ খুঁটিয়ে ফ্লিপকাৰ্টৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰমাণ কৰিলে যে সৰ্বভাৰতীয় গ্ৰাহকসকলক দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ বাচনিৰ বাবে বিশাল বিকল্প প্ৰদান কৰি সৰ্বোত্তম অনলাইন শ্বপিং অভিজ্ঞতা প্ৰদান কৰিছে। ফ্লিপকাৰ্ট গ্ৰচাৰীৰ আকৰ্ষণীয় বৃদ্ধিৰ সূচকাংকই সমগ্ৰ ভাৰতৰ গ্ৰাহকসকলক প্ৰতিযোগিতামূলক মূল্যত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ বাবে এক নিৰৱচ্ছিন্ন অনলাইন শ্বপিং অভিজ্ঞতা প্ৰদান কৰাৰ বাবে ফ্লিপকাৰ্টৰ সমৰ্পণক সূচাইছে। দ্ৰুত সেৱা আৰু অভিগম্যতাৰ ক্ষেত্ৰত অগ্ৰণী ফ্লিপকাৰ্ট গ্ৰচাৰী হৈছে একমাত্ৰ ই-কমাৰ্চ প্ৰতিষ্ঠান, যিয়ে বেংগালুৰু, চেন্নাই, কলকাতা, মুম্বাই, নতুন দিল্লীৰ দৰে মেট্ৰ’ চহৰ আৰু অনন্তপুৰ, বঢ়মপুৰ, গোৰখপুৰ, মোৰাদাবাদ, নগাঁও, ছাহাৰ্ছা, শিমুগা আৰু…
Read More
গুৱাহাটীত নতুন অভিজ্ঞতা কেন্দ্ৰ মুকলিৰ ব্যৱসায় সম্প্ৰসাৰণ ব্লুমৰ

গুৱাহাটীত নতুন অভিজ্ঞতা কেন্দ্ৰ মুকলিৰ ব্যৱসায় সম্প্ৰসাৰণ ব্লুমৰ

ব্লুম ইণ্ডিয়াই উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ তথা প্ৰাণৱন্ত চহৰ গুৱাহাটীত প্ৰথমটো অভিজ্ঞতা কেন্দ্ৰ মুকলি কৰিলে। জৈন ইণ্টেৰিয়ৰ ছল্যুচনৰ সৈতে অংশীদাৰিত্বৰে মুকলি কৰা এই কেন্দ্ৰটো ব্লুমৰ ৰাষ্ট্ৰীয় পদচিহ্নত এক গুৰুত্বপূৰ্ণ সম্প্ৰসাৰণ চিহ্নিত হৈছে। গ্ৰাহক অভিজ্ঞতা কেন্দ্ৰ মুকলিৰ এই মাইলৰ খুঁটি অনুষ্ঠানত ব্লুম ইণ্ডিয়াৰ পৰিচালন সঞ্চালক নাদিম পত্নি আৰু জৈন ইণ্টেৰিয়ৰ চল্যুচনৰ মালিক ৰবি জৈনক আদৰণি জনাই অঞ্চলটোৰ আচবাব ক্ষেত্ৰখনত উৎকৃষ্টতাৰ বাবে নিজৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উত্তৰ-পূবৰ অব্যৱহৃত সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নাদিম পত্নিয়ে কয় যে- "ভাৰতৰ উত্তৰ-পূব অঞ্চলটোৱে ভৌগোলিক অৱস্থিতিৰ বাবে বিশেষ গুৰুত্ব লাভ কৰিছে আৰু এই অঞ্চলটোত চলি থকা অৰ্থনৈতিক অগ্ৰগতিৰ লগে লগে অপৰিসীম সম্ভাৱনা আনি দিছে। এই…
Read More
ইউনাইটেড ব্ৰুৱেৰীয়ে অসম আৰু মেঘালয়ত মুকলি কৰিলে কুইনফিচাৰ বিয়েৰ

ইউনাইটেড ব্ৰুৱেৰীয়ে অসম আৰু মেঘালয়ত মুকলি কৰিলে কুইনফিচাৰ বিয়েৰ

হেইনকেন কোম্পানীৰ এটা অংশ ইউনাইটেড ব্ৰুৱেৰীজ লিমিটেডে (ইউবিএল) অসম আৰু মেঘালয়ৰ হাউচ অৱ কিংফিচাৰৰ পৰা কুইনফিছাৰ বিয়েৰ: দ্য কুইন অফ গুড টাইমছ গ্ৰাহকৰ বাবে মুকলি কৰিছে। গোৱাৰ গ্ৰাহকসকলৰ যথেষ্ট ইতিবাচক সঁহাৰিৰ দ্বাৰা উৎসাহিত হৈ নতুন বজাৰলৈ ভগ্নীৰ স্নেহবন্ধন অটুট ৰাখি এই উদযাপন সম্প্ৰসাৰিত কৰিছে। ১৮ মে'ত গুৱাহাটীৰ এক্সোটিকা গ্ৰীনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এই বিয়েৰ। ১১ মাৰ্চত প্ৰথম অৱস্থাত গোৱাত মুকলি কৰা এই বিয়েৰে জনসাধাৰণৰ যথেষ্ট সমাদৰ লাভ কৰিছিল। উন্মোচনী অনুষ্ঠানত আইকনিক কেলেণ্ডাৰ উন্মোচন কৰা হয়, যাক এতিয়া গেলেণ্ডাৰ বুলি জনা যায়, অৱনী ৰায়ৰ কেমেৰাত তুলি ধৰা মহিলাসকলৰ বাস্তৱ জীৱনৰ কাহিনীবোৰ উপস্থাপন কৰা হৈছে কেলেণ্ডাৰখনত। প্ৰতিটো পৃষ্ঠাতে এটা কিউআৰ কোড…
Read More
ব্যতিক্ৰম এডুকেশ্বন কনক্লেভৰ জৰিয়তে সীমান্তৰ সিপাৰে কৰ্পৰেট সংযোগ আৰু শৈক্ষিক সহযোগিতাক আগুৱাই লৈ যোৱাৰ প্ৰয়াস

ব্যতিক্ৰম এডুকেশ্বন কনক্লেভৰ জৰিয়তে সীমান্তৰ সিপাৰে কৰ্পৰেট সংযোগ আৰু শৈক্ষিক সহযোগিতাক আগুৱাই লৈ যোৱাৰ প্ৰয়াস

অসমত মুখ্য কাৰ্যালয় থকা অগ্ৰণী আৰ্থ-সাংস্কৃতিক সংস্থা ব্যতিক্ৰম মাছডোৱে অহা ১০ জুনত বাংলাদেশৰ ঢাকাস্থিত বিখ্যাত ঢাকা ক্লাবত বহু প্ৰত্যাশিত "ব্যতিক্ৰম শিক্ষা সন্মিলন" উদ্বোধন কৰিবলৈ সাজু হৈছে অসমত মুখ্য কাৰ্যালয় থকা আগশাৰীৰ সামাজিক-সাংস্কৃতিক সংগঠন ব্যতিক্ৰম মাছডোৱে অহা ১০ জুনত বাংলাদেশৰ ৰাজধানী ঢাকাৰ সন্মানীয় ঢাকা ক্লাবত বহুপ্ৰত্যাশিত "ব্যতিক্ৰম এডুকেশ্বন কনক্লেভ" আয়োজনৰ বাবে সাজু হৈছে। গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত, জেআইএছ বিশ্ববিদ্যালয়, ফ্ৰেঞ্চছ অৱ বাংলাদেশ আৰু তৰুণ আইএএছৰ সহযোগিতাত আয়োজিত এই অনুষ্ঠানে সীমান্তৰ সিপাৰে কৰ্পৰেট সংযোগ আৰু শৈক্ষিক সহযোগিতাক লাভান্বিত কৰাৰ ক্ষেত্ৰত এক কৌশলগত মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই কনক্লেভে পূব ভাৰত আৰু বাংলাদেশৰ বিশ্ববিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহৰ বাবে অৰ্থপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তোলা, জ্ঞান-বিনিময়…
Read More
অ’এনজিচিয়ে ২০২৪ বিত্তীয় বৰ্ষত সৰ্বাধিক ১৫,৪১১ কোটি টকাৰ মুঠ লভ্যাংশ অৰ্জনৰ কথা ঘোষণা কৰিছে

অ’এনজিচিয়ে ২০২৪ বিত্তীয় বৰ্ষত সৰ্বাধিক ১৫,৪১১ কোটি টকাৰ মুঠ লভ্যাংশ অৰ্জনৰ কথা ঘোষণা কৰিছে

২০২৪ বৰ্ষৰ ২০ মে’ত অনুষ্ঠিত হোৱা ৩৮০ সংখ্যক বৈঠকত অ’এনজিচিৰ পৰিচালনা সমিতিয়ে ২০২৪ বিত্তীয় বৰ্ষৰ বাৰ্ষিক ফলাফলত অনুমোদন জনায়। প্ৰতিষ্ঠানটোৱে বিত্তীয় বৰ্ষটোৰ সৰ্বোচ্চ স্বতন্ত্ৰ মুঠ লাভ ৪০,৫২৬ কোটি টকা অৰ্জন কৰিবলৈ সক্ষম হৈছে, যি হৈছে সৰ্বোচ্চ একত্ৰিত মুঠ লাভ ৫৭,১০১ কোটি টকা। ২০২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত খাৰুৱা তেলৰ উৎপাদন ২.৪% বৃদ্ধি পোৱাৰ বিপৰীতে গেছৰ উৎপাদন ৩% হ্ৰাস পাইছে। ২০২৪ বিত্তীয় বৰ্ষত এতিয়ালৈকে সৰ্বাধিক মুঠ লভ্যাংশ হৈছেগৈ ১৫,৪১১ কোটি টকা, মুঠ লভ্যাংশ হ’ব ২৪৫% (৫ টকা ফেচ ভেল্যুত প্ৰতি শ্বেয়াৰত ১২.২৫ টকা)। ইয়াৰ ভিতৰত বছৰটোৰ ভিতৰত ইতিমধ্যে প্ৰদান কৰা ১৯৫% (প্ৰতি শ্বেয়াৰত ৯.৭৫ টকা) অন্তৱৰ্তীকালীন লভ্যাংশ আৰু ব’ৰ্ডে পৰামৰ্শ দান…
Read More
বীমা বিতৰণ খণ্ডত আপষ্টক্সৰ নতুন খোজ

বীমা বিতৰণ খণ্ডত আপষ্টক্সৰ নতুন খোজ

ভাৰতৰ এক আগশাৰীৰ সম্পদ ব্যৱস্থাপনা প্লেটফৰ্ম আপষ্টক্সে বীমা বিতৰণ খণ্ডত সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে। আপষ্টক্সৰ ষ্টক, এফএণ্ডঅ' আৰু মিউচুৱেল ফাণ্ড অফাৰৰ বাবে জনাজাত আপষ্টক্সে বীমা মুকলিৰ জৰিয়তে নিজৰ সম্পদ নিৰ্মাণ প্লেটফৰ্ম সম্প্ৰসাৰিত কৰিছে। আজিৰ তাৰিখত আপষ্টক্স হৈছে ষ্টক, আইপিঅ', এফএণ্ডঅ, সামগ্ৰী, মুদ্ৰা, ফিক্সড ডিপজিট, পি২পি লেণ্ডিং, চৰকাৰী বণ্ড, টি-বিল, এনচিডি, গল্ড(স্বৰ্ণ), বীমা আৰু অন্যান্য বহুতো বিত্তীয় সঁজুলিৰ বাবে ৱান ষ্টপ-শ্বপ। সৰলীকৃত, স্বচ্ছ আৰু নিজৰ ইচ্ছানুযায়ী বীমা অভিজ্ঞতা প্ৰদান কৰি আপষ্টক্সে ভাৰতৰ বীমা বজাৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ এক প্লেটফৰ্ম মুকলি কৰিছে। বৰ্তমান এই মঞ্চখনে টাৰ্ম লাইফ বীমা প্ৰদান কৰে আৰু অচিৰে স্বাস্থ্য, মটৰ, আৰু ভ্ৰমণ বীমা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। এইচডিএফচি…
Read More
চেমচাঙে পৰৱৰ্তী প্ৰজন্মৰ এআই ইনভাৰ্টাৰ কম্প্ৰেচাৰৰ সৈতে তিনিটা নতুন ৰেফ্ৰিজেৰেটৰ প্ৰৱৰ্তন কৰিছে

চেমচাঙে পৰৱৰ্তী প্ৰজন্মৰ এআই ইনভাৰ্টাৰ কম্প্ৰেচাৰৰ সৈতে তিনিটা নতুন ৰেফ্ৰিজেৰেটৰ প্ৰৱৰ্তন কৰিছে

ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড ছেমছাঙে আজি তিনিটা নতুন ৰেফ্ৰিজেৰেটৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে যি গ্ৰাহকসকলক তেওঁলোকৰ পছন্দ অনুকূলিত কৰাত সহায় কৰি ভাৰতীয় ঘৰৰ বাবে অধিক বুদ্ধিমান জীৱন নিৰ্বাহ নিশ্চিত কৰে। নতুন ৰেফ্ৰিজেৰেটৰত ছেমছাঙৰ পৰৱৰ্তী প্ৰজন্মৰ কৃত্ৰিম বুদ্ধিমত্তা-চালিত ইনভাৰ্টাৰ কম্প্ৰেছৰ আছে। ছেমছাঙৰ নতুন ৰেফ্ৰিজেৰেটৰৰ হৃদযন্ত্ৰ AI ইনভাৰ্টাৰ কম্প্ৰেছৰে বিদ্যুতৰ ব্যয় সঞ্চয় কৰাৰ সময়ত মটৰ আৰু শক্তি দক্ষতা অনুকূলিত কৰি পৰম্পৰাগত আভ্যন্তৰীণ ডিজাইন সলনি কৰে। ছেমছাঙৰ অষ্টম প্ৰজন্মৰ কম্প্ৰেছৰে AIক আগলৈ আনিছে - 27 বছৰ আগতে প্ৰৱৰ্তন কৰা ইয়াৰ প্ৰথম কম্প্ৰেছৰৰ পৰা এক বৈপ্লৱিক পৰিৱৰ্তন চিহ্নিত কৰে। AI ইনভাৰ্টাৰ কম্প্ৰেছৰে 20 বছৰৰ ৱাৰেণ্টীৰ সৈতে এক খণ্ড-নেতৃত্বৰ ৱাৰেণ্টী লৈ আহিছে, যি…
Read More
আৰ্য নাৰ্চিং কলেজে বিনামূলীয়া চিইই প্ৰপত্ৰ সমৰ্থন প্ৰদান কৰি নাৰ্চিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে নিৰৱচ্ছিন্ন নামভৰ্তিৰ সুবিধা

আৰ্য নাৰ্চিং কলেজে বিনামূলীয়া চিইই প্ৰপত্ৰ সমৰ্থন প্ৰদান কৰি নাৰ্চিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে নিৰৱচ্ছিন্ন নামভৰ্তিৰ সুবিধা

প্ৰশিক্ষিত নাৰ্চিং পেছাদাৰী ব্যক্তিৰ ক্ৰমবৰ্ধমান চাহিদাৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটীৰ সমীপৰ চাংসাৰিত অৱস্থিত প্ৰখ্যাত নাৰ্চিং প্ৰতিষ্ঠান আৰ্য নাৰ্চিং কলেজে ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে বিএছচি নাৰ্চিং আৰু জিএনএম পাঠ্যক্ৰমৰ বাবে উমৈহতীয়া প্ৰৱেশ পৰীক্ষা(চিইই)ৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ বাবে বিশেষজ্ঞ নিৰ্দেশনা(এক্সপাৰ্ট গাইডেন্স) আৰু পৰামৰ্শ(কাউন্সেলিং) প্ৰদান কৰি উচ্চাকাংক্ষী নাৰ্ছসকলক সমৰ্থন আগবঢ়াইছে। নাৰ্চিং হৈছে এক শ্ৰদ্ধাৰ বা সন্মনীয় বৃত্তি, যাৰ বাবে আজিৰ স্বাস্থ্যসেৱাৰ দৃশ্যপটত এই খণ্ডটোৰ যথেষ্ট গুৰুত্ব আছে। এই কথা সাৰোগত কৰি কেন্দ্ৰীয় আৰু অসম চৰকাৰে নাৰ্চিং শিক্ষাৰ গুণগত মান আৰু সুলভতা বৃদ্ধিৰ প্ৰচেষ্টাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু এই ক্ষেত্ৰখনত গুৰুত্ব আৰোপ কৰিছে। ২০০৭ত স্থাপিত আৰ্য নাৰ্চিং কলেজ উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ নাৰ্চিং শিক্ষা…
Read More