ব্যৱসায়

এমএমটিচি-পিএএমপিয়ে গুৱাহাটীত ইয়াৰ পদচিহ্ন সম্প্ৰসাৰিত কৰাৰ কৌশলগত সিদ্ধান্ত ঘোষণা কৰিছে

এমএমটিচি-পিএএমপিয়ে গুৱাহাটীত ইয়াৰ পদচিহ্ন সম্প্ৰসাৰিত কৰাৰ কৌশলগত সিদ্ধান্ত ঘোষণা কৰিছে

ভাৰতৰ একমাত্ৰ এলবিএমএ স্বীকৃতিপ্ৰাপ্ত সোণ-ৰূপৰ পৰিশোধক এমএমটিচি-পিএএমপি-এ উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ গুৱাহাটীত প্ৰথমটো একচেটিয়া ষ্ট’ৰ মুকলি কৰিলে। গুৱাহাটীত এই একচেটিয়া ষ্ট’ৰ মুকলিৰ লক্ষ্য হৈছে সোণ আৰু ৰূপৰ প্ৰতি অঞ্চলটোৰ সাংস্কৃতিক আত্মীয়তাক পূৰণ কৰা, ২৪ কেৰেট সোণ আৰু ৯৯.৯৯%+ বিশুদ্ধ সামগ্ৰীৰ বৈচিত্ৰ্যপূৰ্ণ পৰিসৰ প্ৰদান কৰা, লগতে ভাৰততে প্ৰস্তুত চুইজাৰলেণ্ডৰ কাৰু-কাৰ্যৰ প্ৰতি প্ৰতিষ্ঠানটোৰ দায়বদ্ধতা অধিক শক্তিশালী কৰা। গুৱাহাটীৰ জি এছ ৰোডৰ অৱতাৰ নিৱাসত অৱস্থিত এই নতুন ষ্ট’ৰটোৱে গুৱাহাটীবাসীক পুৰণি সোণৰ বিনামূলীয়া মূল্যায়ন কৰি স্বচ্ছ প্ৰক্ৰিয়াৰ জৰিয়তে পুনৰ বিক্ৰী কৰাৰ সুবিধা প্ৰদান কৰিছে, যাৰ ফলত গ্ৰাহকসকলৰ স্বৰ্ণ বা গহণাৰ সঠিকতা আৰু উচিত মূল্য নিশ্চিত হয়। এমএমটিচি-পিএএমপিয়ে ব্যৱহাৰ কৰা অভিনৱ মূল্যায়ন প্ৰযুক্তিয়ে সাধাৰণতে পৰম্পৰাগত পদ্ধতিৰ…
Read More
এমজি উইণ্ডচাৰ ইভিয়ে উৎক্ষেপণৰ দিনা ১৫,১৭৬ বুকিংৰ সৈতে অভিলেখ স্থাপন কৰিছে

এমজি উইণ্ডচাৰ ইভিয়ে উৎক্ষেপণৰ দিনা ১৫,১৭৬ বুকিংৰ সৈতে অভিলেখ স্থাপন কৰিছে

ভাৰতৰ প্ৰথমখন ইন্টেলিজেন্ট চিইউভি এমজি উইণ্ডছ’ৰ ইভি-য়ে ২০২৪ চনৰ ৩ অক্টোবৰ তাৰিখ বৃহস্পতিবাৰে পুৱা ৭:৩০ বজাৰ পৰা বুকিং আৰম্ভ হোৱাৰ কিছু মিনিটৰ পিছতে গ্ৰাহকসকলৰ পৰা উল্লেখযোগ্য সঁহাৰি লাভ কৰে৷ ২৪ ঘণ্টাৰ ভিতৰতে কোম্পানীটোৱে ১৫,১৭৬ গোটৰ বাবে বুকিং লাভ কৰি এমজি উইণ্ডছ’ৰ-য়ে এনে কৃতিত্ব অৰ্জন কৰা ভাৰতৰ প্ৰথমখন পেচেঞ্জাৰ ইভি হিচাপে পৰিগণিত হৈছে৷ এই মাইলৰ খুঁটিটোৱে ভাৰতীয় বজাৰত চাৰিচকীয়া ইভিসমূহৰ ক্ৰমবৰ্ধমান চাহিদাক প্ৰকাশিত কৰি তোলাৰ লগতে বৈদ্যুতিক চলাচলৰ দিশলৈ হোৱা স্থানান্তৰণৰ ওপৰত আলোকপাত কৰিছে৷ এই বিষয়টোৰ ওপৰত মন্তব্য কৰি জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ চীফ কমাৰ্চিয়েল অফিচাৰ সতীন্দৰ সিং বাজৱা-য়ে কয় যে, ‘‘এমজি উইণ্ডছ’ৰখনক সৰ্বান্তকৰণেৰে আকোৱালি লোৱাৰ লগতে মাত্ৰ এদিনতে ১৫,১৭৬ গোট…
Read More
মহিন্দ্ৰাই নগৰীয় লজিষ্টিকত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ জেডইঅ’ ইলেক্ট্ৰিক এছচিভি মুকলি কৰিছে

মহিন্দ্ৰাই নগৰীয় লজিষ্টিকত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ জেডইঅ’ ইলেক্ট্ৰিক এছচিভি মুকলি কৰিছে

মহিন্দ্ৰা লাষ্ট মাইল মবিলিটী লিমিটেডে(এমএলএমএমএল) আনুষ্ঠানিকভাৱে মুকলি কৰিলে যুগান্তকাৰী বৈদ্যুতিক ক্ষুদ্ৰ বাণিজ্যিক বাহন(এছচিভি)-মহিন্দ্ৰা জিঅ’, ২ টন ওজনতকৈ কম পৰিবাহী বাহনখনত বিদ্যুৎ সংযোগেৰে চালিত কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। ৭.৫২ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ জিঅ’ই উচ্চ ভল্টেজ ৩০০+ ভি কাৰুকাৰ্যৰে বৈদ্যুতিক বাহনৰ বজাৰখনত চমক দিবলৈ সাজু হৈছে, যিয়ে উচ্চ শক্তিৰ কাৰ্যক্ষমতা, বাস্তৱ জগতৰ ১৬০ কিলোমিটাৰ ৰেঞ্জ আৰু মাত্ৰ ৬০ মিনিটত ১০০ কিলোমিটাৰ দূৰত্ব প্ৰদান কৰা ফাষ্ট চাৰ্জিং ক্ষমতা প্ৰদান কৰিছে। ১১৪ এনএম টৰ্কৰ সৈতে ৩০ কিলোৱাট মটৰৰ দ্বাৰা চালিত জিঅ’ত ২১.৩ কেডব্লিউএইছ লিকুইড-কুল্ড বেটাৰী প্ৰদান কৰা হৈছে, যিয়ে এআইএছ০৩৮ সুৰক্ষা মানদণ্ডসমূহ পূৰণ কৰে। মহিন্দ্ৰাই জিঅ’ত ৰিজেনেৰেটিভ ব্ৰেকিং, হিল হোল্ড এছিষ্ট…
Read More
আপাচে ইণ্ডিয়ানে অসমৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰে

আপাচে ইণ্ডিয়ানে অসমৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰে

অহা ২৫ অক্টোবৰ তাৰিখে গুৱাহাটীৰ ৰয়েল গ্লোবেল ইউনিভাৰ্ছিটিত অনুষ্ঠিত হ’ব আন্তর্জাতিক খ্যাতি সম্পন্ন আপাচি ইন্ডিয়ানৰ লাইভ কনচাৰ্ট। এই সম্পর্কত Big Films Media এখন সংবাদ মেলৰ আয়োজন কৰে পাঞ্জাবাৰী স্থিত আইদেউ সন্দিকৈ ছবিগৃহত। সংবাদমেলত উপস্থিত থাকে শ্যাম ভট্টাচার্য, দেবাঙ্কৰ বুঢ়াগোঁহাই, আর জে গৌৰব, ড° সৌমেন ভাৰতীয়া প্রমুখ। সংবাদ মেলত আপাচি ইন্ডিয়ানৰ লাইফ কনচাৰ্ট-ৰ ঘোষণা কৰাৰ লগতে সেঁহতীয়াকৈ মুকুলি ‘চিকাৰ’ মুভিখনৰ আইকনিক গান ৰিলিস কৰে। বিশ্ব জুৰি বুম শ্বেক-এ-লেক-ৰ দৰে আপাচি ইন্ডিয়ানৰ এই সংগীতানুষ্ঠানৰ বাবে সংগীত প্রেমীসকল ইতিমধ্যেই উৎসাহ আৰু উৎকণ্ঠাৰে সময় পাৰ কৰি আছে। বিশেষকৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী-কর্মী আদিৰ মাজত উৎসাহৰ আতিশয্যত উখল মাখল লাগিছে। এই অনুষ্ঠানত ডন ৰাজাৰ উপস্থিতিয়ে অনুষ্ঠানক…
Read More
ভিয়ে ভাৰতত ই-স্পৰ্টছ বৃদ্ধি কৰিবলৈ টুৰ্ণামেণ্ট আৰম্ভ কৰিছে

ভিয়ে ভাৰতত ই-স্পৰ্টছ বৃদ্ধি কৰিবলৈ টুৰ্ণামেণ্ট আৰম্ভ কৰিছে

ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২৪ৰ পূৰ্বে ভাৰতত প্ৰথমবাৰৰ বাবে তৃণমূল পৰ্যায়ৰ ই-স্প’ৰ্টছ প্ৰতিযোগিতা ‘ভি গেম টু ফেম’ আৰম্ভ কৰিছে।এই প্ৰতিযোগিতাৰ লক্ষ্য হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ অপেছাদাৰী ই-স্প’ৰ্টছ অনুৰাগীসকলক একত্ৰিত কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ, সহযোগিতা, নিজৰ দক্ষতা প্ৰদৰ্শন কৰা, আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা পৰ্যায়তে উজ্জ্বল হোৱাৰ সুযোগ অৰ্জন কৰা। ভি গেমছ, এটা বিস্তৃত মোবাইল গেমিং প্লেটফৰ্ম, ক্লাউড গেমিং, কেজুৱেল গেমিং, ই-স্প'ৰ্টছ, এএএ গেমছ, মাল্টি-প্লেয়াৰ গেমছ, আৰু অধিকসমূহৰ ভিতৰত প্ৰিমিয়াম আৰু বিনামূলীয়া অনলাইন গেমসমূহ প্ৰদান কৰে। প্ৰতিযোগিতাখনৰ প্ৰথম সংস্কৰণত কল অৱ ডিউটি: মোবাইল, ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২৪ত গ্ৰেণ্ড ফিনালেৰ সৈতে।পঞ্জীয়ন ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰ, ২০২৪লৈ মুকলি হ’ব, আৰু প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত খেলা…
Read More
বাংলা ৰক সংগীতৰ ৫০ বছৰীয়া গৌৰৱময় যাত্ৰাক সংগীতেৰে স্মৰণ বিংগো! তেধে মেধেৰ

বাংলা ৰক সংগীতৰ ৫০ বছৰীয়া গৌৰৱময় যাত্ৰাক সংগীতেৰে স্মৰণ বিংগো! তেধে মেধেৰ

বিংগো! তেধে মেধেই বাংলা ৰক সংগীতৰ ৫০ বছৰ উদযাপন কৰি ‘ৰকাঞ্জলি’ নামৰ শীৰ্ষ সংগীতটো মুকলিৰে এই দুৰ্গা পূজাত সংগীত ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদান কৰিছে। কিংবদন্তি সংগীতজ্ঞ সিদ্ধাৰ্থ শংকৰ ৰয় (সিদ্ধু), অভিজিত বৰ্মন (পোটা), গৌৰৱ চেটাৰ্জী (গাবু) আৰু অনিন্দ্য চেটাৰ্জীৰ কণ্ঠেৰে জীপাল গীতটোৱে শেহতীয়া ট্ৰেণ্ড ধৰি ৰাখি বাংলা সাংস্কৃতিক তাৎপৰ্য আৰু ৰক সংগীতলৈ শ্ৰদ্ধা নিবদিছে। এই গীতটো মুকলিৰ বাহিৰেও বিংগো! তেধে মেধেই আয়োজন কৰা ‘ৰকাঞ্জলি’ প্ৰতিযোগিতাত ১২০ জনৰো অধিক কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, এইসকলৰ মাজৰ শীৰ্ষ ১৫ গৰাকী প্ৰতিযোগীয়ে কলকাতাৰ প্ৰধান দুৰ্গা পূজা মণ্ডপসমূহত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে। ইফালে, দ্ৰুত গতিত বিস্তাৰিত শিলিগুৰিৰ যুৱ প্ৰজন্মৰ সংস্কৃতিৰ সৈতে এই অভিযানে যথেষ্ট…
Read More
বিএছএ গোল্ড ষ্টাৰ ৬৫০ মাৰ্কছ আইকনিক ৰিটাৰ্ণ, ভাৰতীয় মটৰ চাইকেলিঙৰ সৈতে ব্ৰিটিছ লিগেচিৰ সংযোগ

বিএছএ গোল্ড ষ্টাৰ ৬৫০ মাৰ্কছ আইকনিক ৰিটাৰ্ণ, ভাৰতীয় মটৰ চাইকেলিঙৰ সৈতে ব্ৰিটিছ লিগেচিৰ সংযোগ

বি এছ এ মটৰ চাইকেলে উত্তৰ-পূব ভাৰতৰ প্ৰথমখন বি এছ এ গোল্ড ষ্টাৰ ৬৫০ খন অৰুণাচল প্ৰদেশৰ বিধায়ক শ্ৰীযুত অকেন টায়েঙক প্ৰদান কৰিছে। ১৯০৩ চনৰ পৰাই লিগেচি থকা এই আইকনিক ব্ৰিটিছ ব্ৰেণ্ডটো মটৰ চাইকেল চলোৱাৰ উৎকৃষ্টতাৰ প্ৰতীক হৈ আহিছে। ২০২৪ চনৰ ১৫ আগষ্টত ভাৰতত মুকলি কৰা বি এছ এ গোল্ড ষ্টাৰ ৬৫০ হৈছে ক্লাছিক ব্ৰিটিছ ডিজাইন আৰু আধুনিক ইঞ্জিনিয়াৰিঙৰ এক উল্লেখযোগ্য সংমিশ্ৰণ। বি এছ এ কোম্পানীৰ সঞ্চালক আশীষ সিং যোশীয়ে কয় যে এই ডেলিভাৰী বি এছ এৰ বাবে গভীৰভাৱে প্ৰতীকী, বি এছ এৰ গল্পময় ব্ৰিটিছ ঐতিহ্যক ভাৰতৰ চহকী মটৰ চাইকেল চলোৱা সংস্কৃতিৰ সৈতে সেতুবন্ধন কৰিছে। বিএছএ গোল্ড ষ্টাৰ ৬৫০ৰ মূল…
Read More
জৱা য়েজদি মটৰচাইকেলে ৩৫০ জাৱা ৪২ এফজে মুকলি কৰে, নৱ-ক্লাছিক শাখাত ইয়াৰ স্থিতি শক্তিশালী কৰে

জৱা য়েজদি মটৰচাইকেলে ৩৫০ জাৱা ৪২ এফজে মুকলি কৰে, নৱ-ক্লাছিক শাখাত ইয়াৰ স্থিতি শক্তিশালী কৰে

দেশৰ ‘নিঅ’ ক্লাছিক’ ছেগমেণ্টৰ অগ্ৰণী প্ৰতিষ্ঠান জাৱা য়েজদি মটৰ চাইকেলে আজি অসমৰ জাৱা ৪২ লাইফ ছিৰিজৰ শেহতীয়া সংযোজন ৩৫০ জাৱা ৪২ এফ জে মুকলি কৰে। ৪২ আৰু ৪২ ববাৰৰ সফলতাক সাৰোগত কৰি ৩৫০ জাৱা ৪২ এফ জেই “৪২ লাইফ” থিমৰ বাবে এক আকৰ্ষণীয় নতুন অধ্যায় সূচনা কৰিছে, যিয়ে উচ্চমানৰ ডিজাইনৰ প্ৰতি দায়বদ্ধতা আৰু অতুলনীয় ৰাইডিং অভিজ্ঞতাক উদযাপন কৰিছে। লগতে কোম্পানীটোৱে মহানগৰীৰ ১০ জন গ্ৰাহকক চাবি গতাই দি নতুন মটৰ চাইকেলখনৰ ডেলিভাৰীৰ কাম আৰম্ভ কৰিছে। ইয়াৰ উপৰিও প্ৰতিষ্ঠানটোৱে এই বিত্তীয় বৰ্ষৰ শেষলৈ অসমত শক্তিশালী নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে অঞ্চলটোত বৰ্তমানৰ ১৩ৰ পৰা ২০টাতকৈ অধিক স্পৰ্শবিন্দুলৈ সম্প্ৰসাৰণৰ লক্ষ্য লৈছে। ইয়াৰ উপৰিও উপভোক্তা ক্ৰয়…
Read More
এম এছ ডি ইয়ে ২০২৪ চনৰ উত্তৰ-পূব দক্ষতা সন্মিলনত ৩০টা ই ডি চি মুকলি কৰে

এম এছ ডি ইয়ে ২০২৪ চনৰ উত্তৰ-পূব দক্ষতা সন্মিলনত ৩০টা ই ডি চি মুকলি কৰে

দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ উদ্যোগত ভাৰতৰ আই আই এম শিলচৰত "উত্তৰ-পূৱ দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ সন্মিলন ২০২৪"ৰ উদ্যোগত শ্ৰীযুত জয়ন্ত চৌধাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে।  এই অনুষ্ঠানৰ লক্ষ্য আছিল ভাৰতৰ উত্তৰ-পূব অঞ্চলত উদ্যোগীকৰণ আৰু দক্ষতা বিকাশৰ পোষকতা, উদ্ভাৱনীমূলক সমাধান আৰু আঞ্চলিক বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা। মন্ত্ৰীসকলে নিজ নিজ ৰাজ্যৰ পৰা উত্তম পদ্ধতিসমূহৰ বিষয়ে ভাগ-বতৰা কৰে আৰু অঞ্চলটোৰ অনন্য সাংস্কৃতিক আৰু অৰ্থনৈতিক পৰিৱেশৰ লগত খাপ খোৱাকৈ এক শক্তিশালী দক্ষতা বিকাশৰ কাঠামো সৃষ্টিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।  তেওঁলোকে আই টি আই উন্নীতকৰণ, পৰিকল্পিত পুঁজি, আৰু প্ৰশিক্ষকৰ বাবে অধিক কঠোৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। সমগ্ৰ উত্তৰ-পূব…
Read More
ছুইডিছ নেটৱৰ্কিং ৰিচেপচনত বহমক্ষমতা আৰু মহিলা সশক্তিকৰণৰ ওপৰত গুৰুত্ব অৰিফ্লেম চেম্পিয়নসকলৰ

ছুইডিছ নেটৱৰ্কিং ৰিচেপচনত বহমক্ষমতা আৰু মহিলা সশক্তিকৰণৰ ওপৰত গুৰুত্ব অৰিফ্লেম চেম্পিয়নসকলৰ

ছুইডেনৰ প্ৰখ্যাত সামগ্ৰিক সুস্থতা ব্ৰেণ্ড অৰিফ্লেমে শেহতীয়াকৈ ছুইডেনৰ দূতাবাসে আয়োজন কৰা ছুইডেনৰ নেটৱৰ্কিং ৰিচেপচনত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। এই অনুষ্ঠানত বহনক্ষমতাক আলোকপাত কৰা হয় আৰু আইকিয়া, ভলভ', এইচ এণ্ড এম আৰু টেট্ৰা পাকৰ দৰে জনপ্ৰিয় ছুইডেনৰ ব্ৰেণ্ডসমূহে ভাৰত-ছুইডেনৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানসমূহৰ ভূমিকাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। অৰিফ্লেমে ১০০% জৈৱ-পচনশীল ষ্টলৰ জৰিয়তে বহনক্ষমতাৰ প্ৰতি নিজৰ সমৰ্পণ প্ৰদৰ্শন কৰিছিল, যিয়ে প্ৰকৃতিৰ সৈতে ঘনিষ্ঠ সম্পৰ্কক প্ৰতিফলিত কৰিছিল। উল্লেখযোগ্য যে, অৰিফ্লেমৰ ব্ৰেণ্ড পাৰ্টনাৰৰ ৮০%ই হৈছে মহিলা আৰু ভাৰতত বিক্ৰী হোৱা প্ৰায় ৮৫% সামগ্ৰী স্থানীয়ভাৱে উৎপাদিত। এই পৰিসংখ্যাই দেশৰ অৰ্থনৈতিক আৰু সামাজিক দুয়োটা উন্নয়নৰ প্ৰতি ব্ৰেণ্ডৰ দায়বদ্ধতাক আলোকপাত কৰে। অৰিফ্লেমৰ জ্যেষ্ঠ…
Read More