01
Jul
এক্সিছ মিউচুৱেল ফাণ্ডে প্ৰতিষ্ঠানটোৰ নতুন পুঁজি অফাৰ – এক্সিছ নিফটি আই টি ইনডেক্স ফাণ্ড মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই পুঁজি হৈছে নিফটি আই টি ট্ৰাইক অনুসৰণ কৰি মুকলি কৰা মুক্ত সূচকাংক ফাণ্ড। ফাণ্ড মেনেজাৰ হিতেশ দাসে এই পুঁজিৰ পৰিচালনা কৰিব। এক্সিছ নিফটি আই টি ইনডেক্স ফাণ্ডে নিফটি আই টি ট্ৰাইক অনুসৰণ কৰিব আৰু ট্ৰেকিং ভুল বা ত্ৰুটিৰ অধীনত নিফটি আই টি ট্ৰাইৰ মুঠ ৰিটাৰ্ণৰ সৈতে মিল থকা ব্যয়ৰ পূৰ্বে ৰিটাৰ্ণ প্ৰদান কৰাৰ লক্ষ্য ৰাখিব। নূন্যতম বিনিয়োগৰ পৰিমাণ হৈছে ৫,০০০ টকাআৰু ইয়াৰ ১/- টকাৰ গুণিতকত। এক্সিছ নিফটি আইটি ইণ্ডেক্স ফাণ্ডৰ বিনিয়োগৰ উদ্দেশ্য হৈছে ট্ৰেকিং ত্ৰুটি বা এৰৰ সাপেক্ষে নিফটি আইটি…
