ব্যৱসায়

মাহে-এ “বায়’মেডিকেল এপ্লিকেচনৰ বাবে থ্ৰীডি বায়’প্ৰিণ্টিং” বিষয়ক হেণ্ডছ অন কৰ্মশালা উদ্বোধন কৰে

মাহে-এ “বায়’মেডিকেল এপ্লিকেচনৰ বাবে থ্ৰীডি বায়’প্ৰিণ্টিং” বিষয়ক হেণ্ডছ অন কৰ্মশালা উদ্বোধন কৰে

মণিপাল চেণ্টাৰ ফৰ বায়’থেৰাপিউটিক্স ৰিচাৰ্চত জৈৱ চিকিৎসা প্ৰয়োগৰ বাবে থ্ৰীডি বায়’প্ৰিণ্টিঙৰ ওপৰত তিনিদিনীয়া হেণ্ডছ অন কৰ্মশালা আৰম্ভ কৰিছে মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্যনে। মাহে ত এই ধৰণৰ প্ৰথমখন কৰ্মশালাত অংশগ্ৰহণকাৰীসকলক জি ক’ড সৃষ্টি কৰা, থ্ৰীডি গঠন ডিজাইন কৰা, আৰু থ্ৰীডি বায়’প্ৰিণ্টিঙৰ বাবে প্ৰিন্টিং চফট্ ৱেৰ বুজাৰ প্ৰশিক্ষণ দিয়া হ’ব। এই কৰ্মশালাৰ লক্ষ্য হৈছে ৰোগীৰ যত্ন আৰু শৰীৰৰ খাদ্যনলী, শ্বাসনালী, যকৃতৰ দৰে অংশ ছপা কৰাৰ সম্ভাৱনা উন্নত কৰা। এই কৰ্মশালাখন মাহে আৰু উদ্যোগৰ অংশীদাৰ আলফাটেক চিষ্টেমছৰ সহযোগত, স্বাস্থ্য বিজ্ঞানৰ প্ৰ’ উপাচাৰ্য ডাঃ শৰথ কে ৰাৱে অস্থিৰোগ প্ৰয়োগৰ বাবে থ্ৰীডি প্ৰিণ্টেড হাড় ইমপ্লাণ্টৰ সৈতে তেওঁৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰে। কৰ্মশালাখনত শ্ৰী চিত্ৰ তিৰুনাল…
Read More
অসমত ইভি বিক্ৰী ১৮%লৈ বৃদ্ধি অৰ্জন কৰিছে টাটা মটৰ্ছে

অসমত ইভি বিক্ৰী ১৮%লৈ বৃদ্ধি অৰ্জন কৰিছে টাটা মটৰ্ছে

ভাৰতৰ আগশাৰীৰ অটোমোবাইল নিৰ্মাতা টাটা মটৰ্ছে ২০২৩ বিত্তীয় বৰ্ষত অসমত ৯৩% বজাৰ অংশীদাৰিত্ব বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। এই বৃদ্ধিয়ে প্ৰতিষ্ঠানটোৰ ইভি বিৱৰ্তন আৰু বৃদ্ধিৰ পৰিচয় প্ৰদৰ্শন কৰিছে। ২০২৩ চনৰ এপ্ৰিল মাহত গ্ৰাম্য অঞ্চলত বৰ্ধিত ইভি সজাগতা, চাৰ্জিং আন্তঃগাঁথনি সম্প্ৰসাৰিত কৰি ১৮% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। একেদৰে ৩৪ টা কৌশলগতভাৱে স্থাপন কৰা ষ্টেচন, ২৮টা বিক্ৰী আউটলেটৰ শক্তিশালী নেটৱৰ্ক, ৪টা অনুমোদিত  সেৱা ছেটআপ আৰু গ্ৰাহকক ইতিবাচক সেৱাৰ মনোবৃত্তিৰে গ্ৰাহক আৰু জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। টাটা মটৰ্ছৰ টিয়াগো.ইভিয়ে ভাৰতৰ বৈদ্যুতিক বাহনৰ বজাৰলৈ আনিছে এক বৈপ্লৱিক পৰিৱৰ্তন। যি হৈছে সৰ্বাধিক দ্ৰুতগতিত বুকিং লাভ কৰা ইভি। আশ্চৰ্যজনকভাৱে ৪ মাহতকৈও কম সময়ৰ ভিতৰতে ১০,০০০ ইউনিট…
Read More
৫০,০০০ বিক্ৰীৰ মাইলৰ খুঁটি অৰ্জনৰ উদযাপন কৰিছে  নেক্সন ইভিয়ে

৫০,০০০ বিক্ৰীৰ মাইলৰ খুঁটি অৰ্জনৰ উদযাপন কৰিছে নেক্সন ইভিয়ে

দেশৰ আগশাৰীৰ অটোমোবাইল নিৰ্মাতা আৰু ভাৰতত ইভি বিৱৰ্তনৰ অগ্ৰদূত টাটা মটৰ্ছে আজি ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা ইভি নেক্সন ইভিৰ বাবে ৫০ হাজাৰ বিক্ৰী অতিক্ৰম কৰাৰ কথা ঘোষণা কৰিছে। যোৱা ২০২০ চনত মুকলি কৰা  নেক্সন ইভিয়ে ঘৰতে প্ৰত্যক্ষ ই ভি অভিজ্ঞতা প্ৰদান কৰি ভাৰতীয় বৈদ্যুতিক বাহনৰ বজাৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল। বৈদ্যুতিক গতিশীলতাক গ্ৰহণ কৰাৰ প্ৰতিবন্ধকতাসমূহ নোহোৱা কৰি ভাৰতৰ এই যাত্ৰাত নতুন দিগন্তৰ সূচনা কৰিছিল। উল্লেখ্য যে, নেক্সন ইভি ভাৰতৰ ৫০০খন চহৰত বিক্ৰী কৰা হয় আৰু ই ৯০০ মিলিয়ন কিলোমিটাৰৰো অধিক গতিপথত যাত্ৰা কৰিছে। ইয়াৰ লগে লগে ৫০ হাজাৰ শক্তিশালী সম্প্ৰদায়ৰ সংযোগে আত্মবিশ্বাস সদম্ভে ঘোষণা কৰিছে। ভাৰতত বৈদ্যুতিক বাহনক মানুহে…
Read More
এমএছডিই-য়ে খণ্ড দক্ষতা পৰিষদৰ ভূমিকা পুনৰ নিৰ্মাণ আৰু পুনৰুজ্জীৱিত কৰাৰ বাবে আলোচনা কৰে

এমএছডিই-য়ে খণ্ড দক্ষতা পৰিষদৰ ভূমিকা পুনৰ নিৰ্মাণ আৰু পুনৰুজ্জীৱিত কৰাৰ বাবে আলোচনা কৰে

ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম (এনএছডিচি) আৰু ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ (এনচিভিইটি), খণ্ড দক্ষতা পৰিষদৰ (এছচিচি) জৰিয়তে দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ (এমএছডিই) অধীনত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্ব শক্তিশালী কৰাৰ জৰিয়তে ভাৰতীয় যুৱসকলৰ বাবে বৃত্তিমূলক শিক্ষা আৰু দক্ষতা প্ৰশিক্ষণউচ্চাকাংক্ষী কৰাৰ অটল প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে। এম.এছ.ডি.ই.-য়ে দক্ষতা পৰিস্থিতিতন্ত্ৰ বৃদ্ধি আৰু উদ্যোগৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনোৱাৰ ক্ষেত্ৰত দক্ষতা বিকাশ কেন্দ্ৰৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ এক কৰ্মশালা অনুষ্ঠিত কৰিছিল। কৰ্মশালাখনে বিভিন্ন খণ্ডত বিভিন্ন চাকৰিৰ ভূমিকাৰ বাবে উদ্যোগ-চালিত দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৰ্মশালাখনত এমএছডিইৰ সচিব শ্ৰী অতুল কুমাৰ তিৱাৰী উপস্থিত আছিল। অনুষ্ঠানটোৱে যুৱসকলৰ বাবে আন্তৰ্জাতিক মানদণ্ডৰ সৈতে মেপিং দক্ষতা আৰু…
Read More
ছিংগাপুৰ-ভাৰত-হেকাথন ২০২৩ৰ বাবে নিৰ্বাচিত হৈছে গেংলিয়া টেকন’লজিছ

ছিংগাপুৰ-ভাৰত-হেকাথন ২০২৩ৰ বাবে নিৰ্বাচিত হৈছে গেংলিয়া টেকন’লজিছ

কস্তুৰবা মেডিকেল আৰু মণিপাল ইনষ্টিটিউট অৱ টেকন'লজীৰ গৱেষণা, উদ্ভাৱন আৰু উদ্যোগীকৰণৰ মনোযোগৰ ওপৰত ভিত্তি কৰি ষ্টাৰ্ট-আপ গাংলিয়া টেকন'লজিছ প্ৰাইভেট লিমিটেডক ছিংগাপুৰ-ভাৰত-হেকাথন ২০২৩ৰ বাবে তালিকাভুক্ত কৰা হৈছে। কোম্পানীটোৱে ১২টা ভাৰতীয় ষ্টাৰ্ট-আপৰ ভিতৰত স্থান লাভ কৰিছে এই কেটেগৰীত। মাহেৰ মণিপালৰ কে এম চিৰ জৰুৰীকালীন চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ জয়ৰাজ মিম্বিলি বালাকৃষ্ণনৰ অক্লান্ত প্ৰচেষ্টা আৰু তথ্য বিজ্ঞান বিভাগৰ এম ডি আৰু মুখ্য কাৰ্যবাহী বিষয়া ডাঃ দশৰথৰাজ কে শেট্টী তথা বিজ্ঞান আৰু কম্পিউটাৰ প্ৰয়োগ বিভাগৰ সহযোগী অধ্যাপক, এম আই টি মণিপাল আৰু মণিপাল-জিঅ'কে-বায়'ইনকিউবেটৰ আৰু চেণ্টাৰ ফৰ ডিজেষ্টাৰ মেনেজমেণ্ট, মাহেৰ গুৰুত্বপূৰ্ণ সহযোগিতাৰ লগতে ডিমড ইউনিভাৰ্চিটি অৱ মাহে, কে এম চি আৰু এম আই টিৰ অবিৰত…
Read More
আঠ দশকৰ মহাকাশ অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰিলে বয়িঙৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু নৰেন্দ্ৰ মোদীয়ে

আঠ দশকৰ মহাকাশ অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰিলে বয়িঙৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু নৰেন্দ্ৰ মোদীয়ে

বয়িঙ[এন ৱাই এছ ই: বি এ]ৰ প্ৰেচিডেণ্ট তথা মুখ্য কাৰ্যবাহী বিষয়া ডেভিদ এল কেলহাউনে ৱাশ্বিংটন ডি চিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ভাৰতৰ সৈতে বয়িঙৰ আঠ দশকজোৰা এৰোস্পেচ(মহাকাশ) অংশীদাৰিত্বৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে। বয়িঙে ভাৰতত নতুন সেৱা চুক্তি ঘোষণা কৰিছে আৰু পেৰিছ এয়াৰ শ্ব'ত ২৯০খনলৈকে বোয়িং জেট বিমানৰ বাবে এয়াৰ ইণ্ডিয়াৰ অৰ্ডাৰ চূড়ান্ত কৰিছে। যাৰ ফলত ভাৰতৰ বাণিজ্যিক বিমান পৰিবহন আৰু প্ৰতিৰক্ষা খণ্ডৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতি আৰু অধিক শক্তিশালী কৰি তুলিলে। বিশ্বব্যাপী মহাকাশ কোম্পানী হিচাপে বয়িঙে ১৫০ খনতকৈও অধিক দেশৰ গ্ৰাহকৰ বাবে বাণিজ্যিক বিমান, প্ৰতিৰক্ষা সামগ্ৰী আৰু মহাকাশ ব্যৱস্থা বিকশিত, নিৰ্মাণ আৰু সেৱা আগবঢ়ায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ ৰপ্তানিকৰ্তা হিচাপে…
Read More
টাটা এআইএ-য়ে শুভাৰম্ভ কৰিছে হোৱাটছএপ আৰু ইউপিআইৰ জৰিয়তে ডিজিটেল প্ৰিমিয়াম পেমেণ্টৰ ব্যৱস্থা

টাটা এআইএ-য়ে শুভাৰম্ভ কৰিছে হোৱাটছএপ আৰু ইউপিআইৰ জৰিয়তে ডিজিটেল প্ৰিমিয়াম পেমেণ্টৰ ব্যৱস্থা

টাটা এ আই এ লাইফ ইনশ্বুৰেন্সে (টাটা এ আই এ) হোৱাটছএপ আৰু ইউনিফাইড পেমেণ্ট ইণ্টাৰফেছৰ জৰিয়তে কনজিউমাৰ অব্ছেছন বা 'উপভোক্তা আবেশ'ৰ গুৰুত্ব শক্তিশালী বা সুলভ কৰি তুলিবলৈ ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। এই উদ্যোগখণ্ডৰ প্ৰথম বৈশিষ্ট্য(ফাৰ্ষ্ট ফিচাৰ)ই হোৱাটছএপ আৰু ইউপিআইৰ সহায়ত পেমেণ্ট বিকল্পৰ জৰিয়তে তৎক্ষণাত প্ৰিমিয়াম পৰিশোধৰ সুবিধা প্ৰদান কৰে।  ভাৰতত হোৱাটছএপ আৰু ইউপিআই ক্ৰমান্বয়ে ঘৰুৱা বাৰ্তা প্ৰেৰণ আৰু ধন পৰিশোধৰ বাবে সুবিধা বা বিকল্প হৈ পৰিছে। টাটা এআইএই ইয়াৰ ৫০০ মিলিয়ন হোৱাটছএপ আৰু ৩০০ মিলিয়ন ইউপিআই ব্যৱহাৰকাৰীক প্ৰিমিয়াম পৰিশোধৰ বিকল্প প্ৰদান কৰিছে, যিয়ে গ্ৰাহকৰ পছন্দৰ লেনদেনৰ ধৰণসমূহ পূৰণ কৰে। এই ব্যৱস্থাই টাটাৰ গ্ৰাহকসকলৰ বাবে সুবিধা আৰু সহজ ব্যৱহাৰ প্ৰদানৰ…
Read More
চনিয়ে নতুন ব্ৰাভিয়া এক্স৯০এল শৃংখলা টিভি মুকলি কৰিছে

চনিয়ে নতুন ব্ৰাভিয়া এক্স৯০এল শৃংখলা টিভি মুকলি কৰিছে

চনী ইণ্ডিয়াই পৰৱৰ্তী প্ৰজন্মৰ কগনিটিভ প্ৰচেছৰ এক্সআৰৰ দ্বাৰা চালিত নতুন ব্ৰাভিয়া এক্সআৰ এক্স৯০এল শৃংখলা মুকলি কৰিছিল। নতুনকৈ আৰম্ভ কৰা শৃংখলাটোৱে দৃষ্টি আৰু শব্দক পৰৱৰ্তী স্তৰলৈ লৈ যায় যি মানুহৰ মগজুৰ দৰে ভাবে যি দৰ্শকক শিহৰণ আৰু চালিত কৰে আৰু আমাৰ চাৰিওফালৰ পৃথিৱীৰ দৰে অনুভৱ কৰে। শ্ৰেষ্ঠ-ইন-শ্ৰেণী, অতি-বাস্তৱবাদী ছবিৰ মানদণ্ডৰ উপৰিও, জীৱনসদৃশ বৈপৰীত্যৰে পৰিপূৰ্ণ, কগনিটিভ প্ৰচেছৰ এক্সআৰে চাউণ্ড-ফ্ৰম-পিকচাৰ বাস্তৱতাৰ সৈতে অবিশ্বাস্য শব্দও প্ৰদান কৰে। প্ৰথমবাৰৰ বাবে, চনিয়ে পিএছ৫ গেমিং কনচৌলৰ সৈতে ব্ৰাভিয়া টেলিভিছনৰ এটা কম্বো অফাৰ আগবঢ়াইছে। গ্ৰাহকসকলে এফৱাই ২৩ এক্সআৰ পৰিসৰৰ পৰা যিকোনো ব্ৰাভিয়া টেলিভিছনৰ সৈতে পিএছ5 ৰ মিলিত ক্ৰয়ৰ ওপৰত ২৪,০০০ টকালৈকে বিশেষ ৰেহাই লাভ কৰিব পাৰে। এই ৰোমাঞ্চকৰ…
Read More
আদানি ফাউণ্ডেচনে সফলতাৰে সম্পূৰ্ণ কৰিলে দেশজোৰা ৰক্তদান অভিযান

আদানি ফাউণ্ডেচনে সফলতাৰে সম্পূৰ্ণ কৰিলে দেশজোৰা ৰক্তদান অভিযান

আদানী গ্ৰুপৰ কমিউনিটি এনগেজমেণ্ট শাখা(সামূহিক ব্যস্ততা শাখা), আদানী ফাউণ্ডেচনে দেশজোৰা ৰক্তদান অভিযান সফলতাৰে সম্পূৰ্ণ কৰিছে। এই অভিযানকালত বৃহৎ পৰিমাণৰ ২০,৬২১ ইউনিট ৰক্ত সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ২৪ জুনত গৌতম আদানিৰ ৬১সংখ্যক জন্মদিন উপলক্ষে ভাৰতৰ ২২খন ৰাজ্যৰ ২৫০টাতকৈও অধিক স্থানত এই অভিযান চলোৱা হৈছিল। আদানি গ্ৰুপে এই দিনটো ‘আদানি দিৱস’ৰ শুভাৰম্ভণি হিচাপে উদযাপন কৰে, এই কাৰ্যসূচী আগলৈ বাৰ্ষিক অনুষ্ঠান ৰূপে আয়োজন কৰা হ’ব। উল্লেখ্য যে, আদানী হেল্থকেয়াৰ টীমৰ নিৰ্দেশনা আৰু সমৰ্থনত আয়োজিত এই স্বেচ্ছামূলক ৰক্তদান অভিযানত আদানিৰ সমৰ্থকৰ পৰা অভূতপূৰ্ব সঁহাৰি পোৱা গৈছিল। ৩,০০০ৰো অধিক কৰ্মচাৰীৰ সামূহিক প্ৰচেষ্টাৰ ফলতহে প্ৰায় ৮,২০০ লিটাৰৰ সমতুল্য ২০,৬২১ ইউনিট তেজ সংগ্ৰহ কৰাটো সম্ভৱ হৈছিল। এইবৰ্ষৰ…
Read More
বন্ধন বেংকৰ এতিয়া ১,৫০০ ৰো অধিক শাখা আছে

বন্ধন বেংকৰ এতিয়া ১,৫০০ ৰো অধিক শাখা আছে

ভাৰতৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা বেংক প্ৰতিষ্ঠান বন্ধন বেংকে আজি ৮ বছৰতকৈও কম সময়ৰ ভিতৰতে বেংকটোৰ শাখাৰ উপস্থিতি তিনিগুণ বৃদ্ধিৰ এক বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বৰ্তমান বন্ধন বেংকৰ মুঠ ১,৫০০ৰো অধিক শাখা আছে। ইতিমধ্যে বেংকটোৰ হাতত থকা আন ৪,৫০০টা বেংকিং ইউনিটৰ নেটৱৰ্কৰ সৈতে এতিয়া সমগ্ৰ দেশতে মুঠ বেংকিং আউটলেটৰ সংখ্যা ৬,০০০ৰো অধিক লৈ বৃদ্ধি পাইছে । মন কৰিবলগীয়া যে, ২০১৫ চনৰ ২৩ আগষ্টৰ পৰা বন্ধন বেংকে ৫০১টা শাখাৰে যাত্ৰা আৰম্ভ কৰিছিল। বৰ্তমান ভাৰতৰ ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিস্তাৰিত হৈ আছে ৬,০০০ৰো অধিক বেংকিং আউটলেট। এই শক্তিশালী নেটৱৰ্কৰ জৰিয়তে বেংকটোৱে ৩ কোটিতকৈ অধিক গ্ৰাহকক বেংক সেৱা আগবঢ়ায়।…
Read More