ব্যৱসায়

জেইই প্ৰস্তুতিৰ বাবে এক চাপমুক্ত পৰিৱেশৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়ে ফিআইআইটি জেইইয়ে

জেইই প্ৰস্তুতিৰ বাবে এক চাপমুক্ত পৰিৱেশৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়ে ফিআইআইটি জেইইয়ে

এফআইআইটি জেইইয়ে জেইই এডভান্সড ২০২৩ পৰীক্ষাত শিক্ষাৰ্থীৰ ব্যতিক্ৰমী কৃতিত্ব উদযাপন কৰিছে। শিক্ষাৰ সামগ্ৰিক দৃষ্টিভংগী, মূল্যবোধ, নৈতিকতা আৰু শিক্ষণ পদ্ধতিৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি দীৰ্ঘদিনীয়া পাঠদান অবিহনেই পৰিৱৰ্তনশীল আকৰ্ষণীয় সফলতা নিশ্চিত কৰিছে। এফআইআইটি জেইইৰ শিক্ষাৰ্থীসকলে জেইই এডভান্সড ২০২৩ পৰীক্ষাত আধিপত্য বিস্তাৰ কৰিছে। ইয়াৰ ভিতৰত ৩জন শিক্ষাৰ্থীয়ে শীৰ্ষ ১০ আৰু শীৰ্ষ ১০০ৰ ভিতৰত ৩৭জন শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে। ঋষি কালৰা, প্ৰভৱ খাণ্ডেলৱাল আৰু মলয় কেডিয়াই উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে, যিয়ে অল ইণ্ডিয়া ৰেংকত শীৰ্ষস্থান অৰ্জন কৰিছে। এই অসাধাৰণ ব্যক্তিবাদী সাফল্যৰ লগতে এফআইআইটি জেইইয়ে ছাত্ৰীৰ মাজত ৩গৰাকী আইআইটি জেইই জ'ন টপাৰ আৰু এজন IIT দিল্লী জ'ন টপাৰ, ৫গৰাকী ষ্টেট টপাৰ আৰু ১৯গৰাকী চিটী…
Read More
হাম্পিত চাৰিদিনীয়া চিডব্লিউজি বৈঠকৰ সমাপ্তি

হাম্পিত চাৰিদিনীয়া চিডব্লিউজি বৈঠকৰ সমাপ্তি

কৰ্ণাটকৰ ঐতিহ্যমণ্ডিত হাম্পিত তৃতীয়খন সংস্কৃতি কৰ্মগোটৰ বৈঠক অনুষ্ঠিত হয়। ২০২৩ চনৰ ১২ জুলাইত পট্টাবিৰাম মন্দিৰত যোগাসনৰ জৰিয়তে এই অধিৱেশনৰ সামৰণি পৰে। সদস্য দেশ, অতিথি দেশ আৰু সাতটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই অংশগ্ৰহণ কৰিছিল এই বৈঠকত। এই বৈঠকৰ লক্ষ্য আছিল সাংস্কৃতিক মন্ত্ৰী পৰ্যায়ৰ ঘোষণাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত একমতত উপনীত হোৱা আৰু চি ডব্লিউ জিয়ে চিনাক্ত কৰা চাৰিটা অগ্ৰাধিকাৰ ক্ষেত্ৰৰ চাৰিওদিশত সৰ্বশ্ৰেষ্ঠ পদ্ধতিসমূহ অৱলম্বন কৰা। ইয়াৰ লগতে বাৰাণসীত অনুষ্ঠিত হোৱা সাংস্কৃতিক মন্ত্ৰীৰ বৈঠকৰ বাবে যৌথ বিবৃতি প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। তিনিখন বৈঠকৰ জৰিয়তে দৃঢ় ফলাফল প্ৰদৰ্শন কৰি এক শক্তিশালী ঘোষণা বা ফলাফল আশা কৰা হৈছে। বৈঠকৰ সময়ত গোলকীয় বিষয়ভিত্তিক ৱেবিনাৰৰ ওপৰত…
Read More
সতৰ্কতামূলক ব্যৱস্থা হিচাপে অ’এনজিচিয়ে উন্নীত কৰিছে পাইপলাইন

সতৰ্কতামূলক ব্যৱস্থা হিচাপে অ’এনজিচিয়ে উন্নীত কৰিছে পাইপলাইন

শিৱসাগৰ জিলাৰ খৰাঘৰত তেল নিৰ্গমন ৰোধৰ বাবে অ’এনজিচিয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে। ২০২৩ চনৰ ৮ জুলাইত পাইপলাইন লিক হৈছিল, যাৰ ফলত অসম সম্পদৰ পৰা সঁহাৰি পোৱা গৈছিল। সতৰ্কতামূলক ব্যৱস্থা হিচাপে ক্ষতিগ্ৰস্ত বা প্ৰভাৱিত এই লাইনটো পৃথক কৰি সংযুক্ত কূপসমূহ বন্ধ কৰি দিয়া হয়। ভৱিষ্যতে যাতে ছিটিকি পৰা বা বিয়পি পৰা তেলৰ পৰা অঞ্চলটোক ৰক্ষা কৰিব পাৰি তাৰ বাবে অ’এনজিচিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। অ'এনজিচি হৈছে সামাজিকভাৱে দায়বদ্ধ এক কৰ্পোৰেট প্ৰতিষ্ঠান। অ'এনজিচিয়ে নিজৰ কাৰ্যকলাপত সুৰক্ষাক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়ে আৰু ইয়াৰ বাবে এক শক্তিশালী সুৰক্ষা সংস্কৃতি গঢ়ি তুলিছে। যিয়ে  আৰ্থিক লাভতকৈ মানুহৰ কল্যাণক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়ে। অ'এনজিচিয়ে যিকোনো দুৰ্ঘটনা বা অঘটনৰ পৰা…
Read More
কেৱড়িয়াত আৰম্ভ হৈছে তৃতীয় জি-২০ টিআইডব্লিউজি বৈঠক

কেৱড়িয়াত আৰম্ভ হৈছে তৃতীয় জি-২০ টিআইডব্লিউজি বৈঠক

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অংশ হিচাপে ১০ জুলাইৰ পৰা ১২ জুলাইলৈ গুজৰাটৰ কেৱড়িয়াত অনুষ্ঠিত হ’ব তৃতীয় বাণিজ্য আৰু বিনিয়োগ কৰ্মগোট। এই বৈঠকত পাঁচটা বিশেষ অগ্ৰাধিকাৰ ক্ষেত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়: বৃদ্ধিৰ বাবে বাণিজ্য, ব্যৱসায় কৰাত সহজতা, বিশ্বব্যাপী মূল্য শৃংখল, এম এছ এম ইক একত্ৰিত কৰা তথা বাণিজ্য আৰু বিশ্ব বাণিজ্য সংস্থাৰ সংস্কাৰৰ বাবে লজিষ্টিক ইত্যাদি। ভাৰতৰ জি-২০ অধ্যক্ষতাত প্ৰতিটো বিষয়তে কাৰ্যমুখী সুনিৰ্দিষ্ট বাস্তৱভিত্তিক প্ৰস্তাৱ প্ৰস্তুত কৰিছিল। যাৰ লক্ষ্য হৈছে এই সদস্য ৰাষ্ট্ৰসমূহৰ মাজত এই প্ৰস্তাৱবোৰ গ্ৰহণ কৰাৰ বাবে সহমত গঢ়ি তোলা। ৩ দিনীয়াকৈ অনুষ্ঠিত বৈঠকত বিশ্ব বাণিজ্য আৰু বিনিয়োগৰে জড়িত বিষয়সমূহৰ ওপৰত কাৰ্যমুখী প্ৰস্তাৱ আৰু বিতৰণযোগ্য বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ…
Read More
আইদেমিতছু হোণ্ডা ইণ্ডিয়া টেলেণ্ট কাপ এনএছএফ২৫০আৰ জিনিলে হোণ্ডা ৰেচিং ইণ্ডিয়া দলে

আইদেমিতছু হোণ্ডা ইণ্ডিয়া টেলেণ্ট কাপ এনএছএফ২৫০আৰ জিনিলে হোণ্ডা ৰেচিং ইণ্ডিয়া দলে

হোণ্ডাৰ প্ৰকৃত ৰেচিং ডিএনএ প্ৰদৰ্শন কৰি আইদেমিতছু হোণ্ডা ইণ্ডিয়া টেলেণ্ট কাপৰ যুৱকসকলে চেন্নাইৰ মাদ্ৰাজ মটৰ ৰেচট্ৰেক (এমএমআৰটি)ত ২০২৩ চনৰ ৰাউণ্ড ২ত পুনৰ এবাৰ নিজৰ দক্ষতা প্ৰমাণ কৰে। প্ৰতিযোগিতাত মিলেনিয়াল ৰাইডাৰসকলে আত্মবিশ্বাস প্ৰদৰ্শন কৰিছিল আৰু হোণ্ডা এনএছএফ২৫০ মটৰচাইকেলত ৰাইডিং কৰিছিল, যাক মোটো৩ ৰেচিঙৰ বাবে ডিজাইন কৰা হৈছিল, যিয়ে উৎকৃষ্টতা আৰু উচ্চ স্তৰৰ ৰেচিঙৰ বাবে এক প্ৰতিযোগিতামূলক প্লেটফৰ্ম প্ৰদান কৰিছিল। ২০২৩ চনৰ আইদেমিতছু হোণ্ডা ইণ্ডিয়া টেলেণ্ট কাপ এনএছএফ২৫০আৰৰ দ্বিতীয় ৰাউণ্ডৰ ৰেচ ১ত চেন্নাইৰ ১৮ বছৰীয়া কভিন কুইণ্টলে প্ৰথম স্থানত চেকাৰ্ড লাইন অতিক্ৰম কৰি মুঠ লেপ টাইম ১১:১১.৫০৮ত অতিক্ৰম কৰিছিল। আন্তঃৰাষ্ট্ৰীয় এক্সপ’জাৰ আৰু অনন্য ৰাইডিং কৌশলেৰে কভিনে সৰ্বশ্ৰেষ্ঠ লেপ টাইমেৰে ১:৫০.৪৩১ ৰেকৰ্ড কৰিছিল।…
Read More
টাটা এআইএৰ প্ৰথমটো স্মল-কেপ ফাণ্ড আৰম্ভ

টাটা এআইএৰ প্ৰথমটো স্মল-কেপ ফাণ্ড আৰম্ভ

টাটা এআইএ লাইফ ইঞ্চুৰেন্সে টাটা এআইএ স্মল কেপ ডিস্কভাৰী ফাণ্ড আৰম্ভ কৰিছে। যিয়ে পলিচিধাৰীসকলক স্মল-কেপ বজাৰ মূলধন ষ্টকত বিনিয়োগ কৰি দীৰ্ঘম্যাদী মূলধন বৃদ্ধিৰ সুবিধা প্ৰদান কৰে। টাটা এআইএ স্মল কেপ ডিস্কভাৰী ফাণ্ডে হাতত লোৱা স্মল-কেপ কোম্পানীবোৰত বিনিয়োগ কৰে। লগতে দীৰ্ঘম্যাদী সম্পদ সৃষ্টিৰ সুযোগ আৰু মধ্য আৰু লাৰ্জ-কেপ কোম্পানীবোৰত সম্ভাৱ্য বৃদ্ধিৰ সুবিধা প্ৰদান কৰে। টাটা এআইএৰ পলিচিধাৰকে বিভিন্ন ইউএলআইপি অফাৰ আৰু পৰম ৰক্ষক চল্যুচনৰ জৰিয়তে পুঁজিত বিনিয়োগ কৰিব পাৰে, দীৰ্ঘম্যাদী ইকুইটি বৃদ্ধি আৰু জীৱন বীমা সুৰক্ষাৰ পৰা লাভান্বিত হ'ব পাৰে।স্মল-কেপ ষ্টকসমূহে বিনিয়োগকাৰীসকলক কেইবাটাও সুবিধা প্ৰদান কৰে। যাৰ ভিতৰত আছে কম মূল্য, ১ বছৰত উৎকৃষ্ট ৰিটাৰ্ণ (১৪.৩%), ৩ বছৰ (৪১%) আৰু আৰম্ভণিতে…
Read More
টিভিএছে আপাচিৰ গৰাকীৰ বাবে আগবঢ়াইছে টিভিএছ আপাচি ৰেচিং এক্সপেৰিয়েঞ্চ জিপি চেম্পিয়নশ্বিপ

টিভিএছে আপাচিৰ গৰাকীৰ বাবে আগবঢ়াইছে টিভিএছ আপাচি ৰেচিং এক্সপেৰিয়েঞ্চ জিপি চেম্পিয়নশ্বিপ

সমগ্ৰ দেশ তথা বেংগালুৰু চহৰৰ টিভিএছ আপাচিৰ মালিক(অওনাৰ)সকলে টিভিএছ আপাচি ৰেচিং এক্সপিৰিয়েঞ্চ (এআৰই) জিপি চেম্পিয়নশ্বিপত নিজৰ ৰাইডিং দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিছে। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে ৰেচিঙক সুলভ কৰি তোলা আৰু মেচিনসমূহৰ ৰেচিং সক্ষমতাক এক ৰোমাঞ্চকৰ আৰু সুৰক্ষিত পৰিৱেশত প্ৰদৰ্শন কৰা। এই চেম্পিয়নশ্বিপত গ্ৰাহকসকলে প্ৰতিখন চহৰৰ শীৰ্ষ ৩জন ৰাইডাৰৰ সৈতে ট্ৰেকত ৰেচিং অভিজ্ঞতা লাভ কৰাৰ সুযোগ প্ৰদান কৰে। ইয়াৰ সহায়ত চূড়ান্ত ৰাউণ্ডত টিভিএছ ৱান মেক চেম্পিয়নশ্বিপ ৰেচ-স্পেক মটৰ চাইকেলত ৰেচিং কৰিব পাৰিব। প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ড বদোদৰা (১৫ জুলাই), চুৰাট (১৬ জুলাই) আৰু হায়দৰাবাদ (১৬ জুলাই)ত অনুষ্ঠিত হ’ব। এই চেম্পিয়নশ্বিপ ২০০৭ চনত আৰম্ভ হৈছিল। টিভিএছ আপাচি ৰেচিং এক্সপিৰিয়েঞ্চ(এআৰই)ৰ সম্প্ৰসাৰণ। প্ৰথম…
Read More
২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত টাটা মটৰ্ছ গ্ৰুপৰ গ্লবেল পাইকাৰী বিক্ৰী বৃদ্ধি

২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত টাটা মটৰ্ছ গ্ৰুপৰ গ্লবেল পাইকাৰী বিক্ৰী বৃদ্ধি

জাগুৱাৰ লেণ্ড ৰোভাৰকে ধৰি ২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ৩ মাহত টাটা মটৰ্ছ গ্ৰুপৰ গ্লবেল পাইকাৰী বিক্ৰী ২০২৩ বিত্তীয় বৰ্ষৰ প্ৰথম ৩ মাহৰ তুলনাত ৫% বৃদ্ধি পাইছে। য'ত টাটা মটৰ্ছৰ বাণিজ্যিক বাহন আৰু ডেউ ৰেঞ্জৰ গ্লবেল পাইকাৰী বিক্ৰী ২০২৪ বিত্তীয় বৰ্ষত ১৫% হ্ৰাস পাই ৮৮,৪৫৬ ইউনিট হৈছে। বিত্তীয় বৰ্ষৰ প্ৰথম ৩ মাহত টাটা মটৰ্ছৰ গ্লবেল পাইকাৰী বিক্ৰী ১,৪০,৪৫০ খন বাহন হৈছিল, যিটো বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ তুলনাত ৮% অধিক। জাগুৱাৰ লেণ্ড ৰভাৰৰ পাইকাৰী বিক্ৰী হৈছেগৈ ৯৩,২৫৩খন বাহন, য’ত ক্ৰমে ১০,৩২৪খন বাহন আৰু ৮২,৯২৯খন বাহন বিক্ৰী হৈছিল।
Read More
কামিন্সে মুকলি কৰিলে চিপিচিবিআইভি+ এমিছন কমপ্লায়েণ্ট ইঞ্জিন

কামিন্সে মুকলি কৰিলে চিপিচিবিআইভি+ এমিছন কমপ্লায়েণ্ট ইঞ্জিন

কামিন্স ইণ্ডিয়াই চিপিচিবিআইভি+ ইমিছন ষ্টেণ্ডাৰ্ড-কমপ্লায়েণ্ট জেনছেট ইঞ্জিন মুকলি কৰিছে। এই উন্নত ইঞ্জিনসমূহত অত্যাধুনিক আফটাৰ-ট্ৰিটমেণ্ট চিষ্টেম আৰু অভিযান্ত্ৰিক দক্ষতাৰ বৈশিষ্ট্য আছে, যাৰ ফলত ইন্ধনৰ কাৰ্যক্ষমতা আৰু লোড লোৱাৰ ক্ষমতা উন্নত হয়। এইবোৰে গ্ৰীডৰ পৰা জেনচেট শক্তিলৈ আনকি চৰম পৰিস্থিতিতো নিৰ্ভৰযোগ্য আৰু নিৰৱচ্ছিন্ন পৰিৱৰ্তনৰ সুবিধা প্ৰদান কৰে। এই ইঞ্জিনবোৰে ৰিম'ট নিৰীক্ষণ আৰু উন্নত ইঞ্জিন নিয়ন্ত্ৰণ ক্ষমতাও আগবঢ়ায়, যাৰ ফলত ব্যৱহাৰকাৰীসকলে ইঞ্জিনৰ পৰিৱেশন মেট্ৰিক আৰু পেৰামিটাৰ দূৰৈৰ পৰাই নিৰীক্ষণ কৰিব পাৰে। ভাৰতত চিপিচিবি IV+ নিৰ্গমন মানদণ্ডই পিএম আৰু এনঅ’এক্সৰ ঘনত্ব ৯০% হ্ৰাস কৰে, যিয়ে ৮০০ কিলোৱাট ঘণ্টা পৰ্যন্ত ইঞ্জিনৰ বাবে সকলো ধৰণৰ ইন্ধন সামৰি লয়। চিপিচিবিআইভি+ কম্প্লাইয়েণ্ট জেনচেট ইঞ্জিনৰ লক্ষ্য হৈছে নিৰ্গমন হ্ৰাস…
Read More
গেংটকত নিজৰ স্থান সম্প্ৰসাৰণ কৰিছে চেংকো গোল্ড এণ্ড ডাইমণ্ডছে

গেংটকত নিজৰ স্থান সম্প্ৰসাৰণ কৰিছে চেংকো গোল্ড এণ্ড ডাইমণ্ডছে

গেংটকত চেংকো গোল্ড এণ্ড ডাইমণ্ডছে দেশত ১৪১ সংখ্যক শ্ব’ৰুম মুকলি কৰিছে, য’ত চীফ জেনেৰেল মেনেজাৰ ৰূপে আছে ধৱল ৰাজা আৰু এক্চা কেৰুং চুব্বা। নতুন শ্ব’ৰুমটোৰ ঠিকনা হৈছে প্লট নং ১০২৪, নিউ মাৰ্কেট, এম জি মাৰ্গ, মুন্দ্ৰা বিল্ডিং, গেংটক, ইষ্ট ছিকিম – ৭৩৭১০১। ২৫৮১ বৰ্গফুটৰ বিস্তৃত এলেকা সামৰি লৈছে গেংটকৰ নতুন চেংকো গোল্ড এণ্ড ডাইমণ্ডছ শ্ব'ৰুমটোৱে। ইয়াত সোণ আৰু হীৰা গহণাৰ এক উৎকৃষ্ট সংগ্ৰহ আগবঢ়োৱা হ'ব, যিয়ে ব্ৰেণ্ডটোৰ ব্যতিক্ৰমী শিল্পকলা আৰু ডিজাইন বিশেষজ্ঞৰ বিবিধ সৃষ্টি প্ৰৌজ্বল কৰি তুলিব। চেনকো গোল্ড এণ্ড ডাইমণ্ডছে কোম্পানী মালিকানাধীন ষ্ট'ৰত আপোচবিহীন মানদণ্ড আৰু মনোযোগ প্ৰদান কৰা হয়।। এভাৰলাইট, ভিভাহা, অহম, পাৰ্ফেক্ট লাভ আৰু গছিপৰ দৰে উপ…
Read More