15
Nov
ভাৰতৰ আগশাৰীৰ গহনা খুচুৰা বিক্ৰেতা তথা বিশ্বৰ পঞ্চম বৃহত্তম মালাবাৰ গল্ড এণ্ড ডাইমণ্ডছে ইথিঅ'পিয়ালৈ নিজৰ ফ্লেগশ্বিপ হাংগাৰ ফ্ৰী ৱৰ্ল্ড(ক্ষুধামুক্ত বিশ্ব) পদক্ষেপৰ বিশ্বব্যাপী সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে। ভাৰত আৰু জাম্বিয়াত সফল ৰূপায়ণৰ পিছত এই কাৰ্যসূচীয়ে শিশুসকলক দৈনিক খাদ্য আৰু শৈক্ষিক সহায় প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে, ২০২৬ চনৰ ভিতৰত ইথিঅ'পিয়াত ১০,০০০ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ৮৬৪,০০০ মাৰ্কিন ডলাৰৰ বিনিয়োগ কৰিব। ডুবাই গল্ড চৌকৰ মালাবাৰ আন্তঃৰাষ্ট্ৰীয় হাবত এই ঘোষণা কৰা হৈছিল, য'ত উপাচাৰ্য আব্দুল চালাম কে পিয়ে ডুবাইত ইথিঅপিয়াৰ কনছুল জেনেৰেল এইচ ই আছমেলাছ বেকেলেক লেটাৰ অৱ ইনটেণ্ট(অভিপ্ৰায় পত্ৰ) অৰ্পণ কৰে। আব্দুল চালাম কে পিয়ে কয় যে, "ইথিঅ'পিয়ালৈ এই কাৰ্যসূচী সম্প্ৰসাৰণ কৰাটো ক্ষুধা নিৰ্মূল আৰু…
