ব্যৱসায়

কেম্পাছ এক্টিভৱেৰ আৰু কিঙে #VibeWithOGKing অভিযানৰ বাবে অংশীদাৰিত্ব কৰিছে

কেম্পাছ এক্টিভৱেৰ আৰু কিঙে #VibeWithOGKing অভিযানৰ বাবে অংশীদাৰিত্ব কৰিছে

ভাৰতৰ অন্যতম বৃহৎ ক্ৰীড়া আৰু এথলেইজাৰ ফুটৱেৰ(জোতা) ব্ৰেণ্ড কেম্পাছ এক্টিভৱেৰে আজি #VibeWithOGKing অভিযানৰ বাবে সংগীত চাঞ্চল্য কিঙৰ সৈতে সহযোগিতাৰ কথা ঘোষণা কৰিছে। এই প্ৰচাৰ অভিযানে কিঙৰ অনুৰাগীসকলক ব্যক্তিগতভাৱে লগ পোৱাৰ আৰু বুকমাইশ্ব'ৰ দ্বাৰা আয়োজিত নিউ লাইফ ইণ্ডিয়া ট্যুৰ কনচাৰ্টত উপস্থিত থকাৰ সুযোগ প্ৰদান কৰিব। কেম্পাছ অ'জি ৰেঞ্জ হৈছে প্ৰচাৰ অভিযানৰ কেন্দ্ৰবিন্দু, যিয়ে আত্ম-অভিব্যক্তিৰ প্ৰকাশ বা ৰক্ষা কৰি গতানুগতিক ফেশ্বন ট্ৰেণ্ডক অতিক্ৰম কৰি নতুন পৰিসৰ সৃষ্টি কৰে। এই জোতাবোৰে মানুহক নিজৰ অনন্য ব্যক্তিত্ব প্ৰদৰ্শন কৰিবলৈ আৰু নিজৰ নিজৰ জোতাৰ পছন্দৰ জৰিয়তে আত্মবিশ্বাস উজ্বল কৰি তুলিবলৈ সক্ষম কৰি তোলে। কেম্পাছ এক্টিভৱেৰে এই প্ৰচাৰ অভিযান #VibeWithOGKingৰ জৰিয়তে নিজৰ অনুৰাগীসকলক কেম্পাছ অ'জি জোতা পৰিধান…
Read More
চেমচাঙে আগবঢ়াইছে গেলেক্সি এ০৫এছ

চেমচাঙে আগবঢ়াইছে গেলেক্সি এ০৫এছ

ভাৰতৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিকছ প্ৰতিষ্ঠান চেমচাঙে গেলেক্সি এ০৫এছ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। চেমচাঙৰ জনপ্ৰিয় গেলেক্সি এ ছিৰিজৰ নতুন সংযোজনৰ উদ্দেশ্য হৈছে গ্ৰাহকসকলক এক আকৰ্ষণীয় ৭.৭" ফুল এইচডি+ ডিচপ্লে আৰু ৫০ মেগাপিক্সেল মূল কেমেৰাৰ সৈতে এক নিমজ্জিত দৰ্শন অভিজ্ঞতা আৰু অসাধাৰণ ফটোগ্ৰাফী ক্ষমতা প্ৰদান কৰা, যাতে ফেষ্টিভ ছিজনত ইয়াক গ্ৰাহকসকলৰ বাবে সৰ্বাধিক পচন্দ কৰি তুলিব পৰা যায়। চেমচাঙৰ গেলেক্সি এ০৫এছ হৈছে ৬.৭১" ফুল এইচডি+ ৯০ হাৰ্টজ ডিছপ্লে স্মাৰ্টফোনত কোৱালকম স্নেপড্ৰেগন ৬৮০ প্ৰচেছৰ, যিয়ে জেন জেড আৰু মিলেনিয়াম গ্ৰাহকসকলৰ বাবে এক নিমজ্জিত দৰ্শন অভিজ্ঞতা প্ৰদান কৰিছে। ই তিনিটা ৰঙত উপলব্ধ। এই মোবাইলটো দ্ৰুত ডাউনলোড, গেমিং, ষ্ট্ৰীমিং আৰু নিৰৱচ্ছিন্ন ব্ৰাউজিঙৰ বাবে ৰেম প্লাছৰ…
Read More
স্কোডাই সমগ্ৰ ভাৰততে ২৫০টা কাষ্টমাৰ টাচপইণ্টলৈ নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিছে

স্কোডাই সমগ্ৰ ভাৰততে ২৫০টা কাষ্টমাৰ টাচপইণ্টলৈ নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিছে

নিজৰ প্ৰডাক্ট অফেন্সিভ ষ্ট্ৰেটেজি(আগ্ৰাসী কৌশল) আৰু বিশেষ ফেষ্টিভ অফাৰ ঘোষণা কৰাৰ পিছত স্কোডা অটো ইণ্ডিয়াই সমগ্ৰ ভাৰততে ২৫০টা গ্ৰাহকৰ টাচপইণ্টলৈ নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ মাইলৰ খুঁটি অৰ্জন কৰিছে। প্ৰতিষ্ঠানটোৰ ভলিউম ড্ৰাইভিং বাহন – কুছাক এছইউভি আৰু শ্লাভিয়া চেডানে ভাৰতত স্কোডা ব্ৰেণ্ডৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ সমান্তৰালভাৱে গ্ৰাহক-কেন্দ্ৰিকতাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে, যাতে নেটৱৰ্ক সম্প্ৰসাৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কৰ্ণাটকৰ গুলবাৰ্গত নতুন বিক্ৰী আউটলেট মুকলি কৰি স্কোডা অটো ইণ্ডিয়াই ২৫০ সংখ্যক গ্ৰাহকৰ টাচপইণ্টত উপনীত হৈছে। প্ৰতিষ্ঠানটোৱে ২০২৪ চনৰ ভিতৰত ৩৫০টা কাষ্টমাৰ টাচপইণ্টত উপনীত হোৱাৰ লক্ষ্য ৰাখিছে। ২০১৮ চনত আৰম্ভ হোৱা ইণ্ডিয়া ২.০ প্ৰকল্পই ভাৰতৰ বাবে নিৰ্মিত এমকিউবি-এ০-আইএন প্লেটফৰ্ম, আগশাৰীৰ ৱাৰেণ্টী,…
Read More
ইজৰাইলৰ পৰা ভাৰতে উদ্ধাৰ কৰিলে ১৮জন নেপালৰ নাগৰিকক

ইজৰাইলৰ পৰা ভাৰতে উদ্ধাৰ কৰিলে ১৮জন নেপালৰ নাগৰিকক

যুদ্ধজৰ্জৰ ইজৰাইলৰ পৰা ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে 'অপাৰেচন অজয়'ৰ অধীনত সাধাৰণ নাগৰিকক স্বদেশলৈ ঘূৰাই অনা অভিযান অব্যাহত আছে। 'অপাৰেচন অজয়'ৰ অধীনত নেপালৰ ১৮জন নাগৰিকসহ ২৮৬গৰাকী ভাৰতীয় নাগৰিকক লৈ পঞ্চমখন বিমান মঙলবাৰে নিশা অৱতৰণ কৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত। ইয়েই প্ৰমাণ কৰে যে, ভাৰতে আকৌ এবাৰ চুবুৰীয়া দেশসমূহৰ কাষত থিয় দিছে, সংঘৰ্ষজৰ্জৰ অঞ্চলৰ পৰা চুবুৰীয়া দেশৰ নাগৰিকসকলক ঘূৰাই আনিছে। ভাৰতে বিশ্বব্যাপী দুৰ্যোগ আৰু যুদ্ধসদৃশ পৰিস্থিতিৰ প্ৰতি নিৰন্তৰ সঁহাৰি জনাই আহিছে, ইয়াৰ ভিতৰত ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ আৰু চুদানৰ সংঘৰ্ষই হওক অথবা কভিড-১৯ মহামাৰীৰ সময়তে হওক। বিপদসংকুল পৰিস্থিতিৰ মাজতো নিজৰ লোকসকলক সুৰক্ষিতভাৱে প্ৰিয়জনৰ কাষলৈ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি পালন কৰিছে ভাৰতে। ইজৰাইলৰ…
Read More
আমাজন ফ্ৰেছত ‘দুৰ্গা পূজা ষ্টোৰ’-ৰ পৰা উৎসৱৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰক

আমাজন ফ্ৰেছত ‘দুৰ্গা পূজা ষ্টোৰ’-ৰ পৰা উৎসৱৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰক

দুৰ্গা পূজা, হিন্দুৰ এক জীপাল উৎসৱত দুৰ্গা দেৱীৰ অশুভৰ ওপৰত জয়লাভৰ উদযাপন কৰা হয়। অশুভৰ ওপৰত শুভৰ জয়ৰ স্মৃতিত জিলাপী, ক্ষীৰ, ৰসগোল্লা, লাড়ু, মিঠা দোছা আৰু দহী চেনী আদিৰ দৰে স্থানীয় সুস্বাদু খাদ্য সম্ভাৰ ঘৰতে প্ৰস্তুত কৰি দুচেৰা উদযাপন৷ আপুনি এমাজ’ন ফ্ৰেছ-ত ‘দুৰ্গা পূজা ষ্টোৰ’-ৰ পৰা বিস্তৃত নিৰ্বাচনৰ মাজেৰে উচ্চমানৰ সতেজ উপাদানসমূহৰ লগতে উৎসৱৰ প্ৰয়োজনীয় সামগ্ৰীসমূহৰ বাবে বজাৰ কৰি আপোনাৰ পছন্দৰ সময়স্লটসমূহত দুৱাৰদলিতেই ডেলিভাৰী হেৱাৰ সুবিধাৰ স্পৰ্শ যোগ কৰিব পাৰে৷ গ্ৰাহকসকলে পূজাৰ প্ৰয়োজনীয় সামগ্ৰী, সতেজ ফুল, উপহাৰৰ হেম্পাৰ, মিঠাই, শুকান ফল, চাফাই আৰু ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰীল লগতে আন বহুতো বিশেষভাৱে প্ৰস্তুত কৰা সামগ্ৰীসমূহৰ মাজেৰেও ব্ৰাউজ কৰিব পাৰে আৰু এই উৎসৱৰ…
Read More
আমাজনে বিশেষভাৱে কিউৰেটেড সামগ্ৰী আৰু দশেৰা ডিলাইটৰ সৈতে বহুতো আনিছে

আমাজনে বিশেষভাৱে কিউৰেটেড সামগ্ৰী আৰু দশেৰা ডিলাইটৰ সৈতে বহুতো আনিছে

আমি ঋতুকালীন উৎসৱ আৰম্ভ কৰাৰ লগে লগে, Amazon.in উৎসৱৰ প্ৰয়োজনীয় সামগ্ৰী, ভাৰতীয় মিঠাই আৰু জলপান, শুকান ফল, ঘৰৰ সজ্জাৰ প্ৰসাধন, ইলেক্ট্ৰনিকছ, স্মাৰ্টফোন, আনুষঙ্গিক সামগ্ৰী, ডাঙৰ সঁজুলি, ফেশ্বন আৰু সৌন্দৰ্যৰ প্ৰয়োজনীয়তা আৰু দশেৰা ডিলাইটছৰ সৈতে বহুতো বিশেষভাৱে কিউৰেটেড সামগ্ৰী আনিছে। Amazon.in 'দশেৰা ডিলাইটছ' হৈছে এই উৎসৱৰ বতৰত গ্ৰাহকসকলৰ বাবে মূল্য-চালিত অফাৰ আৰু লেনদেনৰ অভিজ্ঞতা লাভ কৰাৰ বাবে এক-ষ্টপ-গন্তব্যস্থান। ই Philips, Samsung, Maybelline, L’oreal, Titan, Fossil, Minimalist, Acer, Sony, JBL, Samsung TV, Amazon Echo-কে ধৰি বিভিন্ন প্ৰকাৰৰ সামগ্ৰী আৰু জনপ্ৰিয় ব্ৰেণ্ডৰ প্ৰৱেশাধিকাৰত সহায় কৰে। তেওঁলোকে স্মাৰ্টফোন, উপভোক্তা ইলেক্ট্ৰনিকছ, ফেশ্বন, সৌন্দৰ্যৰ প্ৰয়োজনীয়তা, ঘৰ, পাকঘৰ, ডাঙৰ সঁজুলি, TVs আৰু বহুতো শ্ৰেণীৰ বিভিন্ন শ্ৰেণীত চাহেলি,…
Read More
গ্লেনমাৰ্ক ফাৰ্মাই টাইপ ২ ডায়বেটিচৰ চিকিৎসাৰ বাবে ভাৰতত এক ট্ৰিপল-ড্ৰাগ এফডিচি মুকলি কৰিছে

গ্লেনমাৰ্ক ফাৰ্মাই টাইপ ২ ডায়বেটিচৰ চিকিৎসাৰ বাবে ভাৰতত এক ট্ৰিপল-ড্ৰাগ এফডিচি মুকলি কৰিছে

গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছ লিমিটেডে ভাৰতত প্ৰথম ট্ৰিপল-ড্ৰাগ ফিক্সড-ড’জ মিশ্ৰণ (এফডিচি) জিটা®ডিএম মুকলি কৰিছে, যাৰ ভিতৰত আছে টেনেলিগ্লিপ্টিন (২০মি.গ্ৰা), ডাপাগ্লিফ্লোজিন (১০মি.গ্ৰা) আৰু মেটফৰ্মিন এছআৰ (৫০০ মি.গ্ৰা/১০০ মি.গ্ৰা)। প্ৰেছক্ৰিপশ্বনৰ অধীনত দৈনিক গ্ৰহণ কৰা এই ঔষধৰ উদ্দেশ্য হৈছে টাইপ ২ ডায়েবেটিছ ৰোগীৰ গ্লাইচেমিক নিয়ন্ত্ৰণ উন্নীত কৰা। ভাৰতত গ্লেনমাৰ্কৰ জিটা® ঔষধৰ পৰ্টফলিঅ’ই বছৰি প্ৰায় ১.৭৫ মিলিয়ন টাইপ ২ ডায়েবেটিছ ৰোগীক উপকৃত কৰি আহিছে। জিটা® ডি এম মুকলিৰ জৰিয়তে জিটা® ৰেঞ্জৰ আটাইতকৈ ব্যাপক গ্লিপ্টটোৱে টাইপ ২ ডায়েবেটিছ ৰোগীক নিজৰ চিকিৎসাৰ প্ৰতিটো পৰ্যায়তে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে। এই প্ৰয়াসৰ বিষয়ে গ্লেনমাৰ্ক ফাৰ্মাৰ ইণ্ডিয়া ফৰ্মুলেচনৰ প্ৰেচিডেণ্ট তথা ব্যৱসায়িক মুৰব্বী আলোক মালিকে কয় যে, “এই শক্তিশালী প্ৰফাইলৰ জৰিয়তে আমি…
Read More
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে আগবঢ়াইছে এক নতুন ব্ৰেণ্ড পৰিচয় আৰু বিমানৰ লিভাৰী

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে আগবঢ়াইছে এক নতুন ব্ৰেণ্ড পৰিচয় আৰু বিমানৰ লিভাৰী

টাটাৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াৰ সহযোগী প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু এয়াৰ এছিয়া ইণ্ডিয়াই নতুন বয়িং ৭৩৭-৮ বিমানত ‘এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ’ নামেৰে শেহতীয়া ব্ৰেণ্ড উন্মোচন কৰিছে। বিমানখনৰ আধুনিক ৰূপ আৰু সাহসী ৰঙে যাত্ৰীসকলক "ফ্লাই এজ ইউ আৰ"লৈ আমন্ত্ৰণ জনায়। ইয়াৰ জৰিয়তে বিমান সংস্থাটোৱে স্থান, মানুহ আৰু সংস্কৃতিক একত্ৰিত কৰি অৰ্থপূৰ্ণ সংযোগ স্থাপনৰ জৰিয়তে ঘৰ্ষণহীন আৰু ডিজিটেলভাৱে সক্ষম ভ্ৰমণঅভিজ্ঞতা প্ৰস্তুত কৰি অনন্য ভাৰতীয় উষ্ণতাৰ অনুভূতিৰে সেৱা আগবঢ়াই নিজকে পৃথক কৰাৰ এয়াৰলাইনৰ অভিপ্ৰায়ৰ কথা ঘোষণা কৰিছে। নতুন ভিজুৱেল পৰিচয়ত এক্সপ্ৰেছ অৰেঞ্জ আৰু এক্সপ্ৰেছ টাৰ্কুইজৰ শক্তিশালী আৰু প্ৰিমিয়াম ৰঙৰ পেলেট আছে, যাৰ এক্সপ্ৰেছ টেঞ্জেৰিন আৰু এক্সপ্ৰেছ আইচ ব্লুৰ গৌণ ৰং আছে। প্ৰধান এক্সপ্ৰেছ অৰেঞ্জ…
Read More
আমাজন পে ব্যৱহাৰ কৰক আৰু সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ আৰু লাভালাভ প্ৰাপ্ত কৰক

আমাজন পে ব্যৱহাৰ কৰক আৰু সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ আৰু লাভালাভ প্ৰাপ্ত কৰক

প্ৰাইম সদস্যসকলে ২০২৩ চনৰ ৮ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এমাজ’ন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল ২০২৩-ৰ সময়চোৱাত এমাজ’ন.ইন-ত এটা অৰ্ডাৰ দি ১৫০০/- টকাৰ অনন্য অফাৰ আনলক কৰি ল’ব পাৰিব৷ কেৱল এইটোৱেই নহয়, যিসকল গ্ৰাহকে এমাজ’ন পে-ৰ জৰিয়তে পাঁচবাৰ ধনৰাশি পঠোৱা অথবা স্কেন এণ্ড পে লেনদেন সম্পন্ন কৰে, তেওঁলোকে ৫০০/- টকাৰ ৰোমাঞ্চকৰ অফাৰ আনলক কৰিব পাৰিব যিবোৰ উবেৰ, অ’লা, ছুইগি আৰু জ’মাটোৰ দৰে জনপ্ৰিয় এপসমূহৰ মাজেৰে ৰিডিম কৰি ল’ব পৰা যাব৷ এই উৎসৱৰ বজাৰ কৰাটো অতিৰিক্ত পুৰস্কাৰজনক কৰি তুলিবলৈ প্ৰাইম সদস্যসকলে এমাজ’ন পে আইচিআইচিআই ক্ৰেডিট কাৰ্ডৰ বাবে চাইন আপ কৰাৰ বাবে ২,৫০০/- টকা পৰ্যন্ত আদৰণি পুৰস্কাৰ লাভ হিচাপে কৰিব আৰু এমাজ’ন গ্ৰেট ইণ্ডিয়ান…
Read More
ছুইগীয়ে গুৱাহাটীৰ গ্ৰাহকসকললৈ লৈ আহিছে বিশাল দুৰ্গা পূজা উদযাপন

ছুইগীয়ে গুৱাহাটীৰ গ্ৰাহকসকললৈ লৈ আহিছে বিশাল দুৰ্গা পূজা উদযাপন

পৰিয়াল আৰু বন্ধু-বান্ধৱ বা আত্মীয়ৰ সমাগম হোৱা শুভ অনুষ্ঠানত অৰ্ডাৰ বৃদ্ধিৰ বাবে পৰিচিত চহৰ গুৱাহাটীত ৰেষ্টোৰাঁ, ব্ৰেণ্ড, ডেলিভাৰী পাৰ্টনাৰৰ সৈতে অংশীদাৰিত্ব কৰি এই দুৰ্গা পূজাৰ বাবে প্ৰস্তুতি চলাইছে ছুইগীয়ে। ছুইগীয়ে চহৰখনৰ প্ৰিয় ৰেষ্টুৰেণ্টসমূহত আকৰ্ষণীয় অফাৰ প্ৰদান কৰি এই উৎসৱত যোগ দিছে। ১৫ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ ছুইগীয়ে এক্সক্লুছিভ ৰেহাই প্ৰদান কৰিছে, যাৰ ভিতৰত গুৱাহাটীৰ আগশাৰীৰ ৰেষ্টুৰেণ্টসমূহৰ অৰ্ডাৰত অতি কমেও ১৫০ টকা ডিছকাউণ্ড, এই ৰেহাই আগবঢ়াব ডম চফৰ বিৰিয়ানী, ৪৭ গ্ৰে হাউছ কেফে, লামা, নিৰু’ছ ধাবা, কৰি’ছ, হাংগ্ৰী বুদ্ধা আৰু হেমলাতা ধাবাকে ধৰি বহুতো ৰেষ্টুৰেণ্টে। ছুইগী/ দুৰ্গা পূজা অভিযানে দৰ্শকক পূজাৰ প্ৰস্তুতিৰ মাজেৰে এক মনোমোহা যাত্ৰালৈ লৈ যায়, যাৰ দ্বাৰা ছুইগীৰ…
Read More