ব্যৱসায়

ভাৰতত নতুন উদ্ভাৱন পৰীক্ষাগাৰ আৰম্ভ কৰিবলৈ আমাজন ৱেব সেৱাৰ সৈতে সম্পৰ্ক সম্প্ৰসাৰিত কৰিছে আইবিএমে

ভাৰতত নতুন উদ্ভাৱন পৰীক্ষাগাৰ আৰম্ভ কৰিবলৈ আমাজন ৱেব সেৱাৰ সৈতে সম্পৰ্ক সম্প্ৰসাৰিত কৰিছে আইবিএমে

আইবিএমে আমাজন ৱেব চাৰ্ভিচেছ (এডব্লিউএছ)ৰ সৈতে নিজৰ সম্পৰ্ক সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে যাতে অধিক মিউচুৱেল ক্লায়েণ্টক জেনেৰেটিভ আৰ্টিফিচিয়েল ইনটেলিজেন্স(এআই)কে ধৰি শেহতীয়া প্ৰযুক্তিসমূহৰ পৰা কাৰ্যক্ষম আৰু মূল্য আহৰণ কৰাত সহায় কৰিব পাৰে। ইয়াৰ অংশ হিচাপে আই বি এম-এ বেংগালুৰুৰ আইবিএম ক্লায়েণ্ট এক্সপিৰিয়েঞ্চ চেণ্টাৰত এডব্লিউএছৰ সহযোগত উদ্ভাৱন পৰীক্ষাগাৰ(ইনভেচন লেব) মুকলি কৰিছে। আইবিএম-এডব্লিউএছৰ সহযোগিতা লেব ক্লায়েণ্টসকলৰ বাবে সমাধানসমূহ অন্বেষণ কৰিবলৈ, প্ৰ'ট'টাইপসমূহ পৰীক্ষা কৰিবলৈ আৰু বেংকিং, অটোমোটিভ, নিৰ্মাণ-উৎপাদন, শক্তি, ইউটিলিটি(উপযোগিতা), ভ্ৰমণ, পৰিবহণ আৰু স্বাস্থ্যসেৱাৰ দৰে উদ্যোগসমূহত উদ্ভাৱন ত্বৰান্বিত কৰিবলৈ বিশ্বব্যাপী মুকলি কৰা হৈছে। এই বিষয়ে এডব্লিউএছ ইণ্ডিয়া আৰু দক্ষিণ এছিয়াৰ কমাৰ্চিয়েল চেলৰ ডাইৰেক্টৰ তথা দেশৰ প্ৰধান বৈশালী কষ্টুৰে কয় যে, “এডব্লিউএছ আমাৰ যুটীয়া গ্ৰাহকৰ…
Read More
এক অনন্য বীমা গীতৰ শুভাৰম্ভণিৰ বাবে সান্নিধ্য ভূঞাৰ সৈতে সহযোগিতা আগবঢ়াইছে এচিকেঅ’ই

এক অনন্য বীমা গীতৰ শুভাৰম্ভণিৰ বাবে সান্নিধ্য ভূঞাৰ সৈতে সহযোগিতা আগবঢ়াইছে এচিকেঅ’ই

ভাৰতৰ আগশাৰীৰ বীমা প্ৰতিষ্ঠান এচিকেঅ'ই অসমৰ জনপ্ৰিয় শিল্পী সান্নিধ্য ভূঞাৰ সৈতে অংশীদাৰিত্ব কৰি এক অনন্য বীমা গীত "বীমা কৰক সুৰক্ষিত থাকক" মুকলি কৰিছে। ৰেপ ফৰ্মেটত উপস্থাপন কৰা এই গীতটোৰ লক্ষ্য হৈছে বীমাৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু নৱ প্ৰজন্মক সুৰক্ষা সমাধানত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰা। এই গীতটো প্ৰস্তুতৰ উদ্দেশ্য হৈছে স্বাস্থ্য বীমাৰ গুৰুত্বৰ বিষয়ে সজাগতা বিয়পাই দিয়া আৰু কম বয়সৰ পৰাই অধিক ব্যক্তিক বীমা ক্ৰয় কৰিবলৈ উৎসাহিত কৰা। অসমীয়া দৰ্শকসকলৰ অনন্য প্ৰয়োজন আৰু পছন্দ পূৰণৰ বাবে এক অতি স্থানীয়(হাইপাৰলোকেল) মাৰ্কেটিং কৌশল প্ৰস্তুত কৰিছে আৰু বীমাৰ সুবিধাৰ বিষয়ে সমাজখনক ইয়াৰ সৈতে জড়িত বিভিন্ন দিশসমূহত জ্ঞান প্ৰদান বা সজাগতা বৃদ্ধি কৰিছে।…
Read More
ক’ৰ্টয়াৰ্ড বাই মেৰিয়েট শ্বিলঙে প্ৰথমবাৰৰ বাবে আয়োজন কৰিলে কেক মিশ্ৰণ অনুষ্ঠানৰ

ক’ৰ্টয়াৰ্ড বাই মেৰিয়েট শ্বিলঙে প্ৰথমবাৰৰ বাবে আয়োজন কৰিলে কেক মিশ্ৰণ অনুষ্ঠানৰ

ক’ৰ্টয়াৰ্ড বাই মেৰিয়েট শ্বিলঙে ২০২৩ চনৰ ৫ নৱেম্বৰত প্ৰথমবাৰৰ বাবে কেক মিক্সিং অনুষ্ঠানৰ আয়োজন কৰে, যি হোটেলখনৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। বৰদিনৰ এমাহ পূৰ্বে আৰম্ভ হোৱা পৰম্পৰাগত কেক মিশ্ৰণ অনুষ্ঠানটোৱে সৌভাগ্য আৰু আনন্দ কঢ়িয়াই আনিব বুলি ধাৰণা কৰা হৈছে। এই অনুষ্ঠানত প্লাম কেকত বিভিন্ন উপাদান সংগ্ৰহ কৰি অন্তৰ্ভুক্ত কৰি প্ৰস্তুত কৰা হৈছিল, য’ত আছিল স্পিৰিট, শুকান ফল, চেৰী, খেজুৰ আৰু মছলা ইত্যাদি, যিবোৰ পিছত ব্ৰেণ্ডী, ৰাম, ৱাইনৰ দৰে সুৰাযুক্ত পানীয়ত তিয়াই ৰখা হয়। এই অনুষ্ঠানটোৱে চহৰখনৰ ৰসিক, জ্ঞানী আৰু জনপ্ৰিয় ব্যক্তিসকলক আকৰ্ষণ কৰিছিল, অনুষ্ঠানত এক সুন্দৰ আকৰ্ষণীয় চাহৰ অভিজ্ঞতাও প্ৰদান কৰা হৈছিল, য'ত বিভিন্ন মিঠাই যেনে…
Read More
টেকো বেলৰ “ক্ৰেভ এণ্ড চেভ” মেনু আৰম্ভ হৈছে মাত্ৰ 69* টকাত

টেকো বেলৰ “ক্ৰেভ এণ্ড চেভ” মেনু আৰম্ভ হৈছে মাত্ৰ 69* টকাত

টেকো বেল ইণ্ডিয়াই মাত্ৰ 69* টকাতে এতিয়া সুস্বাদু আৰু আনন্দদায়ক "ক্ৰেভ এণ্ড ছেভ" মেনু আগবঢ়াইছে, য'ত উপলব্ধ হৈছে ছবিধ মেক্সিকান-অনুপ্ৰাণিত খাদ্য। এই ভেল্যু-ফৰ-মেনুত তিনিবিধ নিৰামিষ বিকল্প আছে, য'ত আছে ক্ৰিস্পি পটেটো টেকো, ক্ৰিস্পি পটেটো ৰেপ আৰু চীজ কুৱেছাডিলা, যিবোৰ এতিয়া 69 টকাৰ পৰাই লাভ কৰিব। আমিষ ভোজীসকলৰ বাবেও আছে তিনিটা বিকল্প: ক্ৰিস্পি চিকেন টেকো, ক্ৰিস্পি চিকেন ৰেপ আৰু চিজি চিকেন কুৱেছাডিলা, যাৰ মূল্য 99 টকা। এই মেনুখন মুকলি কৰিবলৈ টেকো বেল ইণ্ডিয়াই সামাজিক মাধ্যমৰ প্লেটফৰ্মবোৰত ১০ ছেকেণ্ডৰ এটা  সামগ্ৰী সৃষ্টিশীল ভিডিঅ' প্ৰস্তুত কৰি ডিজিটেল প্ৰচাৰ আৰম্ভ কৰিব। মেনুখনৰ উদ্দেশ্য হৈছে প্ৰতিবাৰৰ আহাৰকে যাতে এক স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰিব পাৰে। গ্ৰাহকসকলে…
Read More
অ’এনজিচিৰ দৰে চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগ উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন উন্নত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ: পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ পুৰী

অ’এনজিচিৰ দৰে চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগ উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন উন্নত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ: পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ পুৰী

কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে শিৱসাগৰত অ’এনজিচিৰ সমৰ্থনত নিৰ্মিত ছ্যু-কা-ফা চিকিৎসালয়খন উদ্বোধন কৰিলে। মুঠ ৪৮৩.১৯ কোটি টকা বিনিয়োগেৰে নিৰ্মিত মাল্টি-স্পেচিয়েলিটী হাস্পতালখনে বছৰি ১ লাখৰো অধিক ৰোগীক স্বাস্থ্যসেৱা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ড০ বাবাছাহেব আম্বেদকাৰ বৈদ্যকিয়া প্ৰতিস্থান (বিএভিপি)ৰ দ্বাৰা ব্যৱস্থাপনা আৰু পৰিচালিত এই হাস্পতালখন ৩৫ একৰতকৈও অধিক ভূমিত বিস্তৃত আৰু ইয়াত ৩০০খন বিচনা আছে। ইয়াত বিভিন্ন চিকিৎসা সেৱা আগবঢ়োৱা হয়, যাৰ ভিতৰত আছে অৰ্থপেডিক, ট্ৰমা, পেডিয়াট্ৰিক আৰু এন আই চি ইউ, প্ৰসূতি, স্ত্ৰীৰোগ, ই এন টি, স্কাল বেছ অস্ত্ৰোপচাৰ, ফিজিঅ'থেৰাপী, পুনৰ সংস্থাপন(ৰিহেবিলিটেচন) আৰু উন্নত ৰোগ নিৰ্ণয় বা নিদান ইত্যাদি। চিকিৎসালয়খনত মড্যুলাৰ অপাৰেচন থিয়েটাৰ, এটা ক্ৰিটিকেল কেয়াৰ (বিশেষ যত্ন)…
Read More
ধৰ্মেন্দ্ৰ প্ৰধানে ভ্ৰমণ কৰিলে ৪২ আবু ধাবি

ধৰ্মেন্দ্ৰ প্ৰধানে ভ্ৰমণ কৰিলে ৪২ আবু ধাবি

কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক ৰক্ষাৰ বিষয়ে আলোচনা কৰিবলৈ আবু ধাবিত ইউএইৰ শিক্ষা মন্ত্ৰী এইচ.ই. ড০ আহমেদ আল ফালাচীৰ সৈতে সাক্ষাৎ কৰে। তেওঁলোকে ইউ এ ইত শৈক্ষিক আৰু দক্ষতা অৰ্হতা আৰু ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ পাৰস্পৰিক স্বীকৃতিৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰি অবিৰত কামৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰী প্ৰধানে প্ৰকল্প-আধাৰিত আৰু গেমিফাইড পাঠ্যক্ৰমৰ জৰিয়তে উদ্ভাৱন, সৃজনশীলতা আৰু সমনীয়াৰ পৰা সমনীয়ালৈ শিক্ষাক উৎসাহিত কৰাৰ ওপৰত গভীৰ গুৰুত্ব আৰোপ কৰি ৪২ আবু ধাবি নামৰ এক কোডিং স্কুল পৰিদৰ্শন কৰে।  এই বৈঠকত শিক্ষানুষ্ঠানসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে ভাৰত আৰু…
Read More
নৌৰিছিং স্কুল ফাউণ্ডেচনে অসমৰ বিদ্যালয়সমূহক প্ৰদান কৰিছে টুলকিট

নৌৰিছিং স্কুল ফাউণ্ডেচনে অসমৰ বিদ্যালয়সমূহক প্ৰদান কৰিছে টুলকিট

বিহাৰ, মহাৰাষ্ট্ৰ, গুজৰাট, ঝাৰখণ্ড আৰু অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত পুষ্টিহীনতাৰ হাৰ অধিক। কিশোৰৰ অৱস্থাৰ স্বাস্থ্যসেৱা আৰু পুষ্টিৰ ওপৰত সঠিক তথ্যৰ অভাৱ হৈছে পুষ্টি বৃদ্ধি আৰু যুৱ সমাজৰ মাজত পুষ্টিহীনতা দূৰ কৰাত এক অন্যতম প্ৰত্যাহ্বান। উত্তৰ-পূবৰ ৰাজ্যবোৰত পুষ্টিক প্ৰায়ে উপেক্ষা কৰা হয়, যাৰ ফলত শিশুসকলৰ মাজত পুষ্টিহীনতা অধিক হয়। নৌৰিছিং স্কুলফাউণ্ডেচনৰ লক্ষ্য হৈছে শিশুসকলৰ মাজত পুষ্টিৰ সজাগতা বৃদ্ধি কৰা, বিশেষভাৱে তথ্য-চালিত আৰ্হিৰ জৰিয়তে যাতে চতুৰ্থ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পুষ্টিৰ প্ৰতি সজাগতা বৃদ্ধি কৰিব পৰা যায়। অসমত পুষ্টিহীনতা এটা গুৰুতৰ বিষয়, যাৰ বাবে ২২% শিশুৰ অপচয় হয়। এই ফাউণ্ডেচনে শিশুসকলক পুষ্টিৰ গুৰুত্ব বুজিবলৈ আৰু স্বাস্থ্যসন্মত অভ্যাস গ্ৰহণ…
Read More
মানিক চান্দ জুৱেলাৰ্ছ গুৱাহাটীত ইয়াৰ ৪ৰ্থ ষ্ট’ৰ খুলিছে

মানিক চান্দ জুৱেলাৰ্ছ গুৱাহাটীত ইয়াৰ ৪ৰ্থ ষ্ট’ৰ খুলিছে

আগশাৰীৰ গহণা প্রতিষ্ঠান মাণিক চান্দ জুৱেলাৰ্ছে আজি গুৱাহাটীত নিজৰ আন এখন ফ্লেগশ্বিপ ষ্ট'ৰ উদ্বোধন কৰি নিজৰ পৰিসৰ বৃদ্ধি কৰিছে। এই উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে বলীউডৰ মোহময়ী অভিনেত্রী ডেইজী শ্বাহ। এই প্ৰান্তত তেওঁলোকৰ ৬ষ্ঠ ষ্ট'ৰ আৰু গুৱাহাটীত ৪ৰ্থ ষ্ট'ৰ মুকলি অনুষ্ঠানত বলীউডৰ মোহময়ী অভিনেত্রীগৰাকীৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। মাণিক চান্দ জুৱেলাৰ্ছৰ এম ডি কৃষাণ কুমাৰ ছোনীৰ লগতে মাণিক চান্দৰ আন সদস্যসকলে ডেইজী স্বাহক উষ্ম আদৰণি জনায়। প্ৰথমবাৰলৈ গুৱাহাটী ভ্ৰমণ আৰু ষ্ট'ৰৰ সমৃদ্ধিৰ বিষয়ে মন্তব্য কৰি অভিনেত্রী ডেইজী শ্বাহে কয় যে “মাণিক চান্দ জুৱেলাৰ্ছৰ যাত্ৰাৰ এই স্মৰণীয় মুহূৰ্তৰ অংশ হ'বলৈ পাই মই আনন্দিত হৈছোঁ। ষ্ট'ৰৰ ভিতৰৰ অংশ যথেষ্ট আধুনিক আৰু গহণাৰ সংগ্ৰহসমূহো যথেষ্ট…
Read More
চ’নী বিবিচি আৰ্থে ৬ নৱেম্বৰৰ পৰা আগবঢ়াইছে মাৰ্কিন সম্পদ ‘আৰ্থ চেম্পিয়নছ’

চ’নী বিবিচি আৰ্থে ৬ নৱেম্বৰৰ পৰা আগবঢ়াইছে মাৰ্কিন সম্পদ ‘আৰ্থ চেম্পিয়নছ’

চ’নী বিবিচি আৰ্থে মুকলি কৰিছে ‘আৰ্থ চেম্পিয়নছ’, যিয়ে দৰ্শকক ৩ মিনিটৰ আকৰ্ষণীয় কেপচুল হিচাপে অনুপ্ৰাণিত কৰিব, প্ৰকৃতিৰ অনন্য পৃষ্ঠভূমিৰ জৰিয়তে এক অসাধাৰণ যাত্ৰাত নিজকে আঁতৰাই নিব। ২০২৩ চনৰ ৬ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই ছিৰিজত প্ৰকৃতিপ্ৰেমী আৰু সাধাৰণ নাগৰিকৰ কাহিনীসমূহ প্ৰচাৰ কৰা হ’ব, লগতে ইতিবাচক পৰিৱৰ্তনক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত ব্যক্তিগত কাৰ্যৰ শক্তিৰ ওপৰত আলোকপাত কৰা হ’ব। চেনেলটোৱে প্ৰতিমাহে বাস্তৱ জীৱনৰ নায়কসকলকো সন্মান আৰু উদযাপন কৰিব, যিয়ে বনাঞ্চল পুনৰুদ্ধাৰ, আৱৰ্জনা ব্যৱস্থাপনা, পানী আৰু বায়ু বিশুদ্ধকৰণৰ দৰে বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমাধানৰ ব্যৱস্থা কৰে।এই অনুষ্ঠানৰ প্ৰথম খণ্ডত 'যাদৱ পায়েঙ'ৰ বিষয়ে সম্প্ৰচাৰ হ'ব, যাক ফৰেষ্ট মেন অৱ ইণ্ডিয়া বুলিও জনা যায়। তেওঁ…
Read More
আইচিআইচিআই বেংকে ডিজিটেল ৰুপি ব্যৱহাৰ কৰি লাখ লাখ গ্ৰাহকক যিকোনো ব্যৱসায়ী কিউআৰ ক’ডৰ জৰিয়তে ধন পৰিশোধ কৰিবলৈ সক্ষম কৰিছে

আইচিআইচিআই বেংকে ডিজিটেল ৰুপি ব্যৱহাৰ কৰি লাখ লাখ গ্ৰাহকক যিকোনো ব্যৱসায়ী কিউআৰ ক’ডৰ জৰিয়তে ধন পৰিশোধ কৰিবলৈ সক্ষম কৰিছে

আইচিআইচিআই বেংকৰ ‘ডিজিটেল ৰুপী বাই আইচিআইচিআই বেংক’ নামেৰে বেংকৰ ডিজিটেল ৰুপি (ই₹) এপ ব্যৱহাৰ কৰি লাখ লাখ গ্ৰাহকে যিকোনো ব্যৱসায়ীক কিউআৰ ক’ডত ধন পৰিশোধ কৰিবলৈ সক্ষম কৰা বুলি ঘোষণা কৰিছে। বেংকে নিজৰ ডিজিটেল ৰুপিৰ এপ ইউপিআই(ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ)ক আন্তঃকাৰ্য্যকৰী কৰি ইয়াক সম্ভৱ কৰি তুলিছে। এই সংহতি(ইণ্টিগ্ৰেচ)ৰ ফলত গ্ৰাহকে ব্যৱসায়ী আউটলেটত বৰ্তমানৰ ইউপিআই কিউআৰ ক’ড স্কেন কৰিব পাৰে আৰু ডিজিটেল ৰুপি এপৰ জৰিয়তে ধন পৰিশোধ কৰিব পাৰে, যাৰ ফলত বাধ্যতামূলক অনবৰ্ডিং পদ্ধতিৰ প্ৰয়োজনীয়তা নোহোৱা হয় আৰু লেনদেন সম্পূৰ্ণ কৰিব পাৰে। এপটো এণ্ড্ৰইড আৰু আইঅ’এছ দুয়োটা ডিভাইচৰ বাবে উপলব্ধ আৰু ব্যৱহাৰকাৰীসকলক নিজৰ সঞ্চয় একাউণ্টৰ পৰা ধন লোড কৰিবলৈ অনুমতি দিয়ে। নিৰৱচ্ছিন্ন ডিজিটেল…
Read More