উত্তৰ-পূৱ

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অধীনস্থ মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ে জিলাৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অধীনস্থ মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ে জিলাৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে । ভাৰতীয় ডাক টিকেটতৰ মানচিত্ৰত সন্নিবিষ্ট হৈছে চিকিৎসালয় খনৰ ছবি। ১৯৩৮ চনতেই স্থাপন হোৱা বঘৰা ৰাজ্যিক চিকিৎসালয় খনৰ ছৱি সন্নিবিষ্ট হৈছে ভাৰতীয় ডাক টিকটৰ মানচিত্ৰত । চিকিৎসক ডাঃ অমৰজ্যোতি ডেকাৰ প্ৰচেষ্টাত এই সন্মান লভিছে চিকিৎসালয় খনে। উল্লেখ যে যি সময়ত চৰকাৰী চিকিৎসক আৰু স্বাস্থ্য খণ্ডৰ প্ৰতি ৰাইজৰ বিৰাগ সৃষ্টি হৈছে সেই সময়তে যুৱ চিকিৎসক অমৰজ্যোতি ডেকাই জহিখহি যোৱা চিকিৎসা লয় খনক নিজৰ ঘৰৰ দৰেই সজাই তুলিছে। তৰোপৰি ৰোগী আৰু ৰাইজৰ লগত গঢ়ি তুলিছে আত্মিক সম্পক। দিনৰাতি একাকাৰ কৰি আগবঢ়াইছে চিকিৎসা সেৱা। যাৰবাবে এতিয়া মানুহৰ মুখে মুখে…
Read More
কমনৱেলথ গেমছৰ মিশ্ৰিত বেডমিণ্টনত ভাৰতৰ ৰূপৰ পদক

কমনৱেলথ গেমছৰ মিশ্ৰিত বেডমিণ্টনত ভাৰতৰ ৰূপৰ পদক

ভাৰতীয় মিশ্ৰিত বেডমিণ্টন দলে মঙলবাৰে বাৰ্মিংহামত চলি থকা কমনৱেলথ গেমছ ২০২২ত ৰূপৰ পদক অৰ্জন কৰে। মিক্সড বেডমিণ্টন দলৰ ফাইনেলত ভাৰতে মালয়েছিয়াৰ হাতত ৩-১ ত পৰাস্ত হয়। ভাৰতৰ বাবে, কেৱল পি ভি সিন্ধুৱেহে তেওঁৰ বাউট জিকিবলৈ সক্ষম হৈছিল। আনহাতে পুৰুষৰ ডাবলছ, পুৰুষৰ একক আৰু মহিলাৰ ডাবলছত, ভাৰতে মালয়েছিয়াৰ বিৰুদ্ধে অগ্ৰগতি লাভ কৰিছিল। কমনৱেলথ গেমছ ২০২২ৰ পদক প্ৰতিযোগিতাৰ বাবে মিক্সড বেডমিণ্টন দলৰ পুৰুষৰ দ্বৈত প্ৰথমখন খেল মঙলবাৰে অনুষ্ঠিত হৈছিল। ভাৰতৰ হৈ সতৱিক চাইৰাজ ৰঙ্কিৰেড্ডী আৰু চিৰাগ চেট্টীৰ ভাৰতীয় যুটিয়ে টেং ফং এৰন চিয়া আৰু ভুই য়িক চোহৰ ব্ৰঞ্জ পদক বিজয়ী যুটিৰ হাতত ১৮-২১, ১৫-২১ ত পৰাস্ত হয়। ইয়াৰ পিছত, মহিলাৰ একক খেলত,…
Read More
গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ বেহাৰবাৰীত বন বিভাগৰ উচ্ছেদ অভিযান ; ১৪ টা গৃহ ধ্বংস

গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ বেহাৰবাৰীত বন বিভাগৰ উচ্ছেদ অভিযান ; ১৪ টা গৃহ ধ্বংস

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই  পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু জৈৱ বৈচিচিত্ৰ্য সংৰক্ষণ কৰাৰ বাবে ৰাজ্যৰ সংৰক্ষিত বনাঞ্চল সমূহ যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰিবলৈ বন বিভাগক কিছুদিন পূৰ্বে অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত  নিৰ্দেশ দিছে ।  আনকি মুখ্যমন্ত্ৰীয়ে বনাঞ্চলত নতুনকৈ যাতে বেদখলৰ ঘটনা সংঘটিত নহয় তাৰ ওপৰতো চকু ৰাখিবলৈ বন বিভাগক নিৰ্দেশ দিছে ।   আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ৰাজ্য চৰকাৰৰ বন বিভাগৰ প্ৰাদেশিক শাখাৰ আন কেবাটাও  সংমণ্ডলৰ দৰে পূব কামৰূপ বন সংমণ্ডলৰ  ডি এফ অ ৰোহিণী বল্লভ শইকীয়াই  খণ্ড বন বিষয়া সকলক  নিজ নিজ এলেকাত  নতুনকৈ  হোৱা বেদখল সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । ডি এফ অৰ নিৰ্দেশৰ…
Read More
দ্বিতীয় টি-২০ ত জয়ৰে ভাৰতৰ বিৰুদ্ধে শৃংখলাত সমতা অর্জন ৱেষ্ট ইণ্ডিজৰ

দ্বিতীয় টি-২০ ত জয়ৰে ভাৰতৰ বিৰুদ্ধে শৃংখলাত সমতা অর্জন ৱেষ্ট ইণ্ডিজৰ

 ৱেষ্ট ইণ্ডিজে সোমবাৰে নিশা দ্বিতীয় টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ভাৰতক পাঁচ উইকেটত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে ১৯.২ অভাৰত বিজয়ৰ বাবে ১৩৯ ৰানৰ লক্ষ্য অৰ্জন কৰি পাঁচখন খেলৰ শৃংখলা১-১ ত সমতা অৰ্জন কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ ব্ৰেণ্ডন কিংয়ে সৰ্বাধিক ৬৮ ৰান সংগ্ৰহ কৰে। শেষ অভাৰৰ প্ৰথম বলটোত ডি থমাছে আৱেশ খানৰ বলত এটা ছয় মাৰে। পৰৱৰ্তী বলত এটা চাৰিৰ পিছত, ৱেষ্ট ইণ্ডিজে মেচখন ৫ উইকেটত জয় লাভ কৰে। এনেদৰে, ৱেষ্ট ইণ্ডিজে শৃংখলাটো (টি-২০ শৃংখলা) ১-১ ত সমতা অৰ্জন কৰিছে। খেলখনৰ প্ৰথম বলত অধিনায়ক ৰোহিত শৰ্মা (শূন্য) আউট হয়। ভাৰতীয় বেটছমেনসকলে ইয়াত ৱাৰ্ণাৰ পাৰ্কত পিটছৰ গতি আৰু বাউন্স বুজি পোৱাত যথেষ্ট সমস্যা হৈছিল আৰু…
Read More
আইচিচি টি-২০ ৰেংকিঙৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ তৃতীয় স্থানত স্মৃতি মান্ধানা

আইচিচি টি-২০ ৰেংকিঙৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ তৃতীয় স্থানত স্মৃতি মান্ধানা

কমনৱেলথ গেমছত পাকিস্তানৰ বিৰুদ্ধে অপৰাজিত অৰ্ধশতক অৰ্জন কৰা ভাৰতীয় অপেনাৰ স্মৃতি মান্ধানাই মঙলবাৰে প্ৰকাশ কৰা শেহতীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ টি-২০ ৰেংকিঙত কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ তৃতীয় স্থান লাভ কৰে। বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ উদ্বোধনী খেলখনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২৪ ৰান কৰা মান্ধানাই পাকিস্তানৰ বিৰুদ্ধে ৪২ টা বলত ৬৩ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। এই ইনিংছৰ পিছত, তেওঁ ৰেংকিঙত নিউজীলেণ্ডৰ ছফি ডেভাইনক অতিক্ৰম কৰে। তেওঁ দ্বিতীয় স্থানত থকা অষ্ট্ৰেলিয়াৰ বেথ মুনিৰ পৰা দুটা ৰেটিং পইণ্ট পিছ পৰি আছে। মুনিৰ নামত ৭০৭ ৰেটিং পইণ্ট আছে, আনহাতে তেওঁৰে দেশৰ মেগ লেনিং ৭৩৩ ৰেটিং পইণ্টৰ সৈতে তালিকাৰ শীৰ্ষত আছে। বাওঁহাতৰ বেটছমেন মান্ধানাই এদিনীয়াত ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছে। তেওঁ…
Read More
প্ৰীতিৰেখা ভূঞাৰ দুখন গ্ৰন্থ ‘কামাখ্যা ঃ নীলাচলত প্ৰকৃতিৰ সন্ধান’ আৰু ‘নিৰ্যাতিত পুৰুষ, আধুনিক 

প্ৰীতিৰেখা ভূঞাৰ দুখন গ্ৰন্থ ‘কামাখ্যা ঃ নীলাচলত প্ৰকৃতিৰ সন্ধান’ আৰু ‘নিৰ্যাতিত পুৰুষ, আধুনিক 

গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লেখিকা-সাংবাদিক প্ৰীতিৰেখাৰ ভূঞাৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়৷ সাংবাদিকগৰাকীয়ে অসসম চৰকাৰৰ মিডিয়া ফেল’শ্বিপ লাভ কৰি কৰা গৱেষণামূলক অধ্যয়নৰ ফচল ‘কামাখ্যা ঃ নীলাচলত প্ৰকৃতিৰ সন্ধান’ আৰু প্ৰবন্ধ সংকলন ‘নিৰ্যাতিত পুৰুষ, আধুনিক অভিমন্যু আৰু অন্যান্য’ গ্ৰন্থখন উন্মোচন কৰে সাহিত্যিক সমালোচক ড॰ গোৱিন্দ প্ৰসাদ শৰ্মা, সাহিত্য অকাদেমি বঁটাপ্ৰাপক ঔপন্যাসিক, সাতসৰী আৰু সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী আৰু অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই৷ ‘কামাখ্যা ঃ নীলাচলত প্ৰকৃতিৰ সন্ধান’ সন্দৰ্ভত অনুৰাধা শৰ্মা পূজাৰীয়ে কয়– ‘প্ৰীতিৰ এই গ্ৰন্থখনে এটা নতুন বাট সৃষ্টি কৰিছে৷ ইয়াৰ আগতে নীলাচলৰ প্ৰকৃতিক লৈ বিশেষ কাম হোৱা নাই৷ গতিকে প্ৰীতিৰেখাৰ এই গ্ৰন্থখন অতি গুৰুত্বপূৰ্ণ৷…
Read More
কলাক্ষেত্ৰত শিশু-চেমনীয়াৰ নাট “ৰতনপুৰৰ ৰত্নকোঁৱৰ” মঞ্চস্থ

কলাক্ষেত্ৰত শিশু-চেমনীয়াৰ নাট “ৰতনপুৰৰ ৰত্নকোঁৱৰ” মঞ্চস্থ

ৰত্নকোঁৱৰৰ দৰে মানুহ ভালপোৱা মানুহ আৰু নিঃস্ব মানুহৰ বাবে সৰ্বচ্চ উজাৰি প্ৰাণবলি দিয়া পৰিভ্ৰমী চৰাইজনীৰ দৰে বিনন্দীয়া প্ৰকৃতি — এই দুয়োৱে ভৱিষ্যতৰ সুখী পৃথিৱীখনৰ আধাৰ—আমি এই আধাৰক ৰক্ষা কৰিব লাগিব। এই মূল উপজীৱ্য বিষয়বস্তুৰে অস্কাৰ ৱাইল্ডৰ বিখ্যাত "হেপী প্ৰিন্স" সাধুটোৰ আধাৰত বিশিষ্ট নাট্যকাৰ হৰেন্দ্ৰনাথ বৰঠাকুৰে ৰচনা কৰা শিশু-চেমনীয়াৰ নাট "ৰতনপুৰৰ ৰত্নকোঁৱৰ" যোৱা ২৮ জুলাইৰ সন্ধিয়া শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হয়। বিশিষ্ট অভিনেতা, চলচ্চিত্ৰ পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যই উদ্বোধন কৰা নাটখনিৰ পৰিচালনা আছিল দিলীপ গোস্বামীৰ। নাট্যশালা গুৱাহাটীৰ উদ্যোগত আৰু অম্বিকাগিৰী নগৰৰ সেউজ সংঘৰ সহযোগত যোৱা ১০ জুলাইৰ পৰা অনুষ্ঠিত হোৱা শিশু নাট‌ কৰ্মশালাৰ প্ৰয়োজনা হিচাপে মঞ্চস্থ কৰা…
Read More
কমনৱেলথ গেমছত আটাইকেইটা সফল তাৰকা অষ্ট্ৰেলিয়াৰ সাঁতোৰবিদ এমা মেককন

কমনৱেলথ গেমছত আটাইকেইটা সফল তাৰকা অষ্ট্ৰেলিয়াৰ সাঁতোৰবিদ এমা মেককন

অষ্ট্ৰেলিয়াৰ সাঁতোৰবিদ এমা মেককনে মহিলাৰ ৫০ মিটাৰ ফ্ৰীষ্টাইলত স্বৰ্ণ জয় কৰি নতুন ইতিহাস সৃষ্টি কৰে। তেওঁ কমনৱেলথ গেমছৰ আটাইতকৈ সফল খেলুৱৈ হৈ পৰিছে। মেককনে গ্লাছগো আৰু গ'ল্ড কোষ্টৰ সফলতাক আগবঢ়াই বাৰ্মিংহাম কমনৱেলথ গেমছত তেওঁৰ ১১ তম সোণৰ পদক অর্জন কৰে,  যিটো এটা নতুন অভিলেখ। বাৰ্মিংহাম গেমছত এয়া ২৮ বছৰীয়া তাৰকাগৰাকীৰ তৃতীয়টো স্বৰ্ণ পদক। ইয়াৰ পূৰ্বে, তেওঁ ৪×১০০ মিটাৰ ফ্ৰীষ্টাইল আৰু ৪×১০০ মিটাৰ মিক্সড ৰিলেতো সোণৰ পদক জিকিছিল। মেককনৰ নেতৃত্বত অষ্ট্ৰেলিয়াই মহিলাৰ ৫০ মিটাৰ ফ্ৰীষ্টাইলত তিনিওটা পদক জিকিছিল। মেককনে ২৩.৯৯ ছেকেণ্ডত দূৰত্ব সম্পূৰ্ণ কৰিছিল। তেওঁৰ সহযোগী মেগ হেৰিছে ৰূপ আৰু ছাইনা জেকে ব্ৰঞ্জৰ পদক অর্জন কৰে। মেককনৰ পিতৃ-মাতৃ ৰন আৰু চুচিও…
Read More
মহিলাৰ ইউৰোপিয়ান চেম্পিয়নশ্বিপ ফুটবলৰ চেম্পিয়ন ইংলেণ্ড

মহিলাৰ ইউৰোপিয়ান চেম্পিয়নশ্বিপ ফুটবলৰ চেম্পিয়ন ইংলেণ্ড

মহিলাৰ ইউৰোপিয়ান চেম্পিয়নশ্বিপ ফুটবলৰ চেম্পিয়ন খিতাপ দখল কৰিছে ইংলেণ্ডে। অতিৰিক্ত সময় লৈ চলা ফাইনেল খেলত ইংলেণ্ডে জাৰ্মানীক ২-১ গ'লত পৰাস্ত কৰি মহিলাৰ ইউৰোপিয়ান চেম্পিয়নশ্বিপ ফুটবল খিতাপ অৰ্জন কৰে। যেতিয়া এনে লাগিছিল যে ইংলেণ্ডৰ ওপৰত প্ৰবল চাপ  আহিছে, তেনে সময়তে চোলে কেলীয়ে ১১০তম মিনিটত গ'ল কৰে, যিটো নিৰ্ণায়ক প্ৰমাণিত হৈছিল। কেলীৰ গ'লৰ পূৰ্বে ইংলেণ্ডৰ খেলুৱৈসকলক অতি ভাগৰুৱা যেন লাগিছিল আৰু জাৰ্মানীৰ বিকল্প খেলুৱৈসকলৰ সন্মুখত সংগ্ৰাম কৰিবলগীয়া হৈছিল। নিৰ্ধাৰিত সময়লৈকে, খেলখন ১-১ ত টাই হৈছিল। ইংলেণ্ডৰ হৈ ইলা টোনে ৬২ মিনিটত গ'ল কৰে আনহাতে জাৰ্মানীৰ হৈ লিনা মাগুলে ৭৯ মিনিটত ইকুইলাইজাৰ গ'ল কৰে।
Read More
ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল ইংলেণ্ডৰ

ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল ইংলেণ্ডৰ

 তৃতীয় টি-২০ খেলখনত দক্ষিণ আফ্ৰিকাই ইংলেণ্ডক ৯০ ৰানত পৰাস্ত কৰি শৃংখলা ২-১ত দখল কৰিছে। প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৯১ ৰান সংগ্ৰহ কৰে। ৰেজা হেনৰিক্সে ৭০ ৰান কৰাৰ সময়ত এডাম মাৰ্ক্ৰামে ৩৬ টা বলত ৫১ ৰানৰ অৱদান আগবঢ়াইছিল। ইয়াৰ উপৰিও ডেভিদ মিলাৰে ৯ টা বলত ২২ ৰান সংগ্ৰহ কৰে। ৰেজা হেনৰিক্সে তেওঁৰ ৭০ ৰানৰ ইনিংছৰ সময়ত ৯ টা চাৰি মাৰে। একে সময়তে, ইংলেণ্ডৰ হৈ, ডেভিদ ৱিলিয়ে ৪ অভাৰত ২৫ ৰানত ৩টা উইকেট দখল কৰে। দক্ষিণ আফ্ৰিকাৰ ১৯২ ৰানৰ লক্ষ্যৰ পিছ কৰি ইংলেণ্ড ১৬.৪ অভাৰত মাত্ৰ ১০১ ৰানত অলআউট হয়। এনেদৰে ইংলেণ্ডে ৯০ ৰানত শোচনীয়…
Read More