উত্তৰ-পূৱ

অসন্মান নে দেশপ্ৰেম ?

অসন্মান নে দেশপ্ৰেম ?সজাগতাৰ অভাৱ নে ইচ্চাকৃত ?হয় বকো আৰু ছয়গাঁওৰ বহু স্থানত এতিয়াও উৰি আছে ত্ৰিৰংগা ৷ উল্লেখযোগ্য যে ছয়গাঁও সমষ্টিৰ নতুন দেউচৰ পানী যোগান আঁচনিৰ দৃশ্য এয়া। 15 আগষ্টত উৰুৱা পতাকা আজিলৈ এনেদৰে উৰি আছে ৷ বকোৰ কাকৰাবড়ী অংগনাবডি কেন্দ্ৰত আজিলৈ এনদৰে আছে ত্ৰিৰংগা ৷ লগতে ছয়গাঁৱৰ মৰা কলহী নতুন দেউচৰৰ বহু লোকৰ ঘৰত আজিও উৰি আছে ত্ৰিৰংগা ৷প্ৰশ্ন হল এয়া অৱমাননা নে দেশ প্ৰেম ?আচলতে দোষ কাৰ ? উত্তলনৰ ক্ষেত্ৰত যেনেদৰে সজগতা আনিছিল অৱতৰনৰ ক্ষেত্ৰতে দেখা নগল ৷ প্ৰায় এমাহ আগৰ পৰা ঘৰ ঘৰ ত্ৰিৰংগাৰ বাবে সজাগতা কৰা দেখা গল যদিও 15 আগষ্টৰ দিনা সুৰ্য অস্ত যোৱাৰ…
Read More

সদৌ অসম সংখ্যাসঘু ছাত্ৰ ইউনিয়ন (আমছুৰ ) দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ 2ঘন্টীয়া “”অৱস্হান ধৰ্মঘট

সদৌ অসম সংখ্যাসঘু ছাত্ৰ ইউনিয়ন (আমছুৰ ) দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ 2ঘন্টীয়া ""অৱস্হান ধৰ্মঘট "" :::সদৌ অসম সংখ্যাসঘু ছাত্ৰ ইউনিয়ন (আমছুৰ ) দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ তৰফৰ পৰা আজি দক্ষিণ শাকমাৰা মানকাচৰ জিলা উপায়ুক্ত কাৰ্য্যলয়ৰ সন্মূখত দিনৰ 11.00 বজাৰ পৰা 1. 00 বজালৈ এখন 2 ঘন্টীয়া ""অৱস্হান ধৰ্মঘট "" কাৰ্য্যসূচী অনুষ্ঠিত হয় ! সিহঁতৰ দাবী সমূহ আছিল - 1. ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি প্ৰদান কৰা !2. স্কুল সমূহত শিক্ষক বদলিকৰণৰ আগত সেইস্হানত শিক্ষক নিযুক্তি সম্পূৰ্ণ কৰক !3. ভূিমিহীন লোকক ভূমি পত্তা প্ৰদান কৰক আৰু উচ্ছেদিত লোকক পুনৰ সংস্হাপিত কৰক !4. অৰুণাচল প্ৰদেশত মত্যুবৰণ কৰা শ্ৰমিকসকলক 5(পাচঁ) লাখকৈ…
Read More
এআইএফএফ সভাপতি পদৰ দৌৰত বহু ৰাজনৈতিক নেতা

এআইএফএফ সভাপতি পদৰ দৌৰত বহু ৰাজনৈতিক নেতা

ফুটবলৰ কিংবদন্তী ভাইচুং ভুটিয়াই শুকুৰবাৰে আগন্তুক সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন (এআইএফএফ) নিৰ্বাচনত সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে, কিন্তু প্ৰাক্তন খেলুৱৈজনৰ এই পথ সহজ নহ'ব কিয়নো ৰাজনৈতিক সমৰ্থন থকা বহু প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। প্ৰাক্তন ফুটবল খেলুৱৈৰ পৰা ৰাজনীতিবিদ হোৱাৰ উপৰিও, ক্ৰীড়া প্ৰশাসনত যোগদান কৰিব বিচৰা ৰাজনীতিবিদো আছে এই দৌৰত।  ইয়াৰ উপৰিও, দীৰ্ঘদিন ধৰি ক্ৰীড়া প্ৰশাসকৰ ভূমিকা পালন কৰি অহা লোকসকলেও এআইএফএফৰ শীৰ্ষ পদত অধিষ্ঠিত হ'বলৈ আকাংক্ষা কৰিছে। মনোনয়ন দাখিলৰ সময়সীমা কালি সমাপ্ত হয়। দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা নিৰ্বাচনসমূহ ২৮ আগষ্টত অনুষ্ঠিত হ'ব। ভুটিয়াৰ নাম তেওঁৰ ৰাষ্ট্ৰীয় দলৰ সহযোগী দীপক মণ্ডলে প্ৰস্তাৱ কৰিছিল আৰু আইকনিক মহিলা খেলুৱৈ মধু কুমাৰীয়ে সমৰ্থন…
Read More
ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত দক্ষিণ আফ্ৰিকাৰ জয়

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত দক্ষিণ আফ্ৰিকাৰ জয়

 দক্ষিণ আফ্ৰিকাৰ বলাৰসকলে দাঙি ধৰা দুৰ্দান্ত প্ৰদৰ্শনৰ সহায়ৰে আলহী দলটোৱে শুকুৰবাৰে ইয়াত অনুষ্ঠিত প্ৰথম টেষ্টৰ তৃতীয় দিনা ইংলেণ্ডক ধৰাসায়ী কৰি ১২ ৰানৰ ব্যৱধানত জয় লাভ কৰে। দক্ষিণ আফ্ৰিকাই তৃতীয় দিনা পুৱা সাত উইকেটত ২৮৯ ৰানত তেওঁলোকৰ প্ৰথম ইনিংছ পুনৰ আৰম্ভ কৰে আৰু তেওঁলোকৰ প্ৰথম ইনিংছত ৩২৬ ৰান সংগ্ৰহ কৰি ১৬১ ৰানৰ শক্তিশালী অগ্ৰগতি লাভ কৰে। ইংলেণ্ডে তেওঁলোকৰ প্ৰথম ইনিংছত ১৬৫ ৰানহে সংগ্ৰহ কৰে। দ্বিতীয় ইনিংছতো ইংলেণ্ডৰ বেটিং নিৰাশজনক আছিল আৰু ইনিংছৰ পৰাজয় প্ৰতিহত কৰাত ব্যৰ্থ হৈছিল। তেওঁলোকৰ গোটেই দলটো দ্বিতীয় ইনিংছত ১৪৯ ৰানত অলআউট হৈছিল। এনেদৰে দক্ষিণ আফ্ৰিকাই তিনিখন খেলৰ শৃংখলাত প্ৰাৰম্ভিক অগ্ৰগতি লাভ কৰে। দক্ষিণ আফ্ৰিকাৰ গতি আৰু স্পিন…
Read More
<br>ঠিকাভিত্তিক শিক্ষকৰ দৰমহা সময় মতে আদায় দিযাৰ দাবী  ডি ৱাই এফ আইৰ


ঠিকাভিত্তিক শিক্ষকৰ দৰমহা সময় মতে আদায় দিযাৰ দাবী  ডি ৱাই এফ আইৰ

চৰকাৰৰ পৰা নিয়মীয়াকৈ দৰমহা আদায় নোপোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি  ক্ষোভিত হৈ পৰিছে  সৰ্বশিক্ষাৰ  অধীনৰ ঠিকা ভিত্তিক শিক্ষক-কৰ্মচাৰী সকল। ফলত ৰাজ্যৰ কেইবা সহস্ৰাধিক ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰীৰ দৰমহা সময় মতে আদায় দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ  অসম ৰাজ্যিক কমিটিযে ৷ লগতে শিক্ষকে দৰমহাৰ বাবে অনিশ্চয়তাৰ মাজত থাকি  হাহাকাৰ কৰিবলগীয়া হোৱাটো ৰাজ্যৰ শৈক্ষিক জগতৰ বাবে এক লজ্জাজনক ঘটনা বুলি অভিহিত কৰিছে ডি ৱাই এফ আই যে । এই সন্দৰ্ভত ডি ৱাই এফ আইৰ  অসম ৰাজ্যিক কমিটিৰ সভাপতি ৰুস্তম আলী আৰু সম্পাদক ৰিতু ৰঞ্জন দাসে আজি এক বিবৃটিত কয় যে  অসম চৰকাৰে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা  শক্তিশালী হৈ…
Read More

শিৱসাগৰ জিলাৰ নামতিৰ নামদাং নদীত মৃতদেহ উদ্ধাৰ

শিৱসাগৰ জিলাৰ নামতিৰ নামদাং নদীত মৃতদেহ উদ্ধাৰ ।মৃতদেহটো নামতি আৰক্ষী থানাৰ অন্তৰ্গত হুদুপাৰা অভয়পুৰীয়াৰ ব্ৰজেন গগৈৰ(৩৪) বুলি চিনাক্ত কৰা হৈছে ।সোমবাৰে পুৱা ন বজাৰ পৰা সন্ধানহীন হৈ আছিল ব্যক্তিজন।স্থানীয় লোকৰ ভাষ্যমতে নিজৰ চাহ বাগিছালৈ যোৱাৰ সময়তে নামদাং নদীৰ ওপৰত থকা বাঁহৰ সাঁকো পাৰ কৰিবলৈ চেষ্টা কৰোতেই ঘটনাটো সংঘটিত হয় ।পুৱা এগৰাকী স্থানীয় মহিলাই ব্ৰজেন গগৈৰ মৃতদেহ ঘটানস্থলীৰ পৰা কিছু নিলগত নামদাং নদীত ওপঙি থকা প্ৰত্যক্ষ কৰে ।মৃতদেহ উদ্ধাৰৰ বাবে নামতি আৰক্ষীৰ লগতে এচ ডি আৰ এফ বাহিনী ঘটনাস্থলীলৈ ৰাওনা হৈছে ।মৃত ব্ৰজেন গগৈয়ে পিতৃৰ লগতে পত্নী আৰু এগৰাকী সাত বছৰীয়া কন্যা সন্তানক ইহসংসাৰত এৰি থৈ গৈছে ।সৰবৰহী যুৱকজনৰ মৃত্যুত সমগ্ৰ…
Read More
গুৱাহাটী প্ৰেছ ক্লাৱত অসম ফটো সাংবাদিক সন্থাৰ বিশ্ব আলোকচিত্র দিৱস পালন

গুৱাহাটী প্ৰেছ ক্লাৱত অসম ফটো সাংবাদিক সন্থাৰ বিশ্ব আলোকচিত্র দিৱস পালন

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো শুকুৰবাৰে বিশ্ব আলোকচিত্র দিৱস পালন কৰা হয়। । গুৱাহাটী প্ৰেছ ক্লাবত  প্ৰতিবছৰৰ দৰে এইবাৰো অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত ‘বিশ্ব আলোকচিত্র দিবস' পালন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্জলন কৰে অসম আৰক্ষীৰ সঞ্চালক প্রধান  ভাস্কৰজ্যোতি মহন্তই (আই পি এছ)। ভাষণ  প্ৰসংগত অসম আৰক্ষীৰ সঞ্চালক প্রধান  ভাস্কৰজ্যোতি মহন্তই কয়- বিশ্ব আলোকচিত্ৰ দিৱসৰ প্ৰথমে সকলোকে  শুভেচ্ছা জনালোঁ।  এই ক্ষেত্ৰখনত বহুত প্ৰত্যাহবান আছে যদিও নৱপ্ৰজন্ম ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষিত হোৱাটো শুভলক্ষণ। আলোকচিত্ৰ শিল্পী সকল সমাজৰ প্ৰতি দায়বদ্ধ ব্যক্তি। প্ৰকৃতিৰ মাজৰ পৰা মণি মুকুতা সংগ্ৰহ কৰি আনি সৃষ্টিশীলতাৰ পৰিচয় দিয়া আলোকচিত্ৰ…
Read More
মহিলা ফুটবলাৰ মনীষা কল্যাণে ৰছিলে ইতিহাস

মহিলা ফুটবলাৰ মনীষা কল্যাণে ৰছিলে ইতিহাস

ভাৰতৰ ২০ বছৰীয়া মহিলা ফুটবল খেলুৱৈ মনীষা কল্যাণে ইতিহাস ৰচনা কৰিছে। তেওঁ উৱেফা মহিলা চেম্পিয়নছ লীগত খেলা দেশৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ হৈ পৰিছে। মাকাৰিঅ ষ্টেডিয়ামত আপোলান লেডিজ এফ চিৰ হৈ খেলি মনীষাই এই কৃতিত্ব অর্জন কৰিছে। মনীষা ভাৰতৰ অন্যতম তাৰকা ফুটবলাৰ। যোৱা এবছৰত, তেওঁ বহুতো আশ্চৰ্যকৰ প্ৰদৰ্শন দাঙি ধৰিছে। দৰাচলতে, বৃহস্পতিবাৰে মহিলা চেম্পিয়নছ লীগত, এপ'লনে লাটভিয়ান ক্লাব ৰিগাছ এফ চিৰ মুখামুখি হৈছিল। এই কোৱালিফাইং মেচখনত, মনীষাই ৬০ মিনিটত চাইৰাছৰ মাৰিলনে জৰ্জিয়াৰ ঠাইত বিকল্প হিচাপে খেলিবলৈ সুযোগ পাইছিল। এই খেলখনত আপোলানে ৰিগাছক ৩-০ গ'লত পৰাস্ত কৰে। যদিও মনীষাই কোনো গ'ল কৰিব নোৱাৰিলে, তেওঁ এই ইউৰোপীয় লীগত খেলপথাৰত অৱতীৰ্ণ হৈ ইতিহাস…
Read More
লৰ্ডছত ১০০ টা টেষ্ট উইকেট দখল কৰা দ্বিতীয়জন ক্ৰিকেটাৰ ষ্টুৱাৰ্ট ব্ৰড

লৰ্ডছত ১০০ টা টেষ্ট উইকেট দখল কৰা দ্বিতীয়জন ক্ৰিকেটাৰ ষ্টুৱাৰ্ট ব্ৰড

ইংলেণ্ডৰ দ্ৰুত বলাৰ ষ্টুৱাৰ্ট ব্ৰড লৰ্ডছত ১০০ টা টেষ্ট উইকেট দখল কৰা দ্বিতীয়জন খেলুৱৈ হৈ পৰিছে। ইয়াৰ সৈতে, তেওঁ দ্ৰুত বলাৰ জেমছ এণ্ডাৰছনৰ ক্লাবত যোগদান কৰিছে। এই সময়ছোৱাত এণ্ডাৰছনেও এই কৃতিত্বৰ বাবে ব্ৰডক স্বাগতম জনোৱাৰ বাবে খেলপথাৰত আছিল। ৩৬ বছৰীয়া ব্ৰডে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰম্ভণি টেষ্টৰ দ্বিতীয় দিনা কাইল ভেৰাইনৰ উইকেটৰ সৈতে ১০০ টা টেষ্ট উইকেট দখল কৰা দ্বিতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হয়। অৱশ্যে প্ৰটিয়াসকলে খেলখনত এক কমাণ্ডিং লিড লৈছিল। দক্ষিণ আফ্ৰিকাই প্ৰথমে দ্বিতীয় দিনা দুপৰীয়াৰ আহাৰৰ আগতে ৪৫ অভাৰত ১৬৫ ৰানত আয়োজক দলক আউট কৰে আৰু তাৰ পিছত ১২৪ ৰানৰ অগ্ৰগতিৰ বাবে ২৮৯/৭ ৰান সংগ্ৰহ কৰে। ব্ৰড ৰেকৰ্ডৰ সৈতে…
Read More

লিভাৰ সুস্থ কৰি ৰখাৰ উপায়

লিভাৰ শৰীৰৰ এক বৃহৎ অঙ্গশৰীৰ সুস্থ ৰাখিবলৈ লিভাৰ ভালে ৰখা প্ৰয়োজনলিভাৰে আমাৰ ফেটচ নিয়ন্ত্ৰণ কৰেলিভাৰে তেজত থকা বিষাক্ত আৱৰ্জনা বাহিৰ কৰেআমাৰ লিভাৰটোৰ কাম কৰাৰ ক্ষমতা নোহোৱা হৈ যায় তেন্তে এটা এটাকৈ শৰীৰৰ সকলো অংগ বিকল হৈ পৰিব পাৰেলিভাৰৰ কাৰ্য ক্ষমতা নোহোৱা হৈ পৰিলে তেতিয়া আমাৰ শৰীৰত ক্ষতিকাৰক টস্কিন জমা হয় আৰু তাৰ ফলতে এনে ভয়ংকৰ সমস্যাৰ সৃষ্টি হয়কোনবোৰ খাদ্য লিভাৰৰ বাবে উপযোগী ?আমি লিভাৰটো সুস্থ কৰি ৰাখিবলৈ ফাইবাৰযুক্ত খাদ্য খাব লাগেব্ৰকলী, কবি, বিট, গাজৰ আদি খাদ্যত ফাইবাৰ থাকেনহৰু লিভাৰৰ বাবে উপযোগীনহৰুৱে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰেনহৰুৱে আমাৰ শৰীৰত এনজাইম উৎপন্ন কৰেতাৰোপৰি নহৰুৱে উচ্চ মানৰ এন্টিঅক্সিডেন্ট, এন্টিফাংগাল জাতীয় উৎপাদন কৰি লিভাৰ…
Read More