উত্তৰ-পূৱ

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথম স্থান হেৰুৱালে

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথম স্থান হেৰুৱালে

ইংলেণ্ড ক্ৰিকেট দল আৰু দক্ষিণ আফ্ৰিকাৰ দলৰ মাজত তিনিখন খেলৰ টেষ্ট শৃংখলা চলি আছে। দুয়োটা দলে এই শৃংখলাত এখনকৈ মেচ জিকিছে। ইংলেণ্ডে দ্বিতীয়খন খেলত ৮৫ ৰানৰ ইনিংছত জয় লাভ কৰে। এই শোচনীয় পৰাজয়ৰ পিছত, দক্ষিণ আফ্ৰিকাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত এক বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে, যাৰ পিছত তেওঁলোক এক নম্বৰ স্থানৰ পৰা আঁতৰি গৈছে। উল্লেখ্য যে ইংলেণ্ড ক্ৰিকেট দল আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দ্বিতীয়খন খেলত ইংলেণ্ডে এটা ইনিংছ আৰু ৮৫ ৰানত জয়লাভ কৰে। যাৰ বাবে দলটোৱে পইণ্ট তালিকাত যথেষ্ট সুবিধা লাভ কৰিছে। একে সময়তে, দক্ষিণ আফ্ৰিকাই লোকচানৰ সন্মুখীন হৈছে। ইংলেণ্ডৰ হাতত এই পৰাজয়ৰ পিছত, দক্ষিণ আফ্ৰিকাই ডব্লিউটিচি…
Read More

মূল্যবৃদ্ধি ৰোধৰ দাবীত মুখ্যমন্ত্ৰীলৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ স্মাৰক পত্ৰ প্ৰেৰণ ।

মূল্যবৃদ্ধি ৰোধৰ দাবীত মুখ্যমন্ত্ৰীলৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ স্মাৰক পত্ৰ প্ৰেৰণ ।আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ জিলা সমিতিয়ে মূল্যবৃদ্ধি ৰোধৰ দাবীত বিশ্বনাথ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
Read More
কেৰিয়াৰৰ অন্তিম টুৰ্ণামেণ্টত কোবিনিকৰে মুখামুখি হ’ব ছেৰেনা উইলিয়ামছ

কেৰিয়াৰৰ অন্তিম টুৰ্ণামেণ্টত কোবিনিকৰে মুখামুখি হ’ব ছেৰেনা উইলিয়ামছ

ইউএছ অ'পেনত মহিলাৰ একক প্ৰথম ৰাউণ্ডৰ খেলখনত সোমবাৰে ছেৰেনা উইলিয়ামছে মণ্টেনিগ্ৰোৰ ডুনকা কোবিনিকৰ মুখামুখি হ'ব। এই ছিজনৰ চূড়ান্ত গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট ২৯ আগষ্টৰ পৰা আৰম্ভ হ'ব। এই মাহৰ আৰম্ভণিতে, উইলিয়ামছে ইউএছ অ'পেনৰ পিছত অৱসৰ ঘোষণা কৰিছিল। উইলিয়ামছ হৈছে ২৩ বাৰ গ্ৰেণ্ড শ্লেম খিতাপ বিজয়ী। ছয়বাৰৰ ইউএছ অ'পেন চেম্পিয়ন গৰাকীয়ে প্ৰথমবাৰৰ বাবে বিশ্বৰ ৮০ নম্বৰ কোবিনিকৰ মুখামুখি হ'ব। ২৭ বছৰীয়া মণ্টেনিগ্ৰিনে ২০১৬ চনত তেওঁৰ কেৰিয়াৰৰ ৪৬ তম স্থানলৈ উন্নীত হৈছিল আৰু যোৱা বছৰ চাৰ্লষ্টনত ডব্লিউটিএ ট্যুৰ খিতাপ জয় কৰা তেওঁৰ দেশৰ প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল। এই বছৰৰ জানুৱাৰীত কোবিনিকে অষ্ট্ৰেলিয়ান অ'পেনত এমা ৰাডুকানুক পৰাস্ত কৰি শ্লেমৰ তৃতীয় ৰাউণ্ডত উপনীত…
Read More
ডায়মণ্ড লীগ জয়ৰে ইতিহাস ৰচিলে নীৰজ চোপ্ৰা

ডায়মণ্ড লীগ জয়ৰে ইতিহাস ৰচিলে নীৰজ চোপ্ৰা

অলিম্পিক চেম্পিয়ন জেভলিন থ্ৰ'য়াৰ নীৰজ চোপ্ৰাই শুকুৰবাৰে আন এটা ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছে। নীৰজ চোপ্ৰা লাউচেন ডায়মণ্ড লীগ ২০২২ জয় কৰা প্ৰথম ভাৰতীয় হৈ পৰিছে। নীৰজ চোপ্ৰাই তেওঁৰ প্ৰথম ৮৯.০৮ মিটাৰ থ্ৰ'ৰে লাউচেন ডায়মণ্ড লীগ জিকিছে। শেহতীয়াকৈ, নীৰজে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতক ৰূপৰ পদক প্ৰদান কৰিছে। অঞ্জু ববি জৰ্জৰ (২০০৩) পিছত তেওঁ কেৱল দ্বিতীয় এথলীট হিচাপে পৰিগণিত হয়। ফাইনেলত নীৰজে জেভলিনটো ৮৮.১৩ মিটাৰ দূৰত্বলৈ দলিয়াই ৰূপৰ পদক অৰ্জন কৰে। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত জেভলিন ফাইনেলৰ সময়ত নীৰজ চোপ্ৰা আঘাতপ্ৰাপ্ত হৈছিল। ফাইনেলত, নীৰজক তেওঁৰ উৰুত বেণ্ডেজ মেৰিয়াই থকা দেখা গৈছিল। একেটা আঘাতৰ বাবে নীৰজে কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিব নোৱাৰিলে। ২০১৮ চনৰ কমনৱেলথ…
Read More
ৰেড্ডী- চিৰাগ চেট্টীয়ে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয়ৰে ৰচিলে ইতিহাস

ৰেড্ডী- চিৰাগ চেট্টীয়ে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয়ৰে ৰচিলে ইতিহাস

ভাৰতৰ সতৱিক্সাইৰাজ ৰেড্ডী আৰু চিৰাগ চেট্টীয়ে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জিকি ইতিহাস সৃষ্টি কৰিছে। এই প্ৰতিযোগিতাৰ পুৰুষৰ দ্বৈত প্ৰতিযোগিতাত ভাৰতে প্ৰথমবাৰৰ বাবে পদক জিকিছে। জাপানৰ ৰাজধানী টকিঅ'ত অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতীয় যুটিটো পৰাজিত হয়। ইয়াৰ লগে লগে ভাৰতৰ ব্ৰঞ্জৰ পদক নিশ্চিত হয় আৰু ৰূপ বা সোণৰ পদকৰ আশা ব্যৰ্থ হয়। বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত পদক জয় কৰা এইটো দ্বিতীয় ভাৰতীয় যুটি। ইয়াৰ পূৰ্বে, ২০১১ চনত এই প্ৰতিযোগিতাত অশ্বিনী পোনাপ্পা আৰু জ্বালা গুট্টাই পদক অৰ্জন কৰিছিল। ছেমি ফাইনেলত মালয়েছিয়াৰ এৰন চিয়া আৰু চোহ ভুই য়িকে সাতৱিক চিৰাগক ২০-২২, ২১-১৮, ২১-১৬ ত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। পূৰ্বে খেলখনৰ দৰে এইবাৰো ভাৰতীয়…
Read More

তেজপুৰত বহিঃৰাজ্য কোম্পানীৰ দপদপনি

তেজপুৰত বহিঃৰাজ্য কোম্পানীৰ দপদপনি ৷ অত্যাধুনিক মেচিনেৰে অবৈধ খনন ৷ কুম্ভকৰ্ণৰ নিদ্ৰাত শোনিতপুৰ জিলা প্ৰশাসন / জলসম্পদৰ বিভাগ ৷ উল্লেখযোগ্য যে শোনিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ এলেকাৰ দিকৰাই জানত কাৰ আৰ্শীবাদত বহি ৰাজ্যৰ R S M কোম্পানীয়ে চলাইছে অবৈধ খনন ! বাতৰি প্ৰকাশৰ পিছতো কিয় RSM কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা নলয় জিলা উপায়ুক্তই ?R S M কোম্পানীৰ বিৰুদ্ধে সৰৱ নেমছু সংগঠন! শীঘ্ৰেই ব্যৱস্থা গ্ৰহন নকৰিলে জঙ্গী আন্দোলনৰ হুংকাৰ নেমছুৰ ৷ উল্লেখ যে, যোৱা কিছুদিন পূৰ্বে ৰাইজৰ অভিযোগ ভিত্তি RSM নামৰ এই বহিঃৰাজ্যৰ কোম্পানীয়ে কেনেদৰে নীতি বহিভূত অত্যাধুনীক মেচিনেৰে অবৈধ খনন কৰি আছিল তাৰ বিৰুদ্ধে কিছু তথ্য ফাদিল হৈছিল। কিন্তু…
Read More

পৰিৱৰ্তন হ’ল ঘোচ লোৱাৰ তৰিকা!

পৰিৱৰ্তন হ'ল ঘোচ লোৱাৰ তৰিকা!ৰেঞ্জাৰে উৎকোচ লোৱাৰ উপৰিও বিচাৰিলে মহিলাৰ শৰীৰ।আৰু জব্দকৃত বাহনৰ চালকৰ পত্নীক নৈশ যাপনৰ প্ৰস্তাৱ দি ৰঙা ঘৰৰ আলহী হল ৰেঞ্জাৰ।উল্লেখযোগ্য যে লম্পটটোৰ নাম অজিত গগৈ।বুঢ়া বয়সকতো এওঁৰ পৰকতি লৰে।উতলা যৌৱনক চম্ভালিব নোৱাৰি আটক হ'ল ৰাইজৰ হাতত!পিছত সামাজিক মাধ্যমৰ যুগে বিয়পি পৰিল চৌদিশে।ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।আৰক্ষীৰ তদন্তৰ পিছত হে প্ৰকৃত তথ্য পোহৰলৈ আহিব।
Read More

শিৱসাগৰৰ পঞ্চায়তে পঞ্চায়তে দুৰ্নীতি বেহা

শিৱসাগৰ উন্নয়ন খণ্ডৰ দিচাং ধাইআলি পঞ্চায়তত এম জি এনৰেগাৰ নামত কেলেংকাৰীৰ পাছত এইবাৰ আন এক কেলেংকাৰী উন্মোচিত হৈছে। কাগজে-কলমে নিৰ্মিত পথ কিন্তু বাস্তৱত নিৰুদ্দেশ।উল্লেখযোগ্য যে ৩ লাখ ৯২ হাজাৰ টকাৰে নিৰ্মাণ কৰা বাইলুংচুক পথত নপৰিল এটুকুৰাও ইটাকাগজে-কলমে নিৰ্মাণ কৰা হ'ল পিভাৰ ব্লকৰে বাইলুংচুক পথটি RTI তথ্যই উদঙাইছে এই ভয়াৱহ কেলেংকাৰীৰ পোহাৰৰ সবিশেষ পঞ্চায়তটোত সভানেত্ৰী অৱন্তী গগৈ , সচিব চন্দন বৰা , Accredited Engineer ( অধিস্বীকৃত অভিযন্তা) দেৱজিৎ গগৈ আৰু GRS চন্দন বৰাৰ লুটৰাজ BDO ৰ ৰহস্যজনক ভূমিকাও সন্দেহজনক ।
Read More

আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাটো পুৱাৰে পৰা বিৰাজ কৰিছে আধ্যাত্মিক পৰিবেশ। হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে আকাশ বতাহ। বটদ্ৰৱা থানত গুৰুজনাৰ তিৰোভাৱ তিথি উৎসৱটি "গুৰু কীৰ্তন" নামেৰে দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। আজি পুৱাৰে পৰা ভকত বৈষ্ণৱ, আইমাতৃ সকলে সমগ্ৰ সত্ৰ পদক্ষিন কৰি উষা কীৰ্তন কৰা পৰিবেশে সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিছে।
Read More

লখিমপুৰ জিলাৰ হাৰমতিত বৃহত পৰিমানৰ গাঞ্জা উদ্ধাৰ

লখিমপুৰ জিলাৰ হাৰমতিৰ বাগান গেটৰ সমীপত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ।হাৰমতিত ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰা হয় গাঞ্জা খনি।AR 01J 8958 নম্বৰৰ এখন বিলাশী বাহনৰ পৰা উদ্ধাৰ হয় এই গাঞ্জা খিনি।বিক্ৰী কৰিবলৈ আহোতে স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ হয় গাঞ্জা খিনি।অৱশ্যে পলাই সাৰিবলৈ সক্ষম ‌হল বিক্ৰী কৰিবলৈ অহা ‌ব্যক্তিজন।এগৰাকী বৃদ্ধাক বিক্ৰী কৰিবলৈ আহিছিল গাঞ্জা খিনি। হাৰমতি আৰক্ষীৰ সহযোগত বৃদ্ধা গৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় কেইবা কেজি গাঞ্জা।উল্লেখযোগ্য যে বহুবছৰ ধৰি এই বৃদ্ধা গৰাকীয়ে চলাই আহিছে গাঞ্জাৰ ব্যৱসায়।হাৰমতিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত এখন সৰু দোকান দি অতি সংগোপনে চলাই গৈছিল গাঞ্জা ব্যৱসায়।
Read More