21
Apr
আগশাৰীৰ গোলকীয় স্মাৰ্ট ডিভাইচ ব্ৰেণ্ড অ'প্পোয়ে ইয়াৰ এফ২১ প্ৰ' আৰু এফ২১ প্ৰ'৫জি স্মাৰ্টফোনৰ লগতে অ'প্পো এনকো এয়াৰ২ প্ৰ' টিডব্লিউএছ ইয়াৰবাড মুকলি কৰাৰ কথা ঘোষণা কৰিছে। অ'প্পো এনকো এয়াৰ২ প্ৰ' হৈছে সক্ৰিয় শব্দ বাতিলকৰণৰ সৈতে টিডব্লিউএছ ইয়াৰবাড।এফ২১ প্ৰ'ৰ ৩২ মেগাপিক্সেল চেলফি কেমেৰাটো চনিৰ আইএমএক্স৭০৯ আৰজিবিডব্লিউ চেলফি চেন্সৰৰ দ্বাৰা সমৰ্থিত। ই অৰ্বিট লাইট সুবিধা আৰু এআই পোট্ৰেইট বৰ্ধন সুবিধাৰ সৈতে আহে। এফ২১প্ৰ'5জি-ত ১৬ মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা, ৬৪ মেগাপিক্সেল মেইন কেমেৰা, ২মেগাপিক্সেল ডেপ্থ কেমেৰা আৰু ২ মেগাপিক্সেল মেক্ৰো ট্ৰিপল কেমেৰা ইউনিট আছে। ই এআই দৃশ্য বৰ্ধন সুবিধা আৰু ডুৱেল ভিউ ভিডিঅ' সুবিধাৰ সৈতে আহে।দুয়োটা হেণ্ডছেটতে ৬.৪ ইঞ্চিৰ এমোলেড ডিচপ্লে, এইচডিআৰ চেলফি ৪৫০০এমএএইচ বেটাৰী,…
