19
Sep
টাটা মটৰ্ছ আৰু টাটা পাৱাৰে টাটা মটৰ্ছৰ পুনে বাণিজ্যিক বাহন নিৰ্মাণ প্ৰকল্পত ৪ MWp অন-চাইট সৌৰ প্ৰকল্প এটা বিকশিত কৰাৰ বাবে এক শক্তি ক্ৰয় চুক্তি (PPA) প্ৰস্তুত কৰিছে। যিটো এক স্থিতিস্থাপক আৰু বহনক্ষম ভৱিষ্যত গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু প্ৰকল্পটোৱে সামূহিকভাৱে ৫.৮ নিযুত ইউনিট বিদ্যুৎ উৎপাদন কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত ১০ লাখ টনতকৈও অধিক কাৰ্বন নিৰ্গমন হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। যি জীৱনজুৰি ১৬ লাখতকৈও অধিক চেগুন গছ ৰোপণৰ সমপৰ্যায়ৰ। টাটা মটৰ্ছে ইয়াৰ পুনে বাণিজ্যিক বাহন নিৰ্মাণ প্ৰকল্পত অন-চাইট সৌৰ শক্তি ক্ষমতা ৯MWp লৈ সম্প্ৰসাৰিত কৰিছে। এই প্ৰকল্পটোৱে ৫.৮ নিযুত ইউনিট বিদ্যুৎ উৎপাদন কৰিব, যাৰ ফলত…
