18
Sep
গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ অধীনত চুলিৰ যতন, ৰং, ষ্টাইল আৰু কেৰাটিনযুক্ত সামগ্ৰীৰে পেছাদাৰী চুলিৰ যতন লোৱা ব্ৰেণ্ড গড্ৰেজ প্ৰফেচনেলে বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় নান্দনিক ৰূপসমূহৰ পৰা অনুপ্ৰাণিত হৈ ভাৰতৰ প্ৰথমটো চুলিৰ ৰঙৰ ৰেঞ্জ চমৎকাৰ সংগ্ৰহসমূহ মুকলি কৰিছে। এই উদ্ভাৱনীমূলক ৰেঞ্জত গড্ৰেজ প্ৰফেচনেলৰ ৰাষ্ট্ৰীয় কাৰিকৰী মুৰব্বী শৈলেশ মুলিয়া আৰু গড্ৰেজ প্ৰফেচনেলৰ সৃষ্টিশীল বিভাগৰ সঞ্চালক য়ান্নি ছাপাতৰিৰ উদ্যোগত প্ৰস্তুত কৰা আকৰ্ষণীয় শ্বেডসমূহ সন্নিৱিষ্ট কৰা হৈছে, যিয়ে প্ৰকৃতিৰ পেলেটৰ সাৰমৰ্মক মূৰ্ত কৰি তুলিছে আৰু প্ৰাকৃতিক সৌন্দৰ্যই ব্যক্তিগত শৈলী কেনেকৈ উন্নীত কৰিব পাৰে তাৰ ওপৰত এক সতেজ দৃষ্টিভংগী আগবঢ়াইছে। এই ছাৰিয়েল কলেকচনৰ প্ৰতিটো ৰূপক আইকনিক দৃশ্যপটত জীৱন্ত কৰি তুলিবলৈ নিখুঁতভাৱে প্ৰস্তুত কৰা হৈছে, যাৰ ফলত…
