ব্যৱসায়

বিজনৌৰৰ কৌশল মহোৎসৱে গুৰুত্বপূৰ্ণ খণ্ডবোৰত ২০,০০০  চাকৰি আগবঢ়ায়

বিজনৌৰৰ কৌশল মহোৎসৱে গুৰুত্বপূৰ্ণ খণ্ডবোৰত ২০,০০০  চাকৰি আগবঢ়ায়

কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)-এ অহা ২৪ ছেপ্টেম্বৰত বিজনোৰত কৌশল মহোৎসৱ আয়োজন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে, এই মহোৎসৱত ইলেক্ট্ৰনিকছ, অটোমোটিভ, তথ্যপ্ৰযুক্তি, হস্পিটেলিটী আৰু খাদ্য সংসাধনকে ধৰি বিভিন্ন খণ্ডৰ ৫০টাতকৈও অধিক কোম্পানীয়ে মেগা নিয়োগ অভিযানত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। ইতিমধ্যে ১৩,০০০ প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰা এই কৌশল মহোৎসৱে ২০ হাজাৰৰো অধিক লোকক নিয়োগৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)ৰ সহযোগত আয়োজিত মহোৎসৱৰ জৰিয়তে দক্ষ স্থানীয় যুৱক-যুৱতী আৰু উদ্যোগ নিয়োগকৰ্তাৰ মাজৰ ব্যৱধান দূৰ কৰাৰ লক্ষ্য লোৱা হৈছে। নয়ডা, হৰিদ্বাৰ, গুৰগাঁওকে ধৰি বিজনোৰৰ সমীপৰ কোম্পানীসমূহে অংশ ল'ব, সফল প্ৰাৰ্থীসকলক থলীতে অফাৰ পত্ৰও প্ৰদান কৰা হ’ব।  গুৱাহাটীকে ধৰি সমগ্ৰ…
Read More
শ্ৰী জয়ন্ত চৌধুৰী এমএছডিইয়ে দিল্লী আৰু বাংগালোৰত টাটা দক্ষতা বিকাশ কেন্দ্ৰ মুকলি কৰে

শ্ৰী জয়ন্ত চৌধুৰী এমএছডিইয়ে দিল্লী আৰু বাংগালোৰত টাটা দক্ষতা বিকাশ কেন্দ্ৰ মুকলি কৰে

টাটা ষ্ট্ৰাইভ আৰু এয়াৰবাছ ইণ্ডিয়াৰ অংশীদাৰিত্বৰে দিল্লী আৰু বেংগালুৰুত সাজু কৰা দুটা দক্ষতা বিকাশ কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে। এই কেন্দ্ৰ দুটাৰ লক্ষ্য হৈছে যুৱক-যুৱতীসকলক তথ্যপ্ৰযুক্তি, ইলেক্ট্ৰনিক্স আৰু বিমান পৰিবহণৰ দৰে খণ্ডত ভৱিষ্যতৰ বাবে সাজু দক্ষতাৰে সজ্জিত কৰি তোলা, য’ত এডব্লিউএছ ক্লাউড কম্পিউটিং, জুনিয়ৰ ফুল ষ্টেক ডেভেলপাৰ আৰু চাইবাৰ সুৰক্ষাৰ দৰে পাঠ্যক্ৰম আগবঢ়োৱা হয়। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি চৌধুৰীয়ে দক্ষতা উন্নীতকৰণ পদক্ষেপসমূহক উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে সংৰেখিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, "এই সহযোগিতাই আমাৰ যুৱক-যুৱতীসকলক এৰোস্পেচ আৰু প্ৰতিৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ সৈতে সংযোজিত দক্ষতাৰে সজ্জিত কৰাৰ ক্ষেত্ৰত…
Read More
‘চেণ্টাৰ ফৰ ফিউচাৰ স্কিলছ’ আৰম্ভ কৰিবলৈ এথন’টেক আৰু কেমব্ৰিজৰ সৈতে সহযোগিতা এনএছডিচিৰ

‘চেণ্টাৰ ফৰ ফিউচাৰ স্কিলছ’ আৰম্ভ কৰিবলৈ এথন’টেক আৰু কেমব্ৰিজৰ সৈতে সহযোগিতা এনএছডিচিৰ

ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএছডিচি)-এ এথন'টেক একাডেমী আৰু কেমব্ৰিজ বিশ্ববিদ্যালয় প্ৰেছ এণ্ড এচেছমেণ্টৰ সহযোগত ভাৰতৰ কৰ্মশক্তিক অত্যাধুনিক প্ৰযুক্তি দক্ষতাৰে সজ্জিত কৰাৰ লক্ষ্যৰে "ভৱিষ্যৎ দক্ষতাৰ কেন্দ্ৰ" মুকলি কৰিছে। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত আৰম্ভ কৰা এই পদক্ষেপে বিশেষজ্ঞৰ নিৰ্দেশনা আৰু উন্নত প্ৰযুক্তি আন্তঃগাঁথনি লাভ কৰাৰ বাবে উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ বাবে এখন মঞ্চ প্ৰদান কৰিব বিচাৰিছে। এই কেন্দ্ৰটোৱে কৃত্ৰিম বুদ্ধিমত্তা, ডাটা এনালাইটিক্স, ক্লাউড কম্পিউটিং, চাইবাৰ সুৰক্ষা আৰু ৰবটিক্সৰ দৰে প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলক দ্ৰুতগতিত বিকশিত হোৱা নিয়োগৰ বজাৰৰ বাবে প্ৰস্তুত কৰা হ’ব। এই শুভাৰম্ভণিৰ সময়ত একাডেমী, উদ্যোগ, আৰু কৰ্পৰেট অংশীদাৰৰ মাজত সহযোগিতা গঢ়ি তোলাৰ ওপৰত বিশেষভাৱে আলোচনা আৰু…
Read More
এমএছডিই-ৰ বিশেষ অভিযান ৪.০ স্বচ্ছতা বৃদ্ধি কৰিবলৈ আৰু প্ৰশাসনক সুশৃংখল কৰিবলৈ সাজু

এমএছডিই-ৰ বিশেষ অভিযান ৪.০ স্বচ্ছতা বৃদ্ধি কৰিবলৈ আৰু প্ৰশাসনক সুশৃংখল কৰিবলৈ সাজু

প্ৰশাসনিক ক্ষেত্ৰত অধিক স্বচ্ছতা আৰু আমোলাতান্ত্ৰিক আঁসোৱাহসমূহ নোহোৱা কৰি দ্ৰুতগতিত কাৰ্য সমাপন আৰু দ্ৰুতগতিত সেৱা প্ৰদানৰ বাবে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ উদ্যোগত ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ আয়োজন কৰা হৈছে স্পেচিয়েল কেম্পেইন ৪.০ৰ। ভাৰত চৰকাৰে আৰম্ভ কৰা এই পদক্ষেপে প্ৰশাসনিক সংস্কাৰ আৰু জনঅভিযোগ বিভাগ(ডিএআৰপিজি)ৰ তত্বাৱধানত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সমান্তৰালকৈ ফিল্ড আৰু আউটষ্টেচন দুয়োধৰণৰ কাৰ্যালয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই অভিযানত পৰিষ্কাৰ-পৰিচ্ছন্নতাক প্ৰতিষ্ঠানিকৰণ, এই অভিযানৰ স্থানসমূহ চূড়ান্ত কৰা আৰু অভিলেখ ব্যৱস্থাপনা উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। এমএছডিইয়ে পূৰ্বৰ অভিযানসমূহত সক্ৰিয় ৰূপত বিভিন্ন পদক্ষেপ হাতত লৈছিল, ইতিমধ্যে ২,৩০৫টা ৰাজহুৱা অভিযোগ সমাধান কৰিছে আৰু প্ৰায় ২০০০টা স্বচ্ছতা অভিযান ৰূপায়ণ…
Read More
শ্ৰী জয়ন্ত চৌধুৰীয়ে ৰাঁচীত দক্ষতা বিকাশৰ এক বিন্যাস উন্মোচন কৰে

শ্ৰী জয়ন্ত চৌধুৰীয়ে ৰাঁচীত দক্ষতা বিকাশৰ এক বিন্যাস উন্মোচন কৰে

দেশৰ সামূহিক বিকাশ আৰু উদ্যোগীসকলক উৎসাহিত কৰাৰ এক পদক্ষেপ হিচাপে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)-এ ৰাঁচীত দক্ষতা বিকাশ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে মুকলি কৰিছে। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰী আৰু প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী সঞ্জয় শেঠৰ উপস্থিতিত মুকলি কৰা এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে বিভিন্ন প্ৰশিক্ষণৰ সুযোগ প্ৰদানৰ জৰিয়তে স্থানীয় মহিলা আৰু যুৱক-যুৱতীসকলক উন্নত কৰা। নতুন কাৰ্যসূচীসমূহৰ ভিতৰত অন্যতম হৈছে মিলেটৰ খাদ্য সংসাধনৰ ক্ষেত্ৰত মহিলাসকলৰ দক্ষতা বৃদ্ধি কৰা, জনজাতীয় মহিলাসকলৰ বাবে বাঁহৰ হস্তশিল্পৰ প্ৰশিক্ষণ আৰু ‘ৰাণী মিস্ত্ৰী’—মহিলা ৰাজমিস্ত্ৰীৰ বাবে প্ৰাৰম্ভিক শিক্ষণে(আৰ পি এল)ৰে সবলীকৰণ ইত্যাদি। ইয়াৰ উপৰিও কৌশল ৰথ মোবাইল প্ৰশিক্ষণ ইউনিটৰ জৰিয়তে…
Read More
মহিন্দ্ৰা সাৰথি অভিযান

মহিন্দ্ৰা সাৰথি অভিযান

মহিন্দ্ৰা ট্ৰাক এণ্ড বাছ ডিভিজন(এমটিবিডি)-এ ২০২৫ বিত্তীয় বৰ্ষত ট্ৰাক চালকসকলৰ ১০০০গৰাকী মেধাৱী কন্যাক ১০,০০০ টকাকৈ বৃত্তি প্ৰদান কৰি বাৰ্ষিক সাৰথি অভিযানৰ ইতিবাচক পদক্ষেপসমূহ অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে। ২০১৪ চনত আৰম্ভ কৰা এই জলপানিয়ে ইতিমধ্যে ১০,০২৯গৰাকী যুৱতীক উপকৃত কৰিছে, মহিন্দ্ৰা বাহনৰ সৈতে এইসকল যুৱতীৰ দেউতাকৰ সম্পৰ্কক স্বীকৃতি প্ৰদান কৰি শৈক্ষিক দিশত সহায় কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰি আহিছে। চালক দিৱস ২০২৪ৰ সৈতে সংগতি ৰাখি মুকলি কৰা আঁচনিখনে ট্ৰাক চালকৰ কন্যাসকলৰ বাবে শৈক্ষিক সুযোগ বৃদ্ধিৰ বাবে মহিন্দ্ৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্ৰতিগৰাকী নিৰ্বাচিত শিক্ষাৰ্থীয়ে বৃত্তি আৰু এখন প্ৰমাণপত্ৰ প্ৰাপ্ত কৰিব, ২০২৫ৰ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈ সমগ্ৰ ভাৰতৰ বিভিন্ন পৰিবহন কেন্দ্ৰত…
Read More
পিচিঅ’এছ সজাগতা মাহ: পুষ্টি বিশেষজ্ঞই পিচিঅ’এছ পৰিচালনাৰ বাবে প্ৰাকৃতিক পৰামৰ্শ আগবঢ়ায়

পিচিঅ’এছ সজাগতা মাহ: পুষ্টি বিশেষজ্ঞই পিচিঅ’এছ পৰিচালনাৰ বাবে প্ৰাকৃতিক পৰামৰ্শ আগবঢ়ায়

পিচিঅ'এছ সজাগতা মাহ আৰম্ভ হোৱাৰ লগে লগে দেশৰ আগশাৰীৰ পুষ্টি আৰু সুস্থতা পৰামৰ্শদাতা শীলা কৃষ্ণস্বামীয়ে প্ৰাকৃতিকভাৱে পলিচিষ্টিক অভেৰি(ডিম্বাশয়) চিণ্ড্ৰম বা চমুকৈ পিচিঅ'এছৰ সমস্যাৰ পৰা আঁতৰি থকা নিয়ন্ত্ৰণত ৰখাৰ বাবে কাৰ্যকৰী পৰামৰ্শ আগবঢ়াইছে। পিচিঅ’এছে সমগ্ৰ ভাৰতৰ যথেষ্ট সংখ্যক মহিলাক প্ৰভাৱিত কৰিছে, ইয়াৰ ফলত ওজন বৃদ্ধি, অনিয়মীয়া ঋতুস্ৰাৱ আৰু প্ৰজননৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। কৃষ্ণস্বামীয়ে বাদাম, শাক, মাহজাতীয় শস্য আৰু সম্পূৰ্ণ শস্যসমৃদ্ধ এক সন্তুলিত আহাৰৰ পৰামৰ্শ দিছে, লগতে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ, এলডিএল কলেষ্টেৰল হ্ৰাস আৰু ওজন নিয়ন্ত্ৰণ কৰাত কাঠবাদামৰ ভূমিকাৰ কথা উল্লেখ কৰিছে। গুৱাহাটীত  সকলো ধৰণৰ গোটা শস্য আৰু কাঠবাদামৰ দৰে প্ৰাকৃতিক, পুষ্টিকৰ খাদ্যৰ চাহিদা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। স্থানীয় খুচুৰা বিক্ৰেতাসকলে…
Read More
ভাৰতে ঘূৰ্ণিবতাহ য়াগীৰ দ্বাৰা বিধ্বস্ত দেশসমূহক সহায় কৰাৰ লক্ষ্যৰে ‘অপাৰেচন সদ্ভাৱনা’ আৰম্ভ কৰিছে

ভাৰতে ঘূৰ্ণিবতাহ য়াগীৰ দ্বাৰা বিধ্বস্ত দেশসমূহক সহায় কৰাৰ লক্ষ্যৰে ‘অপাৰেচন সদ্ভাৱনা’ আৰম্ভ কৰিছে

ঘূৰ্ণিবতাহ য়াগিৰ দ্বাৰা বিধ্বস্ত দেশসমূহক সহায় কৰাৰ বাবে ভাৰতে আৰম্ভ কৰিছে মানৱদৰদী পদক্ষেপ-‘অপাৰেচন সদ্ভাৱনা’। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ম্যানমাৰ, ভিয়েটনাম আৰু লাওছক সকাহ প্ৰদানৰ বাবে ভাৰতে হাতত লোৱা পদক্ষেপসমূহৰ কথা সামাজিক মাধ্যমযোগে সদৰি কৰিছে। ভাৰতীয় নৌসেনাৰ আইএনএছ সাতপুৰাই ইতিমধ্যে ম্যানমাৰলৈ শুকান খাদ্য-সামগ্ৰী, কাপোৰ আৰু ঔষধকে ধৰি ১০ টন অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰিছে। একে সময়তে ভাৰতীয় বায়ু সেনাই ভিয়েটনামলৈ ৩৫ টন সাহায্য বিমানযোগে প্ৰেৰণ কৰি আছে, যাৰ ভিতৰত আছে পানী বিশুদ্ধকৰণ প্ৰণালী, বিশুদ্ধ পানী থকা ৱাটাৰ কণ্টেইনাৰ, কম্বল, পাকঘৰৰ বাচন-বৰ্তন আৰু সৌৰ চাকি বা পোহৰ সামগ্ৰী ইত্যাদি। লাওছে ভাৰতৰ পৰা ১০ টন সাহায্য সামগ্ৰী লাভ কৰিছে, যাৰ ভিতৰত…
Read More
ভাৰতে ৱৰ্ল্ডস্কিলচ ২০২৪ ত ১৬ টা পদক আৰু সন্মান লাভ কৰিছে

ভাৰতে ৱৰ্ল্ডস্কিলচ ২০২৪ ত ১৬ টা পদক আৰু সন্মান লাভ কৰিছে

ফ্ৰান্সৰ লিয়নত অনুষ্ঠিত ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগীত ভাৰতে বিভিন্ন দক্ষতা শিতানত প্ৰতিদ্বন্দ্বিতা কৰি ৪টা ব্ৰঞ্জৰ পদক আৰু ১২টা মেডেলিয়ন অৱ এক্সেলেন্স লাভ কৰি নতুন ইতিহাস ৰচিলে। পেটিচেৰী আৰু কনফেকচনেৰী, ইণ্ডাষ্ট্ৰী ৪.০, হোটেল ৰিচেপচন আৰু নবীকৰণযোগ্য শক্তিত শিতানত ভাৰতে লাভ কৰে ব্ৰঞ্জৰ প্ৰদান, এই বিজয়ে পৰম্পৰাগত শিল্প আৰু আধুনিক প্ৰযুক্তি উভয়তে ভাৰতৰ ক্ৰমবৰ্ধমান দক্ষতা উজলাই তুলিলে। পেটিচেৰী আৰু কনফেকচনেৰী শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা অশ্বিতা পুলিচে জিনিলে বেষ্ট অৱ নেচন বঁটা। অশ্বিতাৰ কৃতিত্বই ৰন্ধন কলাত ভাৰতৰ বৰ্ধিত মৰ্যাদা প্ৰতিফলিত কৰিলে, এই স্বীকৃতি হৈছে গুৱাহাটীকে ধৰি গ্লবেল মাৰ্কেটত উদযাপন কৰা এক অনন্য কৃতিত্ব, য'ত উচ্চাকাংক্ষী ৰান্ধনীসকলে এই সফলতাক অনুপ্ৰেৰণা হিচাপে গ্ৰহণ কৰিব পাৰে।…
Read More
মুক্তিৰ বাবে সাজু অসমীয়া চলচিত্ৰ “চিকাৰ”

মুক্তিৰ বাবে সাজু অসমীয়া চলচিত্ৰ “চিকাৰ”

বহু প্ৰত্যাশিত এখন অসমীয়া ছবি 'চিকাৰ'। জুবিন গাৰ্গৰ সংগীত পৰিচালনা আৰু অভিনয়েৰে ৰ মুকলিৰ বাবে সাজু অসমীয়া চলচ্চিত্ৰ চিকাৰ । লণ্ডনৰ প্ৰয়োজক ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্য , দেবাঙ্কৰ বৰগোহাঁইৰ কাহিনী আৰু পৰিচালনাৰে লগতে বিষ্ণুজ্যোতি সন্দিকৈৰ চিত্ৰনাট্য আৰু সংলাপেৰে "চিকাৰ" ছবিখন এতিয়া সাজু হৈ উঠিছে মুক্তিৰ বাবে । অহা ২০ চেপ্তেম্বৰ ত ছবি গৃহীত মুক্তি লাভ কৰিব অপেক্ষাগত ছবি 'চিকাৰ '। ছবিখনৰ কাহিনীভাগ চাহ বাগানত কাম কৰা মজদুৰসকলৰ জীৱন, সংগ্ৰাম তথা মহিলাসকলৰ প্ৰতি কৰা অত্যাচাৰ সমূহক কেন্দ্ৰ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে “চিকাৰ”।হাৰ্টথ্ৰব জুবিন গাৰ্গক আকৌ এবাৰ নতুন ৰূপত পৰ্দাত চিকাৰৰ জড়িয়তে দেখিব পাব দৰ্শকে । চিকাৰ’ৰ মুখ্য চৰিত্ৰত চাহ…
Read More