ক্ৰীড়া

IPL-2021: আজি CSK আৰু KKRৰ মাজত ফাইনেল

IPL-2021: আজি CSK আৰু KKRৰ মাজত ফাইনেল

ভাৰতীয় ক্ৰিকেটৰ মহোৎসৱ চলিত বৰ্ষৰ আই পি এলৰ আজি ফাইনেলত অৱৰ্তীন হব চেন্নাই চুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ। সন্ধিয়া ৭.৩০ বজাত ডুবাইৰ খেলপথাৰত অনুষ্ঠিত হব IPL ছিজন ১৪ৰ চূড়ান্ত খেলখন। এই খেলখনক লৈ বহু প্ৰত্যাশাৰে ৰৈ আছে ক্ৰিকেট অনুৰাগীসকল। উল্লেখ্য যে, ফাইনেলত অৱতীৰ্ণ হ'ব লগা দুয়োটা দলে পূৰ্বে আইপিএল ফাইনেল খিতাপ দখল কৰিছে। ৮ বাৰকৈ আইপিএলৰ চূড়ান্ত খেলত অৱতীৰ্ণ হৈ ৩বাৰ ফাইনেল দখল কৰিছে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাইৰ দলটোৱে। ইয়াৰ বিপৰীতে দুবাৰকৈ আইপিএল ফাইনেল দখল কৰিছে কলকাতা নাইট ৰাইডাৰছে।
Read More
টি-২০ বিশ্বকাপৰ পিছত অধিনায়কৰ দায়িত্ব এৰিব কিং কোহলীয়ে

টি-২০ বিশ্বকাপৰ পিছত অধিনায়কৰ দায়িত্ব এৰিব কিং কোহলীয়ে

ডুবাইট অনুষ্ঠিত হ'ব লগা টি-২০বিশ্বকাপৰ পিছতে অধিনায়কৰ দায়িত্ব এৰিব বিৰাট কোহলীয়ে। ভাৰতীয় ক্ৰিকেট দলৰ তিনিওটা ফৰ্মেটৰ অধিনায়ক গৰাকীয়ে এই কথা ঘোষণা কৰিছে। কোহলীয়ে ঘোষণা কৰা মতে তেওঁ টি-২০ ফৰ্মেটৰ অধিনায়কৰ দায়িত্ব এৰিলেও আন দুটা ফৰ্মেটত দায়িত্ব পালন কৰি যাব। আনহাতে বিৰাট কোহলীৰ পিছত টি-২০ ফৰ্মেটৰ অধিনায়কৰূপে ৰোহিত শৰ্মাৰ নাম চৰ্চালৈ আহিছে।
Read More