উত্তৰ-পূৱ

ৰাজ্যত পুনৰ বান সাহায্য হৰলুকি

বান সাহায্য হৰলুকি ৷ লাবদাংগুৰী আৰক্ষীৰ জালত আৰু এজন অভিযুক্ত কিছুদিন পূৰ্বে বাক্সা জিলাৰ খাৰিজা বিজনী মৌজাৰ ৩ নং বাৰাপেটাত বন্যাৰ্তৰ বাবে আবন্টিত খাদ্য সামগ্ৰী হৰলুকিৰ ঘটনা সংঘটিত হৈছিল ৷ উক্ত ঘটনাত ইতিমধ্যে তিনি অভিযুক্তক মুছলপুৰ আদালতলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে ৷ উক্ত ঘটনাৰ সৈতে জড়িত আনোৱাৰ হুছেইন নামৰ আন এগৰাকী অভিযুক্তক গোচৰ নং 90/22 ধাৰা 379/411/420/34 IPCত গ্ৰেপ্তাৰ কৰি আজি লাবদাংগুৰী আৰক্ষীয়ে মুছলপুৰ আদালতলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে উক্ত ঘটনাত বৰ্তমানলৈকে ৪ গৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
Read More

পুনৰ ত্ৰিপুৰাত অসমৰ চি আৰ পি এফ জোৱানৰ ৰহস্য জনক মৃত্যু

পুনৰ ত্ৰিপুৰাত অসমৰ চি আৰ পি এফ জোৱানৰ ৰহস্য জনক মৃত্যুজোৱান গৰাকী বাক্সাৰ থমনা উলুবাৰীৰ গাওৰ লক্ষেশ্বৰ দাস আৰু মাতৃ মুখ্যদা দাসৰ কনিষ্ঠ পুত্ৰ কমল দাস(27)।ত্ৰিপুৰাৰ ঢালাই জিলাৰ আম্বাচাস্থিত চিআৰপিএফৰ 140 নং বেটেলিয়েনৰ শিবিৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় জোৱান গৰাকীৰ মৃতদেহ।2017 চনৰ জুন মাহত দেশ মাতৃৰ বাবে ওলাই গৈ চিআৰপিএফত যোগদান কৰিছিল কমল দাসে।জোৱান গৰাকীৰ চিপলোৱা অৱস্থাত থকা ফটো পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি মন্তব্য কৰে পৰিয়ালৰ লোকে।দৰিদ্ৰ পৰিয়ালৰ সন্তান কমল দাসে নৱনিৰ্মিত পকী ঘৰটো সম্পূৰ্ণ হলে আঘোন মাহত বিয়া পতাৰ কথা আছিল।শেষবাৰৰ বাবে ডেৰমাহ পূৰ্বে ঘৰলৈ চুটিত আহি পুনৰ কৰ্মস্থলীত যোগদান কৰে কমলে।ৰাতিপুৱা ত্ৰিপুৰাৰ…
Read More
টয়োটাই ভাৰতত আকাংক্ষিত বি-এছইউভি শাখাত প্ৰৱেশ কৰিছে

টয়োটাই ভাৰতত আকাংক্ষিত বি-এছইউভি শাখাত প্ৰৱেশ কৰিছে

টয়োটা কিৰ্লোস্কাৰ মটৰে (টিকেএম) ভাৰতৰ বি এছইউভি শাখাত টয়োটাৰ প্ৰথম চেল্ফ-চাৰ্জিং ষ্ট্ৰং হাইব্ৰিড ইলেক্ট্ৰিক এছইউভি আৰু এনে ধৰণৰ প্ৰথম খন নতুন আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰ উন্মোচন কৰে। আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰে টয়োটাৰ বিশ্বব্যাপী এছইউভি বংশৰ উত্তৰাধিকাৰী হয় ইয়াৰ সাহসী আৰু অত্যাধুনিক ষ্টাইলিং আৰু উন্নত প্ৰযুক্তিগত বৈশিষ্ট্যৰ সৈতে। ই এটা বিলাসী শান্ত কেবিনৰ সৈতে শ্ৰেণীৰ ইন্ধন দক্ষতাত শীৰ্ষ প্ৰদৰ্শন আৰু সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰে। উন্নত শৰীৰৰ গাঁথনিৰ ওপৰত আধাৰিত কৰি, নগৰীয়া ক্ৰুজাৰ হাইৰাইডাৰএক সেউজীয়া ভৱিষ্যতৰ বাবে ডিজাইন কৰা হৈছে, যি এক অনন্য সংমিশ্ৰণ প্ৰদান কৰে, যি অনুকৰণীয় গতিশীল প্ৰদৰ্শন, শ্ৰেণীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ইন্ধন অৰ্থনীতি, দ্ৰুত ত্বৰণ, নিম্ন নিৰ্গমন, আৰু এক মসৃণ ড্ৰাইভৰ এক অনন্য…
Read More
সংবাদমেলত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই

সংবাদমেলত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই

ৰাজ্যখনৰ শেহতীয়া বানপানীত সৰ্বস্ব হেৰুওৱা বানাক্ৰান্ত ৰাইজক লৈ কেৱল প্ৰচাৰমুখী ৰাজনীতিত নামি পৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বানত বহুলোকে সৰ্বস্ব হেৰুওৱাব লগীয়া হৈছে। ইমানৰ পিছতো কেৱল সস্তীয়া জনপ্ৰিয়তা অর্জনত জপিয়াই পৰিছে মুখ্যমন্ত্ৰীগৰাকী। তেওঁ সস্তীয়া জনপ্ৰিয়তাৰ আশাত কেমেৰা বাহিনী লগত লৈ বনপীড়িতৰ কাষত থিয় হোৱাৰ নামত মুখ্যমন্ত্ৰীজনে চৰম প্ৰতাৰণা কৰিছে বান বিধ্বস্ত ৰাইজক। এই বুলি আজি দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই। তেওঁ সংবাদ মেলত কয়- বনপীড়িত ৰাইজৰ মাজত চৰকাৰে এমুঠি চাউল, দাইল, সামান্য পৰিমাণৰ মিঠাতেল বিতৰণ কৰিয়ে দায় সাৰিবলৈ যত্ন কৰিছে।…
Read More
অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাংগঠনিক সভাত  নব প্ৰজন্মক আঞ্চলিকতাবাদৰ প্ৰতি আকৰ্ষিত কৰাৰ ওপৰত  গুৰুত্ব

অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাংগঠনিক সভাত  নব প্ৰজন্মক আঞ্চলিকতাবাদৰ প্ৰতি আকৰ্ষিত কৰাৰ ওপৰত  গুৰুত্ব

কংগ্ৰেছ দলক প্ৰতিৰোধৰ স্বাৰ্থত ২০১৪ চনৰ পৰা অসমত বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰিলেও অগপই নিজৰ আঞ্চলিকতাবাদৰ মূল লক্ষ্যৰ পৰা অলপো পাছুৱাই নাহে । বৰঞ্চ নতুন প্ৰজন্ম বা যুৱ প্ৰজন্মক কিদৰে আঞ্চলিকতাবাদত আকৰ্ষিত কৰিব পাৰি তাৰ লক্ষ্যৰে অগপ দলে কাম কৰি যাব । এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ । ২৫ জুনত গুৱাহাটীৰ সাওঁকুছিস্থিত জয়ৰাম ভৱনত অনুষ্ঠিত অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত দলৰ সাংগঠনিক দিশ শক্তিশালীকৰণৰ লক্ষৰে অনুষ্ঠিত সভাত  সভাপতিত্ব কৰি এইদৰে মন্তব্য কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিধায়ক কলিতাই কয় অসমত অগপ অবিহনে প্ৰকৃত আঞ্চলিকতাবাদৰ কথা কল্পনাই কৰিব নোৱাৰি ।…
Read More
সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনৰ সামৰণি

সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনৰ সামৰণি

অসমৰ একমাত্ৰ আইন ছাত্ৰ সংগঠন সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন আৰু বিষয় বাচনি সভাখনি শনিবাৰে মহানগৰীৰ দিছপুৰ লাষ্টগেটস্থিত পি:ডব্লিউ:ডি সন্মিলন ও প্ৰশিক্ষন কেন্দ্ৰত অনুষ্ঠিত হয়।অসমৰ আইন শিক্ষাৰ প্ৰসাৰ আৰু ছাত্ৰৰ অধিকাৰ আৰু অসমৰ জাতীয় সমস্যাৰ হৈ দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই অহা অসমৰ আইন সংগঠনটোৰ কেন্দ্ৰীয় অধিবেশনত অসমৰ  বিভিন্ন জাতি-জনগোষ্ঠীয়য় সংগঠনৰ নেতৃবৃন্দৰ লগতে অসমৰ কেইবাজনো জেষ্ঠ অধিবক্তা,দিশপুৰ আইন মহাবিদ্যালয়ৰ  অধ্যক্ষাৰ লগতে অসমৰ বিভিন্ন আইন মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ প্ৰতিনিধি আৰু জিলা আৰু শাখা সমিতি সমূহৰ অংশগ্ৰহনেৰে এক গাম্ভীৰ্যপুৰ্ন অনুষ্ঠান অনুষ্ঠিত হয়।সভাৰ বিষয়বাচনি সভাত মূখ্য উপদেষ্টা ৰূপে দেৱাশীষ মেধি,চামচুল হক,কেন্দ্ৰীয় সভাপতি হিচাপে সঞ্জীৱ বৰা, উপ সভাপতি ক্ৰমে মৃন্ময় কলিতা, আব্দুল…
Read More

লালুক আৰক্ষীৰ পুনৰ এক বৃহৎ সফলতা

ৰাজ্যত প্ৰতিদিনে অব্যাহত আছে চোৰাং গৰুৰ বেহা।লালুক আৰক্ষীৰ পুনৰ এক বৃহৎ সফলতা।লখিমপুৰ জিলাত এতিয়াও অবৈধ ভাৱে চলি আছে গো মাতাৰ চোৰাং বেহা।চৰকাৰ তথা প্ৰশাসনৰ নীতি নিয়মক একাংশ দালালৰ বুঢ়া আঙুলি দেখুৱা পৰিলক্ষিত হয়।প্ৰতি নিশাই কাৰ ছত্ৰ ছায়াত চলি আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা সেয়া এতিয়াও ৰহস্যময়।কিয়নো দেওবাৰে নিশা প্রায় ৮.৫০ বজাত লালুক আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়ন জ্যোতি ডেকাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি নাকা তালাচী চলাই কৰায়ত্ত কৰে এখন মালবাহী মেজিক গাড়ী। নাওবৈছাৰ বৰলুৱাৰ পৰা অৰুণাচল অভিমুখে গৈ থকা অৱস্থাত ২ দুস্কৃতিকাৰী সহ ৬টা গৰু আটক কৰে লালুক আৰক্ষীয়ে ।আটক কৰা ব্যক্তি দুজন হল ৰাশিদুল ইছলাম আৰু মুছফিকুৰ…
Read More
অসম কাবাডী সন্থাৰ নৱনিৰ্বাচিত সমিতিৰ  প্ৰথমখন কাৰ্যনিৰ্বাহ সভা সম্পন্ন

অসম কাবাডী সন্থাৰ নৱনিৰ্বাচিত সমিতিৰ  প্ৰথমখন কাৰ্যনিৰ্বাহ সভা সম্পন্ন

অসমৰ কাবাডীয়ে এতিয়া নতুন ৰূপ লোৱাৰ পথত আগবাঢ়িছে।এইবাৰ অসমৰ কাবাডীক আগবঢ়াই লৈ যোৱাৰ বাবে ৰাইজে দায়িত্ব প্ৰদান কৰিছে যুৱ ক্ৰীড়া সংগঠক আলোক ত্ৰিপাঠীক।নতুন কমিটিয়ে দায়িত্বভাৰ লোৱাৰ পিছত অসম কাবাডী সন্থাৰ সভাপতি ভুৱনেশ্বৰ কলিতাৰ সভাপতিত্বত নেহেৰু ষ্টেডিয়ামত বুধবাৰে প্ৰথমখন কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়। সভাত অসমৰ কাবাডীৰ প্ৰদৰ্শন উন্নতমানৰ কৰি তোলাৰ লগতে কাবাডী খেলুৱৈ সকলৰ সম্পৰ্কত বিভিন্ন দিশ আলোচনা কৰা হয়। এতিয়াৰে পৰা অনুষ্ঠিত হ'বলগীয়া কাবাডী প্ৰতিযোগিতাসমূহত কোনো বহিঃৰাজ্যৰ খেলুৱৈয়ে অসম দলক প্ৰতিনিধিত্ব কৰি নোৱাৰিব বুলি সভাত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে অসম কাবাডী সন্থাৰ সম্পাদক আলোক ত্ৰিপাঠীয়ে। আনহাতে এই সভাত সভাপতিৰ আসন অলংকৃত কৰা ভুৱনেশ্বৰ কলিতাই 'কাবাডী খেলৰ জৰিয়তে সমাজখনক আমি…