08
Mar
আজি দক্ষিণ কামৰূপ সচেতন মঞ্চৰ তৰফৰ পৰা আন্তৰ্জাতিক নাৰী দিৱসৰ স'তে সংগতি ৰাখি ভিন-ভিন ক্ষেত্ৰৰ ৯ (ন) গৰাকী নাৰীক বিশেষ ভাৱে আদৰ সম্ভাষণ জ্ঞাপন কৰে । এই অনুষ্ঠানত মঞ্চৰ উপদেষ্টা তথা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন ছাত্ৰ নেতা মদন দাস, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, সাহিত্য- সাংস্কৃতিক কৰ্মী অৰ্চনা হীৰা, ভাৰপ্ৰাপ্ত সম্পাদক লফিকুল হকৰ নেতৃত্বত এটি সঁজাতি দলে সচেতন মঞ্চৰ দলে পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিমাদ্ৰী বৰা, মিৰ্জা ৩০ বিচনাযুক্ত চিকিৎসালয়ৰ শিশু বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডা: চুলতনা বেগম, আয়ুৰ্বেদিক চিকিৎসক ডা: উপমা বৰ্মণ, পলাশবাৰী আৰ.বি. উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষা…
