21
Apr
আগশাৰীৰ গোলকীয় স্মাৰ্ট ডিভাইচ ব্ৰেণ্ড অ'প্পোয়ে ইয়াৰ বহু প্ৰতীক্ষিত অ'প্পো এফ২১ প্ৰ' আৰু অ'প্পো এফ২১ প্ৰ'৫জি বিক্ৰী কৰাৰ কথা ঘোষণা কৰিছে।এফ21 প্ৰ'ৰ 32 মেগাপিক্সেল চেলফি কেমেৰাটো চনিৰ আইএমএক্স709 আৰজিবিডব্লিউ চেলফি চেন্সৰৰ দ্বাৰা সমৰ্থিত। ই অৰ্বিট লাইট সুবিধা আৰু এআই পোট্ৰেইট বৰ্ধন সুবিধাৰ সৈতে আহে। এফ21 প্ৰ'5জি-ত 16 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা, 64 মেগাপিক্সেল মেইন কেমেৰা, 2 মেগাপিক্সেল ডেপ্থ কেমেৰা আৰু 2 মেগাপিক্সেল মেক্ৰো ট্ৰিপল কেমেৰা ইউনিট আছে। ই এআই দৃশ্য বৰ্ধন সুবিধা আৰু ডুৱেল ভিউ ভিডিঅ' সুবিধাৰ সৈতে আহে। দুয়োটা হেণ্ডছেটতে 6.4 ইঞ্চিৰ এমোলেড ডিচপ্লে, এইচডিআৰ চেলফি 4,500এমএএইচ বেটাৰী, 33ডব্লিউ চুপাৰভোক, 128জিবি ষ্টোৰেজ, 8জিবি ৰেম, কালাৰঅ'এছ 12, এআই ফ্ৰেম ৰেট ষ্টেবিলাইজাৰ,…
