Blog

হাস্যকাৰ কপিল শর্মা আৰু কপিলৰ দলে কৰিলে নৱৰত্নৰে অংশীদাৰিত্ব

হাস্যকাৰ কপিল শর্মা আৰু কপিলৰ দলে কৰিলে নৱৰত্নৰে অংশীদাৰিত্ব

ঘৰুৱা আয়ুর্বেদিক শীতল তেল বজাৰ দখল কৰি থকা অগ্রণী প্রতিষ্ঠান ইমামি লিমিটেডৰ নৱৰত্নই এই গ্রীষ্মকালত হাঁহিৰে গ্ৰাহকৰ মন জয় কৰিবলৈ নতুন ৰূপত সাজু হৈছে। কিয়নো হাস্যকাৰ কপিল শর্মাই নিজৰ পৰিয়ালৰ অন্যতম সদস্য কিকু চর্দা, গৌৰৱ গেৰা আৰু সুমনা চত্রৱতীৰ সৈতে ব্ৰেণ্ডটোৰ লগত সহযোগিতা কৰিছে । নতুন টিভি বিজ্ঞাপন আৰু ডিজিটেল কন্টেন্টৰ এই ছিৰিজত নৱৰত্ন তাইলে কপিল শৰ্মা আৰু কপিলৰ সহযোগীৰ শিল্পীৰ সৈতে আকর্ষণীয় ৰূপত হাস্যৰস আৰু নৱৰত্ন তেলক তুলি ধৰিছে। এই বিজ্ঞাপনত সাধাৰণ মানুহে সাধাৰণতে সম্মুখীন হোৱা দৈনন্দিন অসুবিধা-প্রত্যাহ্বান আৰু জীবনযুঁজৰ সৈতে মোকাবিলা কৰিবলৈ নৱৰত্ন তেল ব্যৱহাৰ কৰি উপশম পোৱাৰ কথাটো দেখুওৱা হৈছে। ইয়াত নৱৰত্ন তেলক 'খণ্ডক কা বাদশাহ, ৰাহত…
Read More
এতিয়াও সংকটজনক হৈ আছে ৰাজ্যৰ বানৰ পৰিস্থিতি

এতিয়াও সংকটজনক হৈ আছে ৰাজ্যৰ বানৰ পৰিস্থিতি

এতিয়াও সংকটজনক হৈ আছে ৰাজ্যৰ বানৰ পৰিস্থিতি। এই পৰ্যন্ত বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১১ জন হোৱাৰ বিপৰীতে আন দুজন নিৰুদ্দেশ হৈ আছে। মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ বান পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। সামাজিক মাধ্যমযোগে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে।২ জুনত দুৰ্যোগৰ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা ব্যৱস্থা (DRIMS Assam)-এ প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যৰ ২২ খনতকৈও অধিক জিলাত ৫ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। চলিত বৰ্ষৰ বানত বৰ্তমানলৈকে ৬ জন লোকৰ মৃত্যু হৈছে, ইয়াৰ বিপৰীতে ভূমিস্খলনৰ ফলত মৃত্যুক সাৱতিছে ৫ জন লোকে।ইয়াৰ মাজতে মঙলবাৰে মুখ্যমন্ত্ৰী…
Read More
৫৫ মেগাৱাটৰ কুলসী শক্তি প্ৰকল্প নিৰ্মাণৰ সিন্ধান্ত অসম-মেঘালয়ৰ

৫৫ মেগাৱাটৰ কুলসী শক্তি প্ৰকল্প নিৰ্মাণৰ সিন্ধান্ত অসম-মেঘালয়ৰ

অসম- মেঘালয় আন্ত:ৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ পুনৰ এবাৰ বৈঠকত মিলিত হ'ল দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী। সোমবাৰে মহানগৰীৰ কইনাধৰাৰ অতিথি শালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বহু বিষয়ৰ ওপৰত আলোচনা কৰে। মহানগৰীৰ কৃত্ৰিম বান, সীমা বিবাদকে ধৰি বহু বিষয়ৰ ওপৰত আজিৰ বৈঠকত আলোচনা হয়। পূৰ্বে দুই পক্ষৰ মাজত হোৱা বৈঠকত এক সিদ্ধান্তত মিলিত হৈ ৬ টা স্পৰ্শকাতৰ অঞ্চলক লৈ চুক্তি স্বাক্ষৰ হৈছিল। সেই চুক্তি এতিয়া সাৰ্থক কৰাৰ দিশে আগবাঢ়িছে। এই সন্দৰ্ভত বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই কয় যে বিবাদ মান ৬ টা অঞ্চলক লৈ স্বাক্ষৰিত হোৱা চুক্তি অনুসৰি পিলিংকাতাক বাদ দি বাকী ৫ টা…
Read More
ফ্লিপকাৰ্ট মিনিটছে নষ্টালজিক টুইষ্টেৰে মাত্ৰ ৯ টকাত ডেলিভাৰী কৰে সতেজ শাক-পাচলি, নগৰীয়া বজাৰত বিশেষ দৃষ্টি

ফ্লিপকাৰ্ট মিনিটছে নষ্টালজিক টুইষ্টেৰে মাত্ৰ ৯ টকাত ডেলিভাৰী কৰে সতেজ শাক-পাচলি, নগৰীয়া বজাৰত বিশেষ দৃষ্টি

ভাৰতৰ স্বদেশী ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে হাইপাৰলোকেল সেৱা ফ্লিপকাৰ্ট মিনিটছৰ বাবে এক সতেজ নতুন অভিযান আৰম্ভ কৰিছে, মাত্ৰ কেইমিনিটমানৰ ভিতৰতে দুৱাৰমুখত ডেলিভাৰী কৰা মানসম্পন্ন শাক-পাচলি আগবঢ়াইছে — আৰু এই সেৱা মাত্ৰ ৯ টকাৰ পৰা আৰম্ভ হৈছে। আইকনিক ছবি ৩ ইডিয়টছৰ পৰা অনুপ্ৰাণিত হৈ এই বিজ্ঞাপন ছবিখনে গেলামালৰ বৰ্ধিত খৰচ আৰু ফ্লিপকাৰ্টৰ মূল্য, গতি আৰু সুবিধাৰ প্ৰতিশ্ৰুতিক উজ্জ্বল কৰি তুলিবলৈ ঘৰুৱা জীৱনক পুনৰুজ্জীৱিত কৰি তুলিছে। লিঅ' বাৰ্নেটৰ আৰ্হিৰে প্ৰস্তুত কৰা এই প্ৰচাৰ ছবিখনত হাস্যৰসাত্মকভাৱে এখন পৰিয়ালে শাক-পাচলিৰ মূল্য বৃদ্ধিৰ সৈতে মোকাবিলা কৰি ফ্লিপকাৰ্টৰ ফ্লায়াৰে আশা কঢ়িয়াই অনা আৰু ৯ টকাত ভেণ্ডী যোগান ধৰা এক দৃশ্যপটক চিত্ৰায়িত কৰা হৈছে। অবিশ্বাস আনন্দত পৰিণত হোৱাৰ…
Read More
নতুন নিছান মেগনাইট এতিয়া চিএনজি ৰেট্ৰ’ফিটমেণ্ট সঁজুলিৰ সৈতে উপলব্ধ

নতুন নিছান মেগনাইট এতিয়া চিএনজি ৰেট্ৰ’ফিটমেণ্ট সঁজুলিৰ সৈতে উপলব্ধ

নিছান মটৰ ইণ্ডিয়াৰ জনপ্ৰিয় এছইউভি নতুন নিছান মেগনাইট এতিয়া চৰকাৰী অনুমোদিত চিএনজি ৰেট্ৰ’ফিটমেণ্ট সঁজুলিৰ সৈতে উপলব্ধ। দেশৰ নিয়ন্ত্ৰণ মানদণ্ড অনুসৰি মট'জেন(তৃতীয় পক্ষ)ৰ দ্বাৰা চিএনজি কিট সম্পূৰ্ণৰূপে বিকশিত, নিৰ্মিত আৰু গুণগত মান নিশ্চিত কৰা হৈছে। এই কিটৰ উপাদানৰ বাবে এতিয়াৰে পৰা মট’জেনে ৱাৰেণ্টী প্ৰদান কৰিব। এই পদক্ষেপে গ্ৰাহককেন্দ্ৰিক সমাধান প্ৰদান কৰাত মনোনিৱেশ কৰাটো পুনৰ এবাৰ প্ৰমাণিত হ'ল। এই কিটসমূহৰ ফিটমেণ্ট চৰকাৰী অনুমোদিত ফিটমেণ্ট চেণ্টাৰত কৰা হ’ব। সম্পূৰ্ণ ৰেট্ৰ’ফিটমেণ্ট কেৱল ৭৪,৯৯৯ টকাৰ প্ৰাৰম্ভিক অতিৰিক্ত মূল্যত উপলব্ধ হ’ব। বহনক্ষমতা সচেতন আৰু পৰিৱেশ সচেতন গ্ৰাহকৰ বাবে এই পৰিৱেশ-অনুকূল চিএনজি কিট ফিটমেণ্ট সমগ্ৰ দেশতে পৰ্যায়ক্ৰমে মুকলি কৰা হ’ব। প্ৰথম পৰ্যায়ত নিছানৰ গ্ৰাহকে ৭খন ৰাজ্যৰ নিছানৰ…
Read More
১১ বছৰৰ পিছত প্ৰথমবাৰলৈ ফাইনেলত পঞ্জাব কিংছ

১১ বছৰৰ পিছত প্ৰথমবাৰলৈ ফাইনেলত পঞ্জাব কিংছ

শ্ৰেয়াছ আয়েৰে ৪১ বলত অপৰাজিত ৮৭ ৰান সংগ্ৰহ কৰি দেওবাৰে দ্বিতীয় কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰি পঞ্জাব কিংছক ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰে, যাৰ ফলত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে এই ছিজনত নতুন চেম্পিয়ন লাভ কৰাটো নিশ্চিত হয়। এতিয়া ৩ জুনত পঞ্জাৱে ফাইনেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰৰ বিৰুদ্ধে খেলিব আৰু ১৮ বছৰত এবাৰো খিতাপ দখল কৰিব পৰা নাই দুয়োটা দলে। যোৱা বছৰ কলকাতা নাইট ৰাইডাৰ্ছক খিতাপ দখল কৰোৱা শ্ৰেয়াছে পৰিপক্ক ইনিংছ খেলি ১১ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে পঞ্জাবক ফাইনেললৈ লৈ যায়। মুম্বাইৰ বিপজ্জনক বলিং আক্ৰমণৰ সন্মুখত ২০৪ ৰানৰ লক্ষ্য সহজ নাছিল যদিও শ্ৰেয়াছে আগ্ৰাসী বেটিঙৰ এক নতুন সংজ্ঞা সৃষ্টি কৰে। তেওঁ…
Read More
বানৰ কবলত ৰাজ্য

বানৰ কবলত ৰাজ্য

নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ একাধিক অঞ্চল বানত প্লাৱিত হোৱাৰ তথ্য পোৱা গৈছে । গ্ৰাম্যাঞ্চল আৰু চহৰীয়া অঞ্চল উভয়তে বসবাস কৰা লোকসকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে । চৰকাৰী সূত্ৰ অনুসৰি ছখন জিলা- ধেমাজি, লখিমপুৰ, গোলাঘাট, কামৰূপ, কামৰূপ মহানগৰ, আৰু কাছাৰত বাঢ়নী পানীৰ ফলত ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে । গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত ৰাজপথ সমূহ বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত শনিবাৰে শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হয় ।ইফালে গুৱাহাটীৰ বৰঝাৰস্থিত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসমৰ কেইবাখনো জিলাত বজ্ৰপাতৰ লগতে প্ৰচণ্ড ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে । এই সতৰ্কবাণী অনুসৰি পুৱা ১০ বজাৰ পৰা ১:০০ বজাৰ ভিতৰত প্ৰতিকূল বতৰৰ পৰিস্থিতিয়ে কাছাৰ, ডিমা হাচাও,…
Read More
প্ৰতি ৩ জন ভাৰতীয়ৰ ভিতৰত এজনেই পানীয় হিচাপে সেৱন কৰে  গাখীৰ : গড্ৰেজ জাৰ্চি

প্ৰতি ৩ জন ভাৰতীয়ৰ ভিতৰত এজনেই পানীয় হিচাপে সেৱন কৰে  গাখীৰ : গড্ৰেজ জাৰ্চি

বিশ্ব দুগ্ধ দিৱস উপলক্ষে গড্ৰেজ জাৰ্চিয়ে ভাৰতীয় গ্ৰাহকৰ বিকশিত পছন্দক উদযাপন কৰিছে “বটমছ আপ... ইণ্ডিয়া ছেইচ গাখীৰক চিয়েৰ্ছ!”। এই তথ্যই প্ৰকাশ কৰিছে যে প্ৰতি ৩জন ভাৰতীয়ৰ ভিতৰত এজন ভাৰতীয় গ্ৰাহকে গাখীৰক পানীয় হিচাপে পছন্দ কৰে। ইউগভৰ দ্বাৰা পৰিচালিত এই সমীক্ষাত প্ৰকাশ পাইছে যে ৫০% ভাৰতীয় গ্ৰাহকে সোৱাদযুক্ত গাখীৰ খোৱা বা ঘৰতে গাখীৰত সোৱাদ যোগ কৰাটো পছন্দ কৰে।  এই সমীক্ষাত পোৱা গৈছে যে ভাৰতীয় অভিভাৱকসকলেও নিজৰ সন্তানক পুষ্টিকৰ সতেজ পানীয় দিয়াৰ সুবিধাজনক আৰু উপভোগ্য উপায় হিচাপে সোৱাদযুক্ত গাখীৰক ক্ৰমান্বয়ে বাছি লৈছে আৰু ৪৫% লোকে দিনত আৰু ৪৪% লোকে খেল বা প্ৰতিযোগিতাৰ সময়ত সতেজ বিকল্প হিচাপে ব্যৱহাৰ কৰিছে। এই বিষয়ে সদৰি কৰি…
Read More
ন্যায়াধীশ এন ভি অঞ্জৰিয়া, বিজয় বিষ্ণোই, এ এছ চন্দুৰকাৰৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপত

ন্যায়াধীশ এন ভি অঞ্জৰিয়া, বিজয় বিষ্ণোই, এ এছ চন্দুৰকাৰৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপত

ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে শুকুৰবাৰে ন্যায়াধীশ এন ভি অঞ্জৰিয়া, ন্যায়াধীশ বিজয় বিষ্ণোই আৰু ন্যায়াধীশ এ এছ চন্দুৰকাৰক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপত বাক্য পাঠ কৰোৱায়। উচ্চতম ন্যায়ালয়ৰ কমপ্লেক্সত অনুষ্ঠিত এক অনুষ্ঠানত ন্যায়াধীশসকলক শপত বাক্য পাঠ কৰোৱায় । এই ন্যায়াধীশসকলৰ শপত গ্ৰহণৰ লগে লগে মুখ্য ন্যায়াধীশকে ধৰি উচ্চতম ন্যায়ালয়ত সম্পূৰ্ণৰূপে কাৰ্যক্ষম ন্যায়াধীশৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি পাইছে। সোমবাৰে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ অঞ্জৰিয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিষ্ণোই আৰু বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চন্দুৰকাৰক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ আগবঢ়ায়। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত নিযুক্তিৰ কথা ঘোষণা কৰে…
Read More
টয়োটা ফৰ্চুনাৰ আৰু লেজেণ্ডাৰৰ ভাৰতত ৩-লাখ বাহন বিক্ৰীৰ মাইলৰ খুঁটি অৰ্জন 

টয়োটা ফৰ্চুনাৰ আৰু লেজেণ্ডাৰৰ ভাৰতত ৩-লাখ বাহন বিক্ৰীৰ মাইলৰ খুঁটি অৰ্জন 

দেশত ৩ লাখ ইউনিট বিক্ৰী অতিক্ৰম কৰি টয়োটা কিৰ্লোস্কাৰ মটৰৰ ধ্বজাবাহী এছইউভি ফৰ্চুনাৰ আৰু লেজেণ্ডাৰৰ ক্ৰমবৰ্ধমান বিক্ৰীৰ জৰিয়তে এক উল্লেখযোগ্য অৰ্থনৈতিক মাইলৰ খুঁটিত উপনীত হৈছে। এই পৰিসংখ্যাই প্ৰিমিয়াম অটোমোটিভ ছেগমেণ্টত গ্ৰাহকৰ শক্তিশালী আস্থা প্ৰতিফলিত কৰিছে আৰু টয়োটাৰ পৰিৱেশন, স্থায়িত্ব আৰু বিলাসীতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিকশিত চাহিদা পূৰণ কৰাৰ সামৰ্থ্যক আৰু অধিক উজ্জ্বল কৰি তুলিছে। ২০০৯ চনত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হোৱাৰ পিছৰে পৰাই ফৰ্চুনাৰে ​​২০৪ পিএছ আৰু ৫০০ এনএম টৰ্ক উৎপাদন কৰা শক্তিশালী ২.৮এল ডিজেল ইঞ্জিনৰ সৈতে নিজৰ স্থিতি বজাই ৰাখিছে, লগতে অফ-ৰোডৰ উচ্চ ক্ষমতাও অব্যাহত ৰাখিছে। নিজৰ বলিষ্ঠ ডিজাইন, লেডাৰ-ফ্ৰেম চেছিছ, আৰু কমাণ্ডিং উপস্থিতিয়ে বৰ্ধিত উচ্চ-মধ্যবিত্ত জনগাঁথনিৰ সকলো প্ৰয়োজনীয়তা…
Read More
অৰুণাচলত ভূমিস্খলনত প্ৰা*ণ হেৰুৱালে ৭ গৰাকীকৈ লোকে

অৰুণাচলত ভূমিস্খলনত প্ৰা*ণ হেৰুৱালে ৭ গৰাকীকৈ লোকে

অৰুণাচলত ভূমিস্খলনত প্ৰাণ হেৰুৱালে ৭ গৰাকীকৈ লোকে । ইয়াৰ ভিতৰত দুগৰাকী শিশু আৰু এগৰাকী গৰ্ভৱতী মহিলাও আছে । পাহাৰৰ পৰা খহি অহা শিল আৰু মাটিয়ে এখন বাহন পথৰ পৰা উটুৱাই নি দ খাৱৈত পেলাই গৈ । ফলত বাহনখনত থকা যাত্ৰীসকলৰ মৃত্যু ঘটে ।কেবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণে অসম, অৰুণাচল, মণিপুৰ আৰু মিজোৰামত ব্যপক প্ৰভাৱ পেলোৱা দেখা গৈছে ।পূব কামেং জিলাৰ বানা আৰু ছেপ্পা সংযোগী ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত হয় এই শোকাৱহ ঘটনা ।
Read More