আজি মানুহ বিহু

আজি মানুহ বিহু । অসমীয়াৰ জাতীয় স্বাভিমানৰ এই উৎসৱক লৈ ৰাজ্য়জুৰি উখল-মাখল পৰিৱেশ । চৌদিশে ঢোল, পেঁপাৰ শব্দত প্ৰাণৱন্ত হৈ পৰিছে ধৰিত্ৰী । বসন্তৰ বতৰা লৈ আৰম্ভ হোৱা ৰঙালীতেই উৰ্বৰা হ’বলৈ যেন সাজু হৈছে ধৰিত্ৰী । সাতদিনীয়াকৈ পালন কৰা ৰঙালী বিহুৰ আজি দ্বিতীয়টো দিন । পৰম্পৰা অনুসৰিয়েই এই বিশেষ দিনটো ‘মানুহ বিহু’ হিচাপে পালন কৰা হয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *