05
Sep
বিদ্যুৎস্পষ্ট হৈ একে পৰিয়ালৰ 4 সদস্যৰ মৰ্মান্তিক মৃত্যু হয়।জিলাখনৰ ধলছৰা- বিলাইপুৰ জিপিৰ নুনাই এফ ভি গাঁৱত ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।ইতিমধ্যে ঘটনাৰ পিছত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । মৃত্যু হোৱা লোকজন হল শেখ সুফিয়ান আহমেদ 40 , শেখ হুসনাৰা বেগম (30), শেখৰাজিবুল হুসেন (4) আৰু শেখ জাহিদ হুসেন ( 23)। মৃত্যু হোৱা পৰিয়ালৰ প্ৰত্যেকজন সদস্যক পাঁচ লাখ টকা ক্ষতিপূৰণ দাবি কৰিছে ৰাইজৰ দলৰ হাইলাকান্দি জিলা সমিতিৰ সভাপতিয়ে ।
