24
Oct
পাণ খোৱা বহুতৰে অভ্যাস। বিশেষকৈ খাদ্য গ্ৰহণৰ পাছত বহুতকে পাণ লাগে। কিন্তু শুনি আচৰিত হ'ব, ই এক ভাল অভ্যাস। কিয়নো পাণৰ আছে বহু আচৰিত গুণ। যি স্বাস্থ্যৰ বাবে ভাল।বহু ভাৰতীয়ই পাণ খাই ভালপায় ৷ প্ৰায়ে মানুহে খাদ্য খোৱাৰ পিচত ইয়াৰ সোৱাদ উপভোগ কৰে ৷ সোৱাদত ভাল হোৱাৰ উপৰিও পাণৰ স্বাস্থ্যৰ বাবেও বহু উপকাৰিতা সাধন কৰে, কিন্তু আপুনি জানেনে যে পাণ পানীত উতলাই এই পানী পান কৰাটো স্বাস্থ্যৰ বাবে কিমান উপকাৰিতা সাধন কৰে ৷ জানো আহক ইয়াৰ উপকাৰিতাসমূহ-পাণৰ পাতৰ পানী চৰ্দি আৰু কাহত অতি উপকাৰী ৷ ইয়াৰ ফলত কফ আৰু পিত্ত দুয়োটা দোষৰ পৰা সকাহ পোৱা যায় ৷ কাহৰ পৰাও ইয়াৰ…
