08
Mar
গৌৰীপুৰত এইবাৰ অসম আৰক্ষীৰ পুত্ৰই নামিলে চুৰি কাণ্ডত। গৌৰীপুৰত এইবাৰ অসম আৰক্ষী পুত্ৰই নামিচে চুৰি কাণ্ডত। গৌৰীপুৰ আৰক্ষী থানাৰ আশাৰীকান্দি গাওৰ প্ৰয়াত আৰক্ষী বিষয়াৰ পুত্ৰ আকাশ বৰ্মন (২২) বুলি জানিব পৰা গৈছে। ড্ৰাগছ আসক্ত যুৱক বুলি অভিযোগ উত্থাপিত হৈছে কৰিছে একাংশ ৰাইজে।ড্ৰাগছ সেৱন কৰিবলৈ প্ৰয়োজনীয় টকা নথকা বাবে তেওঁ অঞ্চলটোৰ বহু মূল্যবান সম্পদ চুৰি কৰাৰ লগতে আজি ইৰিক্সাৰ চাৰ্জ কৰা মেছিন চুৰ কৰি নিজৰ ঘৰত মজুত কৰি ৰখা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।আজি পূৱা ১০মান বজাত এখন ইৰিক্সাৰৰে তিনিটা চাৰ্জিং মেছিন লৈ যোৱা অৱস্থাত ৰাইজে হাতে লটে আটক কৰি গৌৰীপুৰ আৰক্ষীক গতাই দিয়ে। একে খন গাঁওৰে বাসিন্দা ৰাধে শ্যামৰ আৰু নিতেশ…
