14
Aug
নিছান মটৰ ইণ্ডিয়াই আজি নতুন নিছান মেগনাইটৰ বাবে নিজৰ ধৰণৰ প্ৰথমটো ১০ বছৰৰ বৰ্ধিত ৱাৰেণ্টী প্লেন মুকলি কৰিছে। এয়া এক ছেগমেণ্ট প্ৰথম গ্ৰাহক-কেন্দ্ৰিক পদক্ষেপ, যিয়ে ব্ৰেণ্ডৰ গুণগত মান, নিৰ্ভৰযোগ্যতা আৰু মানসিক প্ৰশান্তিৰ প্ৰতি দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। নতুন নিছান মেগনাইটে সামগ্ৰিক যাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত ৫ ষ্টাৰ ৰেটিং লাভ কৰাৰ লগতে এঅ’পি (এডাল্ট অকুপেণ্ট ছেফটি)ত নিখুঁত ৫ ষ্টাৰ ৰেটিং লাভ কৰাৰ সফলতাৰ পিছত এই পৰিকল্পনাৰ কথা ঘোষণা কৰা হৈছে। এই প্লেনে ৩ বছৰৰ ষ্টেণ্ডাৰ্ড ৱাৰেণ্টী প্ৰদান কৰে, যি ১০ বছৰৰ বৰ্ধিত ৱাৰেণ্টী প্লেনলৈকে নমনীয় পৰিকল্পনাৰ জৰিয়তে সম্প্ৰসাৰিত কৰিব পৰা যায়, মাত্ৰ ২২ পইচা/কিলোমিটাৰ বা ১২ টকা/দিনৰ ছুপাৰ সুলভ মূল্যত ১০…
