07
Aug
জ্যেষ্ঠ নাগৰিকসকলে ডিজিটেল যুগক আঁকোৱালি লোৱাৰ সমান্তৰালভাৱে পূৰ্বতকৈ অধিক বিপদ বা ভাবুকিৰো সন্মুখীন হৈছে। অচিনাকি প্ৰযুক্তি আৰু দ্ৰুতগতিত বিকশিত হোৱা জালিয়াতি কৌশলৰ দ্বাৰা চাইবাৰ অপৰাধৰ বলি হোৱা লোকৰ বয়স ৫০ বছৰৰ অধিক হোৱাটো কোনো আচৰিত কথা নহয়—বহুতে কেৱল ধনেই নহয়, নিজৰ নিৰাপত্তা আৰু আস্থাৰ ভাৱো হেৰুৱাইছে। এই ক্ৰমবৰ্ধমান সংকটৰ প্ৰতি সঁহাৰি জনাই বিশ্বৰ আগশাৰীৰ যোগাযোগ প্লেটফৰ্ম ট্ৰুকলাৰে ভাৰতৰ বৃদ্ধসকলৰ সৱলীকৰণ আৰু কল্যাণৰ প্ৰতি দায়বদ্ধ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ভাৰতৰ এক নম্বৰ এপ খয়ালৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই সহযোগিতাই জ্যেষ্ঠসকলৰ সৈতে খয়ালৰ গভীৰ সংযোগক অৰ্থপূৰ্ণ পাৰস্পৰিক ক্ৰিয়াৰ জৰিয়তে নিৰ্দিষ্ট প্ৰয়োজনীয়তাসমূহ উপলব্ধি কৰা আৰু প্ৰতি সঁহাৰি জনোৱা—ট্ৰুকলাৰৰ অত্যাধুনিক কলাৰ চিনাক্তকৰণ প্ৰযুক্তিৰ…
